I met him during his struggle period. We used to be under one landlord in the same campus in Milanpur. Saw him living in a small room and now seeing him reach this stage is so amazing and inspiring. A very very very humble guy.
Nitu dar jitu manokhikota onubhob kori val lage moi bohut follow koru aru tekhet bor shrestho manuh khosakoi manuh khohoz khorol aru ataitkoi kothin hobo lage....
মোৰ প্ৰিয় ব্যক্তিৰ ভিতৰৰ এজন নিতুমনি শইকীয়া ৷ তেখেতৰ বিষয়ে বহুকথা গমপালো ৷ ভাল লাগিল
বৰ ভাল লাগিছে। জয় ❤️ নিতুমনি ❤️ দাৰ জয় ✊ জয় আই অসম ✊
Val lagil.nitumoni da amar adarkha
নিতুমণি দাৰ সোনালী অতিতবোৰ জানি বহুত ভাল লাগিল। নৱ-প্ৰজন্মৰ প্ৰেৰণা হওক নিতুমণি দা।
Mor favorite news anchor... Nitumoni sir
সাক্ষাৎকাৰটো ভাল লাগিল। এইখিনিতে এটা কথা, নিতুমণি শইকীয়া ডাঙৰীয়াই এঠাইত উল্লেখ কৰিছে যে আমাৰ সকলোৰে অতিকৈ শ্ৰদ্ধাৰ ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰ হেনো গুৱাহাটী বিশ্ববিদ্যালয়ৰ ''আলোচনী সম্পাদক' আছিল। নিতুমণি শইকীয়া ডাঙৰীয়াদেৱে কোৱা মতে যেতিয়া তেখেত আলোচনী সম্পাদক আছিল তেতিয়া তেখেতে শ্ৰদ্ধাৰ ডঃ ভবেন্দ্ৰ নাথ শইকীয়াদেৱক লগ কৰিবলৈ যাওঁতে হেনো ছাৰে হেনো তেখেতক জনাইছিল যে - যোৱা বিশ বছৰে কোনো সম্পাদকে ছাৰক লগ ধৰিব অহা নাই আৰু ছাৰ হেনো গুৱাহাটী বিশ্ববিদ্যালয়ৰ আলোচনী সম্পাদক আছিল। মই জনাত শইকীয়া ছাৰে কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু কলকতা বিশ্ববিদ্যালয়ৰ প্ৰেচিদেঞ্চী কলেজৰ পৰা স্নাতোকত্তৰ ডিগ্ৰী লাভ কৰিছিল তথা লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰিছিল। ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা হে কৰিছিল, আনুষ্ঠানিক শিক্ষা লোৱা নাছিল।
মোৰ প্ৰিয় সাংবাদিক নিতুমনি শইকীয়া
পুৱাৰ ভাগতে এজন ভাল মানুহৰ সাকাৎকাৰে মানসিকভাবে বহুত শক্তি পালো । নিতুমণি ছাৰ সদায় আমাৰ আদৰ্শ ,প্ৰেৰণা ।
নিতুমণি শইকীয়া চাৰ আমাৰ আজিৰ প্ৰজন্মৰ এগৰাকী ভাল পথ প্ৰদৰ্শক ।তেখেতৰ যুক্তি সংগত কথাবোৰ সচাঁকৈ মনত বহু উৎসাহ আৰু প্ৰেৰণা যোগায়।তেখেতৰ সুস্বাস্থ্য ও দীঘাযু কামনা কৰিলোঁ ।ভগৱানে তেখেতৰ মংগল কৰক।
I met him during his struggle period. We used to be under one landlord in the same campus in Milanpur. Saw him living in a small room and now seeing him reach this stage is so amazing and inspiring. A very very very humble guy.
Nitumoni saikia 🥰🥰🥰
One of Assam's most respected journalist..you remind us of late Parag Das
সুপ্ৰভাত,,,,,,আপোনাৰ প্ৰটিতো নিউজ মই চাওঁ,,,ভাল লাগে আপোনাৰ প্ৰতিভা খিনি,,,, আপোনাৰ প্ৰটিতো আদশই আমাৰ প্ৰেৰণা যোগায়,,,,আপোনি জীৱনত আগুৱাই যোৱা কামনা কৰিলোঁ,,,,আপোনি স্পষ্টবাদী বাবে মোৰ ভাললাগে আপোনাক ।
Nitumani shikia is a best editor of Protidin Time
লখিমপুৰ গৌৰৱ নিতুমনি দা
My fvrt person....nitumoni da..abar log pabor bhut mon ase lifet... .
Rits time ত আপোনাৰ প্ৰগেমটো চাই ভাল লাগিছে...
ধন্যবাদ
I love Nitumoni da👌👌👌❤❤❤❤❤❤..........
My fvrt...😍😍😍
Nitumoni sirok mur bohut besi val lage 👍👍👍👍👍👍
Rits Time , great initiative. Really an inspiring person Nitumoni Saikia .
Nitumoni da interview Moi bohudinote bisari furisilu.. So aji pai glu...sai Vl lagile... But Mur babe teu Ajon adorkhoniy biyokti
Love you so much nitumoni Daaaaa ❤️❤️❤️ mur প্রিয় মানুহ জন
Inspiring man😍
মোৰ আদৰ্শ ব্যক্তি
তেঁওৰ দৰে সততা,নিষ্ঠা ,সাহসিকতা আৰু নিৰ্ভীকতাৰ লগতে বহুতো গুণৰ অধিকাৰী ব্যক্তি হয়তো সাংবাদিকতাৰ জগতখনত হয়তো খুউব কমহে ওলাব
Nitu moni sir r video bohut val lage aru... Dibo xun video
Nitu moni sir is a real man,,god bless you,n keep it up.....
