Yes.. Police hole xat khun mafff.. Kintu..police nohoi beleg department r hua hole eman dine jail t posi thakile heten.. Gotike raij e jimanei beya pauk.. Police r eku dal koribo nuare... So no arrest.. 😊😊
It's required to establish "District level Police Accountability Commission" in every district, which should not be administrative control of so called IAS / IPS. The same should be shared by Judicial Officials or ex judicial officials with some domain experts related to social services.
Aijn k terminate kio nokore baru sorkare....abr koi police public friendly hobo lge... strictly example ata set korok dn sorkar ai eni kotha kole ki hobo....
He inspired by the Bollywood movie 'Singham'... But Singham dint do this type of behave with the common peoples...Nowdays some police officers think that have Super power.
দুৰ্ভাগ্যজনক ,সাধাৰণ জনতাৰ ওপৰত বীৰত্ব দেখুওৱা এই গুণ্ডা ৰূপী পুলিচ বিষয়া গৰাকীক কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই সেইটো হে ৰহস্যজনক ।
ruclips.net/video/J4T9fsyqYyg/видео.htmlsi=UXEPTdkDRD1RGTlC
ৰহস্যৰ অন্তৰালত কোন আছে জনাই জানিছে
Xeito kotha moi vabi asu 🤔
৩ ঘন্তাতে নিলম্ব কিয় কৰিলে --- যোনমনি ৰাভাকে ধৰি সকলো ফালৰ পৰা দোষি হৈ পৰিছে পশাসন --কেইজন মান পশাসনৰ বাবে পশাসনকে ধৰি ছৰকাও লযিত হৈ পৰিছে পৃথিবী যি ৰুপ লৈথে পশাসনে যদি অধয্য হয় থাকিব কি
Ee aata pagol eyak tejpurot pogala fatekot rakhibor Lage
অসমত নিবনুৱাৰ অভাৱ হোৱা নাই এখেতক বৰ্খাস্ত কৰি এজন নিবনুৱাক সংস্থাপন দিয়ক এখেতৰ ঠাইত
Himontor loratuk vargobe mara hole podokhep xonkale teor oprot xonkale loleheten kotha hl mamar Lora nhy je
টকা আৰু ক্ষমতা। ধিক্কাৰ গিহ বিভাগ। থুই তহতৰ মুখত। গিহ মন্ত্ৰী কলৈ গ'ল। কাম, দায়িত্ব নাই নেকি,ধেততেৰি শুই থাকক। আপোনাৰ কথাৰ ভেলু ৰখা নাই অসমল পুলিচে। 😅😅
ভাৰগৱ যদি জেলত নাজাঈ ২০২৬ত হেমন্ত চৰকাৰ নাহে
If everyone remember this incident untill 2026 election..huh
Khatang
DGP মহোদয় পুলিচৰ 100 শতাংশই ভুল আপোনালোকে মানুহৰ কথা বিশ্বাস বাৰু নকৰে এতিয়া টো ভিডিঅ'দেখা পাইছে তথাপিও একচন লোৱা নাই ভাল লাগিছে
এনেকৈ আৰু দুই -তিনি দিন মান বজিব তাৰ পিছত সকলো শেষ
মই কিন্তু আইন চাইন বিশ্বাস নকৰো।শূলেৰেহে শূল উলিয়াই।এখন ৰাইজৰ আদালতৰ বৰ প্ৰয়োজন হৈছে।
টকা আৰু ক্ষমতা।ধিক্কাৰ গৃহ বিভাগ।
মুঠৰ ওপৰত "আগফালে মাৰো দাং,পিছফালে ধুবাং বাং।"মাত্ৰ জনগণক অভুৰা ভাৰিছে।
হিটলাৰৰ চৰকাৰ ,
CM HIMANTA BISWA SHARMA এজন PLZ আপোনি চাকৰি পৰা উলাই পঠাওক, যদি এজন আপোনাৰ লৰা বা ভবিষ্যত নাতী হোৱা হলে কি হব , কিমান দুখ লাগিব কক ।
অতি সুন্দৰ কথা কৈছে।
Congress ❤
এইখন অসম হয় ❤❤❤
ইয়াত যদি অলপ পইচা দি দিয়ে সব ঠিক হৈ যাব😂😂😂😂
Terminate কৰক
Very good Debobrotho danggoriya....
