ভাগৱত পাঠ ও ব্যাখ্যা | ব্যাখ্যাকাৰ- প্ৰাণজিৎ গগৈ বাপ | Bhagwat Bakhya | Pranjit Gogoi | তেজপুৰ

Поделиться
HTML-код
  • Опубликовано: 16 июн 2024
  • ভাগৱত পাঠ ও ব্যাখ্যা | ব্যাখ্যাকাৰ- প্ৰাণজিৎ গগৈ বাপ | Bhagwat Bakhya | Pranjit Gogoi | তেজপুৰ
    ব্যাখ্যাকাৰ-
    * প্ৰাণজিৎ গগৈ (শিৱসাগৰ)
    * অম্বুবাচী দিনত নামঘৰৰ দুৱাৰ বন্ধ হ'ব লাগে নে নালাগে...?
    * ভাগৱতে কি সিদ্ধান্ত দিছে...?
    স্থানঃ ছাগলী চুবুৰী বণিয়া নামঘৰ, বিহগুৰি, তেজপুৰ, অসম
    #ভাগৱতপাঠ #pranjit_gogoi #assamese
    Disclaimer:
    Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpose such a as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statues that might otherwise be infringing. Non- Profit, educational or personal use tips the balance in favor of FAIR USE.
    Thanks for watching 🙏🏻❤️

Комментарии • 165

  • @gautamdas5705
    @gautamdas5705 Месяц назад +11

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল সেৱা জনালোঁ ৰাম নাৰায়ণ ৰাম নাৰায়ণ ৰাম নাৰায়ণ ৰাম 🙏🙏🙏🙏 শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад +2

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏

  • @user-yi2dy6wj6i
    @user-yi2dy6wj6i 28 дней назад +1

    হে নাৰায়ন প্ৰভু 🪔🙏 আজি ভাগৱত ব্যাখ্যাই মুৰ মনতু বহুত বহুত ‌‌ভাল লগালে বিভিন্ন ধৰনৰ কঠা শিকিবলৈ পাই নথয় আন্দদ পালু শ্ৰী শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ ৰাম ৰাম ৰাম 🪔🪔🪔🪔🪔🪔🪔🪔🪔🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @redcherrysproduction5426
    @redcherrysproduction5426 Месяц назад +3

    নিশ্চয় কৈ মন্দিৰ বা নামঘৰত এই অম্বুবাচী চলি থকা কেইদিন মানুহ প্ৰৱেশ কৰা অনুচিত । কাৰণ মানুহ বিলাক এই কেইদিন অসুচী হৈ থাকে । এইটো এটা পৰম্পৰা । আৰু ই এক বিশ্বাসৰ কথা ।যি দৰে আমি শ্ৰী কৃষ্ণৰ প্ৰতি আস্থা ৰাখি ভজনা বা ভক্তি কৰোহক । আমি কৃষ্ণ প্ৰভুক দেখা নাপাও , তথাপিও কিন্তু আমি শাস্ত্ৰৰ মাধ্যমত আৰু বিশ্বাসৰ বাবে প্ৰভুৰ প্ৰতি আস্থা ভক্তি ৰাখোহক , সেই বাবেই এই অম্বুবাচী কেইদিনতো সেই বিশ্বাস আৰু ভক্তিৰ বাবেই নামঘৰত আৰু মন্দিৰত সোমাব নালাগে ।এই বিলাক পৰম্পৰা ঐতিহ্য কৃষ্টি সংস্কৃতি আদি বোৰ এতিয়াৰ নহয় হাজাৰ বছৰৰ পুৰণি ভক্তি, বিশ্বাসৰ পৰম্পৰা । লগতে এই বিলাক হৈছে আমাৰ অসমীয়া জাতিৰ এৰাব নোৱাৰা অংগ আৰু সম্পদ । কোনো নতুন ধৰ্মীয় সংগঠনে এই জাতিৰ গৌৰৱ আৰু সম্পদ বিলাক ধ্বংস কৰিব নোৱাৰে । কাৰণ ধৰ্মীয় সংস্কৃতি জাতীয় সংস্কৃতিৰ অন্তৰ্গত । ধন্যবাদ ।ৰাজু দত্ত । দেৰগাঁও ।

