Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
অন্ন সুৰক্ষা আইন খন কংগ্ৰেছৰ দিনত প্ৰয়াত মনমোহন সিঙে আইন বনাই গৈছে । এই অন্ন সুৰক্ষা আইনৰ জৰিয়তেই ৰাইজে অন্ন পায় । সেই সময়ত চেনী আৰু কেৰাচীন তেল ও দিছিল । কিন্তু আজি নাই ।
অ বাইদেউ মোদী ডাঙৰীয়াই ২০১৪চনৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভাৰত তথা অসমত থকা বাঙলাদেশীক বি জে পি চৰকাৰ হ'লে ২০১৪চনৰ ১৬মে তাৰিখে টালি টোপোলা বান্ধি যাব লাগিব বুলি কৈছিল । কিন্তু আজিলৈ একো নহ'ল ।আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে বাঙলাদেশীৰ লগত মিতিৰালী কৰি দুই চাৰিজনক ধৰি দেখুৱাই আছে । আপোনাৰ চৰকাৰে কঙগ্ৰেছৰ দিনৰ সম্পত্তি বিক্ৰি কৰি শেষ কৰিলে তাত আপোনালোকৰ কিমান শতাংশই ইয়াৰ বাবে মাত মাতিছিল কব পাৰিবনে? কঙগ্ৰেছক দোষ দি কি লাভ বৰ্তমানৰ মুখ্যমন্ত্ৰীও কঙগ্ৰেছত আছিল আৰু তেখেতে বেছি সংখ্যক বাঙলাদেশীক ৰক্ষণাবেক্ষণ দিছিল ভোট বেঙ্কৰ বাবে কিন্তু আজি কি কৰিছে ?
যি কম সঁচা কম ------------ভাৰতীয় নেতাবোবৰৰ দেশৰ প্ৰতি দায়িত্ববোধ নাই । প্ৰকৃত দেশ প্ৰেমৰ অভাৱ । কেৱল ক্ষমতা লুভীয়া । নৈতিকতা, মানৱতা,আৰু সততাৰ অভাৱ । অশিষ্টাচাৰ ।
এই মাইকী জনী কি বকি আছে। নিজৰ দায়িত্ব পালন নকৰি পুৰণা কথাবোৰ খুচৰি থাকে জনগনক বিপথে পৰিচালনা কৰে। যিখিনি দেখিছোঁ সেইখিনি কংগ্ৰেছে কৰা। বিজেপি আহি কেৱল সম্পদবোৰ বিক্ৰী কৰিলে, বস্তুৰ দাম আকাশলঙ্ঘী কৰিলে, ঋণ লৈ দেশখন বিক্ৰী কৰিলে, ।
বিজেপিৰ সেই গৰাকীকে গাবলৈ দিয়ক । বাকী সকলে মনে মনে থাকক ।
Bjp mokkhom bon ba
Rangia Jagannath temple. Dharma r namat gundami Bangladeshi r. Bangladeshi r Gunda dance.
Bjp.aharpara.assamdhangkha.aooni.keniuulaba.nuesre.gariakhan.lase.taru.fain.bhariba.rastat.gariu.rakhaba.nueariba.haitu.kot.haiasil.haituhaisilmaranat..aooni
অন্ন সুৰক্ষা আইন খন কংগ্ৰেছৰ দিনত প্ৰয়াত মনমোহন সিঙে আইন বনাই গৈছে । এই অন্ন সুৰক্ষা আইনৰ জৰিয়তেই ৰাইজে অন্ন পায় । সেই সময়ত চেনী আৰু কেৰাচীন তেল ও দিছিল । কিন্তু আজি নাই ।
অ বাইদেউ মোদী ডাঙৰীয়াই ২০১৪চনৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভাৰত তথা অসমত থকা বাঙলাদেশীক বি জে পি চৰকাৰ হ'লে ২০১৪চনৰ ১৬মে তাৰিখে টালি
টোপোলা বান্ধি যাব লাগিব বুলি কৈছিল । কিন্তু আজিলৈ একো নহ'ল ।আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে বাঙলাদেশীৰ লগত মিতিৰালী কৰি দুই চাৰিজনক ধৰি দেখুৱাই আছে । আপোনাৰ চৰকাৰে কঙগ্ৰেছৰ দিনৰ সম্পত্তি বিক্ৰি কৰি শেষ কৰিলে তাত আপোনালোকৰ কিমান শতাংশই ইয়াৰ বাবে মাত মাতিছিল কব পাৰিবনে? কঙগ্ৰেছক দোষ দি কি লাভ বৰ্তমানৰ মুখ্যমন্ত্ৰীও কঙগ্ৰেছত আছিল আৰু তেখেতে বেছি সংখ্যক বাঙলাদেশীক ৰক্ষণাবেক্ষণ দিছিল ভোট বেঙ্কৰ বাবে কিন্তু আজি কি কৰিছে ?
যি কম সঁচা কম ------------
ভাৰতীয় নেতাবোবৰৰ দেশৰ প্ৰতি দায়িত্ববোধ নাই । প্ৰকৃত দেশ প্ৰেমৰ অভাৱ । কেৱল ক্ষমতা লুভীয়া । নৈতিকতা, মানৱতা,আৰু সততাৰ অভাৱ । অশিষ্টাচাৰ ।