আজি সদনত গৌৰৱ গগৈৰ উদাক্ত ভাষণ শুনি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ভয়ত কম্পিত | Assamese News Today

Поделиться
HTML-код
  • Опубликовано: 1 июл 2024
  • আজি সদনত গৌৰৱ গগৈৰ উদাক্ত ভাষণ শুনি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ভয়ত কম্পিত | Assamese News Today
    Assam Media 24 is the highly popular Assamese news channel from northeast Assam . Here you can watch Assamese news, breaking news, politics news, latest news, entertainment news, tech news, auto news, lifestyle news, local news, regional news, district news & more...
    দিনটোৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে চাওঁক Assam Media 24 ।
    প্ৰতিটো মূহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল Assam Media 24 ত ।
    Follow us on Twitter -
    media_assam?t=ub0...
    Facebook - profile.php?...
    Instagram - assam_media_24?...
    Your Search Keyword
    Assamese News Live today
    Assamese Today News
    Assamese breaking news
    Assamese news live
    Assamese live news
    Assamese News
    Assamese all news
    Assamese news breaking
    Assamese news today
    News live Assam today
    News trend Assamese news
    Time8 news today
    #assamesenews #newsliveassam #assamesebreakingnews #assamesenewslivetoday

Комментарии • 794

  • @user-hg4dm4gb3j
    @user-hg4dm4gb3j 11 дней назад +35

    এনে এজন মানুহক সকলোৱে যেন আশীৰ্বাদ কৰে। এনেধৰণৰ মত উত্থাপন কৰিব পৰা ব্যক্তি খুব কম । ভগৱানে আপোনাক সদায় কুশলে ৰাখক। বানপিৰিত লোকসকলৰ কথা, সাধাৰণ জনতাৰ কথা আপুনি সদনত উত্থাপন কৰাৰ বাবে মই খুব আনন্দিত ❤❤❤❤

  • @SofikulAli-yt3du
    @SofikulAli-yt3du 11 дней назад +61

    সেই কাৰণেই টো আমি যোৰহাট বাসীয়ে তেখেতক ভোট দিছিলো । গৌৰৱ গগৈ আমাৰ গৌৰৱ যোৰহাটৰ গৌৰৱ অসমৰ গৌৰৱ ।

  • @jalaluddinahmed9888
    @jalaluddinahmed9888 14 дней назад +177

    অতি সুন্দৰ ভাষন প্ৰদান কৰিলে গৌৰৱ গগৈ ডাঙৰীয়াই। তেখেতলৈ ধন্যবাদ।

  • @jibongogoi6940
    @jibongogoi6940 13 дней назад +49

    গৌৰব গগৈ জিন্দাবাদ
    নৰেন্দ্ৰ মোডী আৰু অমিত shah অসমৰ বানপানী চাবলৈ এতিয়া আঁহক l নিৰ্বাচন ৰ সময়ত সকলোৱে ভোট ৰ আশা কৰি অসম লৈ আহে l

    • @ZarnaranidDas
      @ZarnaranidDas 12 дней назад +1

      ৰাহুল গান্ধী অসমৰ‌ বান‌পানী চাবলৈ কওক

    • @koushikhazarika204
      @koushikhazarika204 10 дней назад +4

      ​@@ZarnaranidDasrahul gandhi pm nhy apuni janene najane

  • @King-dq8bz
    @King-dq8bz 14 дней назад +184

    কি সুন্দৰ হিন্দী ভাষাত ভাষণ দিছে। অসমৰ বাকী এম পি সকলে শুনিব লাগে আৰু শিকিব লাগে।

    • @jalaluddinahmed9888
      @jalaluddinahmed9888 14 дней назад +15

      বাকী সকলে ইমান স্পষ্ট হিন্দী কব পাৰিব জানো।

    • @King-dq8bz
      @King-dq8bz 14 дней назад

      @@jalaluddinahmed9888 মই কি জানো? মই সিহঁতক চাই থাকো নেকি?

