Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
বেলেগতকৈ পৃথক হৈছে…সেয়েহে নিসন্দেহে শ্ৰেষ্ঠ দলৰ যোগ্য…ধুনীয়া তথা ব্যতিক্ৰমী উপস্হাপন…গান বোৰ ধুনীয়া বাচনী কৰিছে..তাতে আৰু শংকৰ দাৰ কণ্ঠ ❤ধন্যবাদ অনুপম বিতুপন চেনেলটোক , আমাক ঘৰত বহিয়ে ইমান ধুনীয়া বিহু চোৱা সুযোগ কৰি দিয়া বাবে।
সুন্দৰ অতি সুন্দৰ,, বিহু হুচৰি চাই আছোঁ আৰু পৰিৱেশন চাইও আছোঁ চাই ভাল লাগিল,, বিহু গীতটো ও শুনি খুবেই ভাল পালোঁ,, উজনি ৰ বিহু শুনিলে শুনি থাকিবলৈ মন যায় সকলোৰে,, চৰাইদেউ বিহু বুলিলে কোনোৱেই থাকিব নোৱাৰে নামো আছে আৰু ইয়াৰ পদ্শনো সুন্দৰ হয়, ভৱিষ্যতে ও সাংস্কৃতিক জগতত সুন্দৰ হওক, উজল্ হৈ ৰওক এই মানসেৰে ই চাই আছোঁ মৰানহাট শান্তি পুৰৰ পৰা, চাই মই ৰবই নোৱাৰিলোঁ চৰাইদেউৰ,, কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে আপোনালোক কুশলে ৰাখক এই মানসেৰে ই,
সুন্দৰ বহুত বহুত ভাল লাগিলএনে ধৰণৰ বিহু আপুনাৰ cenelot পাই থাকিম বুলি আখা থাকিল অনুপম বিতুপন দাদা
চৰাইদেউ বাসিন্দা হিচাবে আমাৰ গৌৰৱ চৰাইদেউ বিহু হুচৰি দল টি। চৰাইদেউ হুচৰিৰ দলৰ বিহু নাম সমূহ আন বিহু দল তকৈ সুকীয়া। শুনি বহুত ভাল লাগে। শুভেচ্ছা থাকিল বিহু দলটি লৈ।
চৰাইদেউ আমাৰ আৱেগ আমাৰ অহংকাৰ আমাৰ স্বভিমান❤❤❤
❤❤
Good evening bohut thanks shukriya Bihua vaiti vanti hotloi anekoi Assamar rangali bihutic jiai rakha dhanya bawad ,,🌼🌼🌼🌼🌺🌺🌺🙏🙏🙏🌺🌺🌺🌼🌼🌼🌼
ইমান সুন্দৰ... Rupam da apunak 2014 pora ake dekhi asu val lgise... সু স্বাস্থ্যৰ কামনা কৰিলোঁ।Love 4rm Tengakhat
বিহু পকিছে..। বিহুনাম কেইটি খুবেই ধুনীয়া। দলটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
ইমান সুন্দৰ।দলটোৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো
এই জাতি জীয়াই থাকক, এই বিহু জীয়াই থাকক। অনেক অভিনন্দন ❤। প্ৰথম পুৰষ্কাৰৰ বাবে সঠিক নিৰ্বাচন।
প্ৰিয় দ'ল চৰাইদেউ সমন্বয় ❤️❤
সুন্দৰ হৈছে বিহু দলটো। আধুনিক নহয় বেলেগ বিহুৰ দৰে বেলেগ বিহু দল বোৰ আধুনিক কৰি পেলাইছে বিহু হলে এনেকুৱা হব লাগে।বিহু কৰা মানুহ খিনিও ভাল লাগিছে নাচনী ওলাই আহা চাপৰ টো সুন্দৰ হৈছে লগতে লগতে বিহু দলটো পৰি যোৱা নাই গান সুন্দৰ গাইছে।❤️🩹
1st huwar Babe Jugyo Vll lagil Husori jura Sai nambur dhuniya gaise .... Love from Sivasagar namti.... ❤
সুন্দৰ সদায় জীয়াই থাকক বাপুতি সাশুনবোৰ।❤❤
Best bihu team in 2024❤❤❤❤
