৬৫টা গীৰ্জাত মেৰী খ্ৰীষ্টমাছ উদযাপন কৰিলে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে

Поделиться
HTML-код
  • Опубликовано: 25 дек 2024

Комментарии • 158

  • @mithunmigomofficial.2.0.m90
    @mithunmigomofficial.2.0.m90 5 часов назад +24

    ইয়াৰ আচল কাৰণটো সত্ৰাধিকাৰ সকলক, এতিয়া উপলব্ধি হৈছে। এটা সময়ত মিছিং সকলক সত্ৰ সোমাব দিয়া দুৰৰ কথা মিছিং সকলৰ হাতে পানী ও গ্ৰহণ নকৰিছিল,নিচ্ছ জাতিৰ বুলি আওকাণ কৰিছিল বাবেই বহু জনজাতীয় লোকে খ্ৰীষ্টান হ'ল।

    • @GautamPegu-qw7ki
      @GautamPegu-qw7ki 5 часов назад

      Dharmot jati bedh bed nai ...hklu xman ..

    • @RajibRabha-us3lu
      @RajibRabha-us3lu 4 часа назад +3

      সঁচা কথা কৈছা ধন্যবাদৰ

  • @LazarVallury
    @LazarVallury 4 часа назад +13

    প্ৰ ভু যী চু জয় স ও ক ধন্য বাদ

  • @bkp9774
    @bkp9774 7 часов назад +19

    ভাল লাগিছে । বামুন বোৰে আৰু জাতিভেদ বহাই থাকক।

  • @ranujkuli5708
    @ranujkuli5708 5 часов назад +19

    জাই হক আপোনালৈ খ্ৰীষ্টমাছৰ শুভেচ্ছা থাকিল। আপোনাকো যীশু খ্ৰীষ্ট প্ৰেম কৰে

  • @samrathajowary7124
    @samrathajowary7124 6 часов назад +16

    বৈষ্ণব ধর্মৰ যোগেদি অকল অসমীয়াৰ বাহিৰে বাকী জনগোষ্ঠীৰ ভাষা কৃষ্টি উপাধি আদি সকলোবোৰ ‌এফালৰ পৰা শেষ হৈ যোৱা দেখা যায়। কিন্তু christianনে সকলোবোৰ জাতি জনগোষ্ঠীৰ ভাষা কৃষ্টি উপাধি আদি সকলোবোৰ বিনষ্ট কৰা দেখা নেযায়।

  • @martechungkong5407
    @martechungkong5407 6 часов назад +18

    আপোনালোক মাথো বাজি থকা কাহঁৰ দৰে । ইশ্বৰৰ ৰাজ্য বৃদ্ধি হওক আমেন।

  • @umlanbhengra5495
    @umlanbhengra5495 4 часа назад +12

    বৰদিনৰ দিনা এনে বাতৰি পৰিৱেশন কৰি ঈশ্বৰৰ মহিমা গৌৰৱ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ।

  • @akshaydas3990
    @akshaydas3990 3 часа назад +6

    মহাপুৰুষ শংকৰদেৱৰ ধৰ্মীয় নীতি আদৰ্শক জলাঞ্জলী দি মানুহৰ মাজত জাত-পাত, উচ্চ -নীচ ভেদভাৱৰ সৃষ্টি কৰি, পূজা -পাতল, বলি-বিধানৰ ব্যৱস্থা কৰি ভাগৱত ধৰ্মৰ বিৰুদ্ধে যোৱাৰ বাবেই আজি এই অৱস্থা হৈছে। এইবোৰৰ প্ৰতিবাদৰ ফলস্বৰূপে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, একশৰণ ভাগৱতী সমাজৰ নিচিনা আধ্যাত্মিক অনুষ্ঠান ৰ জন্ম হ'বলগীয়া হ'ল। ইয়াৰ বাবে দায়ী কোন?

