বৰালি মাছৰে মাৰ লগত আজি দুপৰীয়াৰ আহাৰ | A day with my mother |

Поделиться
HTML-код
  • Опубликовано: 20 окт 2024

Комментарии • 997

  • @travelsphere6154
    @travelsphere6154 2 года назад +6

    বৰ ভাল লাগিলে...ইফালে আইতা নাতিনীৰ মৰম...আইতাকৰ বেগ খুচৰা..আইতাকে দিয়া বস্তুকণ অত তত থিয় দি খোৱা...বৰ ভাল লাগে...আপোনালোকৰ পৰিবেশটো বৰ ধুনীয়া..যাবলৈ মন যায় কিবা ...💚💚

  • @antarafoodlover77
    @antarafoodlover77 2 года назад +8

    ইমাম সুন্দৰ পৰিবেশ, ইমাম ধুনীয়াকৈ সকলোবোৰ দেখাই চালে চায় থাকিব মন জায় 💚💚

  • @jorhattime6901
    @jorhattime6901 2 года назад +15

    অসমৰ আটাইতকৈ সুন্দৰ চেনেল৷

    • @amargaon3296
      @amargaon3296  2 года назад +1

      Iman moromere akuwali luwa babe okhekh dhanyawad gyapon korisu

  • @rituparnasshadesoflife3983
    @rituparnasshadesoflife3983 2 года назад +4

    ইমান ধুনীয়া গাঁৱৰ পৰিৱেশ। দেখিয়েই মনটো ভাল লাগি গৈছে

  • @itspomeeyyy
    @itspomeeyyy 2 года назад +4

    আজি কালি এইবোৰ সুন্দৰ গাঁৱলীয়া পৰিবেশ দেখিবলৈ বৰ কঠিন লগতে খৰিত বনুৱা খাদ্য অশেষ ধন্যবাদ এনেকুৱা এটা সুন্দৰ পৰিবেশ লগত জুতি লগা খাদ্য বনাই দেখুওৱা বাবে🙏
    😘 আইতা মৰম 🥺🥺❤️❤️❤️❤️

    • @amargaon3296
      @amargaon3296  2 года назад +1

      বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো

  • @লোহিত
    @লোহিত 2 года назад +1

    বৰ সুন্দৰ ৰন্ধন প্ৰণালী আৰু পৰিবেশ।

  • @gayatrigogoimunu525
    @gayatrigogoimunu525 2 года назад +3

    আইতা গৰাকী লৈ সেৱা জনালোঁ । ভাল লাগিল আগুৱাই যোৱা।❤️❤️❤️

    • @amargaon3296
      @amargaon3296  2 года назад

      বহুত বহুত ধন্যবাদ জনাইছোঁ

  • @sarangabora5252
    @sarangabora5252 2 года назад +1

    অকনমানি জনী বৰ মৰমলগা । ইমান ধুনীয়াকৈ আমাৰ অসমীয়া ৰন্ধন প্ৰকৰণ আৰু গাঁৱলীয়া পৰিবেশটো উপস্থাপন কৰিছে। খুব ভাল লাগিল চাই।

  • @aarhismagicmoments2840
    @aarhismagicmoments2840 2 года назад +4

    আপোনাৰ প্ৰতিটো video এ বহুত ধুনীয়া।।সচাঁ কথা কবলৈ গলে আজিকালি ইমান ধুনীয়া পৰিবেশ গাঁওতো দেখা পোৱা নাযায়। ইমান নিভাঁজ ইমান খাটি ।।। আৰু এটা কথা মই মন কৰিছো আপোনাৰ ঘৰখনত এটাও plastic বস্তুৰ ব্যৱহাৰ নাই। ইমান আটোমটোকাৰি নিৰ্ভেজাল পৰিবেশ এটা ।।।স্বৰ্গসুখ। ।।

    • @amargaon3296
      @amargaon3296  2 года назад

      Video bilak upobhug kori bhal puwa buli jani otikhoi hukhi hoisu . Dhanyawad apunaloi 🙏

  • @pradioborborah9144
    @pradioborborah9144 2 года назад +2

    Bahut val lagil... Mon vori gol.. Biyonjon bur u khub hundor...