    • @champakdeka7523
      @champakdeka7523 13 дней назад

      😂​@@jalaluddinahmed9888

    • @kumudbaruah2001
      @kumudbaruah2001 13 дней назад +7

      গৌৰৱ গগৈয়ে দিল্লী ত জন্ম হৈছিল। স্কুলীয়া শিক্ষা হিন্দি আৰু ইংৰাজীত দিল্লীতে। লগ বন্ধু সকলো হিন্দী বা ইংৰাজী। কেৱল ঘৰত থকা সময়খিনিত হে অসমীয়া। উচ্চ শিক্ষা আমেৰিকাত ইংৰাজীত। গতিকে তেওঁ হিন্দি আৰু ইংৰাজীত পাৰ্গত কিন্তু অসমীয়াত কেচা। অসমৰ অন্য সাংসদ সকল অসমীয়া মাধ্যমৰ শিক্ষা ৰে শিক্ষীত। তেওঁ লোক হিন্দি বা ইংৰাজী কথনত পাকৈত নহয় যদিও চলিত সংসদীয় অধিবেশন দিলীপ শইকীয়া, পবিত্র মাৰ্ঘেৰিটাৰ ভাষণ ভাল হৈছে। ভাষণৰ লগে লগে বিষয় বস্তুৰ জ্ঞান অপৰিহাৰ্য।যিটো বাকি সকলতকৈ গৌৰৱ গগৈৰ অভাব।

    • @carshorts7621
      @carshorts7621 12 дней назад +1

      ​@@kumudbaruah2001এতিয়া অসমীয়াও ঠিক হ'ল ।সৌ তাহানিৰ দৰে ভঙা চিঙা অসমীয়া নকয়।

  • @rirurajgohain7587
    @rirurajgohain7587 9 дней назад +12

    আমাৰ গৌৰৱ, অসমৰ গৌৰৱ , তেখেতৰ মুখত হিন্দী , নে ইংলিছ ,নে অসমীয়া কোনটো ভাষা শুনিবা । শুনিলে শুনি থাকিব মন যায় । ভগৱানে যেন তেখেতক শক্তি দিয়ক আৰু সুস্থ কৰি ৰাখক তাকে কামনা কৰিলোঁ ❤❤❤

  • @DibyajyotiBaruah-lz2mm
    @DibyajyotiBaruah-lz2mm 13 дней назад +52

    যোৰহাট লোকসভা সমষ্টিৰ আগৰ বাৰৰ সাংসদ জনৰ এনেকুৱা ভাষণ শুনিবলৈ পাইছিলো নে ? এটা শব্দও ছাগে কৈ নাপালে ৷ এনেকুৱা এজন সাংসদ যোৰহাট সমষ্টিবাসীৰ বাবে সৌভাগ্য ৷

    • @rjcreation4872
      @rjcreation4872 10 дней назад

      Hora agor haghod jon je birudhi nasel

    • @rjcreation4872
      @rjcreation4872 10 дней назад +2

      সদনত নাটক কৰি লাভ নাই জনসাধাৰণৰ উচৰত আহিব লাগে বিপদৰ সময়ত।

    • @koushikhazarika204
      @koushikhazarika204 10 дней назад

      ​@@rjcreation4872parliament t aibor kotha nakoi tv t bahi koi thakibo lagichil nk ...

    • @nabajitgogoi3792
      @nabajitgogoi3792 9 дней назад

      Hindia জানিলেহে কব

    • @Makshita-yz8ly
      @Makshita-yz8ly 8 дней назад

      Thik kotha koise aapuni. Mukhere to sobe kbo pare

  • @nayankrsaikia7291
    @nayankrsaikia7291 13 дней назад +23

    হেম বৰুৱা ৰ পিছত অসমে এজন দেশভক্ত, জাতি প্ৰেমী প্ৰতিনিধি লাভ কৰিলে

  • @sanjibbora1789
    @sanjibbora1789 14 дней назад +82

    সঁচাকৈ আমাৰ গৌৰৱ ,গৌৰৱ গগৈ জী

  • @bipangogoi207
    @bipangogoi207 14 дней назад +72

    এই অসমৰ অতি মেধা সাংসদজনকেই হৰুৱাব বিছাৰিছিল এটা চামে।লগ লাগিছিল অন্ধ ভক্ত বোৰ।এনে এজনক নিবিচাৰে সেই সকল লোকে যি সকলে নিজৰ বিবেক ক বিক্ৰী কৰি ৰাজনিতী কৰে।

