শান্তি বৃদ্ধাশ্ৰম//Old Age Home//Trgedy story//modern story//
HTML-код
- Опубликовано: 14 окт 2024
- শান্তি বৃদ্ধাশ্ৰম//Old Age Home//Trgedy story//modern story//
#onlineramhazarika#assameseshortfilm#trageyvideo#youtube
your query
শান্তি বৃদ্ধাশ্ৰম//Old Age Home//Trgedy story//modern story//
#onlineramhazarika #assameseshortfilm #trageyvideo #youtube#assameseshortfilm #shortfilm #shortvideo #assamesecinema #online #tragic #newmovie #tranding #viral
contant disclaimer:
all the characters and events of this story are imaginary.it has no connection with any dead , living or religion.and the contant of this story is only for audults.
I hope you are enjoying our videos.love to receive your comments and feedback
pl subscribe us
mail id : akanirpathsala@gmail.com
Heart tuching sokupanl kintu rokhabo nuarilu Tit for tat agoloiu ena kahin i nishoi i dekha pam
এনে প্ৰৰণামূলক মন্তব্যৰ বাবে ধন্যবাদ৷Subscribe কৰি share কৰি উৎসাহিত কৰিব
😅😮20:47 BH se@@ONLINERamHazarika
, স@@ONLINERamHazarika
@@ONLINERamHazarika োওযযযযযযয
~চ
সুন্দৰ কাহিনী ।জুৰিবা অভিনয় বৰ সুন্দৰ হৈছে ভাল লাগিল ।
ভাল পদক্ষেপ গ্ৰহণ কৰিছে। ভাল লাগিল চাই
ধন্যবাদ৷subscribe কৰি দিব৷
ভাল কাম কৰিছে
Manobata ketiywo pahiribo nalage
অতি সুন্দৰ ৷
মানুহে মানুহৰ মৰ্ম বুজি নাপালে
কি, জীৱ জন্তুৱে বুজি পাব?
মৰম কৰিবা বেমাৰী, বৃদ্ধ আৰু নাৰী
সৰগৰ সমান হ’ব ঘৰ-বাৰী৷
অতি সুন্দৰ পদক্ষেপ,বহুত বহুত ভাল লাগিল ❤❤
সময়ত সিদ্ধান্ত লোৱা কাম প্ৰধান কাম । সময় উপযোগী হৈছে ।🙏🙏🙏🙏
সুন্দৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এনে কৰিলে সমাজ পৰিবৰ্তন লগতে ভদ্ৰ সমাজৰ কিছু আভাস
Upajukta
. A. Xymayatupajukta. Karma. Dhanaybad.
ভাল কৰিলে🙏🙏🙏
ধন্যবাদ
এনেকুৱাই কৰিব লাগে । যেনে কুকুৰ তেনে তাঙোণ । উত্তম ককাৰ সিদ্ধান্ত ভাল লাগিল ভিডিওটো চাই
ভাল কৰিলে দেই ।সকলো বুঢ়া বুঢ়ী ককা আইটা সকলে এনে কৰা উচিত ।পাখন্দ লৰা ছোৱালীক
সুন্দৰ
Thanj you
সঠিক সময়ত সঠিক সিদ্ধান্ত ।ভাল লাগিল
সুন্দৰ । এনে লৰা বোৱাৰীক এনে শাস্তি দিব লাগে। চাই ভাল লাগিল
Valkorile😊ধন্যবাদ।
Bhal lagil.bhut bhut sunor decision ❤❤❤❤❤❤❤❤❤❤
বহুত ভাল কৰিলে
ধন্যবাদ