  • @bornaliborah2793
    @bornaliborah2793 2 года назад +5

    প্রাকৃতিক সৌন্দর্য ভৰা আপোনাৰ গাওঁখন সচাঁকৈ এক মনোমোহা পৰিৱেশ অসমীয়া খাদ্য সামগ্রী লগতে আপোনি ৰন্ধা খাদ্য বহুত ধুনীয়া পৰিৱেশৰ মাজত আপোনাক আৰু আপোনাৰ গাওঁখন চাবলৈ বৰ মন আছে। 😍🤗🙏

    • @amargaon3296
      @amargaon3296  2 года назад

      বহুত বহুত ধন্যবাদ আপোনাৰ মৰম চেনেহৰ বাবে

  • @Assam-ki-Rasoi
    @Assam-ki-Rasoi 2 года назад +2

    মানুহকেজন চায় আপোনালোক এই ঘৰটোত নাথাকে যেন লাগে কেৱল ভিডিঅ বনাবহে আহে ন।ভাল লাগিছে গাৱলীয়া পৰিৱেশৰ আভাস এটা দি অসমীয়া ব্যঞ্জন বিলাক দেখুৱা বাবে।খুব সুন্দৰ উপস্থাপন।

    • @amargaon3296
      @amargaon3296  2 года назад +1

      Hoi,iyat mathu shooting he hoi.

  • @namitapatar2478
    @namitapatar2478 2 года назад +12

    আপুনি সদায়েই ইমান ধুনীয়াকৈ ৰান্ধে । আপোনাক আৰু আপোনাৰ গাওখন এবাৰ চাবলৈ বৰ মন আছে ।

    • @amargaon3296
      @amargaon3296  2 года назад

      বহুত বহুত ধন্যবাদ জনাইছোঁ

    • @meemaina8925
      @meemaina8925 2 года назад

      Baar ghar kot nu

  • @hirockjyotilahon641
    @hirockjyotilahon641 2 года назад +2

    Val lagile...aita r hatot mbl tu dekhilu

  • @bhaimonda
    @bhaimonda 2 года назад +3

    Iman hundor video,gaonr poribekh Tate juit bonua tasty masor recepe .

  • @dimpikaur8580
    @dimpikaur8580 2 года назад +2

    Xub xundor bhal lagil poribextu apunr ghrkhn aru apuni bonuwa Khana bur dekhi khabor Mon goise

  • @sanjaysaxena9231
    @sanjaysaxena9231 2 года назад +49

    Children are so lucky to have such a wonderful mother and grandmother

    • @amargaon3296
      @amargaon3296  2 года назад +1

      💕💕🧡🧡🙏🙏thank you so much

    • @adgh346
      @adgh346 2 года назад

      ❤❤❤❤❤❤❤😂😂😂👍👍🤟🤟🙏
      ◢💙◣ ◢💖◣
      💙💙💙◣ ◢💖💖💖
      ◥💙💙💙💖💖💖◤
      ◥💙💙💖💖◤
      ◥💙💖◤
      ◥ ◤
      🌒🌓🌔🌕🌖🌗🌘
      🌙❤❤🌙❤❤🌙
      ❤💓💓❤💓💓❤
      ❤💓💓💓💓💓❤
      🌙❤💓💓💓❤🌙
      🌙🌙❤💓❤🌙🌙
      🌙🌙🌙❤🌙🌙🌙
      🌒🌓🌔🌕🌖🌗🌘
      🌒🌓🌔🌕🌖🌗🌘
      🌙❤❤🌙❤❤🌙
      ❤💓💓❤💓💓❤
      ❤💓💓💓💓💓❤
      🌙❤💓💓💓❤🌙
      🌙🌙❤💓❤🌙🌙
      🌙🌙🌙❤🌙🌙🌙
      🌒🌓🌔🌕🌖🌗🌘
      ⠀ 💝💝 💝💝
      💝🍡🍡💝🍡🍡💝
      💝🍡🍡🍡🍡🍡💝
      💝 Miss you! 💝
      💝🍡🍡🍡💝
      💝🍡💝
      💝

