পৃথিৱীৰ মানুহ বোৰ বিপদত পৰিলে হৰি নাম গাই বিপদ এৰিলে হৰি নাম পাহৰি যায়/ Marami Saikia Nagara Naam

Поделиться
HTML-код
  • Опубликовано: 2 фев 2025

Комментарии • 3

  • @maneswarkalita9678
    @maneswarkalita9678 3 месяца назад

    মৰমি বাৰ কণ্ঠ এতিয়া লাহে লাহে দুৰ্বল হৈ আহিছে, পৰবৰ্তী সময়ত কোন নামতি আহি তেখেতৰ এই ঠাই কন পূৰণ কৰিব পাৰিব নাজানো , কিন্তু নাম বুলিলে মৰমি বা সদাই প্ৰাণত জীয়াই উঠিব, ইমান সুন্দৰ কণ্ঠ, নিখুঁত অভিনয়, তেখেতৰ চকুৱেও হাঁহে যেতিয়া নাম পৰিবেশন কৰি থাকে মুখৰ হাঁহিৰ কথা কবলৈ নালাগে, ভগৱানে আৰু বহুত দিনলৈ তেখেতক সুস্থ আৰু সবল কৰি ৰাখক যাতে আৰু অধিক বছৰলৈ তেখেতৰ নাম উপভোগ কৰিব পাৰোঁ। 🙏🙏🙏

  • @maalakshmidhuliyaojardol335
    @maalakshmidhuliyaojardol335 9 месяцев назад +1

    Mojja

  • @JayashreeDhan-mn6gm
    @JayashreeDhan-mn6gm 9 месяцев назад +3

    Apuni ki nari nhoi nki....😅