বিহু মানেই উজনি অসম❤❤❤
বৰ সুন্দৰ হৈছে 👏😍❤️ আনতকৈ কিছু পৃথক ✨
চৰাইদেউৰ বিহু,, নাচাইনো কেনেকৈ থাকো ঘৰতে বহি,, গাই যাওক চোন বিশেষ গুৰুত্ব দি গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ শুৱলা হৈছে তোমালোকক চাই মোৰ মনটো শাঁত পৰি গল নাচনীৰ গীত টো শুনিবলৈ পাই মনতে খুব ভাল পালোঁ, সুন্দৰ নাচ পৰিৱেশন চাইও ভাল লাগিল তোমালোকৰ বাবে,, বিহু টো চাই আৰু সুমধুৰ হৈছে ভৱিষ্যতে ও এনে ধৰণৰ বিহু পৰিৱেশন চাবলৈ আশা কৰিলোঁ, ভগৱানে আপোনালোক কুশলে ৰাখক আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক এই মানসেৰে ই ধন্যবাদ জ্ঞাপন কৰিলো,,,
🙏🙏
Bohut dhuniya huchari dal Bihu chai hosai abibhuta holu.
Sivasagar Bakhi aajon Aahom lora hisapa Gourob korisu nam bur huni.....❤
hoi ❤️❤️ thik koise
Proud for Charaideo husori.... East or west Charaideo husori is all so best ❤❤
চাই হেপাঁহ নপলোৱা , নিভাঁজ ❤বেলেগতকৈ পৃথক আধুনিক প্রভাব পৰিব নিদিয়া হুঁচৰিযোৰাই হৈছে চৰাইদেউ সমন্বয় ❤
Bohut val lage sa❤❤❤❤
বহুত ভাল লাগিল❤❤ সকলোৰে সুন্দৰ হৈছে আৰু সকলোতকৈ ব্যতিক্ৰম। প্ৰতিযোগিতা চাই থকা নিচিনা লগাই নাই, ইমান স্বতঃস্ফূৰ্ত ভাবে উপস্থাপন কৰিছে । আৰু ভাল হওক আপোনালোকৰ।
Thankyou @Anupom Bitupon moja moja Bihu dekhuar babe
Bahut val hoise..no words to say...great Jai aai Axom
Obviously val hoise ❤❤❤
Best of luck for the Charaideo Husari Bihu team...............From silasaku District...... Charaideo
বহুত বহুত শুভেচ্ছা জনালোঁ
aamar moromor Charaideo husori otekoi huwone... Biplob Da aase sene puwa ne pepa bojai ❤❤
দলটোলৈ শুভেচ্ছা জনালো। সকলোৱে ইমান স্ফূৰ্তিমনে গাইছে, নাচিছে দেখি ভাল লাগি গৈছে ❤❤❤❤
1rst position pabo logia team ❤️👍....Great calculation 👍
Happy for team Charaideo Homonnoy Team ❤ ....Bihu kintu tammam marile ...🔥🔥🔥🔥
Dhuniya lgile sai , charaideo amr aabeg
Eman duniwa khont dada jonor bohut vll lagila❤🥰🥰🥰🥰🥰
চৰাইদেউ বিহু মানে আমাৰ আবেগ ❤😢
Hundor performance....bht unique hoise kin2 val lgil
Amar charaideo gorov❤❤❤❤
চাৰাইদেইক লৈ আমি গৌৰৱাম্বিত। এই যাত্ৰা অবিৰত হৈ ৰওক। সকলোলৈ অভিনন্দন থাকিল।
Xundor hoixa❤
বিহু বৰ সুন্দৰ হৈছে দেই বিহু বিহু লাগিছে ঐ ককাই হত 💞🥰🤗👌👍
অভিনন্দন জনালো দলটিলৈ।
Sai Bohut Vl Lagil ❤