  • @dwarenraybaruah408
    @dwarenraybaruah408 2 года назад +6

    ৰন্ধা বঢ়াৰ লগতে ঘৰৰ সুন্দৰ পৰিবেশ। আপোনাৰ মাৰ লগত আমাৰ মাৰ চেহেৰাৰ মিল একে। আপোনাৰ মাক দেখি আজি আমাৰ মা'লৈ মনত পৰিল। আমাৰ মা ঢুকোৱা বহুত বছৰ হল।

  • @vlogsofdev1827
    @vlogsofdev1827 2 года назад +2

    সুন্দৰকৈ সজাইছে প্ৰথম দেখিলো এনেকৈ বাহ বাহ

    • @amargaon3296
      @amargaon3296  2 года назад

      বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো

  • @upasanadevi2561
    @upasanadevi2561 2 года назад +4

    ইমান ধুনীয়া পৰিবেশ🥰✌✌

  • @lakhimihazarika1105
    @lakhimihazarika1105 2 года назад +2

    তোমাৰ‌‌ ৰন্ধা বোৰ বৰ জুতি লগা‌ হ'ব দেই

  • @Sanjay-oj9hs
    @Sanjay-oj9hs 2 года назад +4

    সুন্দৰ

  • @rock.....
    @rock..... 2 года назад +2

    একেবাৰে হচা সুন্দৰ ইমান ধুনীয়া হৈছে

  • @deepkalita3487
    @deepkalita3487 2 года назад +5

    বাইদেউ__জীৱনত এবাৰ কিন্ত আপোনাৰ ঘৰলৈ যামেই__আপোনাৰ পাকঘৰত পাটিত বহি ভাত এসাঁজ খাই অহাৰ বহুত হেপাঁহ আছে৷৷
    (টিকলীজনী আৰু বাবাটোলৈ বহুত বহুত মৰমৰ যাচিলোঁ)

    • @amargaon3296
      @amargaon3296  2 года назад +1

      Bahut bahut dhanyawad janalu apunar moram aru hahjugor babe

  • @ratneswardas9649
    @ratneswardas9649 2 года назад +2

    ইমান ভাল লাগে ভিডিঅবোৰ চাই ।

  • @tridipraja_vlogs2432
    @tridipraja_vlogs2432 2 года назад +3

    ইমান ধুনীয়া পৰিৱেশ আৰু ইমান সুন্দৰকৈ আমাৰ অসমীয়া খাদ্যবোৰ বনাইছে লগতে লৰা-ছোৱালী দুটা বৰ মৰম লগা আপোনাৰ পৰিয়ালটো সদায় ভালে থাকক তাকে কামনা কৰিছোঁ আৰু নগাঁও পৰা আপোনাৰ পৰিয়ালটোলৈ বহুত বহুত মৰম যাচিলোঁ

  • @lotifurislam802
    @lotifurislam802 Год назад +1

    বহুত ভাল লাগিল চাই video 2

  • @gautamkamakhyadas4499
    @gautamkamakhyadas4499 2 года назад +7

    অসমৰ একমাত্ৰ ব্যতিক্ৰমী চেনেল 😊
    সচাকৈয়ে হেপাঁহ নপলায় আপোনাৰ ভিডিও চাই

  • @manashibora8098
    @manashibora8098 2 года назад +2

    বৰ ভাল লাগিল চাই

  • @anantadhunsaikia
    @anantadhunsaikia 2 года назад +4

    সুন্দৰ ৰেছিপি ভাল লাগিল
    এটা গাওঁ পৰিবেশ লগতে আমাৰ গাওঁ ৰেছিপি বোৰ আগবঢ়াই দিয়া বাবে বহুত ধন্যৱাদ ❤👌

