বহু প্ৰত্যাশিত বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দিশে

Поделиться
HTML-код
  • Опубликовано: 30 сен 2024
  • বহু প্ৰত্যাশিত বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দিশে আগবাঢ়িছে। ৰাজ্যবাসীৰ বাবে ই অতি ভাল লগা খবৰ। কিন্তু ভাল লগাৰ মাজতে বেয়া খবৰো আছে। বৰাকৰ লগতে ষষ্ঠ অনুসূচীভুক্ত এলেকাক বাদ দিয়া হৈছে বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ সুফল লাভ কৰাৰ পৰা। ইয়াকে লৈ আছুৰ ওপৰত নাৰাজ বিভিন্ন দল-সংগঠন। বৰাকৰ আছুৰ প্ৰাক্তন কৰ্মীয়েও প্ৰশ্ন উত্থাপন কৰিছে আছুৰ স্থিতিক লৈ।
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24's RUclips channel offers the latest news videos on politics, cricket, technology, entertainment, and much more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐋𝐢𝐧𝐤𝐞𝐝𝐈𝐧: / nd24assam
    ▶️ 𝐖𝐡𝐚𝐭𝐬𝐀𝐩𝐩 𝐂𝐡𝐚𝐧𝐧𝐞𝐥: whatsapp.com/c...
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Комментарии • 30

  • @pranabdas6502
    @pranabdas6502 7 часов назад +7

    বঙালী মানুহে কোনো দিনে অসমীয়া ভাষাৰ কাৰনে আন্দোলন নকৰে বঙালী আৰু মুছলমান মানুহে অসম বিৰোধী কাম কৰে অসমত যিমান ৰাজনীতি দল সংগঠন ওলাইছে লাহে লাহে অসমীয়া ভাষা আৰু সংস্কতিৰপ্ৰতি ভাবুকি আহি পৰিছে ।

  • @binoydeka7916
    @binoydeka7916 7 часов назад +2

    শদীয়াৰ পৰা ধুবুৰীলৈ অসমৰ নহয় বুলি ভাবে নেকি
    নে মেনেজৰ বোকোচাত

  • @NumalKhangia
    @NumalKhangia 7 часов назад +6

    বৰাক ভেলীত ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা উলিয়াই দিয়া বাংলাদেশী সকলক সংস্থাপন দিয়া হব,, এনেও বৰাক ভেলীত বাংলা ভাষা, বাংলাদেশীৰ প্ৰথম পছন্দৰ,অসমীয়া ভাষা সংস্কৃতি নালাগে বুলি প্ৰদীপ দত্ত ৰায় দেখোন কৈয়ে আছিল, তেতিয়া কত ঘোঁৰাৰ ঘাঁ কাটি আছিল,,,, হা

    • @ASSAMESEYOUTUBE-wx2hn
      @ASSAMESEYOUTUBE-wx2hn 7 часов назад +1

      Right ami agree eitu

    • @rajeshhazarika1663
      @rajeshhazarika1663 7 часов назад +1

      একদম ঠিক কথা কেলা😡

    • @ASSAMESEYOUTUBE-wx2hn
      @ASSAMESEYOUTUBE-wx2hn 7 часов назад +1

      @@rajeshhazarika1663 moi sarkar hobo lagisil, Bengali hindu aru muslim Assamor pora ulai Barak velley Separate state kori tate dilu hoi tate thakok Assam khan Assamese land bonalu hoi

  • @Rana-hg8hg
    @Rana-hg8hg 7 часов назад +1

    আছু বৰ্তমান টিলিঙা বজোৱা 3শতাংশৰৰ কবলত সেই হেতুকে অসমৰ জনগোষ্ঠীয় লোক সকলৰ অধিকাৰ সমূহ খৰ্ব কৰাৰ ষড়যন্ত্র হে চলাই আছে,

  • @rubulsarma5869
    @rubulsarma5869 8 часов назад +2

    Kiman Toka loisa Bura natai.. Bura natai Assam khon khala

  • @utpalbora6445
    @utpalbora6445 6 часов назад +1

    আছুৱে ধংশ কৰিলে জাতিটো অসম খন।

  • @RajibBorah-md6sj
    @RajibBorah-md6sj 7 часов назад +3

    Brahmaputra valley Basile Barak u basibo hokolu basibo......
    Brahmaputra valley gole hokolu dubibo.....we r with AASU..

  • @thedevogramstory7483
    @thedevogramstory7483 15 минут назад

    Sanda dia Dhanda diba... AASU kri samjual kenka kuti poti hol.... Utpal kenka emn hevy lifestyle maintain korisa... Sob district leader bur sauk... Dhanda main

  • @thedevogramstory7483
    @thedevogramstory7483 14 минут назад

    AASU doesn't represent Assamese people... They represent Dhanda atia election' ahiba so BJP join kriba... Jatiotabad khtm aru.... So bepari AASU.. Jatiotabad bikiba nidu ami

  • @NirmolRay1996
    @NirmolRay1996 28 минут назад

    বৰাকখন কিয় অসমত আছে?বৰাকত হিন্দী আৰু বঙালী চলে।যদি অসম চুক্তি বৰাকত কৰিব লাগে তেন্তে তাত যিমান দোকান,অনুষ্ঠান ৰ ফলক আছে অসমীয়া ভাষা ব্যৱহাৰ কৰক।।।

  • @PapaiPanyang-e6z
    @PapaiPanyang-e6z 7 часов назад +2

    Borak veli bhakha amar logot nimile

  • @puspendradas-b7g
    @puspendradas-b7g 5 часов назад

    Borak velly axomor bahirot ne ki?

  • @ankursonowal6942
    @ankursonowal6942 13 минут назад

    Amark Inner Line Permit lage

  • @ankursonowal6942
    @ankursonowal6942 16 минут назад

    ASSUr kaam nai

  • @rubulsarma5869
    @rubulsarma5869 8 часов назад +2

    Bhakha Balag balag hobo para.. Jati ata Assam..

    • @rajeshhazarika1663
      @rajeshhazarika1663 7 часов назад +2

      তাৰ বেছিভাগ মানুহেই অবৈধ বহিৰাগত

    • @rubulsarma5869
      @rubulsarma5869 5 часов назад

      @@rajeshhazarika1663 Bangladesh Muslim xodai Dhore aasa.. Hindu kaita dhoresa