আমাৰ চৰাইদেউৰ গৌৰৱ❤
Aaaaaa mozaaaa
Aiber choraidew teame bihu monso fali dise ❤❤
বহুত ধুনীয়া হৈছে ৷বেলেগতকৈ পৃথক ৷
সকলো ফালৰপৰা ওপৰত দেই দলটি ❤
Parfect teem,,,❤❤
সুন্দৰ অতি সুন্দৰ আৰু শুনিও ভাল লাগিল,,
❤beleg husori jiman dol salu tat koi bohut beleg deserve kore 1st prize
অসমৰ শ্ৰেষ্ঠ বিহু হুঁচৰি দল❤
আমাৰ গৌৰৱ ❤
মই কেইবাবাৰো চালো চাই হেঁপাহ নপলায়
Great👌
Bohut dhunia lagise bohut Miss korisu saboloi pua nai
বৰ সুন্দৰ হৈছে
Charaideo amar abeg mjaaaaaah
Bohut bhal lagil ❤
Wawww bohut dhunia lgil
Bhut Val lagisa
Best performance
Bht hundr chharaideo
সুন্দৰ
চৰাইদেউ আমাৰ আৱেগ ❤❤
দলটোৰ নাচ মনিছোঁ ❤ হুঁচৰি জোৰা নামবোৰ বৰ সুন্দৰ ❤ এনে প্ৰথম নহয় প্ৰতিভা সুন্দৰ ❤
Shankar da 🔥🔥💥
, অতি সুন্দৰ প্ৰদৰ্শন
সদায় প্ৰিয়❤
অতি সুন্দৰ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
সুন্দৰ 👏👏👏
bohut bhal lagil sai ❤️
আমাৰ চৰাইদেউৰ গৌৰৱ আপোনালোক🎉❤
Belegotkoiu olp beleg 💥❤️Val lagil👐
বিহু খন চাই ভাল লাগিল ❤
বহুত সুন্দৰ বিহু হুচৰি দল টো
congratulation
বৰ সুন্দৰ❤
❤❤❤❤ charaideo🙏🙏🙏 🎉🎉🎉🎉
Wow Wow 👌
Love from mahmora charaideo ❤
বহুতেই ভাল লাগিছে চাই👌💓
Bohut dhunia huise
Hundor
Hundar hoise❤
always charaideo is different then others ❤🎉
🔥🔥🔥
Bhtt val lgil ❤❤
সাংঘাতিক বিহু মাৰিছে , ভাল কৰিছে বহুত ভাল কৰিছে , ভালে ৰাখক সকলোকে
Amr charaideo 😊
I say wow 😲 wow ...aru aguwai jauk hokolu ... God bless you ❤😊
really deserve 1st position
Saraidew.❤❤
মুচ থকা বিহুৱা জনৰ কণ্ঠ বৰ শুৱনি ।🎉😊
Joy Charaideo🐉
Very nice
❤❤❤very nice❤❤❤
🔥🔥🔥❤️
Bhut dhuniya ❤
So proud❤
বেলেগতকৈ পৃথক হৈছে…সেয়েহে নিসন্দেহে শ্ৰেষ্ঠ দলৰ যোগ্য…ধুনীয়া তথা ব্যতিক্ৰমী উপস্হাপন…গান বোৰ ধুনীয়া বাচনী কৰিছে..তাতে আৰু শংকৰ দাৰ কণ্ঠ ❤
ধন্যবাদ অনুপম বিতুপন চেনেলটোক , আমাক ঘৰত বহিয়ে ইমান ধুনীয়া বিহু চোৱা সুযোগ কৰি দিয়া বাবে।
সুন্দৰ অতি সুন্দৰ,, বিহু হুচৰি চাই আছোঁ আৰু পৰিৱেশন চাইও আছোঁ চাই ভাল লাগিল,, বিহু গীতটো ও শুনি খুবেই ভাল পালোঁ,, উজনি ৰ বিহু শুনিলে শুনি থাকিবলৈ মন যায় সকলোৰে,, চৰাইদেউ বিহু বুলিলে কোনোৱেই থাকিব নোৱাৰে নামো আছে আৰু ইয়াৰ পদ্শনো সুন্দৰ হয়, ভৱিষ্যতে ও সাংস্কৃতিক জগতত সুন্দৰ হওক, উজল্ হৈ ৰওক এই মানসেৰে ই চাই আছোঁ মৰানহাট শান্তি পুৰৰ পৰা, চাই মই ৰবই নোৱাৰিলোঁ চৰাইদেউৰ,, কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে আপোনালোক কুশলে ৰাখক এই মানসেৰে ই,