    • @amargaon3296
      @amargaon3296  2 года назад

      Video bilak upobhug kori bhal puwa buli jani hukhi hoisu

  • @BhagavadGita46
    @BhagavadGita46 2 года назад

    এটা সুন্দৰ গাওঁৰ পৰিবেশ ভাল লাগিলে চাই

  • @gopalbaruah3983
    @gopalbaruah3983 2 года назад +5

    বহুত ভাল লাগিছে। কিমান দিন যে হ'ল এনেকৈ এসাজ খাবলৈ পোৱা নাই,ঘৰ খনলৈ মনত পৰি গ'ল 🥺

  • @ritamonimohanboruah8094
    @ritamonimohanboruah8094 2 года назад +2

    Hakalubur video ati sundar

  • @pabitrigogoi5229
    @pabitrigogoi5229 2 года назад +3

    সতেজ শাক -পাচলি স্বাস্থ্য বাবে বৰ উপকাৰী,, আজি কালি প্ৰায় এই বোৰ থলুৱা শাক-পাচলি বিচাৰি পোৱা নাযায়,, পালেও কিছুমান medicine দিয়া হয়., সেইবোৰ আমাৰ শৰীৰৰ বাবে বৰ অপকাৰী.. বাকি ভাল লাগিল চাই সুন্দৰ মনোমোহা পৰিৱেশ😍 সঁচাকৈ আকৰ্ষণীয় কৰিছে,, background music টোৰ সুব সুন্দৰ কৰি তুলিছে .. আপোনাৰ blog টোৰ চালেই মোৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ লগত খাপ খাই পৰো 🥰🥰 আৰু আগলৈও এনেকৈয়ে সুন্দৰ সুন্দৰ মনোমোহা দৃশ্যৰে আমাক মোহিত কৰে যেন ধন্যবাদ🙏 গোলাঘাটৰ পৰা আন্তৰিক মৰম যাছিলো ❤️❤️👍

    • @amargaon3296
      @amargaon3296  2 года назад

      বহুত বহুত ধন্যবাদ ইমান সুন্দৰ অনুভৱ আগবঢ়োৱা বাবে।

  • @jyotirupadevi2543
    @jyotirupadevi2543 2 года назад +2

    Bohut vall lagil . Poribak to j eman dhunia .

  • @nilakshiborahkalita1901
    @nilakshiborahkalita1901 2 года назад +7

    আইতাক দেখি বৰ ভাল লাগিল। আজিও মাছৰ আঞ্জাখন আৰু কনমানি জনীয়ে ভিদিঅ টো আৰু মনোমোহা কৰি তুলিছে 🥰😍

    • @amargaon3296
      @amargaon3296  2 года назад

      অশেষ ধন্যবাদ জনাইছোঁ ইমান মৰম চেনেহ আগবঢ়োৱা বাবে

  • @sansumasunday2959
    @sansumasunday2959 Год назад +2

    Ki kom mukhere vakha nai bornona koriboloi ,, khantir prithibit jiyai asa baideu apuni aru apunar poriyal towe❤❤

  • @pamidas1901
    @pamidas1901 2 года назад +2

    Val lagil dei

  • @tridipvlog9131
    @tridipvlog9131 2 года назад +5

    সুন্দৰ লাগিল চাই আগুৱাই যোৱা

    • @amargaon3296
      @amargaon3296  2 года назад +1

      অশেষ ধন্যবাদ জ্ঞাপন কৰিছো

  • @bidyutgogoi7471
    @bidyutgogoi7471 2 года назад +2

    লৰা ছোৱালী কেইটা আৰু পৰিয়ালৰ সকলোকে উজ্জ্বল ভৱিষ্যত কামনা কৰিলো লগতে এনাইৰ দীৰ্ঘায়ু কামনা কৰিলো, বৰ ধুনীয়া উপস্থাপন, শিৱসাগৰ জিলাৰ পৰা মৰম যাচিছো