    • @manashhazarika076
      @manashhazarika076 3 часа назад

      ব্ৰাক্ষ্মণ সত্ৰাধিকাৰ সকল জগৰীয়া

  • @Aniom476
    @Aniom476 4 часа назад +14

    Ishhhhh beya lagil deyyyyy,😢
    Hoi khub dukhor bikhoy hoise kintu hindu bure kiman je rajniti, sokranto kori jonojati burok hindu bonale, jonojati buror culture, rituals bur hindur part buli rajniti kori hindu bonale. Kiman kosto swikar kori jonojati burok brainwashed korai hindu jonosynkha bohale.
    But etiya missionary bure uporte ahi jonojati burok education di kine, ei bur mitha sokranto bujibo pora kori le, tar upori u lakh lakh manuh Christian hoi gol hindu ushwa nish kori kebol keita man gustiye swayombu iswar r gadit bohi dan-dokhina loi pocket gorom kora bojar khon nosola poisa lekhiya korile. Hoi hoi dada hot moi apuna lukor dukh buji pau moi apuna lukor dukhot dukhito hoisu, khub bedona dayok🥺🥺💔😭

  • @uttamtirki5868
    @uttamtirki5868 16 часов назад +13

    Praise the lord

  • @ranujkuli5708
    @ranujkuli5708 5 часов назад +11

    সত্ৰাধিকাৰ হৈ মিছা মাতিব নাপায়

    • @PamirRajbonshi
      @PamirRajbonshi 3 часа назад

      Hoi neki ..boro ,karbi , tribal dukhi manuh burok bosto di chistran loi convert Kori ase North East tot

  • @CuteDance789
    @CuteDance789 5 часов назад +11

    Bhal hoise bamun kalita hakolar nisjatir buli jihe behaviour 😢

  • @ishakmahananda8920
    @ishakmahananda8920 8 часов назад +9

    Praise the Lord 🙏🙏🙏

  • @bikramjitsinghdas2311
    @bikramjitsinghdas2311 6 часов назад +10

    বৰ ভাল হৈছে, জাত-পাত বৈষম্যমূলক আচৰণ কিয় সত্ৰাধিকাৰ সকলে নেৰে ? এজনো মিছিং বা আন সুদ্ৰ সম্প্ৰদায়ৰ সত্ৰাধিকাৰ কিয় আজিলৈকে নাই ?

    • @AbinashDeka-hs5sx
      @AbinashDeka-hs5sx 5 часов назад

      Mul karo eitue hoi....xokolue swijar kora uchit......axa koru mising xokole nijor culture tu jate eri nidiye....nijor geet mat , kala xangskriti atut rakhe

  • @DevojitChintey
    @DevojitChintey 4 часа назад +5

    Praise the lord jay mashi i love jesus zinda kuhda ❤❤❤

  • @JOHN_T123
    @JOHN_T123 5 часов назад +5

    Majuli bakhiye ashirbad prapto houk praise the lord

  • @NizamUddin-tc8ho
    @NizamUddin-tc8ho 5 часов назад +7

    যোৰ কৰি কৰিব দিছে নেকি , godhi media 😡😡😡😡

    • @dhirajkonwar169
      @dhirajkonwar169 5 часов назад

      Blg dhormor ktha soli ase ieat Miya manuhor commentor dorkar ni Nhoi

  • @bklifevlogs
    @bklifevlogs 5 часов назад +12

    Merry Christmas

  • @NATHNELKACHAP
    @NATHNELKACHAP 17 часов назад +16

    মানুহে অসত্যৰ পৰা সত্য লৈ গমন কৰিছে । জীবিত ঈশ্বৰ যীশু খৃষ্টৰ মহিমা হওক।

  • @Mochaharivlog
    @Mochaharivlog 2 часа назад +1

    Christmas is not only for Christian... People.... Christmas is for whole world...