ভাল লাগিল চাই।আচল সিদ্ধান্ত।
ধন্যবাদ
খুব ভাল কাম কৰিলে দেউতাকে
সুন্দৰ ণাট🙏🙏🙏
খুব ভাল কাম কৰিলে দেউতাকে ।
বৰ ভাল লাগিল, আৰু আশা কৰিলো।
ধন্যবাদ ৷ চাই থাকিব৷প্ৰতি শনিবাৰে 5 বজাত এখনকৈ৷
🙏🙏🙏🙏🙏🙏👌👌👉
Bohut Val. Kam Korila Dhanyabad
Thik korile
❤❤❤❤❤❤❤
ভাল কৰিলে বঢ়িয়া।
Aru asene anekuwa manuh,
এনেকুৱা তিৰোতাসেৰুৱা গিৰিয়েকবোৰে ঘৈণীয়েকৰ মেখেলাখন পিন্ধি নিজৰ চাৰ্টপেন যোৰ ঘৈণীয়েকক দিব লাগে।
সঠিক চিন্তা ধাৰাৰে নিৰ্মিত এখনি সময়োপযোগী নাটক , বহুত ভাল লাগিল।
ধন্যবাদ
খুব ভাল কৰিছে, নালাগে এনে পুত্ৰ বোৱাৰী।
Videotu sampurno sai val lagil deutake ushit xashti dile khub val korise
বহুত ভাল পদক্ষেপ গ্ৰহণ কৰিলে। সম্পত্তি লাগে বাবেহে দেউতা। বাকী বৃদ্ধ কালত বৃদ্ধাশ্ৰমত। অতি সুন্দৰ।
মতামতৰ বাবে ধন্যবাদ ছাৰ৷চাই থাকিব
দেউতা জনে ভাল কাম কৰিলে যেন কুকুৰ তেনে তাঙুন ।মজা
Bohut.vallagise.videotu.sai
thank you
সূন্দৰ সিদ্ধান্ত
বঢিয়া উপস্থাপন। এনেদৰেই কুলাঙ্গাৰ পুত্ৰ বোৱাৰীক শিক্ষাৰ প্ৰয়োজন।
অতি সুন্দৰ ভিদিঅ ছাই ভাল লাগিল ❤❤
❤❤❤❤
ভাল লাগিল
Anekuai koribo lage
প্ৰায় বোৱাৰীয়ে শাহু শহুৰৰ প্ৰতি এনেকুৱা ব্যৱহাৰ দেখা পোৱা যায় বৰ্তমান সময়ত। এনে ক্ষেত্ৰত নিজ পুত্ৰৰ দায়িত্ব পিতৃ মাতৃৰ প্ৰতি সদয় হোৱা উচিত। কাৰণ মানুহ গৰাকীৰ পিতৃ মাতৃ যেনে শাহু শহুৰো তেনে। আমি মা দেউতাক ভাল ব্যৱহাৰ কৰিলেহে আমাৰ সন্তানে শিক্ষা লব। ধাৰাবাহিকখন ভাল লাগিল।
আপোনালৈ অশেষ ধন্যবাদ
ভাল লাগিল। উচিত শিক্ষা দিয়াৰ বাবে।
ধন্যবাদ
আৰু কিছু সংলাপ মাজে মাজে থাকিলে ভাল লাগিল হেঁতেন ।
হয়৷ধন্যবাদ
যেন ৰঙা কলীজা টোত আচোৰিথৈ গ'ল আপোনালোকৰ চুটি ছবিয়ে।
অহ!কি যে সুমধুৰ কমেন্ট!আজিলৈকে এনেকুৱা কমেন্ট পোৱা নাই৷আপোনাৰ হৃদয়ৰ বাণীয়ে আমাৰ হৃদয় ভৰাই তুলিছে৷আপুনি ভালে থাকক৷এইদৰে আমাৰ Video বোৰ চাই থাকিব৷subscribe কৰি থ’ব৷তেহে video বোৰ পাব
Very nice.good step
অতি উপযুক্ত সিদ্ধান্ত ,
ধন্যবাদ৷subscribe কৰি থ’ব৷
Bar dhunia padakhep ❤❤❤
It,s. Good pararñt badto life
Tiri kherua putra Aru eai banari bowari r babe aji enekua kara usit.... Great
Val korila
Mooja jana karmo tana phol
Sundor lagil hothik homoyot hothik hidhanto.
সুন্দৰ হৈছে
Vl km krica pitai
Aajir dinart prai anekuwai hoy. Ghainiyekar katha hunile anekuwai hoy. Barhia.
