Judhishthir r Ovixap ||Laba Das Nagara Nam||

Поделиться
HTML-код
  • Опубликовано: 14 окт 2024
  • ছায়া নিবেদন
    পাণ্ড পুত্ৰ যুধিষ্ঠিৰ ৰ অভিশাপ
    নাগাৰা নাম
    পাঠক-লৱ দাস ।
    সংগীবৃন্দ- দিপু ৰাজবংশী ।
    কুমুদ দাস ।
    দুৰ্গেশ্বৰ দাস ।
    দ্বীপ ।
    নাগাৰা বাদন-কমলেশ্বৰ বৈশ্য ।
    সৌৰভ কলিতা ।
    জুৰি- নিবাৰণ বৈশ্য ।
    শব্দ সংমিশ্ৰণ- জিতু শৰ্মা।
    ৰেকৰ্ডিং ষ্টুডিঅ'-দ্বীজ চিত্ৰ ।
    লিখক-অনুপ মালাকৰ ।
    ভিদিঅ সম্পাদনা- দ্বীপ দৰ্শন দাস।
    বিষেশ কৃতজ্ঞতা-মা-দেউতা,দাদা,দিপু ৰাজবংশী,ৰুনুমি নাথ,বিৰেন কুমাৰ,বিৰেন কলিতা,ৰুবুল হালৈ, ।
    নমস্কাৰ
    পোন প্ৰথমে আপোনালোকলৈ শ্ৰদ্ধা নিবেদিছো। আপোনালোকৰ মৰম, স্নেহ,আশিৰ্বাদ শিৰত তুলি লৈ আপোনালোকৰ মাজলৈ যুধিষ্ঠিৰৰ অভিশাপ নাগাৰা নাম টো আপোনালোকলৈ আগবঢ়াইছো।
    সকলোৱে জ্ঞাত যে যুধিষ্ঠিৰে তেওৰ মাতৃ কুন্তি দেবি ক কৌৰব আৰু পাণ্ডব ৰ যুদ্ধ সমাপ্তি হোৱা ৰ পিছত অভিশাপ দিছিল । কিহৰ বাবে নো এই অভিশাপ দিব লগীয়া হৈছিল? তাৰে বিষয়ে এই মহাভাৰতৰ আখ্যান টি নাগাৰা নাম হিচাপে আপোনালোকক শুনাবলৈ চেষ্টা কৰিছো।
    যা নহক !
    নামটিত অজানিতে হৈ যোৱা ভুল ৰ বাবে পোন প্ৰথমে ক্ষমা মাগিছো।।
    লগতে নামটি উপভোগ কৰি সকলোৱে যেন চেনেল টো Subscribe কৰি লয়।
    আৰু ভাল লাগিলে ভিদিঅ টো আন দৰ্শক লৈ আগবঢ়ায় দিব বুলি আশা ৰাখিলোঁ।।
    ধন্যবাদ।
    সেৱা হে
    যোগাযোগ-৮১৩৪৯ ১৭৯৫০
    ৮৭২৪০ ৫৪৬৬০
    • Karna badh Nagara Naam...
    • Labo kumar dasor Nagar...
    • Nagara Naam ।। Debendr... 2022 New Nagaranam.

Комментарии • 141