Assam News: ধৰ্মান্তকৰণৰ বিৰুদ্ধে সৰৱ মিচিং জনগোষ্ঠীৰ ধৰ্মীয় সংগঠন

Поделиться
HTML-код
  • Опубликовано: 31 янв 2025

Комментарии • 662

  • @ভাস্কৰ-দত্ত
    @ভাস্কৰ-দত্ত Месяц назад +17

    সকলো খ্ৰিষ্টিয়ান ধৰ্মালম্বীৰ লোকেই বৰদিন উদ্‌যাপন কৰিব পাৰে । ইয়াত বাধা প্ৰদান কৰাৰ কাৰো অধিকাৰ নাই ।

  • @brajentaid4426
    @brajentaid4426 Месяц назад +13

    হে পিতৃ ইশ্বৰ তেওঁলোকে কি কৰিছে একো নেজানে তেওঁলোকক ক্ষমা কৰক। যেতিয়া তেওঁলোকৰ খান্দিবৰ সময় আহিব তেতিয়া তেওঁ ঈশ্বৰৰ আগত সকলো কথা সোঁৱৰিবগে।

    • @GourabpeguGourabpegu
      @GourabpeguGourabpegu Месяц назад

      😁😁😁😁😁😁 pagol neki toi

    • @Shilpa-zyz
      @Shilpa-zyz Месяц назад

      Tumalukor karone kisuman manuh Brainwashed worthy innocent tribal people buli itiking kore amar mising community tu.

    • @Bingoooo605
      @Bingoooo605 Месяц назад

      ত‌ই ইয়াত‌ কমেন্ট কৰিলেই যীশুৱে শুনিব আৰু 😂
      যীশুক‌ কবিচোন , ভেটিকানৰ পোপ ফ্ৰান্সিছক খোজ কাঢ়িব পৰা কৰি দিবলৈ

  • @RanjitNarzary-o7j
    @RanjitNarzary-o7j Месяц назад +7

    ধন্যবাদ মিচং সমাজ, কিয়নো লিখা আছে যীচুৰ আগমনৰ আগত ধৰ্মৰ বিৰুদ্ধে ধৰ্মৰ যুদ্ধ হব গতিকে মিচিং ভাই সকালেও যিচুৱৈ জীবিত ঈশ্বর তাৰ পৰমান দিলে । জয় মাচু।

  • @rajendrataye7279
    @rajendrataye7279 Месяц назад +50

    আনৰ ধৰম গিনা কৰি লাভ নাই নিজৰ ধৰম টো ভাল ধৰে মানি চলা ৷ ভগৱান এটাই ৷

    • @mukulbaruah1833
      @mukulbaruah1833 Месяц назад +1

      Rajendra Taye apunaluk mishing janagusthik vag vag kari sasonr gadirpora monubadi brahmonbadi jatibadi jehadi sayambhu Iswar bilake atoraba bisarise. Khakalure mane Obc/St/Sc aru all .inority sanajr satru hol kebol monubadi brahmonnadi jatibadi jehadi sayambhu iswar bilak.

    • @rafalemosey7021
      @rafalemosey7021 Месяц назад

      Kio toi u convert holi niki. Tumalukok convert korua bohut easy...Jar backot bujua manuh nathake, aru jar brain weak, ghorot bemar, kheibur a missionary buror easy target hoi...JANIBA AJINETA CONVERT HOLE, TAR HOBO LOGIA FAMILYT SOBE CHRISTIAN A HOBO...Amar societyr bond a change hoi jabo...Missionary bur terrorist k kom nohoi...😶😶

    • @narahsarbeswar05
      @narahsarbeswar05 Месяц назад +4

      বিষয় টি ভাল ধৰে ভিডিঅ'টি চাই শেষলৈ চোৱাৰ পাছত মন্তব্য দিবলৈ শিকা ভাল। ইয়াত কোৰোবাৰ ধৰ্মক ৰ্গিনা কৰাৰ কথা কোৱা নাই। অন্য জনগোষ্ঠীৰ ধৰ্মান্তৰিত নকৰিবলৈ আহ্বান জনাইছে। আপুনি যদি আবতানি বংশধৰ তেন্তে স্বকীয় বৈশিষ্ট্য বজাই ৰাখিবলৈ চেষ্টা কৰা ভাল। মিচিং জনগোষ্ঠীৰ স্বকীয় বৈশিষ্ট্য ধ্বংশ কৰাৰ কাৰো অধিকাৰ নাই। জানি লোৱা ভাল। তোমাৰ যদি যিচু বংশধৰ তেন্তে আমাৰ কবলগিয়া নাই। কিন্তু জানি থোৱা ভাল কিছুমান মিচিংৰ সামাজিক কামকাজ পৰা বয়কত কৰিম।

    • @MigomDoley-mr9dp
      @MigomDoley-mr9dp Месяц назад

      Toi mising nohoi neki😂

    • @amarendradoley9341
      @amarendradoley9341 Месяц назад

      Yetup done'

  • @JeetD-hw3ih
    @JeetD-hw3ih Месяц назад +14

    Marry Christmas 🎉....