সুন্দৰ বহুত বহুত ভাল লাগিল
এনে ধৰণৰ বিহু আপুনাৰ cenelot
পাই থাকিম বুলি আখা থাকিল অনুপম বিতুপন দাদা
চৰাইদেউ বাসিন্দা হিচাবে আমাৰ গৌৰৱ চৰাইদেউ বিহু হুচৰি দল টি। চৰাইদেউ হুচৰিৰ দলৰ বিহু নাম সমূহ আন বিহু দল তকৈ সুকীয়া। শুনি বহুত ভাল লাগে। শুভেচ্ছা থাকিল বিহু দলটি লৈ।
চৰাইদেউ আমাৰ আৱেগ আমাৰ অহংকাৰ আমাৰ স্বভিমান❤❤❤
❤❤
Good evening bohut thanks shukriya Bihua vaiti vanti hotloi anekoi Assamar rangali bihutic jiai rakha dhanya bawad ,,🌼🌼🌼🌼🌺🌺🌺🙏🙏🙏🌺🌺🌺🌼🌼🌼🌼
ইমান সুন্দৰ... Rupam da apunak 2014 pora ake dekhi asu val lgise... সু স্বাস্থ্যৰ কামনা কৰিলোঁ।
Love 4rm Tengakhat
বিহু পকিছে..। বিহুনাম কেইটি খুবেই ধুনীয়া। দলটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
ইমান সুন্দৰ।দলটোৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো
এই জাতি জীয়াই থাকক, এই বিহু জীয়াই থাকক। অনেক অভিনন্দন ❤। প্ৰথম পুৰষ্কাৰৰ বাবে সঠিক নিৰ্বাচন।
প্ৰিয় দ'ল চৰাইদেউ সমন্বয় ❤️❤
সুন্দৰ হৈছে বিহু দলটো। আধুনিক নহয় বেলেগ বিহুৰ দৰে বেলেগ বিহু দল বোৰ আধুনিক কৰি পেলাইছে বিহু হলে এনেকুৱা হব লাগে।
বিহু কৰা মানুহ খিনিও ভাল লাগিছে নাচনী ওলাই আহা চাপৰ টো সুন্দৰ হৈছে লগতে লগতে বিহু দলটো পৰি যোৱা নাই গান সুন্দৰ গাইছে।❤️🩹
1st huwar Babe Jugyo Vll lagil Husori jura Sai nambur dhuniya gaise .... Love from Sivasagar namti.... ❤
সুন্দৰ সদায় জীয়াই থাকক বাপুতি সাশুনবোৰ।❤❤
Best bihu team in 2024❤❤❤❤
বিহু মানেই উজনি অসম❤❤❤
বৰ সুন্দৰ হৈছে 👏😍❤️ আনতকৈ কিছু পৃথক ✨
চৰাইদেউৰ বিহু,, নাচাইনো কেনেকৈ থাকো ঘৰতে বহি,, গাই যাওক চোন বিশেষ গুৰুত্ব দি গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ শুৱলা হৈছে তোমালোকক চাই মোৰ মনটো শাঁত পৰি গল নাচনীৰ গীত টো শুনিবলৈ পাই মনতে খুব ভাল পালোঁ, সুন্দৰ নাচ পৰিৱেশন চাইও ভাল লাগিল তোমালোকৰ বাবে,, বিহু টো চাই আৰু সুমধুৰ হৈছে ভৱিষ্যতে ও এনে ধৰণৰ বিহু পৰিৱেশন চাবলৈ আশা কৰিলোঁ, ভগৱানে আপোনালোক কুশলে ৰাখক আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক এই মানসেৰে ই ধন্যবাদ জ্ঞাপন কৰিলো,,,
🙏🙏
Bohut dhuniya huchari dal Bihu chai hosai abibhuta holu.