শীৰ্ষ বিষয়াই মূৰত হাত ৰাখিছে চাগে .
Jodi xei 2A hoy raijor adalotot hajir korai PUBLC DHULAI dibo lage ......
বেকত শীর্ষ মন্ত্রী আছে !!!!!
Thank you saikia sir.
পুলিচে এইটোক ধৰি নিব নালাগে আমাৰ গাঁৱৰ ল'ৰা কিছুমানে ধৰি আনি মাৰি পেলোৱা কথা আলোচনা হৈছে
❤ ভাল লাগিল বিৰোধী পক্ষক ❤️😊
এতিয়া সন্দেহ হৈছে যে গূহমন্ত্ৰীয়ে অসম আৰক্ষীক ৰাইজৰ জনহিতাথে ৰাখিছে নে ৰাইজৰ জনপিতাথে ৰাখিছে।। গণন্ত্ৰাতিক প্ৰক্ৰিয়াৰে ফটো আঁকি প্ৰতিবাদ কৰাৰ ফলত তাৎক্ষণিকভাৱে জেললৈ প্ৰেৰণ আৰু এনে এটা অত্যাচাৰ চলাই আৰক্ষী এতিয়াও মুকলিকৈ।।। আচৰিত
Very very good
ভাল কথা হৈছে
Arrest korib lagiboi....
Very good debabrat daa
কংগ্ৰেছ ক ধন্যবাদ জনালো
Sundar👍
,, ভাল পাইছে অসম বাসীয়ে😊
ভালে হৈছে
Very good step...Congress zindabad
Very very good
তেওঁলোকক যেতিয়া ট্ৰেইনিং দিয়ে তেতিয়া ভালদৰে শিকাই মেলি পঠিয়াব লাগে,,,
তেনেকুৱা আৰক্ষীক মই কেতিয়াও সন্মান নকৰোঁ
Case tu thanda hua loike roi ase.. Case thanda, promotion to DSP.. 😂😂😂
চৰকাৰী চাকৰিৰ বৰ্খাস্ত কৰি দিলে হ'ল @ Assam govt.& High court Assam
I ❤️ congrats
ইয়াৰ তদন্তৰ দায়িত্বা ৰাইজক দিব লাগে ।
Mama mama mama mama ma ma ma.
Yes.. Police hole xat khun mafff.. Kintu..police nohoi beleg department r hua hole eman dine jail t posi thakile heten.. Gotike raij e jimanei beya pauk.. Police r eku dal koribo nuare... So no arrest.. 😊😊
Dismiss this cruel police man.
Exalted bohut besi hoi se mama lekam tani bo hol
Good luck
ওপৰৱালৰ আশিʼবাদ।
চৰকাৰখনৰ কাম-কাজৰ ধৰণ আৰক্ষীৰ স্বভাৱ-চৰিত্ৰ, ব্যৱহাৰত প্ৰতিফলিত হয়। সামাজিক ন্যায়, নাগৰিকৰ অধিকাৰ প্ৰতিষ্ঠাৰ ওপৰত চৰকাৰে গুৰুত্ব দিলেহে আৰক্ষীৰ স্বভাৱ চৰিত্ৰ আৰু ভাৱমুৰ্তি সলনি হ'ব। পূঁজিপতি আৰ্দশ দাবী-ধমকিত বিশ্বাসী চৰকাৰখনে আৰক্ষীক ৰাজনৈতিক স্বাৰ্থত ভৃত্যৰ দৰে ব্যৱহাৰ কৰিছে যেতিয়া আৰক্ষীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰিবই, গুণ্ডামী কৰিবই আৰু সাধাৰন ৰাইজ হ'ব ভুক্তভোগী। বৰবড়া গ্ৰেপ্তাৰ নোহোৱাৰ আঁৰত সেই একে ৰাজনৈতিক শক্তিয়ে কাম কৰি আছে।
কৰবাত ৰাস্তাত পালে আন্ধাৰত পুৰা দিম
আইনৰ ধাৰা বোৰ মানুহৰ শ্ৰেণী বা পদ লৈ কি বেলেগ বেলেগ হৈ যাব পাৰে নেকি? এনেকৈ আৰু কিমান দিন,,,,,
News channel bilake alop besi kore.16/11/24 pora OC arrest hobo hobo ketiya hobo......?