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏♥️🙏

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 5 дней назад +1

    Krishana🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @gitimonibordoloi5108
    @gitimonibordoloi5108 Месяц назад +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад +1

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏

  • @pallabikagohain5720
    @pallabikagohain5720 Месяц назад +5

    সৰ্ব ক্ষনে ভকত বৈষ্ণৱ হবৰ কথা চিন্তা কৰা ভগবন্ত প্ৰভু কৃষ্ণৰ শ্ৰী চৰনে প্ৰণাম কৃষ্ণ কৃষ্ণ

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад +2

      কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ আই ♥️🙏

  • @monisaikia769
    @monisaikia769 Месяц назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @kabitakk5245
    @kabitakk5245 Месяц назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏
    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏
    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏
    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏
    সুন্দৰ বাখ্যা প্রভু🙏🙏 আপোনাৰ চৰণত সেৱা জনাইছো প্রভু🙏🙏

  • @bhaskarhazarika4429
    @bhaskarhazarika4429 Месяц назад +6

    কৃষ্ণ কৃষ্ণ

  • @HareshDowarah
    @HareshDowarah Месяц назад +2

    Krishna, krishna, krishna Prabhu apunar saron kamalot hewa nibedisu, krishna. ❤❤❤

  • @poragboruah4156
    @poragboruah4156 Месяц назад +4

    🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏

  • @user-cl9jk3fi5q
    @user-cl9jk3fi5q Месяц назад +2

    কৃষ্ণ , জয় জগত গুৰু শঙ্কৰদেৱ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ । বাপ সমস্ত সেৱা নিবেদন কৰিলো ।কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ।❤