Sivasagar Bakhi aajon Aahom lora hisapa Gourob korisu nam bur huni.....❤
hoi ❤️❤️ thik koise
Proud for Charaideo husori.... East or west Charaideo husori is all so best ❤❤
চাই হেপাঁহ নপলোৱা , নিভাঁজ ❤বেলেগতকৈ পৃথক আধুনিক প্রভাব পৰিব নিদিয়া হুঁচৰিযোৰাই হৈছে চৰাইদেউ সমন্বয় ❤
Bohut val lage sa❤❤❤❤
বহুত ভাল লাগিল❤❤ সকলোৰে সুন্দৰ হৈছে আৰু সকলোতকৈ ব্যতিক্ৰম। প্ৰতিযোগিতা চাই থকা নিচিনা লগাই নাই, ইমান স্বতঃস্ফূৰ্ত ভাবে উপস্থাপন কৰিছে । আৰু ভাল হওক আপোনালোকৰ।
Thankyou @Anupom Bitupon moja moja Bihu dekhuar babe
Bahut val hoise..no words to say...great Jai aai Axom
Obviously val hoise ❤❤❤
Best of luck for the Charaideo Husari Bihu team...............From silasaku District...... Charaideo
বহুত বহুত শুভেচ্ছা জনালোঁ
aamar moromor Charaideo husori otekoi huwone... Biplob Da aase sene puwa ne pepa bojai ❤❤
দলটোলৈ শুভেচ্ছা জনালো। সকলোৱে ইমান স্ফূৰ্তিমনে গাইছে, নাচিছে দেখি ভাল লাগি গৈছে ❤❤❤❤
1rst position pabo logia team ❤️👍....Great calculation 👍
Happy for team Charaideo Homonnoy Team ❤ ....Bihu kintu tammam marile ...🔥🔥🔥🔥
Dhuniya lgile sai , charaideo amr aabeg
Eman duniwa khont dada jonor bohut vll lagila❤🥰🥰🥰🥰🥰
চৰাইদেউ বিহু মানে আমাৰ আবেগ ❤😢
Hundor performance....bht unique hoise kin2 val lgil
Amar charaideo gorov❤❤❤❤
চাৰাইদেইক লৈ আমি গৌৰৱাম্বিত। এই যাত্ৰা অবিৰত হৈ ৰওক। সকলোলৈ অভিনন্দন থাকিল।
Xundor hoixa❤
বিহু বৰ সুন্দৰ হৈছে দেই বিহু বিহু লাগিছে ঐ ককাই হত 💞🥰🤗👌👍
অভিনন্দন জনালো দলটিলৈ।
Sai Bohut Vl Lagil ❤
আমাৰ চৰাইদেউৰ গৌৰৱ❤
Aaaaaa mozaaaa
Aiber choraidew teame bihu monso fali dise ❤❤
বহুত ধুনীয়া হৈছে ৷বেলেগতকৈ পৃথক ৷
সকলো ফালৰপৰা ওপৰত দেই দলটি ❤
Parfect teem,,,❤❤
সুন্দৰ অতি সুন্দৰ আৰু শুনিও ভাল লাগিল,,
❤beleg husori jiman dol salu tat koi bohut beleg deserve kore 1st prize
অসমৰ শ্ৰেষ্ঠ বিহু হুঁচৰি দল❤
আমাৰ গৌৰৱ ❤
মই কেইবাবাৰো চালো চাই হেঁপাহ নপলায়
Great👌
Bohut dhunia lagise bohut Miss korisu saboloi pua nai
বৰ সুন্দৰ হৈছে
Charaideo amar abeg mjaaaaaah
Bohut bhal lagil ❤
Wawww bohut dhunia lgil
Bhut Val lagisa
Best performance
Bht hundr chharaideo
সুন্দৰ
চৰাইদেউ আমাৰ আৱেগ ❤❤
দলটোৰ নাচ মনিছোঁ ❤
হুঁচৰি জোৰা নামবোৰ বৰ সুন্দৰ ❤
এনে প্ৰথম নহয় প্ৰতিভা সুন্দৰ ❤