  • @07Mech
    @07Mech Месяц назад +15

    Merry Christmas! 🎄

  • @Hardbuttrue1991
    @Hardbuttrue1991 Месяц назад +9

    Merry Christmas 🎄
    To All🎉🎉🎉🎉

  • @AkashsangmaAkashsangma-x9v
    @AkashsangmaAkashsangma-x9v Месяц назад +24

    যিয়ে যি ধৰ্ম লবলৈ ইচ্ছা আছে লব পাৰে হব পাৰে ইয়াত কোনেও বাথা দিব নোৱাৰে ।এইটো ভাৰতৰ সংবিধানে সকলো ভাৰতবাসীক সমান অধিকাৰ দিয়া হৈছে ।এনেকুৱা অধিকাৰ থকাৰ পিছতো কিছুমান হিন্দুৱে আৰু বিজেপি য়ে ধৰ্ম লোৱাত বাধা দিয়ে। কিয় ইমান হিংসা কৰে আপোনালোকে ?আমাৰ খ্ৰীষ্টানে যদি কিবা কৰণত হিন্দু হয় যায় তেতিয়া হলে সেই সকলক একো নকয়। কিবা কুৱাৰ বা বাধা দিবও নোৱাৰে কাৰণ আমাৰ সংবিধানে ধৰ্ম লোৱাৰ বা ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে সকলোকে সমান অধিকাৰ দিছে ।

    • @SunilPegu-c5z
      @SunilPegu-c5z Месяц назад

      তোৰ বাপে কি আছিল।তোমাৰ ককা আইতা ইন্দু আছিল তুমি সলপ চিন্তুা কৰা।

    • @jugendoley1034
      @jugendoley1034 Месяц назад

      সংবিধান মই বা আপুনি বনাইচে। সংবিধান ঈশ্ছৰ বনোৱা নহয়

    • @purabi612
      @purabi612 Месяц назад

      Apunalukar nisina paluvan di dharmantro nokre nhoi aamar .gaon gaon prasar kori ki dharma eitu.

    • @punarutthan23
      @punarutthan23 Месяц назад

      ​​​@@purabi612👉 Jisu christoi crusot apun pranor bolidan di, manuhor papor praisit korile,Isore manuhor papor praisitor bibostha korile, protek manuhe ai kotha janibo, prithvir hima loike prosar koriboloi Jisuwe adekh dise.

    • @AkashsangmaAkashsangma-x9v
      @AkashsangmaAkashsangma-x9v Месяц назад

      @purabi612 প্ৰথমতে শুদ্ধকৈ লিখিবলৈ শিকক আপুনি যি লিখিছে ১০০ শতাংশ ভূল বাকী উত্তৰ মই পিছত দিম । ধন্যবাদ 🙏

  • @jitensagar5661
    @jitensagar5661 Месяц назад +21

    ঈশ্বৰে আপোনালোকৰ জ্ঞান চকু মুকলি কৰক ।✝️✝️✝️✝️✝️✝️

  • @sanibroofficial3943
    @sanibroofficial3943 Месяц назад +2

    ধন্যবাদ মিচিং দল সংগঠন 🙏

  • @andrewpatir8639
    @andrewpatir8639 Месяц назад +17

    Christian is not a religion...its spreading the message of Christ love

  • @DevojitChintey
    @DevojitChintey Месяц назад +15

    Praise the lord jay mashi i love jesus ❤❤❤

    • @allaboutinmisingagom5018
      @allaboutinmisingagom5018 Месяц назад

      I love bokasuda jisu

    • @punarutthan23
      @punarutthan23 Месяц назад

      ​​@@allaboutinmisingagom5018👉 manuhor pap kunu devi-devtai nokorhiyai, kewal Jisu christoi he manuhor pap korhiyai, manuhor papor karone nijor pran crusot bolidan dile, jodi tewkei manuhe sini napai, hei bur manuh nijor papote moribo, kun Isore bosabo???

    • @punarutthan23
      @punarutthan23 Месяц назад

      Comentot jiman beya mat matibo, gali dibo 100% sob hindu hobo, karon hinduwe Isorok najane.janibo kor pora, hindur hastrot Isor nathake, hinduwe Isor buli kobo lage.hei karone koi he mathun.

    • @punarutthan23
      @punarutthan23 Месяц назад

      Comentot jiman beya mat matibo.gali dibo 100% sob hindu hobo, karon hinduwe Isorok najane.janibo kor pora, hindur hastrot Isor nathake, hinduwe Isor buli kobo lage, hei karone koi he mathun.

    • @punarutthan23
      @punarutthan23 Месяц назад

      Comentot jiman beya mat matibo, gali dibo 100% sob hindu hobo, karon hinduwe Isorok najane.janibo kor pora, hindur hastrot Isor nathake, hinduwe Isor buli kobo lage, hei karone koi he mathun.

  • @sanjibpegu3119
    @sanjibpegu3119 Месяц назад +12

    I am proud of being a Christian,I don't care whatever other say😊

  • @dineshmili862
    @dineshmili862 Месяц назад +9

    মানুহে ধৰ্ম ৰক্ষা কৰাতকৈ মানুহৰ আত্মাহে ৰক্ষা কৰিব লাগিছিল।

  • @Ranjanpegu682
    @Ranjanpegu682 Месяц назад +10

    Happy Christmas

  • @sathyanathmili8412
    @sathyanathmili8412 Месяц назад +13

    Janardan কোন হয় ? একেতে মিচিং জনজাতিৰ বাবে কিবা উন্নতিৰ কথা ভাবিছেনে আজিলৈকে ?

  • @JoyDoley-gc6nh
    @JoyDoley-gc6nh Месяц назад +10

    Merry Christmas 🎄🎄🎄🎁🎁🎁 , Amen

  • @MintuMintuKutum-ke5bp
    @MintuMintuKutum-ke5bp Месяц назад +7

    Happy meri christmas 🎄🎉 amen

  • @nilutpaldas8659
    @nilutpaldas8659 Месяц назад +2

    মোৰ মতে ধৰ্ম এটা কাৰোবাক যোৰ যোলোম জাপি দিয়া বস্ত নহয় । শুনা গৈছে কাৰোবাক প্ৰলোভন দি লোভ দেখুৱাই ধৰ্মান্তৰ কৰা হৈছে, এইটো অপ প্ৰচাৰ আৰু মিছা কথা । ধৰ্ম এটা কাৰোবাক যোৰ যোলোম জাপি দিয়া নাযায় । ধৰ্ম স্ব ইস্বাৰে আৰু অতি বিস্বাসেৰে লোৱা বা গ্ৰহণ কৰে । ভাৰতত গণতন্ত্ৰ আৰু সংবিধানে সকলোকে নিজস্বভাৱে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে । সেয়েহে কোনোবাই অন্য ধৰ্ম গ্ৰহণ কৰোতে কোনো ভয় ভাবুকিৰে হাৰাশাস্তি কৰাটো উচিত নহয় । সেইটো নিজৰ অধিকাৰ মই কোন ধৰ্ম লম বা লৈছো ।তাত কোনো বাধা আহিব নালাগে ।

