'এই মাটিখিনিৰ কাৰণে মই ৭ বছৰ কষ্ট কৰিছোঁ'
HTML-код
- Опубликовано: 4 окт 2024
- ▶️ 'এই মাটিখিনিৰ কাৰণে মই ৭ বছৰ কষ্ট কৰিছোঁ'
▶️ 'ইয়াত এখন বেলেগ আশ্ৰম হ'ব বুলি শুনিছোঁ'
▶️ 'কোনে এই কাম কৰিছে নাজানো সেইকাৰণে আমি ইয়ালৈ গুচি আহিছোঁ'
▶️ 'উৎপলে নিজৰ আশ্ৰমখন ইয়াত আনিব বিচাৰে'
▶️ 'উৎপলে নিজৰ টকাৰে কোনো ঘৰ বনোৱা নাই, ইয়াত ৰাইজৰ টকা সোমাই আছে'
▶️ 'পুনৰ যাতে মই সমস্যাত নপৰো, সেইকাৰণে ৰাইজৰ সহায় বিচাৰিছোঁ'
▶️ পুনৰ উৎপল-মণিকাৰ সংঘাত
▶️ মঠঘৰীয়াত নতুনকৈ নিৰ্মাণ হোৱা বৃদ্ধাশ্ৰমক লৈ সংঘাতৰ
মানুহক লৈ ব্যৱসায়।অতি ঘৃননীয় ।
অ বোপা গোটেই 😂😂 পৃথিৱী খন মানুহক লৈ বেপাৰ কৰি আছে 😂😂😂 .....
বৃদ্ধ মানুহ বুলি কোৱা ।
উৎপলৰ লগত তয়ো কম নহয়।
বৃদ্ধা আশ্ৰমৰ নামত বৃহৎ ব্যাবসায়। এইবোৰ বন্ধ কৰিব লাগে।
ভাল ব্যৱসায়।
এই জনী কথাত বৰ চতুৰ
Aku notun bitorko...
Ihot dujone Kom nhy brddho ashramt namot ekhn bapar khuli loise ihtr maje maje ki ki j hunibo pau ei keikhn ashram bondho kori kunuba belege solale val hoi
Ousit todonta hobo lag a
Good Dicision mem❤❤❤
Bhal business
Utpal tu mari bo lage
Ata kotha kou raij bya napobo ehat 2ta dalal hoi guwahatir nisina thait mati nijor karana bisari aru raijok burbok bonai asolata eahotor nojor koribo bisarisa saga ha dai hai karona ai 2tar majot kagiya hoisa.aru ata kotha kou ai j mother old homoy thoka aita kaijoniya aru nakau da
Nepai de
Ai aita kaijoniy koy tohatar abosta bya hobo sabi.likhi tho
She is equally liable for that.