    • @HappyKnittingYarn-wx1pw
      @HappyKnittingYarn-wx1pw 14 дней назад +11

      কৈ লাভ নাই বৰ নিলাজ অ ইহঁত।মোদীৰচৰনত শিৰ থৈহে শান্তি পায়।

    • @kumudbaruah2001
      @kumudbaruah2001 13 дней назад +9

      ছোনিয়া ৰাহুল প্রিয়ঙ্কাৰ পদ লেহন কাৰী হৈ বৰ বৰ ভাষণ দিয়াত কৈ নিৰবে অসমৰ হৈ কাম কৰাটো উত্তম। গৌৰব গগৈ কামৰ মানুহ নহয়। কংগ্রেসত নিজৰ স্থিতি বজায় ৰাখিবলৈ হে বিবোধীক আক্রমনাত্মক ভাষণ দিয়ে।বিজেপিক আক্রমণ কৰাৰ বাদে গৌৰৱ গগৈৰ কোনো গঠন মুলক আলোচনা আজিলৈকে দেখা পোৱা নগল। তাতে দূৰ্নীতি কাৰি, কেলেঙ্কাৰি, সামপ্রদায়িক (মুছলমান)কংগ্রেসী বোৰৰ আনন্দত পাৰ ভাঙি গৈছে। পিছে সকলো মিছা বিজেপিয়েই সচা। জনতাই বিজেপিক জনাদেশ দিছে। চৰকাৰ চলিছে চলি থাকিব। বিজেপি জিন্দাবাদ। ভাৰত মাতা কি জয়। ❤❤❤❤❤

    • @carshorts7621
      @carshorts7621 12 дней назад

      ​@@kumudbaruah2001লাভ কিবা হ'ল জানো?১০০কোটিতকৈও অধিক খৰচ,যোৰহাট লোকসভা সমষ্টিটো নিৰ্বাচনৰ সময়ত দিছপুৰ বনাই দিছিল। তথাপিও গু হাৰণ খালে।আমি জানো কি সঁচা কি মিচা। কংগ্ৰেছ চৰকাৰ অহাটো আমিও বিচৰা নাই। কিন্তু ভাল জনপ্ৰতিনিধি আমাক লাগে যিয়ে আমাৰ সমস্যা দিল্লীৱালাক কব পাৰে।তপন, কামাখ্যাৰ দৰে সংসদত টোপনি মৰা সাংসদ প্ৰয়োজন যে নাই এই কথা যোৰহাট লোকসভা সমষ্টিবাসী ৰাইজে দেখাই দিলোঁ।আনেহে নালাগে বিগত ২০/২৫বছৰ বিজেপি কৰি থকা পুৰণি বিজেপিয়ে গৌৰৱক ভোট দিলে।

    • @adilurrahman6471
      @adilurrahman6471 11 дней назад

      You r right

    • @MonujKhanikor-vv8gz
      @MonujKhanikor-vv8gz 10 дней назад +2

      Hoi thikai koise apuni.ajn mp r kam raijar avab ru homosayabur hodont utthapn kra2 daitow ru he2 kthat amar mp Jan hofl hoise.agolio u anedre tekhete raijar homosaya bur uthai jabo