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t Месяц назад +4

    পুৰুষ প্ৰকৃতি দুয়ো নিয়ন্ত্ৰা মাধৱ সমস্তৰে হৰি পৰম বান্ধৱ। অথাৎ ব্ৰহ্ম বা আত্মা আৰু জগত। অনন্ত কোটি ব্ৰহ্মাণ্ডত এই দুটা বস্তু হে আছে। ব্ৰহ্ম সত্য জগৎ মিথ্যা। ব্ৰহ্মৰেই পৰা দুইধৰণৰ প্ৰকৃতিৰ উৎপত্তি হৈছে। এক পুৰুষ আৰু প্ৰকৃতি দুই। যাক পৰা (উওম) আৰু অপৰা (নৰম)‌ পৰা হ'ল চেতনা বা জীৱ বা জীৱাত্মা বা আত্মা একেই। অপৰাধ পঞ্চ মহাভূতৰ ২৪তত্ত্বৰ মিশ্ৰিত দেহ বা ক্ষেত্ৰ বা জগত। জগত মিথ্যা মানে বিনাশ শীল ই
    প্ৰকূতিৰ মায়াৰ ভ্ৰম। প্ৰকূতি আকৌ ব্ৰহ্মৰ পৰাই উদ্ভৱ হোৱা অপৰা প্ৰকৃতি। কিন্তু বিনাশ শীল। চেতনা বা পৰা প্ৰকৃতিৰ উৎপত্তি ও ব্ৰহ্মৰেই প্ৰতিবিম্ব মাএ। ব্ৰহ্মৰ স্বৰূপ হ'ল সত্য আৰু অচল অজনমা অমৰন অভগন অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় অভেদ্য চিৰন্তন অদাহ্য অদ্ৰৱনীয় অসীম অনাদি অনন্ত কল্পনাতীত কালৰ অতীত চৈতন্য সনাতন নিৰাকাৰ নিবিকাৰ নিগূন নিষ্কাম অকত্তা অকম্মা অদূশ্য সবব্যাপী সববূহৎ ইত্যাদি ব্ৰহ্ম ভগৱানৰ ওপৰত। গতিকে বেদান্ত পুৰাণ ভাগৱত গীতা উপনিষদ মহাকাব্য ৰামায়ণ মহাভাৰত আদি ধৰ্মগ্ৰন্থ সমূহত জ্ঞান বিজ্ঞান তত্ত্ব ৰহস্য আৰু জগতৰ সৰ্বকালৰ সুমঙ্গলৰ বাবে মানৱ কল্যাণৰ হকে চিন্তা চৰ্চা চেতনা আৰু আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান আদি আছে। ৰচক সকল সত্য শাস্ত্ৰ সমূহৰ দৰ্শন আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত । ভাৰতীয় দৰ্শন সমূহ ৰচনা হৈছে মানুহৰ আত্মাবোধ মানৱীয় প্ৰমূল্যবোধ শ্ৰদ্ধা নিবেদন প্ৰেম বিশ্বাস আগ্ৰহ নিগূন নিষ্কাম ৰসময়ী ভাৱনাৰে পৰিপুষ্ট হৈ আত্মা জ্ঞানী হৈ জন্ম মৃত্যু বন্ধনৰ পৰা মুক্ত হ'ব পাৰি যাতে। তাকে হ'বলৈ সৎ আৰু সদাচাৰী জীৱনৰ পাতনি মেলিব লাগিব।মন আৰু হ্নদয়ৰৰ পৰা বিসৰ্জন দিবলৈ অভ্যাস কৰিব লাগিব কামনা বাসনা আশা আকাংক্ষা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰাজসিক তামসিক গুণ অহ্ঙকাৰ পাপীস্থ নিকৃষ্ট শোষণ নিস্পেষন অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ কূটনীতি সামাজিক বৈষম্যতা ইন্দ্ৰিয় আসক্তিৰ ক্ষুধা আৰু অমানুষিক কাৰ্যকলাপ ত্যাগ কৰা ইত্যাদি। শাস্ত্ৰ জ্ঞান সৎ সংগ সৎ গুৰুৰ চৰণত শৰণ ভকত বৈষ্ণৱক ব্ৰহ্ম জ্ঞান। উৰণ বুৰন গজন ভ্ৰমণ চাৰি মুঠি জীৱ ক বা আত্মাক সমভাব সমজ্ঞান সম চিন্তা কৰিব লাগিব। জীৱ শ্ৰেষ্ঠ মানৱৰ ওপৰত নিৰ্ভৰ শীল সকলো জীৱ আৰু প্ৰকূতি। গতিকে ব্ৰহ্ম জ্ঞান সকলো বাবে থাকিব লাগিব। জাতি ধৰ্ম বৰ্ণ লিঙ্গৰ ভেদ নকৰাকৈ সকলো কেই জীৱ বা আত্মা জ্ঞান কৰিব লাগিব। অন্য কথা নাই আত্ম উপলব্ধি আৰু আত্ম বোধ মন বুদ্ধি চিত বিবেক ঠিক কৰিলে অহ্ঙকাৰ শূন্য হ'লে চেতনা পৱিত্ৰ হ'লে অজ্ঞানতা কলুষিতা দূৰ হ'লে ভকত বৈষ্ণৱক সেৱা প্ৰেম বিশ্বাস কৰিলে সৎ আৰু সদাচাৰী জীৱনৰ অগ্ৰগতি লাভ কৰিব পাৰি। ব্ৰহ্মক জানিলে সকলো জনা হয় আৰু শেষত আনন্দময় ব্ৰহ্ম হৈ সচিদানন্দ হৈ ব্ৰহ্মতেই বিলিন হ'ব পাৰে। প্ৰদীপ গগৈ । গহপুৰ ডুবিয়া।

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 Месяц назад +1

    Krishna Krishna Krishna kripamoy, prabhudev tumar soronot sewa aru pronam nibedisu, aporadh khama koriba.