  • @ablinkandulana-cy8xf
    @ablinkandulana-cy8xf Месяц назад +8

    Merry Christmas 🎄🎁

  • @RSGamer-lq7wu
    @RSGamer-lq7wu Месяц назад +4

    God bless you to all 🙌

  • @taetae8349
    @taetae8349 Месяц назад +4

    Jisur joi hok 🙏🙏🙏💪💪💪

  • @Khagengogoi123
    @Khagengogoi123 Месяц назад +11

    এইদৰে নহ'ব।নিজৰ ধৰ্মতো প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দিয়ক।সত্ৰসমুহৰ কোনো ভুমিকা নাই।যিবিলাক সত্ৰই অস্পৃশ্যতা বৰ্তাই ৰাখিছে আৰু অহংকাৰী হৈ আছে সেই বিলাকৰ পৰাই এই সমস্যাৰ সৃষ্টি হৈছে।

    • @mukulbaruah1833
      @mukulbaruah1833 Месяц назад

      Khagen Gogoi apuni jani lauk 600 basor Assam sason kora Ahom khakalr beli mar gol kebol Dharma nam r Nisa Kani(Opium) r babe. Bamune Ahom roja Rudra khinghak vori pani khuai manakhik gulam bonai Ahom k Dhongkha karile. Aji matra 2% Bamun Assam t uthi roja bohi roja hoi moja luti asey aru Ahomr abostha Dhubir kukurar fore panit haah nasora abostha. Hindu buli kunu Dharma kitap t nai, Asolote apuni mani thaka Dharmatur name Bamun Dharma. Ji Dharma mote apuni nich Shudra. Ajir Obc samaj agote shudra asil.

    • @MohammadAhmed-py1gz
      @MohammadAhmed-py1gz Месяц назад

      ​@@mukulbaruah1833 হয় । আহোমসকলে হিন্দু ৰাইজৰ মনবিলাক ভাল লগাই ৰাজত্ব কৰিবৰ বাবেহে হিন্দু ধৰ্ম গ্ৰহন কৰিছিল ।

    • @punarutthan23
      @punarutthan23 Месяц назад

      hinduwe nijor dhormo tu, anok badha di, gali di, beya kotha, misa kotha koi,misa opobad di nijor dhormo jati hekh kori pelabo, kintu Christiane kunu dhormo prosar nokore, keval Jisu christok he prosar kore, karon Jisu christoi he manuhor papor var uthai

    • @hritamkashyap
      @hritamkashyap Месяц назад

      @@mukulbaruah1833 ৰজাই নিজে ভুল কৰে আৰু তাৰ দোষ বামুনক দিয়ে ৷ আৰে ভাই যি ৰজাই সাধাৰণ সিদ্ধান্ত লব নোৱাৰে তেওঁ ৰজা হোৱাৰ যোগ্যই নহয় আৰু ৰুদ্ৰ সিংহ আহোমৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল ,ৰুদ্ৰ সিংহৰ পিছতো আহোমে প্ৰায় দুশ বছৰ শাসন চলাইছিল ৷ আচল কথা হল আহোমৰে কিছুমান দেশদ্ৰোহীৰ বাবে অসম ব্ৰিটিছৰ পৰাধীন হৈছিল

    • @punarutthan23
      @punarutthan23 Месяц назад

      Jisu christoi crusot apun pranor bolidan di, manuhor papor praisit korile, Isore manuhor papor praisitor bibostha korile.protek manuhe ai kotha janibo, prithvir hima loike prosar koriboloi Jisuwe adekh dise.

  • @DorponBaching
    @DorponBaching Месяц назад +11

    Merry Christmas Aleluja Amen

  • @prabinbora1603
    @prabinbora1603 Месяц назад +65

    ধন্যবাদ মিচিং দল সংগঠন

    • @Mathew-b8d
      @Mathew-b8d Месяц назад

      Hindu ba sonatony bilak hoito Isor to puanai etialwikey, Ved gronthot likha asey already Ji Jon prabhu kumarir gorbot jonom lobo teokei pronipat kora aru teoai trankorta....aru likha asey Ji Jon prabhurtat pasta aghat thakibo heijonokey pronipat kora......aru bohut asey......

    • @doleyjames6066
      @doleyjames6066 Месяц назад

      Tohotor asomiya kita ki hobo

  • @BabaPegu-n9m
    @BabaPegu-n9m Месяц назад +7

    Do:nyi- Polo এটা ঈশ্বৰে সৃষ্টি কৰা গ্ৰহহে তাক কেনেকৈ ঈশ্বৰ বুলি মানিব পাৰে। ইমান আনৰ ধৰ্মক লৈ তাৰণা কৰি লাভ নাই চাৰ। আমি খ্ৰীষ্ট ধৰ্মৰ মানুহ আমি কাকো ধৰমান্তৰন কৰা নাই। ক'বলৈ গ'লে আপোনালোকেহে খ্ৰীষ্ট মানুহবিলাকক অশান্তি দি আছে। আজি আপোনালোকৰ তাৰণা কৰাৰ কাৰণে আমি ৰাষ্টাত ওলাব নোৱাৰা হৈছো। আৰু মই চৰকাৰক অনুৰোধ কৰো এই কাইটবিলাকৰ ওপৰত সোনকালে বিহিত ব্যৱস্তা হাতত লওঁক।