  • @Foodu_soul_2005
    @Foodu_soul_2005 14 дней назад +173

    অসমৰ গৌৰৱ গগৈ গৌৰৱ হৈ থাকক এনেকৈয়ে ভাল লাগিলে আপোনাৰ ভাষণ ।ধন্যবাদ।

    • @MoneswarMajhi-rz7jp
      @MoneswarMajhi-rz7jp 13 дней назад +6

      😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

    • @DilipRabha-ld7jj
      @DilipRabha-ld7jj 11 дней назад +1

      😅😅 c38😊7😅​@@MoneswarMajhi-rz7jp

  • @ranjitadeori6018
    @ranjitadeori6018 13 дней назад +71

    গৌৰৱ গগৈ জিন্দাবাদ অসমৰ সন্তান দীঘায়ূ কামনা কৰিছো ❤❤🎉🎉🎉🎉

  • @labanyaborah9948
    @labanyaborah9948 13 дней назад +22

    ভাষণ অতি সুন্দৰ হৈছে তাৰ বাবে তেখেতক বহু ত ধন্যবাদ ❤

  • @barashadas2802
    @barashadas2802 15 дней назад +61

    ভাষন ভাল হৈছে।

  • @pranjalbora1736
    @pranjalbora1736 14 дней назад +77

    অসমৰ গৌৰৱ,গৌৰৱ গগৈ ।

  • @monjulahon7712
    @monjulahon7712 13 дней назад +10

    মলোৱা , পিয়াঁজে বিতৰণ কৰা টকা খোৱা অসমীয়া সকলে অসমৰ 14 জন MP ৰ সদনত দিয়া ভাষণ বোৰ পৰাপক্ষত মনদি শুনিব । বিশেষকৈ সন্মানীয় গৌৰৱ গগৈৰ ।

  • @kamalagogoi2699
    @kamalagogoi2699 6 дней назад +4

    আবেগিক হৈ পৰিছো।মানুহ হিচাপে ভাবিছো অসম মাতৃয়ে সচাকৈ এজন সূযোগ‍্য সন্তান জন্ম দিলে। ৰাজনৈতিক দৃষ্টিৰে চোৱা নাই ।সচাকৈ মেধা সম্পন্ন লগতে নৈতিক শিক্ষাৰে শিক্ষিত।এয়াই তেওঁৰ অলংকাৰ।🙏🏼🙏🏼🙏🏼সহস্ৰবাৰ

  • @user-ns8tk8ci2s
    @user-ns8tk8ci2s 15 дней назад +30

    এনেকুৱা m p অসমত 10 ,লাগে

  • @hemantakumarroy1410
    @hemantakumarroy1410 12 дней назад +10

    অকল ভাল ভাষণ দিলেই "অসম আকৌ উন্নতিৰ পথত" জয় আই অসম বোল । অসমীয়াৰ বুদ্ধিমত্তা এনেকুৱাই। ভাল ভাষণ শুনিয়েই মূখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ চকী আগবঢ়াই দিছে অসমীয়াই। ধন্যবাদ অসম আৰু অসমীয়া।👍👍👍🏿🤔

