খোলা চিৰিয়াখানা দেখিছেনে ? Open zoo in Virginia | Drive through zoo visit

Поделиться
HTML-код
  • Опубликовано: 16 сен 2024
  • আপোনালোকক এখন Open Zoo লৈ নিম আৰু তাত থকা জন্তু বোৰক খুৱাম ৷ ভাৰ্জিনীয়া ত থকা এই চিৰিয়াখানা খন খোলা, তাত থকা জন্তু বোৰক বান্ধি নাৰাখে, মুক্ত মনেৰে ঘুৰি ফুৰে ৷ পাপাহঁত আহোতে লৈ গৈছিলো আমি, হৰিণ বোৰক খুৱাই কি ভাল পালে পাপায়ে লগতে আমিওঁ ৷ বাপৰে! কি হুলস্থুল আছিল আমাৰ গাড়ীৰ ভিতৰত ৷ আশা কৰিলো ভাল পাব আপোনালোকে ৷ শ্বেয়াৰ কৰিব যিমান পাৰে ৷ কমেন্টত জনাব দেই কেনে পালে ৷

Комментарии • 23