  • @GracecovenantChurchdhemaji123
    @GracecovenantChurchdhemaji123 Месяц назад +10

    Sun is moon not God Jesus say I am the true I am the life and the way

  • @khagenbasumatary1477
    @khagenbasumatary1477 Месяц назад +14

    Happy Merry Christmas 🎄🎄🎄🎄

  • @zoningstr3140
    @zoningstr3140 Месяц назад +4

    Jesus is not Religion He is Life Amen

  • @debojitpegu1991
    @debojitpegu1991 Месяц назад +8

    সংকীৰ্ণ মানসিকতাৰ বহিঃপ্ৰকাশ আৰু পক্ষপাতিত্বমূলক দোষেৰে দোষিত সিদ্ধান্ত যেন বোধ হয়।
    যদি পাৰে মিচিং জনগোষ্ঠীক গুণগত শিক্ষাৰে শিক্ষিত কৰক আৰু আধুনিক চিন্তাধাৰা তথা বৈজ্ঞানিক মানসিকতা গঢ়াত গুৰুত্ব আৰোপ কৰক। তেতিয়া বিবেক জাগ্ৰত হ'ব আৰু কোনোটো ভাল বা বেয়া আৰু গ্ৰহণযোগ্য বা অগ্ৰহণযোগ্য বিবেচনা কৰাৰ ক্ষমতাৰ গৰাকী হ'ব।

    • @mukulbaruah1833
      @mukulbaruah1833 Месяц назад +2

      Debajit pegu Obc/St/Sc samajr asol satru Musalmaan ba Christan nahoy, amaar asol satru hol sayambhu iswar monubadi brahmonbadi prithibir vitarat ataitkoi maratmok khingkhatmok khontrukhnadi bilak. Monubadi brahmonnadi jatibadi jehadi sayambhu iswar Bamun bilake Ahomr 600 basoria sason ahom k Dharmar kani(Opium) khuai ses karile. Tribel is the best.

    • @DilipkumarMissong
      @DilipkumarMissong Месяц назад

      ১০০℅ শুদ্ধ মত

    • @dineshmili862
      @dineshmili862 Месяц назад

      you are right

    • @punarutthan23
      @punarutthan23 Месяц назад

      👉 dhormor namot kunu reservation nai, reservation jatir namot he ase, jodi kunubai jati holoni kore, tetiya tewor reservation bibesona koribo pari.

  • @MohammadAhmed-py1gz
    @MohammadAhmed-py1gz Месяц назад +3

    এইটো কি কথা? ভাৰত সংবিধান মতে চলিব । ধৰ্ম সলনি কৰিলে জাতি সলনি নহয় । মিচিং কোনো ধৰ্ম নহয় । যদি এনে হয় হিন্দু ধৰ্মও মানিব নোৱাৰিব মিচিং লোকে । হিন্দুৰ নামত, গৰুৰ নামত, ৰামৰ নামত, কৃষ্ণৰ নামত ভোট ল'ব নোৱাৰিব যে সেইবাবেই এইবোৰ নাটক ।

  • @bklifevlogs
    @bklifevlogs Месяц назад +4

    Happy Christmas 🎄 God bless you

  • @punarutthan23
    @punarutthan23 Месяц назад +38

    যীচুৱে কলে, যি জনে মোক পঠাইছে,সেই পিতৃয়ে চপাই নললে,কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে; আৰু মই শেষৰ দিনা তেওঁক তুলিম।’যি জনে পিতৃৰ পৰা শুনি শিক্ষা পাইছে,তেৱেঁই মোৰ ওচৰলৈ আহে।(Bible যোহন 6:-44-45)

  • @AtulTaid-d2x
    @AtulTaid-d2x Месяц назад +5

    Joy to the world the Lord has come.happy mery christmass to all.May our God bless u

  • @jogendranarzary4087
    @jogendranarzary4087 Месяц назад +7

    Merry Christmas all Mising organization. Hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah. Amen Amen Amen🙏

  • @TilakRabha-yj9wb
    @TilakRabha-yj9wb Месяц назад +10

    God bless you all Father and mother. Happy christmas 🎄🎄🎄

  • @nakkung
    @nakkung Месяц назад +5

    Christain life is best life ❤for,ever you get life

  • @nihanarah1085
    @nihanarah1085 Месяц назад +5

    God is good all the time ☺️✝️🙌

  • @Devojyotidoley1234majuli
    @Devojyotidoley1234majuli Месяц назад +13

    Happy Christmas day amen

    • @johandoley1170
      @johandoley1170 Месяц назад +2

      Happy non ST

    • @Aniom476
      @Aniom476 Месяц назад +1

      ​@@johandoley1170kune koribo Christian keitak st korton? Binod kokai?
      😅

    • @allaboutinmisingagom5018
      @allaboutinmisingagom5018 Месяц назад

      ​@@Aniom476 Sai thak. Jat naikia kenek kot korton hobo 😅 gom pabi hmoyot😅

    • @Aniom476
      @Aniom476 Месяц назад

      ​@@allaboutinmisingagom5018moi Donyi-Polo follow koru Christian hindu nohoi, Christian st korton hole hindu khinir u hobo hei karone eman bosore eku kora nai. Gathiye gathiye problem ase yat💔🤣🤣

    • @Aniom476
      @Aniom476 Месяц назад

      ​@@allaboutinmisingagom5018moi low poha suwali tumat ke gyn besi mur😊 Binod kokat kr u besi🎉

  • @GitanjaliPegu-h2o
    @GitanjaliPegu-h2o Месяц назад +7

    We have right to worship my own our religion if, Doni- Polo has right to protest other rights then Christian also rights to protest. Thank you ND24 chanel.