  • @user-Loverx99
    @user-Loverx99 13 дней назад +38

    আমি আশাবাদী, এদিন আপুনি ভাৰতৰ প্ৰধান মন্ত্ৰী হব।🙏🏻🙏🏻🙏🏻

  • @procodder3635
    @procodder3635 4 дня назад +2

    যোৰহাট লোক সভা সমষ্টিবাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ।

  • @ranjitgohain8818
    @ranjitgohain8818 13 дней назад +12

    Tiger of Assam,অসম গৌৰৱ, গৌৰৱ গগৈ।

  • @bijuchangmai5839
    @bijuchangmai5839 15 дней назад +45

    Gaurav Gogoi Lion🦁 of Assam

  • @bipulmedhi9331
    @bipulmedhi9331 3 дня назад +2

    সাংসদ হলে এনেধৰণৰ হব লাগে | যোৰহাটবাসী সচাঁই ধন্যবাদৰ পাত্ৰ |

  • @user-cp8wl2oy2n
    @user-cp8wl2oy2n 3 дня назад +2

    ধন্যবাদ জ্ঞাপন কৰিছো গগৈ ডাঙৰীয়াক আপোনাৰ লগত ৰাইজ আছে

  • @rekhasaikia7336
    @rekhasaikia7336 14 дней назад +16

    Every MP must be learn from Gaurav Gogoi. 🙏🏿

  • @pranjaldas6500
    @pranjaldas6500 День назад +1

    অসমৰ ৰাইজ সকল তেওঁৰ প্ৰথম কথাটো শুনিলে নে ???
    তেওঁ আছে গৈ সদনত কিন্তু মনত পৰি আছে অসমৰ বান পানী হোৱা ঠাই বোৰ । সেই কাৰণে এই মানুহ জনক ভাল লাগে । আৰু এওঁক যাতে আমি মুখ্যমন্ত্ৰী সিঁচাপে পাওঁ ।

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js 14 дней назад +53

    ধন্যবাদ গৌৰৱ গগৈ। গৌৰৱৰ গৌৰৱ সাৰা ভাৰতত বিয়পক আৰু বিয়পক।

  • @user-cc5ix5ld1j
    @user-cc5ix5ld1j 14 дней назад +27

    সুন্দৰ ভাষন দিঘায়ু কামনা কৰিলোঅসমৰ গৌৰৱ গৌৰব গগৈ

  • @ranjitaborgohain8399
    @ranjitaborgohain8399 15 дней назад +21

    Joi aai oxom.. Gogoi da zindabad 😊❤

  • @SHUKILALI
    @SHUKILALI 3 дня назад +1

    গৌরব গগৈ দা আপনাক বহুবার শুভেচ্ছা আগুবাই জাওক

  • @Mchkretismili
    @Mchkretismili 15 дней назад +28

    ❤❤❤gaurav gogoi jindabad ❤❤❤❤

  • @NurhussainAli-ok7nd
    @NurhussainAli-ok7nd 6 дней назад +3

    নামেই যাৰ পৰিচয় অসমৰ গৌৰৱ , অতি সুন্দৰ। দেশৰ সকলো লোকৰ সমস্যা সমূহ অতি সুন্দৰ ভাৱে সদনত উপস্থাপন কৰাৰ বাবে আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাইছো।ভগৱানে সু স্বাস্থ্য দান কৰক।

  • @user-ge9kz8vi4q
    @user-ge9kz8vi4q 14 дней назад +18

    অসমৰ গৌৰৱ গৌৰৱ গগৈ ।

  • @Grbora94953
    @Grbora94953 14 дней назад +31

    চাৰ্ফ এক্সেল নে ডেটাৰযেন দি ধুইছে অ' আমাৰ গৌৰৱে। সাংঘাতিক ফেনাইছে।মোদী চাফা😜😝 5:33

  • @nibeditaphukon4893
    @nibeditaphukon4893 2 дня назад +1

    অতি সুন্দৰ ভাষণ আগবঢ়ালে। অভিনন্দন জনালোঁ🙏🙏

  • @user-xq7hb2ig2g
    @user-xq7hb2ig2g 14 дней назад +14

    Joy ai akhom ...... Gourav Gogoi zindabad

  • @princehussain3538
    @princehussain3538 15 дней назад +35

    Very good speech

  • @barasharajbangshi719
    @barasharajbangshi719 13 дней назад +7

    Dilip saikiya অসমৰ জলণ্ত সমস্যা বোৰ দাঙি ধৰাৰ সলনি কংগ্ৰেছ দলক সমালোচনা কৰা দেখা গল ।এনে সংসদৰ কি প্রয়োজন ।গৌৰর গগৈ অসমৰ গৌৰর ।🙏🏻🙏🏻🙏🏻🙏🏻

  • @momisaikia8468
    @momisaikia8468 9 дней назад +2

    ইমান সুন্দৰ উদাত্ত ভাষণ, গৌৰৱ গগৈ সঁচাই এ সুন্দৰ মনৰ সাহসী সাংসদ ৰাজনীতিক।

  • @krishnakantarobidas2454
    @krishnakantarobidas2454 13 часов назад

    গৌৰৱ গগৈ অসমৰ অাৰু ভাৰত ৰ গৌৰৱ গগৈ হয় আপুনি আৰু আগলৈ জুৱা তাৰে আশা কৰিলো জয় কংগ্ৰেছ আমাৰ গৌৰৱ ❤

