লুণ্ঠনকাৰী আৰ এছ গান্ধীৰ লগত মন্ত্ৰী পিযুষ হাজৰিকাৰ কি সম্পৰ্ক: বিস্ফোৰণ ৰাতুল কলিতাৰ ৷

Поделиться
HTML-код
  • Опубликовано: 1 фев 2025
  • সুনীল বানচাল, আৰ এছ গান্ধীৰ লগত মন্ত্ৰী পিযুষ হাজৰিকাৰ সম্পৰ্ক কি? মন্ত্ৰী পিযুষ হাজৰিকাৰ অবৈধ সাম্ৰাজ্যৰ বহু বিস্ফোৰক তথ্য ফাদিল কৰিলে প্ৰদেশ কংগ্ৰেছৰ জেষ্ঠ্য মুখপাত্ৰ তথা সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতা ডাঙৰীয়াই ৷
    #ratulkalita #pijushhazarika #jayantamallabaruah #himantabiswasarma #bjp #bjpnews #bjpassam #bjpindia #bjpvscongress #assamnews #assamesenews #assamesenewstoday

Комментарии •