  • @sathyanathmili8412
    @sathyanathmili8412 Месяц назад +14

    এইখন পৃথিৱীত ঈশ্বৰৰ বাহিৰে কাৰো অধিকাৰ নাই যে, ধৰ্মৰ বিপৰীতে কথা কবলৈ। ধৰ্মৰ অৰ্থ নজনা লোকেহে ধৰ্ম বিৰোধী কথা কয়।

    • @ButterFly-oh5zs
      @ButterFly-oh5zs Месяц назад +2

      O aitu khosa kotha ishsar bahire kunu nai kintu missionary bilake J dharmantorit koriboloi janajati bilakok besi soku diye eitu kotha nokoi nuwari aru janojati bilake standar namot Christian dharmo loi nijor sinaki pahorie jai example amrr north east or nagaland mizoram maghaloi eibilake tu missionary under ote sole biya ekhon patileu Christian niyomot hey pate nijor janojati niyom pahoriye gol amiu tribal manuh kintu janojati niyom amer ajiu ase amiu standard thaku khaibuli ki Christian dharmo lom neki khihote amer jonojati dharmo kio noloi amer knowledge nai neki missionary bilakor he ase neki. Khihote kenekoi kak khijoto dharmoloi nibo pare take khubidha loi thake enei khihote English medium nukhule

    • @mainapegu3918
      @mainapegu3918 Месяц назад +1

      Laj nai kotha kbloi juntu dharmt poisar adan prodan kra hoi heitu dhrmk kio akua li lb lage ji krise bhalei krise apuni Jane ne dni plr ortho juntu Hindu dhormtu polor ortho hl sondro dev hei karne ami hindu buli nijke anr agt gorbhore kb paru .apuniu sage hei gru khua dharmate humaiseniki .apunar jdi ei disition tur uprt problem hoise laheke nijr title tu milir pra Christan buli likhib jdi kothatu beya lagise khyoma kriba

    • @ButterFly-oh5zs
      @ButterFly-oh5zs Месяц назад

      @mainapegu3918 👍 amer jonajati manuh bilak enekoi akhomoyot anor dharmoloi dhapoli melibo buji nupuwakoi ai naga mizo dare

    • @rohitrajbonghi2711
      @rohitrajbonghi2711 Месяц назад

      এইবোৰে হৈছে কপ্তিয়া এওঁ সকলে কোৱা হৈছে হাই হাই কপটিয়া সকল স্বৰ্গ দুৱাৰ তোমালোকে বন্দ কৰিছাঁ কিয়নো তোমালোকে নিজেও নখুমুৱা আনকো সোমাব নিদিয়া

    • @punarutthan23
      @punarutthan23 Месяц назад

      Jisu christoi crusot apun pranor bolidan di, manuhor papor praisit korile, Isore manuhor papor praisitor bibostha korile, protek manuhe ai kotha janibo, prithvir hima loike prosar koriboloi Jisuwe adekh dise.

  • @bimolsurin9170
    @bimolsurin9170 Месяц назад

    আপুনি জানে নে ? বিতৰ্কমূলক ভাবে হ'লেও খৃষ্টক প্ৰচাৰ কৰি আছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ ।ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক।❤❤❤

  • @BituponNarah
    @BituponNarah Месяц назад +1

    মিচিং ৰাইজক প্ৰথমে six schedule দি লগ । তাৰ পৰা ডাঙৰ ডাঙৰ lecture মাৰিব । আপোনাৰ লোকে মানুহৰ অসুবিধা হলে কিমান সহায় কৰিছে ? ৰাইজ ওলাই আহক ....... সিহঁতৰ কথা খোনো নামানিব ।

  • @_Mushiya_Doley
    @_Mushiya_Doley Месяц назад +5

    আগতে দঞি পল ধৰ্মলৈ পৰিৱৰ্তন কৰা

  • @PabitraKaman-h6s
    @PabitraKaman-h6s Месяц назад +1

    Jisur manu bilak kedibo lage nai katibo lage ❤❤❤❤❤❤❤❤❤

  • @uttamtirki5868
    @uttamtirki5868 Месяц назад +12

    Praise the lord ❤

    • @M_Doley
      @M_Doley Месяц назад +2

      Bomyérung Do:nyi - Po:lo..

    • @beingastudents
      @beingastudents Месяц назад +1

      Praise my dick

  • @DimbeswarDoley-e9w
    @DimbeswarDoley-e9w Месяц назад +4

    আনৰ ধৰ্ম লোৱা সকলক মিচিং S T ৰ পৰা আতৰাব লাগে।

    • @punarutthan23
      @punarutthan23 Месяц назад

      👉 dhormor namot kunu reservation nai, reservation jatir namot he ase, jodi kunubai jati holoni kore, tetiya tewor reservation bibesona koribo pari.

  • @RajibpeguRajibpegu
    @RajibpeguRajibpegu Месяц назад +8

    Ami bordin ujjapon korisu keneke ekoloibo gam aru binud kumbange' st pora nam korton koribo sam

  • @AnalikakutumKutum
    @AnalikakutumKutum Месяц назад +5

    Happy Merry Christmas to all, Amen 🙏✝️

  • @Rajiedkathar
    @Rajiedkathar Месяц назад +5

    God bless you all marry christmas

  • @subalbasumatary6400
    @subalbasumatary6400 Месяц назад +17

    Good decision

  • @JumanKalita-ld2cr
    @JumanKalita-ld2cr Месяц назад +21

    সুন্দৰ পদক্ষেপ

  • @SDineshRegon-ft4yi
    @SDineshRegon-ft4yi Месяц назад +13

    নিচাযুক্ত দ্ৰব্যৰ ধৰ্মৰ প্ৰচাৰ কৰে বিনুদ কুম্বাংঙে

    • @vlogs3895
      @vlogs3895 Месяц назад +1

      yᴏᴜ ᴀʀᴇ ʀɪɢʜᴛ

    • @allaboutinmisingagom5018
      @allaboutinmisingagom5018 Месяц назад +1

      Oi jisur pokor seleka hot. Nijor jat naikia hot nijoke Mising buli sinaki nidibi anor agot