  • @pranabgogoi8255
    @pranabgogoi8255 14 дней назад +13

    Joi hindu গৌৰৱ গগৈ

  • @AniSha-wx7fe
    @AniSha-wx7fe 15 дней назад +20

    Like you

  • @puspadhardowarah1932
    @puspadhardowarah1932 14 дней назад +26

    জয় গৌৰৱ;জয়"কংগ্ৰেছ।

  • @dakwamrongphar2729
    @dakwamrongphar2729 14 дней назад +12

    Gorabh Gogoi Long Live 🙏👍🔥❤

  • @silpisikhasonowal8647
    @silpisikhasonowal8647 13 дней назад +5

    গৌৰৱেৰে গৌৰাম্বিত আজি এই সদন |

  • @piyanwow447
    @piyanwow447 5 дней назад +2

    আমি পঠিয়াইছো আমি যোৰহাটীয়ানে। যোৰহাটৰ গৌৰৱ, গৌৰৱ যোৰহাটৰ, অসমৰ, ভাৰতৰ....

  • @user-st2cb6lk9y
    @user-st2cb6lk9y 15 дней назад +8

    Gruve gogoi jindabad

  • @user-bm3gh3qt6i
    @user-bm3gh3qt6i 15 дней назад +27

    A great leader of assam who can speak in central

  • @babudas2044
    @babudas2044 3 дня назад

    অতি সুন্দৰ
    অসমৰ গৌৰৱ গৌৰৱ গগৈ ডাঙৰীয়া লৈ অভিনন্দন জনালো। ❤❤❤❤

  • @user-ph4li4sw8o
    @user-ph4li4sw8o 5 дней назад +2

    বৰ্তমান সময়ত গৌৰৱ গগৈৰ দৰে
    কেন্দ্ৰীয় সংসদত অসমৰ হৈ মাত মতা মানুহৰ খুবেই প্ৰয়োজন

  • @anjugogoi6536
    @anjugogoi6536 10 дней назад +1

    আমিৰ গৌৰৱ ' অসমৰ গৌৰৱ গগৈ । মাতৃ ' ভাতৃ হিচাবে আমি অসম বাসীয়ে গৌৰৱ গগৈক লৈ বুকু ফিন্দাই কথা কব পাৰো । জয় অসমৰ গৌৰৱ ' গৌৰৱ গগৈ 🙏🙏🙏

  • @rijitdas710
    @rijitdas710 4 дня назад +2

    অতি সুন্দৰ মন্তব্য। গৌৰৱ গগৈৰ। শুভেচ্ছা থাকিল।

  • @user-fo2gl9hi6m
    @user-fo2gl9hi6m 15 дней назад +36

    100% Right& Fight

  • @tapanbordoloi5907
    @tapanbordoloi5907 14 дней назад +16

    Assam tiger gaurav gogoi❤❤❤

  • @jadabmedhi9201
    @jadabmedhi9201 6 дней назад +1

    অসমৰ গৌৰৱ গগৈ, গৌৰৱ হৈ থাকক । গৌৰৱ গগৈ জিন্দাবাদ জয় আই অসম।

  • @bulbulgogoi2966
    @bulbulgogoi2966 14 дней назад +9

    Sonowal kot gol Etia .

  • @sabitrihazarika4149
    @sabitrihazarika4149 15 дней назад +15

    Very Good

  • @gitabaruah8112
    @gitabaruah8112 14 дней назад +7

    Good bhai❤

  • @jeutihazarika9997
    @jeutihazarika9997 13 дней назад +4

    অতি সুন্দৰ অতি ভাৱ গধুৰ ভাষণ ৷

  • @user-uq4pm4te1c
    @user-uq4pm4te1c 14 дней назад +20

    গৌৰব গগৈ এবাৰ পাৰে যদি চৰকাৰ কৰি দেখুৱাক

    • @sanjaiboro6526
      @sanjaiboro6526 12 дней назад

      Congress ahile Assam barbad hindu ses monot rakhibo

    • @gobindabrahma3662
      @gobindabrahma3662 12 дней назад +3

      Homoy ahi ase.Future c.m ofAssam.