  • @nripendeka9800
    @nripendeka9800 Месяц назад +2

    krishnsa sunddar explain 🌹🙏

  • @madhavnellassamesewould2179
    @madhavnellassamesewould2179 Месяц назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আইসকল আপোনা সব ক সেৱা নিবেদিলো কৃষ্ণ (তিনিচুকীয়া জিলাৰ বৰডুমছা মাধৱপূৰ ) অনা সংগী হয় ।।

  • @DebrajGogoi
    @DebrajGogoi Месяц назад +3

    কৃষ্ণ

  • @dipalidutta6735
    @dipalidutta6735 Месяц назад +1

    Jay Shree Krishna,Maha Prabhu,

  • @user-to3rv9yi5t
    @user-to3rv9yi5t Месяц назад +2

    Krishna Krishna namaste 🙏 ♥️

  • @AnitaMaut
    @AnitaMaut Месяц назад +1

    Krishno bap apunar kukhal kamona korilu

  • @kukisarmah.1680
    @kukisarmah.1680 Месяц назад +1

    গগৈ বাপ আপোনি বামুনিয়া মানুহ খিনিক হহাৰ বাদে আন কাম নাই নেকি

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Месяц назад +2

    Krishna krishna krishna baap shway nebadulu krishna saklu aie baapoli shwa nebadulu krishna

  • @rekhagogoi322
    @rekhagogoi322 Месяц назад +2

    Krishna Krishna Krishna 🙏🙏🙏.

  • @hariprasadmedhi4165
    @hariprasadmedhi4165 Месяц назад +1

    Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Krishna Krishna Krishna Krishna hare murari .

  • @jutihazarika7718
    @jutihazarika7718 Месяц назад +3

    জয় মা কামাখ্যা 🙏🙏🙏

  • @anitamedhi1108
    @anitamedhi1108 Месяц назад +2

    Kresna.kresna.🙏🙏🙏🙏🙏🙏

  • @user-zv2tq5nd7x
    @user-zv2tq5nd7x Месяц назад +1

    Hare Krishna hare rama , rama rama radhe radhe ❤😮

  • @hemlatanath8137
    @hemlatanath8137 Месяц назад +2

    জয় গুৰু শঙ্কৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤

  • @nathabinash666
    @nathabinash666 Месяц назад +2

    🙏🙏🙏

  • @prafullpayeng-ud4zp
    @prafullpayeng-ud4zp Месяц назад +2

    হৰি কৃষ্ণ ৰাম ৰাম

  • @user-nw9so6mo8q
    @user-nw9so6mo8q Месяц назад +2

    কৃষ্ণ কৃষ্ণ 🌳🪔🪔🪔🪔❤🌹🌹🙏🙏🙏🙏

  • @munmigogoi2377
    @munmigogoi2377 Месяц назад +1

    Krishna provu ❤❤❤

  • @dipisaikia287
    @dipisaikia287 Месяц назад +2

    কৃষ্ণ হৰি ৰাম

  • @redcherrysproduction5426
    @redcherrysproduction5426 Месяц назад +2

    আৰু এটা কথা কৈছো, যি ব্যক্তিয়ে আনৰ খোৱা পাতলৈ চকু মাৰে , সেই ব্যক্তিয়েই আনৰ ধৰ্মলৈ চকু দি বদনাম ৰতি থাকে । নিজৰ ধৰ্মটো শুদ্ধ ভাৱে পালিব পাৰিছেনে নাই সেইটোহে গুৰুত্বপূৰ্ণ । নিগম শাস্ত্ৰৰ চৰ্চা কৰি নিগমৰ নিগুড় তত্ব অনুধাৱন কৰিব পাৰিছেনে বাৰু ? আৰু সেই মতে কেৱল সাত্বিক ভাৱ লৈ চলিব পাৰিছেনে বাৰু?

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏♥️

  • @mirabaruah117
    @mirabaruah117 Месяц назад +1

    Krishna Krishna Krishna Sundar explain Bap

  • @ramcharandeka9143
    @ramcharandeka9143 Месяц назад +2

    Krishna

  • @putumonidas5615
    @putumonidas5615 Месяц назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @Ritamanimedhi
    @Ritamanimedhi Месяц назад +2

    Krishna Krishna Krishna

  • @akanibora8050
    @akanibora8050 Месяц назад +1

    🙏🙏🙏🙏

  • @rameshbaishya433
    @rameshbaishya433 Месяц назад +2

    Krishna Krishna

  • @girishbaishya1176
    @girishbaishya1176 Месяц назад +2

    Joy Krishna.🎉❤

  • @rinjumonisaikia6527
    @rinjumonisaikia6527 Месяц назад +5

    Krishna ❤❤❤

  • @parbotitamuli1878
    @parbotitamuli1878 Месяц назад +2

    Krishna🙏🙏🙏

  • @akankumar9575
    @akankumar9575 Месяц назад +2

    নতুন পৰম পৰা আহী আছে নেকি চাবাচোন মই এই পৰম পৰা লম মানুহক বিভাজন কৰা দেখা পোৱা গৈছে আপোনাক পূজা চাৰি ডামত হয়