  • @enoshpando5639
    @enoshpando5639 3 часа назад +6

    সাংবাদিক মহোদয় আপোনাকো যীচুয়ে মৰম কৰে। কেৱলমাত্ৰ যীচুতহে পৰিএান আছে ।❤

  • @ben-hur818
    @ben-hur818 3 часа назад +5

    সত্য ঈশ্বৰৰ আৰাধনা কৰিছে, আৰু কৰিব।।
    তাতে অসমীয়াই কিয় বিৰোধীতা কৰিছে,
    অসমীয়াই অসমীয়াৰ বিৰোধীতা কৰাৰ পৰা বিৰত থকাই ভাল।।
    নহলে অসমীয়া বুলি কেইজনমান মুষ্টিমেয় মানুহহে থাকিব।।
    আগতে অসমীয়া বুলি চিনাকি দিছিলো, এতিয়া নিদিও।।
    খৃষ্টান বুলি দিম।। কাৰণ খৃষ্টান সকলক অসমীয়া বুলি কোনো অসমীয়া নিউজ চেনেলত গণ্য কৰা হোৱা নাই।।

  • @prataprabha374
    @prataprabha374 4 часа назад +4

    মীছিনাৰী স্কুলবোৰ অসমৰ পৰা বিদায় দিব লাগে মামা। কাৰণ য'ত মিছিনাৰীসকল থাকে ততে যিশু ধৰ্ম বেছি হৈ যায়।

    • @navajyotipegu1117
      @navajyotipegu1117 3 часа назад +1

      Missionary hokole develop he korise

    • @munuvolg862
      @munuvolg862 2 часа назад

      ​@@navajyotipegu1117কি উন্নতি কৰিছে।ৰাস্তা,দলং,কিবা বনাইছেনে।

    • @prataprabha374
      @prataprabha374 Час назад

      @navajyotipegu1117 Develop নামত ধৰ্ম প্ৰলৱন কিয় কৰে আমি দেখিছোঁ শুনিছোঁ।

  • @goliadboro6796
    @goliadboro6796 4 часа назад +3

    Happy merry Christmas 🎄🎁🎄

  • @albert4920
    @albert4920 6 часов назад +5

    এই মেডিয়া বিলাক ধৰ্মক লৈ কাজিয়া কৰাই হে এৰিব.

  • @hemantadas4812
    @hemantadas4812 5 часов назад +2

    জাত পাত কথা কলেই নহৱ, অসমীয়া জা।তিটোক অগউৱাই লৈ,যোৱাত সকলোৰে সহায় সহযোগিতা লাগিৱ❤❤❤❤

  • @Uncutegirl560
    @Uncutegirl560 16 часов назад +9

    Praise the Lord Amen.
    Homuh akom bakhik Happy Marry Christmas 2024.

  • @rabin7080
    @rabin7080 5 часов назад +6

    Christian festival ot bargeet ki koribo? Jai jisu.

  • @sathyanathmili8412
    @sathyanathmili8412 5 часов назад +3

    হৰিদেৱই মিচং জাতিটোক ভয় কৰিছেনেকি

  • @rijagogoi4175
    @rijagogoi4175 3 часа назад +1

    ইশ্বৰৰ প্ৰশংসা হওক....আমেন

  • @premsagenhoro617
    @premsagenhoro617 4 часа назад +5

    মিচিং সমাজ সজাগ সমাজ। ❤

  • @dilenphukan6760
    @dilenphukan6760 3 часа назад +1

    তাত‌ মেদাম আপোনাৰ অসুবিধা কি। এই য়া নিজৰ নিজৰ স্বাধীনতা হয়। ঈশ্বৰৰ মহিমা হ ওক। আমেন।

  • @MetalePegu
    @MetalePegu 8 часов назад +7

    Kiyo borgit gabo lage

  • @TarunPayeng
    @TarunPayeng 7 часов назад +5

    সত্ৰৰ সত্ৰাধিকাৰ বিলাকৰ কাৰণে এনে গতনা

  • @SankarDeka58
    @SankarDeka58 4 часа назад +4

    সএ নগৰী মাজুলীত এনেকুৱা হোৱাতো অতি দুখৰ বিষয় এইখন শ্ৰী মন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দেশ নে যীশুখ্ৰীষ্টৰ দেশ ।😢

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 2 часа назад

    মাজুলীৰ খ্ৰীষ্টান ধৰ্মীয় মানুহ খিনি বহুত দিন আগৰে পৰাই সেই ধৰ্ম গ্ৰহণ কৰিছে । তেওলোকক প্ৰেম আৰু ভাতৃত্ব বোধেৰে পুণৰ হিন্দু ধৰ্মলৈ ঘূৰাই আনিব হয়তো পাৰিব । কিন্তু জোৰ কৰিলে ফল ওলোটা হব।