    • @indrajitbaruah1676
      @indrajitbaruah1676 12 дней назад +1

      গৌৰৱ গগৈ জিকা নাই , জিকিল কংগ্ৰেছ ৰাহুল গান্ধীৰ সনাতন হিন্দু বিৰোধী , ভাৰতীয় সেনা বিৰোধী অপপ্ৰচাৰ , মিছা ফে্ক নেৰেটিভৰ মহাৰাজ
      ফৰফৰকৈ হিন্দী কোৱা টোৱেই একমাত্ৰ কোৱালীফিকেশ্বন হ'ব নোৱাৰে ,
      দেশৰ কিমান ক্ষতি সাধন এই পৰিয়ালটোৱে কৰিলে ,(১৯ ৪৭ চনৰ পৰা সৌ ২০১৩ লৈকে ) অসমৰ অসচেতন , ইতিহাস অধ্যয়ণ নকৰা বৰ্গই কি বুজিব ,

  • @MaheswariDevi-gk2rd
    @MaheswariDevi-gk2rd 5 дней назад +1

    Apunak bohut dhanyawad jonaisu..👌👌👌👌👌👍

  • @debenrabha5842
    @debenrabha5842 12 дней назад +2

    Respected MP sir as a strongest opposition leader, you also give sound in parliament about comeback of OPS. Thanks

  • @NomolRabha-vs4ly
    @NomolRabha-vs4ly 14 дней назад +10

    Long life gourap gogoi

  • @joydebsarkar4650
    @joydebsarkar4650 2 дня назад +1

    You are a great sir..and famus leder of all over the India..we are proud of you...

  • @anowara.begum23
    @anowara.begum23 13 дней назад +3

    অতি সুন্দৰ ভাষন🎉 ধন্যবাদ 🙏🏻🙏🏻

  • @digantaboraik1995
    @digantaboraik1995 4 дня назад

    অতি সুন্দৰ বাষণ গৌৰৱ গগৈ sir। Advance to best wishes আপুনি next pm হব লাগে আমাৰ। Thank you

  • @ParishmitaDavi-mv4zl
    @ParishmitaDavi-mv4zl 14 дней назад +9

    Very good gaurav Thanks

  • @dinamonibhuyan3676
    @dinamonibhuyan3676 14 дней назад +2

    Gboard ক্লিপবৰ্ডলৈ স্বাগতম, আপুনি প্ৰতিলিপি কৰা যিকোনো পাঠ ইয়াত সঞ্চিত কৰা হ'ব।Gboard ক্লিপবৰ্ডলৈ স্বাগতম, আপুনি প্ৰতিলিপি কৰা যিকোনো পাঠ ইয়াত সঞ্চিত কৰা হ'ব।