  • @maheshvlogs4651
    @maheshvlogs4651 Месяц назад +17

    ভাল কথা।🎉

  • @Kayum5419
    @Kayum5419 Месяц назад +3

    Merry Christmas

  • @SDineshRegon-ft4yi
    @SDineshRegon-ft4yi Месяц назад +19

    মই খ্ৰীষ্টান secretary কাম কৰি আছোঁ এটকাও নাপাও। আমি উল্তাকৈ দি থাকিব লগা হয়।লোভ দেখুৱাই নাথাকে। কিছুমান থাকিব পাৰে ? যেতিয়া এখন গীৰ্জা চলাই তেতিয়া গম পাব। বাহিৰৰ পৰা নজনাকৈ কুকৰৰ নিচিনা ভক্ ভক্ কৰি আছে।

    • @probinkumar5628
      @probinkumar5628 Месяц назад

      Toi kukur r nicina goisa Cristian hobo kela

    • @RakeshDoley-d1j
      @RakeshDoley-d1j Месяц назад

      Tumi kukur hoi tumar value nai kom value kina hoi tumi chala pagol nijir maar religion besi diya hoi tumi

    • @JoyDoley-gc6nh
      @JoyDoley-gc6nh Месяц назад +3

      Very good job bro And Wlc Bro

    • @ghanakantapegu1784
      @ghanakantapegu1784 Месяц назад +9

      আমাৰ মিচিং জনগোষ্ঠীৰ খ্ৰীষ্টান সকলক st মৰ্য্যদা পৰা অতি সোনকালেই কৰ্তন কৰিব।

    • @SDineshRegon-ft4yi
      @SDineshRegon-ft4yi Месяц назад +2

      কোনে অধিকাৰ দিলে

  • @PratimaBrahma-h7d
    @PratimaBrahma-h7d Месяц назад +5

    Conversion of religion is great problem of our north-eastern tribal communities..Religion is the main foundation and recognition of all communities...Such as BATHOU signify BODO tribals..Main culture of BODOS originates from this BATOUISM...nobody can deny.

    • @Zoro-g6h2p
      @Zoro-g6h2p Месяц назад

      Half of the bodo community have lost their culture and identity.... wearing only dokhona doesn't make anyone bodo... it's a bitter truth

    • @punarutthan23
      @punarutthan23 Месяц назад

      Anekuwa coment, Bharotor Hongvidhan nojona manuhor proman

    • @PratimaBrahma-h7d
      @PratimaBrahma-h7d Месяц назад

      Sorry.. I am not saying any particular religion..My stand is against forced conversion...may be Hindu..or Christians. I am also peculiar with what Indian constitution says about secularism.

  • @PallopjuytiRabha
    @PallopjuytiRabha Месяц назад +2

    বহুত উত্তম সিদ্ধান্ত গ্ৰহণ কৰিছে

    • @Mathew-b8d
      @Mathew-b8d Месяц назад

      Hello rabha, the great tribulation period will coming soon in this world but for why? MAN is mortal We never know the time of death when it will comes so don't die without reading the Bible to know your destiny and future world.

  • @PEguAxom_05
    @PEguAxom_05 Месяц назад

    Jai shreeRam❤❤❤ ...Good job

  • @JohnDoley-mi9mt
    @JohnDoley-mi9mt 7 дней назад

    Amen amen amen amen amen amen amen amen amen amen amen amen amen ❤️❤️❤️❤️

  • @Matiastudu7938
    @Matiastudu7938 Месяц назад +1

    খৃষ্টীয়ান সকলে কিনো বেয়া কাম কৰিছে ?যে সকলোৱে খৃষ্টীয়ান বিৰুদ্ধে কথা কয়

  • @narahsarbeswar05
    @narahsarbeswar05 Месяц назад +1

    আনৰ ধৰ্ম গ্ৰিনা কৰা নাই ।কৈছে অন্য জনগোষ্ঠীৰ ধৰ্মত লিপ্ত নকৰিবলৈ আহ্বান কৰিছে । ইয়াক লৈ কোনো মিচিঙে বিতৰ্ক আনিব নালাগে।যদিহে আবতানি বংশধৰ হয় তেন্তে সকলোৱে আন্তুৰিক অভিনন্দন জ্ঞাপন কৰিব লাগে।

    • @punarutthan23
      @punarutthan23 Месяц назад

      kunu dhormoi manuhor nam, bhakha, jati, hongskritir thekadar nohoi, Isore manuhor dhormo nibisare, Isore manuhor dharmikata he bisare, jetiya misa opobad di Jisuk bisakh kora manuhok atyachar kora hoi, tetiya yada yada hi dharmasya, glanirbhavti bharata hoi, aji gutei bharotot Christian hokolor uporot akromon aru oitasar solise, aru oitasari hohol sri krishnor manuh, atiya dhormor namot akromon kora ai oitasari bilakok, sri krishnoi ki kore, sri krishnoi nijor protigya dialogue pura kore ne nokore, heitu loikhot ase

  • @AyanPatgiri
    @AyanPatgiri Месяц назад

    ধন্যবাদ মিচিং সংঘটন

  • @birambasumatary
    @birambasumatary Месяц назад +3

    pagal hol dharmor logot st obc kunu prosna nai ..suprem courte ki kole dunin agar jugdment khuna nai , pagal hol 😂