    • @amargaon3296
      @amargaon3296  2 года назад +1

      বহুত বহুত ধন্যবাদ ইমান মৰম আৰু সহযোগৰ বাবে

  • @manojpegu4065
    @manojpegu4065 2 года назад +4

    বৰ লোভ লগা খাদ্য সম্ভাৰ 🤤🤤😋 ভাল লাগিল।

  • @korabimedhi9961
    @korabimedhi9961 2 года назад +2

    Aita gorakik val lagil baideu aru apunar randhatu sai bor val lagil dei

    • @amargaon3296
      @amargaon3296  2 года назад

      Bahut bahut dhanyawad tumaloi ❤️🙏💞🙏🙏

  • @lizasworld2388
    @lizasworld2388 2 года назад +20

    Ba apunar vidiobor salei mon2 bahut val lagi Jai. Love from changsari

    • @amargaon3296
      @amargaon3296  2 года назад +3

      Thankyou so much 💕🙏🙏

    • @sriganeshdas746
      @sriganeshdas746 2 года назад

      ওম ইয়াকে কয় অসমীয়া নাৰী
      নিয়ম নীতিৰে. ৰূপ সুন্দৰে আৰু ৰন্ধা বঢ়াৰে পাকৰিত।
      🤩🤩🤩🤩🤩

  • @jasmihazarika8249
    @jasmihazarika8249 2 года назад +1

    খুব সুন্দৰ উপস্থাপন কৰিছে আপুনি। বহুত আগুৱাই যাওক।

    • @amargaon3296
      @amargaon3296  2 года назад

      অশেষ ধন্যবাদ জ্ঞাপন কৰিছো

  • @manalishadas2421
    @manalishadas2421 2 года назад +6

    আইতা ইমান মৰম লগা ❤ বা আপুনি সকলোখিনি ইমান ধুনীয়াকৈ ৰান্ধিছে ❤😍😍😍

    • @amargaon3296
      @amargaon3296  2 года назад

      বহুত বহুত ধন্যবাদ তুমালৈ

  • @mrbboruah7946
    @mrbboruah7946 2 года назад +2

    Vl lagil sai

  • @akb1975
    @akb1975 2 года назад +3

    Bor dhunia video 👍 axomor durot thakilay u ghorot asu Jen lagay..

  • @asthamanashpihusaikia4372
    @asthamanashpihusaikia4372 2 года назад +1

    Emn dhuniya lge apunalukr video sai....ru emn dhuniyakoi bonai dekhi khau khau lge....

  • @rajatranjandas8442
    @rajatranjandas8442 Год назад +4

    Pure Assamese culture lote of Love.

  • @arinsonowal8464
    @arinsonowal8464 2 года назад +2

    Video to sai bohot val lagexe bexekoi oknnmani jonek val lagexe

    • @amargaon3296
      @amargaon3296  2 года назад

      🧡🧡🙏💕💕🙏🙏🙏

  • @Munu-y3m
    @Munu-y3m 2 года назад +3

    আপোনাৰ video বোৰ চাই ইমানেই ভাল লাগে বা ❤️❤️❤️❤️ ,,,,,

    • @amargaon3296
      @amargaon3296  2 года назад

      🙏🙏🙏🙏💕💕💕💕💕💕

  • @pallabivlogs426
    @pallabivlogs426 2 года назад +2

    Bohut dhuniya poribakh de bor Val lagise sai....eman dhuniya ke khna bonise....

    • @amargaon3296
      @amargaon3296  2 года назад

      💗💗💕💕🧡💞🙏🙏🙏

  • @juliraniroy5491
    @juliraniroy5491 2 года назад +5

    ইমান ধুনীয়া কৈ বোনাইছে ,,, খাবলৈ মন গল,,, জিভাৰ পানী পৰি আছে🤤🤤🤤

    • @LipikaGogoi
      @LipikaGogoi 2 года назад

      Hi friend, please muru video bur sai alop support koribasun

  • @debayanibhuyan3456
    @debayanibhuyan3456 2 года назад +2

    বহুত আশীৰ্বাদ থাকিল ল'ৰা ছোৱালী দুয়োটা লৈ আৰু আগুৱাই যায় যেন আপোনাৰ চেনেলটো ধন্যবাদ বাইদেউ ❤️