  • @user-kl1io8vn6d
    @user-kl1io8vn6d 4 дня назад +1

    ধন্যবাদ গৌৰব গগৈ

  • @user-fy1jq4kt7b
    @user-fy1jq4kt7b 15 дней назад +22

    Bohut val lagise sir

  • @DiptiBorah-ip5ci
    @DiptiBorah-ip5ci 10 дней назад +1

    আমাৰ গৌৰৱ ভাৰতৰে গৌৰৱ হৈ থাকক
    ভগৱানে ভালে ৰাখক 🙏🙏🙏

  • @rupamonidebi955
    @rupamonidebi955 14 дней назад +2

    সুন্দৰ হৈছে ভাষন গৌৰৱ গগৈ জয

  • @kabitadas5563
    @kabitadas5563 День назад

    ভাল লাগিল ভাষণ,মই ৰাজনীতি নাজানো,কিন্তু গৌৰবৰ ভাষণে অসমীয়াক অলপ আগুৱাই লৈ যাওক

  • @harmohansaud134
    @harmohansaud134 12 дней назад +1

    ধন্যবাদ গৌৰৱ গগৈ অসদৰ গৌৰৱ হৈ থাকক
    জয় আই অসম ।

  • @thunumaa8732
    @thunumaa8732 7 дней назад +1

    অসমৰ.গৌৰৱ.গৌৰৱ.গগৈ🎉🎉🎉🎉🎉

  • @akashdowari3479
    @akashdowari3479 15 дней назад +21

    সুন্দৰ

  • @monikabaishya225
    @monikabaishya225 15 дней назад +10

    Good

  • @trinayanvlogs3128
    @trinayanvlogs3128 15 дней назад +4

    We everybody thank you

  • @harishchandradas3706
    @harishchandradas3706 2 дня назад +1

    সুন্দৰ ভাল ❤

  • @Jyotivi3942
    @Jyotivi3942 14 дней назад +6

    Dignity of Assam Gowrav gogoi

  • @NirajanKalita
    @NirajanKalita 14 дней назад +9

    Good dada

  • @Sports47prg
    @Sports47prg 2 дня назад +1

    সুন্দৰ ভাষণ❤

  • @Abduljalil-yv8qx
    @Abduljalil-yv8qx 15 дней назад +3

    Thaks

  • @tonandas9839
    @tonandas9839 8 дней назад +2

    ভক্ত সকলে হুনিছে নাই বাৰু এই সুন্দৰ কৈ কোৱা কথাখিনি।
    নে শুনিও নুশুনা ভাও ধৰিছে।

  • @dipeningti2877
    @dipeningti2877 13 дней назад +2

    কেইজনমান সাংসদে হিন্দিত গৌৰবে কি কৈছে বুজিয়ে পোৱা নাই কিজানি।

  • @bipulrabha-xg7jr
    @bipulrabha-xg7jr 15 дней назад +21

    Next CM

  • @assameseloveguru9896
    @assameseloveguru9896 14 дней назад +3

    ধুনীয়া বক্তব্যৰ পৰিচয়।

  • @khargebarman9006
    @khargebarman9006 14 дней назад +7

    জুই হয় 💪

  • @HanifAli-rz6cp
    @HanifAli-rz6cp 9 дней назад +1

    Excellent fantastic performance by Mr Gourav gogoi in the parliament ! Really a great hero of Assam ! Selute Gourav gogoi jee !

  • @mahediahmed7733
    @mahediahmed7733 11 дней назад +2

    Hundor boktyobo.Bohu dinor murot hosa manuh ejon dekha palu.

  • @mowkhamchakhap3849
    @mowkhamchakhap3849 14 дней назад +6

    ❤ Joy aai Axom

  • @durlovsaikia2354
    @durlovsaikia2354 12 дней назад +2

    গৌৰৱ গগৈ সঁচাই অসমৰ গৌৰৱ।

  • @brokenbrookie6943
    @brokenbrookie6943 10 дней назад +1

    আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো ৷ভগৱানে কুশলে ৰাখক আপোনাক ৷

  • @MAA-dh2jr
    @MAA-dh2jr 6 дней назад +1

    সুন্দৰ কথাপন

  • @user-kc4dx2rz5p
    @user-kc4dx2rz5p 7 дней назад +1

    Salute gourav Sir

  • @rosidulislam7843
    @rosidulislam7843 22 часа назад +1

    Next CM for ASSAM ❤❤❤❤

  • @user-zd6oy9dy8p
    @user-zd6oy9dy8p 13 дней назад +1

    Gaurav Gogoi dangoriya many many thanks to U
    for the speech of braveness. Jai Congress Jai Bharat basio.

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 3 дня назад

    Gaurav Gogoi zindabad Assam CM 💯🙏💪💪

  • @Yugabrot18
    @Yugabrot18 12 дней назад +2

    You are great Like lokopriya gopinath Bordoloi🙏