  • @suniltayeng1271
    @suniltayeng1271 16 часов назад +5

    বৈষ্ণব ধৰ্মাৱলম্বী মিচিং সকলৰ নহয়

    • @GautamPegu-qw7ki
      @GautamPegu-qw7ki 5 часов назад +1

      😂😂😂😂😂 moi ki Kom aaru...apunak... ishwar giyan koriba valkoi

  • @ramanujdoley1044
    @ramanujdoley1044 16 часов назад +38

    Durga pujat, gajal baje, bihut bihu geet, ligangot oi nitom baje, thik tenekoi বৰদিনত kerol bajiboi, tat koboloi ki ase,

    • @Bikashboruah-hg9rn
      @Bikashboruah-hg9rn 6 часов назад +3

      Goru hot st hubidha kio lo tohoti gedat poriso

    • @GautamPegu-qw7ki
      @GautamPegu-qw7ki 5 часов назад +3

      Dharma grahon kora2 nijor nijor bikyotigot kotha ...dharmok badha diya 2 paap hoi...?

    • @Bikashboruah-hg9rn
      @Bikashboruah-hg9rn 5 часов назад +2

      @@GautamPegu-qw7ki nijor maa deutak nupuji lukor puja keitak johora ba jati2 duhi buli koi

    • @chiranjibchungkrang8789
      @chiranjibchungkrang8789 5 часов назад +2

      Tur deutai diya hompoti neki ? st hubidha kio nolom, mishing hoi hubidha lomei ami dhormoh hain change korisu. Jati change kora nai nhoi.

    • @chiranjibchungkrang8789
      @chiranjibchungkrang8789 5 часов назад

      Amar Mishingor Real Dharmoh ki

  • @JAYANTAPEGU-e2f
    @JAYANTAPEGU-e2f 3 часа назад +2

    সত্ৰাধিকাৰ সকল, আপোনালোকে বৈষ্ণৱ ধৰ্মত থাকিলে স্বৰ্গত যাব নোৱাৰিবা। যীশু খৃষ্টৰ যোগেদিহে স্বৰ্গত যাব পাৰিবা। আপোনালোকেও খৃষ্টান ধৰ্ম গ্ৰহণ কৰি লোৱা।

    • @munuvolg862
      @munuvolg862 2 часа назад

      কোনে কলে খ্ৰীষ্টান ধৰ্ম ললে স্বৰ্গত যাব পাৰি বুলি। আমাৰ সনাতন ধৰ্মত স্বৰ্গত যোৱাটো বাদেই বৈকুণ্ঠ যাব পাৰে। তহঁতৰ মতে নিজৰ আইক বেয়া পোৱা আনৰ আইক ভাল পোৱা। তহতঁৰ মোৰ মতে মিছিং ৰ উপাধিয়ে ল'ব নালাগে কাৰণ মিছিং বুলি কোনো জাতি নাই। জাতি থাকিলে নিদিষ্ট পৰম্পৰা থাকিব লাগিব।

    • @JAYANTAPEGU-e2f
      @JAYANTAPEGU-e2f Час назад

      @munuvolg862 ধৰ্মৰ লগত কোন আই জৰিত আছে। স্বৰ্গৰ নিছিনাকে কোনো শান্তি ঠাই নাই।সনাতন ধৰ্মটো হিন্দু নহয় নেকি? religion ত হিন্দু বুলি নিলিখনে? বা সনাতন বুলি লিখানে?