  • @jayasribhatta4900
    @jayasribhatta4900 2 года назад +2

    বৰ ভাল লাগে দেই আপোনাৰ ভিডিঅবোৰ চাই,

  • @PriyankaSborah
    @PriyankaSborah 2 года назад +2

    Bahut val lagil apunar video sai..🙏🏻

  • @dipaborah8139
    @dipaborah8139 2 года назад +4

    আপোনালোকৰ ভাত _চবজি দেখি মোৰ য়ে খাও২ লাগিছে,😍😍

  • @dimpikalita9748
    @dimpikalita9748 2 года назад +1

    কি সুন্দৰ

  • @sundeuri7740
    @sundeuri7740 2 года назад +3

    Bohut vl lagil sai

  • @debajitsaikia1203
    @debajitsaikia1203 2 года назад +1

    বৰ ভাল লাগিল চাই খাবৰ মন যায়

  • @jatinboruah18
    @jatinboruah18 2 года назад +5

    শৈশবলৈ মনত পৰি গল অ। আকৌ উভতি যাবলৈ বহুত মন গৈছে....😢😢😢😢

    • @amargaon3296
      @amargaon3296  2 года назад

      অশেষ ধন্যবাদ জ্ঞাপন কৰিছো

  • @munmunsvlogs2232
    @munmunsvlogs2232 2 года назад +2

    বহুত সুন্দৰ

  • @sushmitasarma9639
    @sushmitasarma9639 2 года назад +13

    You represent our Assam so welll...

  • @debikadas5255
    @debikadas5255 2 года назад +1

    Xundar poribekh prokitri logot mili jai bht vl lage

  • @bitubora7685
    @bitubora7685 2 года назад +3

    পুঠি মাছ কেইটা বৰ ধুনীয়া

  • @junmoniskitchen324
    @junmoniskitchen324 2 года назад +2

    বৰ ভাল লাগিল ভিডিওটো চাই

  • @jyotibora8504
    @jyotibora8504 2 года назад +3

    ভাল লাগিল

  • @himantachetiaq9977
    @himantachetiaq9977 2 года назад +1

    বৰ সুন্দৰ দেই বাইদেউ, গাঁৱৰ এখন নিভাঁজ ছবি।

    • @amargaon3296
      @amargaon3296  2 года назад

      🙏🙏🙏🙏💕💕💕💕

  • @rimuboro5104
    @rimuboro5104 2 года назад +4

    Very Nice Recipes and Awesome . Bhaiti aru Mainak Bohut Val Lage .

    • @amargaon3296
      @amargaon3296  2 года назад

      Thankyou so much 💕🙏 heartity

  • @mamonideka9324
    @mamonideka9324 2 года назад +1

    আপোনাৰ ভিডিও বোৰ চাই বহুত ভাল লাগে

  • @panchimoni7373
    @panchimoni7373 2 года назад +2

    Hundor video 👍

  • @kashmirikakoty5887
    @kashmirikakoty5887 2 года назад +2

    ভাল লাগিল।মালৈ সেৱা। আপোনাৰ মানে শাশুমা

  • @bijuassameseblogger7374
    @bijuassameseblogger7374 2 года назад +3

    সুন্দৰ ❤ আজি প্ৰথম চাইছো সখীহলোদেই

    • @amargaon3296
      @amargaon3296  2 года назад

      Okhekh dhanyawad janalu 🙏🙏

  • @jeetusonowal4095
    @jeetusonowal4095 2 года назад +2

    Waaa iman dhuniya
    Ooo bou Joni koute he gom palu
    Khub hundor
    Special item

  • @pranjalborah5425
    @pranjalborah5425 2 года назад +8

    Bor val lgil..hokolu loike Shree Krishna Janmastami,,r subhetsa jonalu..May God Bless u all 🙏🙏🙏🙏