  • @kandarpadeka4784
    @kandarpadeka4784 Месяц назад +1

    Krishna Krishna Krishna ❤🎉

  • @RekhaHazarika-um2yt
    @RekhaHazarika-um2yt Месяц назад +1

    Bohut hunder kipa kork probhu. Krisna krisna.

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏🙏♥️

  • @user-it2qo5zz8m
    @user-it2qo5zz8m Месяц назад +1

    শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ নম ,🙏🙏🙏🙏🙏

  • @paramananda5403
    @paramananda5403 Месяц назад +1

    কৃষ্ণ🙏🙏🙏

  • @LabanyaDevi-te5qz
    @LabanyaDevi-te5qz Месяц назад +1

    🙏🙏 অম্বুবাচী ত নামঘৰৰ দুৱাৰ বন্ধ হবনে নহয় ক'লে ভাল হয়।

  • @ArunBhuyan-hu7en
    @ArunBhuyan-hu7en Месяц назад +3

    Moi.kana.opradhe.hayarbonseta.hekarona.bedhatai.sojela.amakok.🪔🪔🪔🙏🙏🙏🕉️🕉️🕉️🕉️🛐🛐🛐🛐

  • @urmilabordoloi5725
    @urmilabordoloi5725 Месяц назад +1

    কৃষ্ণ 🙏

  • @binapanidas6368
    @binapanidas6368 Месяц назад +1

    কৃষ্ণ কৃষ্ণ প্ৰভূ বৰ ভাল লাগিল ৷

  • @sashibaruah8868
    @sashibaruah8868 Месяц назад +1

    ❤❤❤❤

  • @gitimonibordoloi5108
    @gitimonibordoloi5108 Месяц назад +1

    🙏🙏🙏🙏🙏

  • @ArunBhuyan-hu7en
    @ArunBhuyan-hu7en Месяц назад +1

    Krishna..Krishna.provu.mur.🕉️🕉️🕉️🛐🛐🛐🪔🪔🪔🙏🙏🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏🙏♥️

  • @Narendrasaikia556
    @Narendrasaikia556 Месяц назад +2

    Ramkrisnagovind

  • @user-se6wt6mz7o
    @user-se6wt6mz7o Месяц назад +1

    Krishna baap

  • @jintidas6948
    @jintidas6948 Месяц назад +1

    কৃষ্ণ বাপ।

  • @babitahazarika6300
    @babitahazarika6300 Месяц назад +1

    Krishna Baap jona, Sivasagar Nagar প্ৰাথমিক ৰ পৰা আমি প্ৰভু জনা,🙏 কৃষ্ণ

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏♥️

  • @binitagogoibinitagogoi469
    @binitagogoibinitagogoi469 Месяц назад +1

    কৃষ্ণ কৃষ্ণ সেৱা জনাইছো ।নিজ গৃহত সাত খলপা স্থাপন কৰিৱ পাৰি নেকি? জনাবচোন

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад

      কৃষ্ণ কৃষ্ণ ♥️🙏 সাত খলপীয়া সিংহাসনত ১৪ প্ৰসঙ্গ হ'লে বেছি ভাল কৃষ্ণ কৃষ্ণ

  • @nitumonigogoi7220
    @nitumonigogoi7220 Месяц назад +1

    🪔🪔🪔🪔🪔🪔🪔🍎🍎🍎🍎🍎🙏🙏🙏🙏🙏🙏

  • @lakhikantarajbongshi
    @lakhikantarajbongshi Месяц назад +1

    কৃষ্ণ বাপ সেৱা জনাইছো

    • @lakhikantarajbongshi
      @lakhikantarajbongshi Месяц назад +2

      কৃষ্ণ সমষ্ট বাপ আই ভকত বৈষ্ণৱ বন্ধু-বান্ধৱ সকলোকে শ্ৰীচৰণত সেৱা জনাইছো কৃষ্ণ

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад +1

      কৃষ্ণ কৃষ্ণ ♥️🙏

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад +1

      কৃষ্ণ কৃষ্ণ ♥️🙏

  • @ArunBhuyan-hu7en
    @ArunBhuyan-hu7en Месяц назад +1

    Hai.bupjuna.apunak.nomskur.🙏🙏🙏🙏ha.amar.