    • @munuvolg862
      @munuvolg862 Час назад

      @@JAYANTAPEGU-e2f কথাবোৰ অলপ বুজি পোৱাকৈ লিখিব। তেতিয়া উত্তৰ দিব ভাল হয়।

    • @JAYANTAPEGU-e2f
      @JAYANTAPEGU-e2f 21 минуту назад

      @munuvolg862 তুমি নিজেই কৈছা, যে নিজৰ আইক এৰি আনৰ আইক গ্ৰহণ কৰিছা বুলি। ধৰ্মৰ লগত কোন আই জৰিত আছে। যিবিলাকে খৃষ্টান হৈছে, তেওঁলোকে নিজৰ মাতৃভাষা, নিজৰ সংস্কৃতি, এৰা নাই। মিচিং খৃষ্টান সকলেও আলি-আই লিগাং পাতে। কিন্তু নিচাযুক্ত দ্ৰব্য সেৱন নকৰে বা ব্যৱহাৰ নকৰে। কিন্তু এৰিছে, যিবিলাক অদৰকাৰী,পালন কৰিলেও লাভ নহয়,এই বিলাকক ত্যাগ কৰিছে।এই শিক্ষিত যোগত কিছুমান পৰম্পৰাগত ৰীতি-নীতি এৰি চলাটো দৰকাৰ হৈ পৰিছে। পৰম্পৰাগত ৰীতি-নীতি নকৰিলেও মানুহ জীয়াই থাকিব। এইটো ঈশ্বৰৰ মহিমা। ঈশ্বৰে যদি মাৰিব খোজে, তেন্তে পৰম্পৰাগত ৰীতি-নীতি কৰিলেও জীয়াই নাথাকিব।

  • @marketznews2516
    @marketznews2516 6 часов назад +4

    Bamun vs christian...bamun nije ews hol...ajikali...bamun e anisil jati bhed...durga pujat sankardev ok patta nidi bengalik promotion kora hoi kiyo?? Durga puja ki sankardev e support kore niki...???

  • @PromudDaimari
    @PromudDaimari 6 часов назад +4

    হিন্দু , খ্ৰীষ্টান ,ধৰ্ম বা জাতি, সংস্কৃতিৰ কথা নহয় য়ি ঈশ্বৰৰ সভ্যতা যি সকলে বিচাৰি পাইছে সেই ঈশ্বৰৰ সেৱা উপসনা কৰিব ।
    জোৰ জলম কৰা বা বায়ধ কৰা হৈছে বুলি অভিযোগ কৰাতো ......

  • @BijuTaid
    @BijuTaid 4 часа назад +2

    Happy Christmas all of you 🎄🎄🎄🎁❤

  • @arjunmaharathi
    @arjunmaharathi 50 минут назад

    khub bhal hoise, Joy Jishu

  • @j.kassam4508
    @j.kassam4508 3 часа назад +1

    Happy Christmas to all Assam .

  • @kalpajyotisvlog7075
    @kalpajyotisvlog7075 Час назад

    খ্ৰীষ্টীয়ান সকলক মানিব পাৰি। ইহত আত্ংবাদী নহয়। কিন্তু আত্ংবাদী সকলক ভয় লাগে।

  • @Swapngogoi
    @Swapngogoi 2 часа назад

    Praise the Lord. ✝️✝️✝️✝️🙏🙏🙏🙏

  • @ProbhushaiSona
    @ProbhushaiSona 2 часа назад

    Apuni aai news poribekhon kori christian dhormo prosar hey korile..thank you so much...

  • @jadav5123
    @jadav5123 8 часов назад +2

    Praise the lord Jesus Christ .

  • @hemantapegu1053
    @hemantapegu1053 24 минуты назад

    Merry Christmas to all of Majulians. One day all we will turn to Jesus Christ, the saviour of mankind.

  • @dipakrabha2866
    @dipakrabha2866 15 часов назад +5

    আৰু বাজিব কেৰল আৰু জানক ঈশ্বৰক জানক আমেন 🙏

  • @jackpatrasbaxla2933
    @jackpatrasbaxla2933 3 часа назад

    Merry Christmas 🎄

  • @jogendranarzary4087
    @jogendranarzary4087 2 часа назад

    Christmas greetings to you, guru.