Val lagil hoi ajikali mañuhar maram saneh naikiya hoi goishe
Mojja ❤❤❤
Bohut kandilu,pisor projonmoi jate Maa deutak ketiau kunu lora buaria teneke nokore .thanks
মতামতৰ বাবে আপোনালৈ অশেষ ধন্যবাদ৷চাই থাকিব৷কমেন্ট কৰি থাকিব
সুন্দৰ পদক্ষেপ
শুদ্ধ সিদ্ধান্ত।
এনেকুৱা ই কৰিব লাগে
Bahut Bahut Dhanyawad
Anekuwa Bartaman ajir damajat phesan r dare haise Agalai aru ane movis diba🙏
বহুত ধুনীয়া দেখুৱাই,আজিৰ যুগৰ শিক্ষা এইদৰে দিব লাগে
Bohot badhiya ❤❤❤❤❤😊
Bhot bhot val lagil aji kali anekowai krib lage ma baba sini nopuwa lra sowalik😂😂❤❤❤
মন্তব্যৰ বাবে ধন্যবাদ
Bor dukh lagil.enekuwa mota manuhok xulot dibo lage
ভেদিও টোত বাজনা টো দি বেয়া লগা কৰিছে কাহানী টো ভালে বৰ্তমান সময়ৰ লগত মিলিছে
Val hikhia dile
Bor val lagil Sai ❤❤❤❤😂😂
বৰ্তমান যুগত শহুৰ শাহু ক বুঢ়া বুঢ়ী বুলি কোৱাটো শিক্ষিতৰ পৰিচয়
মাইকী সুখৰ কাৰণে লৰাই মাক দেউতাকক যেতিয়া পাহৰি যায় তেতিয়া এনেকুৱা ই সিদ্ধান্ত লব লাগে সকলো মাক দেউতাকে
Bahut xundor
Bohut bhal kam korile. Usit hikha dile.
Bout bhal lagil anakuakahani bur Diba
গতানুগতিক...যদিও ভাল লাগিল
Oti hundor
Mojja
অতি সুন্দৰ।
উচিত শিক্ষা দিলে গতিকে বেয়া লগা নাই সমাজৰ সেই চাম অৰ্থাৎ যিবিলাকৰ মনত বৰ্তমান চলি আছে।
ধন্যবাদ দাদা৷মতামত দি থাকিব৷online ram hazarika channel টো subscribe কৰি থ’ব৷প্ৰতি শনিবাৰে সন্ধ্যা 5 বজাত একোখনকৈ চিনেমা চাবলৈ পাব
👍👍👍👍👍
Very. Good
বহুত বহুত ভাল লাগিল । আগলৈ আৰু এনেধৰণৰ vido সমূহ চাবলৈ পাম বুলি আশা কৰিলোঁ।
আপোনাৰ মন্তব্যই আমাক আনন্দ দিছে৷আপোনাক অশেষ ধন্যবাদ৷আগলৈ চাই থাকিব দেই
Well decision
উচিত সিদ্ধান্ত
Anukuwa Tu moiy moiy ahmar homajot dekha naiy bisi vag assamiya homajot te hoi😊
সঠিক সিদ্ধান্ত গ্ৰহণ কৰিলে ।
নুবূজা লৰা ছোৱালীক এনেধৰণেই শিক্ষা দিব লাগে।
Val korile❤❤❤❤❤❤❤❤❤❤❤❤
বহুত ভাল লাগিল আচলতে মাক দেউতাক এনেকুৱা হব লাগে তেতিয়াহে পুত্ৰ বোৱাৰী অবস্থা চাবলগীয়া হয় ❤❤❤❤❤❤❤
Val lagil
28:05 @@ABODIMPOLGM
Nice👍❤
Jen kukur ten tangun❤ bahut dhanyabad❤❤❤❤❤
মতামতৰ বাবে ধন্যবাদ৷pl বন্ধুসকললৈ share কৰি দিব৷আৰু আপুনি নিজেও subscribe কৰি থ’ব৷
Bhal korile dada
অশেষ ধন্যবাদ৷ছুটি চবিখন বন্ধুসকললৈ share কৰি দিব৷আমাৰ channel টো subscribe কৰি থ’ব
Anekua buwari bhogowane kaku nidiya jen krishna krishna . Thanks
Oti sundar. 🙏
Pali mojjja 2
Bohut Sundar Video
অশেষ ধন্যবাদ৷subscribe কৰি আগলৈ video বোৰ চাই থাকিব
Majja bahut val lagile ❤❤❤❤
ধন্যবাদ
@@ONLINERamHazarika েহব
Burah.holeu
Mon.hoktihali.hobolage
Shikit mukchor babe bhalo video
Music besi hoise