  • @pradiptalukdar7798
    @pradiptalukdar7798 Месяц назад +1

    বাপ আমি জনাত কৃষ্ণ যত থাকে সেয়েই বৈকুণ্ঠ ৷ তেনে উদ্বৱৰ পৰা বিদায় লোৱা কৃষ্ণই ক' ত যাবগৈ ? কত আৰু এখন বৈকুণ্ঠ বিচাৰি পাব ৷ জনাবলৈ কৃপা কৰিব ৷

  • @user-rj1to9yl1s
    @user-rj1to9yl1s Месяц назад +1

    কৃষ্ণ ভাদ সঙকান্তি বুলি প্ৰসাদ এমুঠি কৃষ্ণৰ চৰণত আগবঢ়াব পাৰি নিশ্চয় ?

  • @MitaliBora-ow1yi
    @MitaliBora-ow1yi Месяц назад +2

    Krishna❤❤❤

  • @KeshabPhukon-nj2du
    @KeshabPhukon-nj2du Месяц назад +1

    😂krishna krishna bap

    • @kalindeebhomora6395
      @kalindeebhomora6395  Месяц назад

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ♥️🙏♥️🙏

  • @tankeswarkalita4335
    @tankeswarkalita4335 Месяц назад +1

    Kam nai ear

  • @dilipsarma6766
    @dilipsarma6766 Месяц назад +1

    সমাজ ত বিভেদ অনা ভিডিও বন্ধ কৰক। চাৰিসত্ৰৰ এজন সত্ৰাধিকাৰ ৰ লগত আলোচনা কৰি চাব

  • @user-yi2dy6wj6i
    @user-yi2dy6wj6i 28 дней назад +1

    হে নাৰায়ন প্ৰভু 🪔🙏 আজি ভাগৱত ব্যাখ্যাই মুৰ মনতু বহুত বহুত ‌‌ভাল লগালে বিভিন্ন ধৰনৰ কঠা শিকিবলৈ পাই নথয় আন্দদ পালু শ্ৰী শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ শ্ৰী কৃষ্ণ ৰাম ৰাম ৰাম 🪔🪔🪔🪔🪔🪔🪔🪔🪔🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @manashjyotiborah6895
    @manashjyotiborah6895 Месяц назад +2

    কৃষ্ণ

  • @prodipkhanikar8952
    @prodipkhanikar8952 Месяц назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @junubora6136
    @junubora6136 Месяц назад +1

    🙏🙏🙏

  • @JayasreeSaikia
    @JayasreeSaikia Месяц назад +1

    Krishna

  • @putulsaharia2459
    @putulsaharia2459 Месяц назад +1

    🙏🙏🙏🙏

  • @AjaydasAjay-pg3jw
    @AjaydasAjay-pg3jw Месяц назад +1

    Krishna Krishna

  • @pallabikagohain5720
    @pallabikagohain5720 Месяц назад +20

    কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🌹🙏🙏🙏🙏

    • @kalpananath3093
      @kalpananath3093 Месяц назад +6

      Krishna krishna bap 🙏🙏

    • @pallabikagohain5720
      @pallabikagohain5720 Месяц назад +3

      @@kalpananath3093 কৃষ্ণ কৃষ্ণ আই সেৱা জনালোঁ কৃষ্ণ

    • @user-pr2fs4qy8f
      @user-pr2fs4qy8f Месяц назад

      Wq​@@pallabikagohain5720

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq Месяц назад +2

    কৃষ্ণ

  • @pratibhapathak556
    @pratibhapathak556 Месяц назад +2

    Krishna