  • @georgesoreng458
    @georgesoreng458 Час назад

    Happy Christmas 🎁🎄🎄🎄

  • @______________Ss23
    @______________Ss23 3 часа назад

    লৈছ ল কিন্তু গৰু নাখাবি আৰু মুছলিম ধৰ্ম নলবি 😐
    আৰু চিধা থাকিবি ।

  • @AjilBajaj
    @AjilBajaj 5 часов назад +1

    Om om nomu Narayan prabhu har har Mahadeb buli kolu om

  • @BISHAMNARZARI
    @BISHAMNARZARI 5 часов назад +1

    Amen

  • @arunmissong432
    @arunmissong432 3 часа назад

    আপোনাৰ ধৰ্মই মাজুলিক গৰাহখহনি ৰুদ কৰিব পাৰিনে?

  • @sliceoflife1600
    @sliceoflife1600 5 часов назад +2

    Bamun sokole, aru sankar sanghar manuhe Jetya jati ved borhai tetiya news channel bur chup hoi kio thake .

  • @nondeswarkaman4407
    @nondeswarkaman4407 3 часа назад

    Happy Merry Christmas 🎄🎄❤️❤️

  • @jiyaulhaque4856
    @jiyaulhaque4856 12 минут назад

    Happy christmas

  • @user-style966
    @user-style966 Час назад

    নিজেই নিজক পাহৰি যোৱাটোই পৃথিবীৰ ডাঙৰ ভুল,কিছুমান লোকে ৰাজহাঁহক দেখি নিজৰে খোজ পাহৰিছে...।

  • @gathisongschyber1123
    @gathisongschyber1123 3 часа назад

    Good ❤❤❤❤

  • @pranjal9270
    @pranjal9270 15 часов назад +2

    পূজা পাতিবলৈ তেওঁলোকে নিদিয়ে এতিয়া ....

  • @momentdoley2581
    @momentdoley2581 39 минут назад

    Converting to other religion, it's upto them. As a citizen of India should not oppose them.

  • @protimdjlightandsound
    @protimdjlightandsound Час назад

    Bhalee hoisee.. bouriya hotor bohut niyom..
    Amuk napai ,, tamuk napai,,,, doh tar doh ta niyom uliyai ..

  • @indrajittalukdar4508
    @indrajittalukdar4508 Час назад

    কিয় মিছিং লোক সকলে খ্ৰীষ্টান ধৰ্ম গ্ৰহন কৰি আছে সেই বিষয়টোহে আলোচ্য বিষয় ।

  • @nondeswarkaman4407
    @nondeswarkaman4407 3 часа назад

    সত্ৰাধিকাৰ মিছা কৈছে

  • @cubedragon1683
    @cubedragon1683 Час назад

    Merry Christmas 🎄🎄 to all of you

  • @priyanshunag9163
    @priyanshunag9163 3 часа назад

    ইয়াত কবলৈ একো নাই হিন্দু ধৰ্মৰ লোক বিলাকৰ কিয় ইমান আপত্তি থাকে হেনো ককুবাক পইচাৰ পলুভন দি খ্ৰীষ্টিয়ান কৰিব খ্ৰীষ্টিয়ান বিলাকৰ ইমান পইচা আছে নে

  • @ndhrama
    @ndhrama 12 минут назад

    আৰু মুছলিমৰ পকৰত লাগি থাকা 😂😂

  • @DibyajyotiNath-rx6uq
    @DibyajyotiNath-rx6uq Час назад

    Sattya hi sanatan dharm ❤❤❤.kattar Hindu.

  • @feihong0056
    @feihong0056 3 часа назад

    read the Bible atleast once in your life.. the bible is the mirror of our soul and life and the life after death before death. Merry christmas to all humankind. Jesus is the son of god , prince of peace, lord of lords, king of kings , everlasting god, merciful and living god. If you loves your life ,if you fear hell, if your choice is to go into the heaven. Please read the new testament of bible .

  • @alaminmullah
    @alaminmullah 3 часа назад

    Christan🎉🎉🎉🎉🎉🎉

  • @mukutnath1419
    @mukutnath1419 4 часа назад

    Who are responsible for this? perhaps the Satradjikars.

  • @ajoyborooah7213
    @ajoyborooah7213 5 часов назад

    Adin hokolue christo agota athu lobo .Eshware hokoluke akhirbad korok.Amen.

  • @Denialliving
    @Denialliving 12 часов назад +2

    Maajuli Dhemaaji Xaatro’r Goswami bure jaat bisaar imaan korei , Dhormo poriborton koriboi . Goswami Sharma r faaltu vyvehor kotha kobo bhoi laage niki Media’r ?