    • @amargaon3296
      @amargaon3296  2 года назад

      Apunaloio hubhesya janalu, thanks for your comment

    • @adgh346
      @adgh346 2 года назад

      😍😍😍😍🥰🥰
      ⠀ 🌷 🌷
      🌷 🌷🌷 🌷
      🌷 ✨🌷 🌷
      🌷 ✨🌷 🌷
      🌷 ✨🌷 🌷
      🌷 ✨🌷🌷 🌷
      🌷 🌷 🌷 🍃
      🍃🍃 🌵 🍃🍃
      🍃🌵🍃🍃
      ______🌵______
      [🅾🅾🅾🅾🅾🅾]
      ✴✴✴✴✴/
      ✴✴✴✴/
      _____🌵_____
      ⠀ 🌷 🌷
      🌷 🌷🌷 🌷
      🌷 ✨🌷 🌷
      🌷 ✨🌷 🌷
      🌷 ✨🌷 🌷
      🌷 ✨🌷🌷 🌷
      🌷 🌷 🌷 🍃
      🍃🍃 🌵 🍃🍃
      🍃🌵🍃🍃
      ______🌵______
      [🅾🅾🅾🅾🅾🅾]
      ✴✴✴✴✴/
      ✴✴✴✴/
      _____🌵_____
      ☁☁☁☁☁☁☁
      ☁❤❤☁❤❤☁
      ❤❤❤❤❤❤❤
      ❤❤❤❤❤❤❤
      ❤❤❤❤❤❤❤
      ☁❤❤❤❤❤☁
      ☁☁❤❤❤☁☁
      ☁☁☁❤☁☁☁
      。 /
      🌟。/
      / ☁
      /
      ( +🌟
      \ ☁☁。

      ☁ )
      /
      🌟。 / ☁
      /
      ( +🌟

      \😄/
      👗
      | | 🐑🐑
      🍃🍃🍃🍃🍃🍃🍃🍃

  • @bishwajitdas8802
    @bishwajitdas8802 2 года назад +1

    Hundor bhutt vl lage apuner video sai

  • @ritakonwar5437
    @ritakonwar5437 2 года назад +3

    মাছৰ জোলকনে মোক খা মোক খা কৰি আছে লোভ লাগি গৈছে ৷

  • @SankariRDVlogs
    @SankariRDVlogs 2 года назад +2

    Bohut Bohut dhuniya lagile aaponar video tu chai 💕👌👌👌💕🥰

  • @hemantaphukan5933
    @hemantaphukan5933 2 года назад +3

    Ki buli j kom ....kebol dhoinnobaad he jonaisu iman dhunia recipes bur share kora karone🙏🙏🙏🙏

    • @amargaon3296
      @amargaon3296  2 года назад +1

      Bahut bahut dhanyawad gyapon korisu

  • @aradhyahazarika953
    @aradhyahazarika953 2 года назад +2

    ইমান ভাল লাগিলে ভিডিঅ'টো চাই ।

  • @joongogoi2999
    @joongogoi2999 2 года назад +3

    Val lagil video to sai 😍😍

  • @travelerslakhiminath9325
    @travelerslakhiminath9325 2 года назад +2

    Bhut vvl lgse sai

  • @tanayadas2720
    @tanayadas2720 2 года назад +3

    Bor bhal lage apunarlukor video sai ♥️♥️ lots of love 🌸🌸

    • @amargaon3296
      @amargaon3296  2 года назад

      Thankyou 🧡 so much 💕🙏 heartity

  • @neprimitive7755
    @neprimitive7755 2 года назад +1

    hundor gaonliya poribekhor uposthapon 🙏👍👍

  • @sangitahaloi920
    @sangitahaloi920 2 года назад +3

    আপোনাৰ video লে ৰৈ থকা হৈছোঁ..গাঁও বুলি কলে এইহে পৰিৱেশ বুজায়..আমি নামত হে গাঁৱত আছোঁ আমাৰ ইয়াত আধুনিকতাৰ মেৰপাকত চব সলনি হল..আজিকালি ভাল নালাগে..আগতেই ভাল আছিল.. আপোনাৰ video চাই আগৰ দিন পৰিৱেশবোৰ ৰোমন্থন কৰি থাকোঁ.. আশা কৰো আগলৈও ভাল ভাল video চাব পাম.. 🌼🌼❤️