Nitu moni sir kotha bur huni bohut vl lga...log pabo MN Jai tauk...
নিতুমনি শইকীয়া ছাৰ 🙊🙊💚💚💚💚মোৰ শ্ৰদ্ধাৰ মোৰ আদৰ্শৰ 💚💚
Mr Nitumomi Saikia is a excellent person. He is a Icon. An asset for this Assamese Society. He is a great speaker.
প্রিয় মানুহজন❤️
Nitumoni saikia is a great reporter and human being person.
Wahhh
Nitumoni da
My favourite news anchor
Nitumoni siror hokolu interview si bohut uaprokito hou. Aru anaukuwa manuh homajot bohut prujon.
👍💯
my favourite Nitu da bohot bohot val lage aponar khta bor
Sir r moii big fan
lv u sir
সুন্দৰ
সুন্দৰ।
Nitumani da ❤️❤️
I love you nitu moni dada
Bhut bhut Nitumoni saikia sir vl lge..
মোৰ প্ৰিয় সাংবাদিকজন।
My favourite person, Nitu Moni Saikia
Nitu dar jitu manokhikota onubhob kori val lage moi bohut follow koru aru tekhet bor shrestho manuh khosakoi manuh khohoz khorol aru ataitkoi kothin hobo lage....
Nitumoni da i love you so much
Mur fav. journalist..
my favourate . . .nitumoni da
Apunr interview Tu sai bhut vl lagil
Nitu da ...Axom journalist best journalist
This program is very praiseworthy.
Nitu moni sir ur really great man
Nitu moni sir very good job
মোৰ সকলোতকৈ প্ৰিয় সাংবাদিক নিতুমণি শইকীয়া!!!
Nitumonida ajan perfect journalism
Apuni best sir
Waww my favorite man😍😍😍
My favorite ☺️😚
I like nitumoni saikia ,,,,sir
নিতু মণি দা আপুনি মহান
❤️❤️❤️
জীৱনৰ ভাল লগা মানুহ জন 🤗
Sai Val lagil Subscribe krilu and I love you Nitumoni Sir.
Gym 2 kenekoi khula ase?
মোৰ প্ৰিয় সাংবাদিক নিতুমণি দা
my favorite jurnolist
Great sir
👍👍👍
মোৰ এজন প্ৰিয় ব্যক্তি
Very good nitumonita
Nitumoni saikia mur prerona
মোৰ প্ৰিয় ব্যক্তি জন।। 🙏🙏🙏
LV U NITU DA!!!!!
ময়ো সাংবাদিক কৰিব বিছাৰো কেনেদৰে আগবাঢ়ি যাব লাগিব । মই বাণিজ্য বিভাগৰ ২য় বাৰ্ষিকৰ ছাত্ৰ । জনাবচোন বাইদেউ
হ'ব
@@RitsTime বাইদেউ আপোনাৰ নাম্বাৰটো দিবছোন 🙏🙏🙏🙏🙏 যদি ইয়াত ৰাজহুৱা কৰিব বেয়া পাইছে নাম্বাৰটো মোৰ নাম্বাৰটোকে দিছো আপোনাক call কৰিব 6002701652 plz 🙏🙏🙏
@@mrbapu1862 ফেচবুকৰ পেজত যোগাযোগ ৰক্ষা ৰ ব্যৱস্থা কৰা আছে
@@RitsTime ধন্যবাদ
ভাল লাগিল।
90
Nitumoni da r kotha kua style 2 vl lge
nitu moni best....
Mojjaa dada
প্ৰিয় সাংবাদিক
Mur val loga manuh jan.. nitumoni sir
প্ৰিয় সাংবাদিক গৰাকী
So nice
Lock down t apuni workout kora gym tu kenekoi khula ase?
বহুতজনৰ আদর্শ হয় নিতুমণি দা
Best part starts from 10. 51
Thats a great man
Body strong sir
বহুবল্কী , অতিজ্ঞানী তথা মঙ্গল গ্ৰহৰ প্ৰাণী এই সংবাদ প্ৰতিষ্ঠানৰ কৰ্মচাৰী জন ।
হৈ দিয়া
Vl loga manuh .
Mur priyo biokti jon
অসমীয়া প্ৰতিদিন কাকতখন পৰাগ কুমাৰ দাস আৰু অজিত কুমাৰ ভূঞাঁৰ কাৰনে প্ৰতিষ্ঠাপিত হৈছে৷
Isskool.
Oh my god nitumoni in gym
Eko star nhay hi ...moi tu vdeo tu khulio sua nai
ভাল লাগিল।Subscribe কৰিলোঁ
Nijor gun gan nije guwa guni byokti apunar dekhisu .......krishnaa...
ডাঙৰ মনৰ মানুহ নিতুমনি ছার ।
Lakshmipur gorub nitu Moni da
বাইদেউ সাক্ষাতকাৰটো gym ত নললেও হহলহেতে নেকি ।
Appointment nidiye neki
Atia rajyahova election khelok