  • @PangingPanging-o7f
    @PangingPanging-o7f Месяц назад +5

    Very good ❤👍

  • @321-5c
    @321-5c Месяц назад +3

    আপোনালোকৰ এই বিষয় বিলাকেই খ্ৰীষ্টীয় ধৰ্মত ধৰ্মান্তৰিত কৰি আছে জানে নে? মই কৈছোঁ শুনক আৰু পঢ়ক কাৰণ আপোলোকে প্ৰেম কি এতিয়ালৈকে বুজি পোৱা নাই আৰু কৰিও পোৱা নাই, যদি বুজি পালে হেঁতেন বা কৰি পালে হেঁতেন তেন্তে আজি ৰাস্তাত ওলায় চিঞৰি নাথাকিল হয়। ৰাস্তাত কাৰোবাক ৰখাই লৈ জয় শ্ৰী ৰাম বুলি কবলৈ কাকো বাধ্য নকৰিলে হয়। আজি আপোনালোকৰ যদি সঁচা প্ৰেম থাকিলে হয় তেন্তে আপোনাৰ ধৰ্ম এৰি খ্ৰীষ্টীয় ধৰ্ম গ্ৰহণ নকৰিলে হয়। আজি সেই প্ৰেমৰ অভাৱৰ বাবে জগৰীয়া খ্ৰীষ্টীয়ান নহয় আপোনালোক হে জগৰীয়া, খ্ৰীষ্টীয় ধৰ্ম শান্তিৰ প্ৰতীক যিশু খ্ৰীষ্ট এক প্ৰেমৰ আভাস, যি জনে যিশু খ্ৰীষ্টক এবাৰ পাই প্ৰেম মানে কি বাৰুকৈয়ে বুজে। আপোনালোকে ভাৱি চাওঁক প্ৰেমে জানো উচ্চ নিচ বাচনি কৰে?
    প্ৰমে জানো কাৰোবাক ঘীণ কৰে?
    প্ৰেমে জানো কাৰোবাক সৰু বুলি ভাৱিবলৈ শিকায়? 4:52 4:52

  • @ArunNgatey
    @ArunNgatey Месяц назад

    💯 right 👍

  • @Spsanupatiri
    @Spsanupatiri Месяц назад +4

    সঁচা কথা

  • @Doni-q2h
    @Doni-q2h Месяц назад

    দনি পলো আমি গৰু খুৱ পাৰ্টি অৰুণাচলৰ ধৰ্ম আৰু টানি গোষ্ঠীৰ। সকল খৃষ্টিয়ানেই নহয় যদি প্ৰকৃত দনি পল হয় হিন্দু ধৰ্ম আমি বয়কত কৰিব লাগিব। কাৰণ সকলো north eastor luke এইটো কৰি আছে। গৰু খুৱাই কিয় গুকাই লগত মিলিব লাগে। We are not the part of sanatana.

  • @runudole80
    @runudole80 Месяц назад

    May God bless those protesters

  • @deepjyotipegu9547
    @deepjyotipegu9547 Месяц назад

    সুন্দৰ প্ৰদক্ষেপ

  • @rambasumatary3766
    @rambasumatary3766 Месяц назад +2

    Right kotha

  • @TomTimung-c5h
    @TomTimung-c5h Месяц назад +11

    Believe in Christ and change your life.

    • @bikramporklover5772
      @bikramporklover5772 Месяц назад +2

      😂😂

    • @technicalaxom424
      @technicalaxom424 Месяц назад +3

      Tur life change hoi gol niki 😂😂😂

    • @RakeshDoley-d1j
      @RakeshDoley-d1j Месяц назад

      Sudor bhai okora nijioke nijok besi dila no

    • @Zoro-g6h2p
      @Zoro-g6h2p Месяц назад

      Dhur xudurbhi 😂😂

    • @Aniom476
      @Aniom476 Месяц назад

      Binod koka pagol hol bule, manuhe kua kui kori ase dhemajir

  • @DibangDibangpao
    @DibangDibangpao Месяц назад +1

    সুন্দৰ পদক্ষেপ👍❤️

  • @ArupBora-rw6lj
    @ArupBora-rw6lj Месяц назад +6

    St korton koribo lage

  • @mpstudio9998
    @mpstudio9998 Месяц назад +14

    মিচিং মানুহ হিন্দু নাছিল আগতে পাছতে গ্ৰহণ কৰিছে । এতিয়া নিজৰ ধৰ্মলৈ গুৰি যাব হলে হিন্দু ধৰ্ম এৰিব লাগিব মিচিং হকলে ।

  • @ajoymarak1915
    @ajoymarak1915 Месяц назад

    জয় যীচু

  • @jayantachoudhury7073
    @jayantachoudhury7073 Месяц назад +1

    বহু ত বহু ত ধন্যবাদ

    • @Mathew-b8d
      @Mathew-b8d Месяц назад +1

      End time is near God judgement is near Jesus Christ is coming soon so don't die without knowing Jesus Christ (who is Jesus Christ why crucified how resurrected and also why he is coming soon?)

  • @davidmili3427
    @davidmili3427 Месяц назад +5

    মিপাগে ভাগ ভাগ কৰি ছে। হায় হায় 😅😅😅

    • @hnd8030
      @hnd8030 Месяц назад +3

      Missionarye bhag bhag korise buli buji nupua nki sudur bhai

    • @Iohh26
      @Iohh26 Месяц назад

      ​@@hnd8030Tumak beleg 1ta videot dekhun jixur xoron lobole comment kora dekshisu

  • @TisCf
    @TisCf Месяц назад

    জনজাতি ধৰ্ম সুৰক্ষা মঞ্চক অশেষ ধন্যৱাদ, নহ'লে আমাৰ গোটেই খিনিশেষ হ'ব।

    • @Mathew-b8d
      @Mathew-b8d Месяц назад

      Jesus Christ said, I am the way and the truth and the life No one comes to the father except through me. Krishna Durga Vishnu Brahma mohadeb Ram honuman never save your life from the coming final judgement of the almighty God.