ভয় কৰে বাবে গ্ৰেপ্তাৰ কৰা নাই।
Jai congress
নাজানোঁ কি হয় দেখিলে লেখিম
FIR দিয়া স্বত্তেও ভাৰ্গৱক এৰেষ্ট নকৰাৰ কাৰণ ৰহস্যজনক। অসমত সাধাৰণ জনতা আৰু আৰক্ষীৰ বাবে আইন বেলেগ নেকি। তাৎক্ষণিকভাবে তাক গ্ৰেপ্তাৰ কৰি Showcause Notice দি Departmental Enquiry ৰ মাধ্যমেৰেহে উপযুক্ত শান্তি দিব পাৰিব।
It's required to establish "District level Police Accountability Commission" in every district, which should not be administrative control of so called IAS / IPS. The same should be shared by Judicial Officials or ex judicial officials with some domain experts related to social services.
Arrest korok aru g action lobo lga ase khun kale louk.
DISMISS AND JAIL LAGA
DGP k dekhi haahi uthise😂😂 eku action lobo nuarise
যদি এতিয়া ডাঙৰ মানুহৰ লৰা হলে হৈ তেতিয়া হলে এনেকুৱা কৰিলে হৈ নে খালি ৰিস্কৱালা, থেলাৱালা এইবিলাকৰ লগত বীৰত্ব।
Political. Power police
গেপ্তাৰ নহলে আমি ধৰিম কিয় গেপ্তাৰ নহল
উত্তৰ পূৰ্বাঞ্চৰ সাতখন ৰাজ্যৰ ভিতৰত আটাইতকৈ বিকৃত মানসিকতাৰ পুলিচেই হৈছে অসমৰ পুলিচ।অসম পুলিচক ভাৰতৰ সকলো ৰাজ্যৰ জনগণেই ঘৃণাৰে উপচাই দিয়ে ,যিসকল লোক অসমলৈ ফুৰিবলৈ আহে তেখেত সকলে গৈ নিজৰ সমষ্ঠিত সকলো কথা কয় গৈ,আছাম পুলিছৰ বিষয়ে।
ৰিস্ৰাচালকৰ পৰাও ঘূচ খাই বোলে,ৰিস্ৰা চালকক প্ৰথমে ১০০ টকা বিচাৰে,চালকে নাই বুলি কলে ৫০ টকালৈ নামে,আকৌ নাই বুলিলে ২০টকালৈ নামে,পুণৰ ১০ টকালৈ নামে,পুণৰ ৫টকালৈ শেষত লাঠি দাল দলিয়াই অবাস্য মাতেৰে কয় ঐ (অবাস্য মাত) লাঠি ডাল তুলি আন,আনি দিয়াৰ পাচত বিড়ী এটা বিচাৰে ,বিড়ীও নাপালে চোলাটো দাঙি অবাস্য মাত মাতি পিঠিখন উলিয়াইদি খজুৱাই দে আকৌ অবাস্য মাত।সেই বাবে অসমৰ মানুহক ভাৰতৰ অন্য ৰাজ্যলৈ ফুৰিবলৈ গলে অবাস্য মাতৰ(কে) ৰাজ্যৰ মানুহ বুলি ইতিকিং কৰে।মোৰ জীৱনত বহুবাৰ এনে ইতিকিং কৰা পাইছো।আপোণালোকৰো অভিগ্যতা নিচ্চয় হৈছে।
Arrest kondinakhon karibo
চৰকাৰখন ভাল হলেহে কিবা এটা আশা কৰিব পাৰি, ফুলনি মানে বাগিচা,বাগিচা মানে ফুলনি।
Gp singh k 5 lakh mn dilei hoi jabo
Power, dress jor khodai logot nathake but dusmani lif time Thaiki jai, khadhoron manuhr uporot dadagiri korar agote ayi kotha khini vabi sabo lage .