  • @JyotirmaySarma-w5p
    @JyotirmaySarma-w5p Час назад

    Tat dekhun Durga Puja patibo nidiye......atiya foreign r religion ata ahi keneke iman ag barhile.......atiya moza lagise sage no😢

  • @Mochaharivlog
    @Mochaharivlog 2 часа назад

    Basic Information Before Living Earth, , Bible meaning.... ❤

  • @madhabjyotiborah1868
    @madhabjyotiborah1868 4 часа назад

    Lag lgise ... Dey ...

  • @RanjumoniDeka-g1t
    @RanjumoniDeka-g1t 4 часа назад

    Nice

  • @koushikrajkonwar2431
    @koushikrajkonwar2431 5 часов назад

    Good.

  • @jadav5123
    @jadav5123 8 часов назад +3

    Missing tribal manu . Tribal manuhok niz sokure sai .

  • @NilChand-m1d
    @NilChand-m1d Час назад

    Jai shree ram

  • @prosenjitdaimari8158
    @prosenjitdaimari8158 6 часов назад +1

    Media belak eman hutru ne Christian manur babe?

  • @nirensaikia7017
    @nirensaikia7017 29 минут назад

    Untouchability on the part of the Satradhikar in past is the main reason of expansionism of Christianity in majuli. If this evil practices continues, other backward community of Assam will also accept other religion in coming days.

  • @enosangfengte4479
    @enosangfengte4479 2 часа назад

    Dharmantaron prolubhon nohi ji byektyiye nijor atmarpora jisu christok swikar Kore teur logot jisu Christi hodaye thake

  • @NirjayIslary
    @NirjayIslary 2 часа назад

    Jot Tribal Bilakok aponaloke lwi lwi swi swi kore tat Kerol Nabaji ki Apunalokor Dhol Pempa Bajibo neki

  • @dipalisonowal8842
    @dipalisonowal8842 6 часов назад +1

    Aapunar lokar karone hoise S T k ninda koreje

  • @firozborbhuyan
    @firozborbhuyan 2 часа назад

    Such a disgrace in name of Journalism.

  • @GitanjaliPegu-h2o
    @GitanjaliPegu-h2o 14 часов назад +3

    Missing manuhor history njonakoi ajon hortadikariye kota nelage buli babu. Nijor jatituke bhalkoi bogoban namot jiyai takibo hikabi.

  • @ProbhushaiSona
    @ProbhushaiSona 2 часа назад

    Muslim dekhot jodi mondir bonabo dese tetya ate Karol geetor babe iman tenson kio,,?apu nalukor kihor voi? Jisue koise moi bat hoitya aru jibon ,mur jugede nohole pitreer usoroloi kunu najai....ok God bessed you..marry christmas......

  • @SANATANI_BOY545
    @SANATANI_BOY545 3 часа назад

    Sob pagol hoise 🗿🗿🗿🗿

  • @banajitkalita5642
    @banajitkalita5642 6 часов назад

    Aru hobo apunalokeo news lorohe val pai amar manuh bilake kio jabo lage khistmasok.

  • @nitulgogoi8229
    @nitulgogoi8229 3 часа назад

    Bhal kotha huwa nai

  • @kameswarsonowal4094
    @kameswarsonowal4094 3 часа назад

    Apunaluke hangbadikhokol o ki kotha koise Bordinot carol nabaji borgit bajibo neki? Aea hindur mondir nohoi christanot girja hoi 3:27 3:30

  • @NivashPadi
    @NivashPadi 50 минут назад

    Apuna lukeu de tetiya najano sage

  • @ThanglongWancho
    @ThanglongWancho 4 часа назад

    Assam may vi Christian ba

  • @Teetekomising
    @Teetekomising Час назад

    Maroooooo

  • @twinklemili2846
    @twinklemili2846 5 часов назад

    Tumalukor mediabure hinghswa korisaneki

  • @ZackSangma-p2q
    @ZackSangma-p2q 3 часа назад

    Tate ki hol