  • @mukulbaruah1833
    @mukulbaruah1833 Месяц назад +3

    Jonardan Goswamir dore monubadi brahmonbadi jatibadi bilake Assam Dhongkha kora ji khel khelise, aitu Axmor babe maratmok. karan amuthimaan sayambhu iswar khontrukhbadi aAhomt 600 basoria sasonr beli maar nuaisil Ahom roja Rudra khinghak vori pani khuai manakhik gulam kari. Ji dina khilonjia Obc/St/Sc samaje monubadir Dharmia makorajal faali ulaba kheidina kebol monubadi brahmonbadi jatibadi jehadi sayambbu iswar bilakr babe he moha pralay habo 100%.

  • @montushpegu5714
    @montushpegu5714 Месяц назад

    Marry christmas 🎄🎄🎄

  • @Chi-m1k
    @Chi-m1k Месяц назад

    👍👍👍👍👍moja

  • @abhiramkhakhlary2043
    @abhiramkhakhlary2043 Месяц назад

    Good decision🎉

  • @Soshi_pegu
    @Soshi_pegu Месяц назад +7

    বঢ়িয়া সিদ্ধান্ত ধন্যবাদ।

  • @harishmili7000
    @harishmili7000 Месяц назад +3

    Binod kumbang Kun he ....ST pora DC bonabo pora tu.

    • @RakeshDoley-d1j
      @RakeshDoley-d1j Месяц назад

      Binod tumar father hoi jana okora kom dhamot kina hoi tumi

  • @bhogulmedak4321
    @bhogulmedak4321 Месяц назад

    Good ❤❤❤❤

  • @prakashroy1040
    @prakashroy1040 Месяц назад

    ধন্যবাদ

  • @pujalimbu8492
    @pujalimbu8492 Месяц назад

    Thanks 🙏🙏

  • @D58opp
    @D58opp Месяц назад

    ডিব্ৰুগড় জিলাৰ অন্তৰ্গত হিন্দু ধৰ্মৰ লোক সকলক খ্ৰীষ্টান ধৰ্মা গ্ৰহণ কৰাই আছে ।

  • @bhugeswarpadi9494
    @bhugeswarpadi9494 Месяц назад

    নিজৰ ধৰ্ম এৰি আনৰ ধৰ্মকৰা সকলক মিচিং জাতি বুলি পৰিচয় দিব নালাগে ।

  • @juliasislary8665
    @juliasislary8665 Месяц назад

    Proud to be Christian. Respect for all religions

  • @MoniramPatir-r7t
    @MoniramPatir-r7t Месяц назад

    I ❤do:yi po:lo❤❤❤❤

  • @prakashroy1040
    @prakashroy1040 Месяц назад

    Dhanyvad

  • @ManuRanjanPayeng
    @ManuRanjanPayeng Месяц назад +4

    পদক্ষেপ ক আংশিক সমৰ্থন দিছোঁ....যদি এই সজাগতা আমাৰ সমাজৰ অত্যধিক Hinduism ৰ ফালে ঢাল খোৱাৰ বিৰূদ্ধেও আৰু নিজ জনজাতীয় ৰীতি-নীতি,ধৰ্ম ৰক্ষাৰ স্বাৰ্থত হ'য় তেনেহ'লে পূৰ্ণ সমৰ্থন থাকিব.

    • @mukulbaruah1833
      @mukulbaruah1833 Месяц назад

      Manuranjan payeng samay thakutei nijok khudharai lauk, nahole apunr bhabissat prajanma Ahom bilakr dore Dhubir kukurar gati panit haah nasora abostha habo. Ajirpora 400 basor agotei Ahom rojai Bamunr vori dhua pani khua babe tar fol ajir Ahom a bhugise. 600 basor Assam sason kora Ahom a Dharmar kani(Opium) khai Bamunr usarar manakhik gulam hua babe aji Ahom kokbokai jitai asey. Tribel is the best. Nahole anagota din t sampurna mipak hoi Ahomr gati habo.

    • @Pgamers8698
      @Pgamers8698 Месяц назад

      Mukul baruah oi bokasuda

  • @turpisasonagogoi7697
    @turpisasonagogoi7697 Месяц назад

    আনৰ ধমৰ্ৰ অপমান নকৰাটোহে আচল ধৰ্ম।

  • @KrishnaKantaBoro-n7t
    @KrishnaKantaBoro-n7t Месяц назад

    সুন্দৰ

  • @AlanDhan-rt4ud
    @AlanDhan-rt4ud Месяц назад +1

    মূৰ্খ মানুহ, সকলো পশ্বিমীয়া নিয়ম অনুসৰণ কৰে. কিন্তু আচল বস্তুটোকে অনুসৰণ কৰিব নিবিচাৰে. কত উন্নতি হব. মূৰ্খ মানুহ মূৰ্খ হৈ থাক. মৰাৰ পিছত পস্তাই যাবি 😅

    • @MukulRabha-mz2vr
      @MukulRabha-mz2vr Месяц назад

      কোন টো পশ্চিমীয়া নিয়ম পালন কৰিছে উদাহৰন এটা দিয়ক চোন

    • @AlanDhan-rt4ud
      @AlanDhan-rt4ud Месяц назад

      @MukulRabha-mz2vr উদাহৰণ দিলেও মূৰ্খ মানুহে বুজি নাপাব. বাদ দিয়া হে এইবিলাক. শুকান ভাং নহলে ঘৰুৱা মদ খাই শুই থা

  • @danerambasu1929
    @danerambasu1929 Месяц назад

    Right decision

  • @MangolBrahma-rz3ch
    @MangolBrahma-rz3ch Месяц назад +1

    Good decision 👍