ক'ত যায় আছা 😂😂😂।অসমীয়া ভালকে ক'বলে শিক প্ৰথম
কত ভাৰতবৰ্ষত আইন আছে
মহাজন আছে
Very unfortunate that the police officer concerned is not yet arrested
ওপৰৰ মাল নেকি
Police manuh karne police grapter kora nai buja gol
গুণ্ডা পুলিটোক অতি সোনকালেই বৰ্খাস্ত কৰক ।
লগত থকা আৰক্ষীজনৰো ব্যৱস্থা লব লাগে
সন্ত্ৰাসবাদী চৰকাৰত সন্ত্ৰাসবাদী আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ নকৰাটোৱে স্বাভাবিক জনগণসত্ৰু সন্ত্ৰাসবাদী চৰকাৰৰ সন্ত্ৰাসবাদী আৰক্ষীক শাস্তি দিব পৰা আইন নাই সংবিধানত সেয়ে গ্ৰেপ্তাৰ কৰা নাই ।
Plz arrested him and send him to jail
এৰিব নালাগে ইয়াক।
ফুটুকাৰ ফেন হল😂😂😂
গ্ৰেপ্তাৰ হ'ব ২০২৬ চনত !!!
Immediately gaptar cai
Jamino kono prosnoi ni only jail 12 years
Smart police 😂😂😂😂😂
আমি সকলোৱে ইমান কৈ থকাৰ পাছতো পুলিচ বিষয়া সকলে কি ভাবি আছে মনে মনে
Dom ase neki kunu mla r lorak ba mp r lorak ba dangor business man r lorak maribo nai dom nai
পুলীছ বিষয়া হবি এনেকে মাৰ পিত কৰিব নুৱাৰে ছহৰৰ মাজমজিয়াত
অসম পুলিচ এক নম্বৰ খেচৰ চুৰ পইচা খোৱা
সাতৰিব জনা মানুহে এবুকে পানীত পৰি মৰে।আৰু বোলে এনকাউনটাৰ
😢😢
Tamm b,,,
Dui dinor pisote join koribo with promotion.
Opposite hua hole hunkale result dekhile heten..!!
Ajon dukhiya manuh hole aji jelor vat khabo dile heten
Police e police r upor t j kiba action lobo bishakh e nohoi karon tenekua val kaam Assam police r ajiloi k dekha nai
Aijn k terminate kio nokore baru sorkare....abr koi police public friendly hobo lge... strictly example ata set korok dn sorkar ai eni kotha kole ki hobo....
Dgp xui ase 😂😂😂😂
সেই অঢিৰটোক শাস্তি দিব লাগে
Himanta bishya sharkar ki hol aibore nilajya😂
police bilak nijoke hiro buli vabe
Mainly BJP government also responsible
Uporot ase main ghuskhor kita😶😶
Mama kot gol ateya?
Na hui ase !
Hadharon Ghotona ata holai Press Conference pota Guwahati Police aiukto (ACP) gorakir kot gol.... Nadakha holu ja..... Tau Gunda police puhi thoisela..... Atiya eku nokoi kiyo ... Kot gol Press Conference.
He inspired by the Bollywood movie 'Singham'... But Singham dint do this type of behave with the common peoples...Nowdays some police officers think that have Super power.
Not food delivery boy , .find the actual
Bhargav ETA SONDAL😊 POLICE AASILE 😂