  • @kankanabora9202
    @kankanabora9202 2 года назад +2

    Eman dhuniake bnaise dekha pai e khabo mn goise

  • @pujagogoi2021
    @pujagogoi2021 2 года назад +3

    Bor val lage video bur sai❤️❤️❤️

  • @mitaligogoi1782
    @mitaligogoi1782 2 года назад +2

    Eman bhal lagil.

  • @susangitaDevichetia
    @susangitaDevichetia 2 года назад +12

    Just wow... Such a cute 🥰 little girl ❤️. So sweet. Amazing

    • @amargaon3296
      @amargaon3296  2 года назад +1

      Thankyou so much 🧡🙏🙏 heartity

  • @himankhubasumatari1828
    @himankhubasumatari1828 2 года назад +2

    Baideo apuni shoot r krone aietu set up bonai loise nae...nae hosa ke apunar ghr hoi.....okhomia culture dhori rokha ata hundor proyakh... Really feel proudfull to be a Assamese people ✨🕊️🤍

    • @amargaon3296
      @amargaon3296  2 года назад

      Thankyou 🙏, iyat mathu shooting kora hoi,nijor ghor nohoi

  • @mandipdas5774
    @mandipdas5774 2 года назад +4

    Pure assamese culture , love It🙏🙏🙏

  • @silpisaikia2847
    @silpisaikia2847 2 года назад +2

    Bhut val lagil video Tu.. Apunar suwali jonik bhut morom lage.. Apunar hokolu video sau bhut val lage ❤

  • @nabanitadas4746
    @nabanitadas4746 2 года назад +3

    বাবু আৰু মাইনাক বহুত মৰম লাগে

  • @boxerdp7747
    @boxerdp7747 2 года назад +2

    Oti hundar hoise

  • @parakhasonowal2452
    @parakhasonowal2452 2 года назад +3

    আজি প্ৰথম চাইছো আপোনাৰ ভিদিঅ আজি মোৰ নিজৰ আইতা ( এনাই )লৈ মনত পৰি গল । মোৰ আইতা এনেকৈ আহে আৰু ভাইটি আৰু মোৰ লৈ বহুত কিবাকিবি আনে আৰু মোৰ মা আপোনাৰ নিচিনাই আইতালৈ বহুত কিবাকিবি বনাই । আৰু মোৰ আইতা আহিলে মাক এনেকৈয়েই সহায় কৰি দিয়ে বহুত ভাল লাগিল মই এতিয়া মাক দেখুৱাম ভিদিঅটো । ডিব্ৰুগড়ৰ পৰা বহুত বহুত মৰম আপোনালৈ ।

    • @amargaon3296
      @amargaon3296  2 года назад

      Bahut bahut dhanyawad gyapon korisu

  • @tulikahazarika3968
    @tulikahazarika3968 2 года назад +1

    Apunar ma bor moromloga... Aita r lgt ru video dekha puwa r asha thakil🥰

  • @purabisaikiya5193
    @purabisaikiya5193 2 года назад +5

    Apunar video bur sai bohut val lage..parile home tour r video ati dibsun

  • @shehnazsultana5692
    @shehnazsultana5692 2 года назад +1

    Bohut bhal lagil video tu sai....agor xei dinbr mnt pori gl...♥️♥️

  • @prasenteron2330
    @prasenteron2330 2 года назад +3

    Val lagil recipe tu sai

  • @llnm4891
    @llnm4891 2 года назад +1

    Bahut. Val. Lagil. Video. To. Sai. Apuni. Eman. Jalda. Jaldi. Kabur. Kare. Nice