Latrine't thakibo logia obostha hoi | Manuhe Manuhor Babe ep 14

Поделиться
HTML-код
  • Опубликовано: 25 ноя 2024

Комментарии • 1,3 тыс.

  • @Homoy
    @Homoy  Год назад +404

    1 week'r vitorot tekhetor ghor boni jabo
    Muk support koribo bisarile apunaluke
    A Vlog tu share kori dile hoi jabo..
    Aru bohut bohut dhoniobaad...
    # be kind for no reason 🙏🙏
    Lets spread positivity 💚💚

    • @SinkuBorah-j9n
      @SinkuBorah-j9n Год назад +2

      Moi Kori dilu Tumi nu কোৱা

    • @AimanuBasumatary-wk2js
      @AimanuBasumatary-wk2js Год назад +2

      Kori dilu dei

    • @Homoy
      @Homoy  Год назад +3

      @@SinkuBorah-j9n lots of love 💚 ❤️

    • @Homoy
      @Homoy  Год назад +4

      @@AimanuBasumatary-wk2js 😊😊💚💚

    • @Popcorngaming072
      @Popcorngaming072 Год назад +3

      Krilu dada aaru hodia aapunar lgt aasu ❤

  • @Manob974
    @Manob974 Год назад +42

    অসমৰ নাম্বাৰ 1 ইউটিউবাৰ❤❤❤

  • @anuraagvlogs5282
    @anuraagvlogs5282 Год назад +113

    আপোনাৰ নিচিনা যদি গোটেই পৃথিবীৰ মানুহ এনকোৱা হল হয়🙏❤আপুনি এজন ভগৱান 🙏

    • @asiadestrot7846
      @asiadestrot7846 Год назад +2

      Gotei manuh nalage, olop jodi hol hoi , bohut change ahil hoi.
      Belegor ki kom moi sesta koru olop solop , kintu ei level ot pora nai...
      God bless him

  • @dharmarajhajong4455
    @dharmarajhajong4455 Год назад +1

    এইবোৰ ভিডিও কিয় ভাইৰাল নহয়?
    কোনোবাই আলু ভজা দোকান দি সুখত চলি থকা দম্পত্তিৰ পিছত দেখোন কিমান নিউজ চেনেল বোৰ বাৰে বাৰে দেখুৱাও, তেওঁলোক এনেকুৱা দুখীয়া পৰিয়ালক সহায় কৰিবলৈ কিয় আগবাঢ়ি নাহে। এই অঞ্চলৰ গাঁও পঞ্চায়তৰ সদস্যই কি কৰি আছে? নে তেওঁলোক ধনত অন্ধ হৈ পৰিছে। মানুহ বোৰে এইবোৰ ভিডিও কিয় ভাইৰাল নকৰে। love You Xomoj Dada. Love from Goalpara. God bless you❤️❤️❤️❤️

  • @NumalKhongiadigital
    @NumalKhongiadigital Год назад +52

    ভূপেন হাজৰিকাৰ গীতৰ কলি,,,,
    মানুহে মানুহৰ বাবে,,,,,,,,,, অন্তৰ চুই গৈছে দাদা,, আমি অসমৰ বিখ্যাত ইউটিউব ৰ সকলৰ আমেৰিকা, লণ্ডন, ডুবাই, হংকং আদিবোৰৰ ভিদেও চাই একোৱেই নাপালোঁ,, কিন্তু সেই সকলৰ তুলনাত তোমাৰ ভিডেও বহু বহুত উপৰত,,,, এনেকৈ আগবাঢ়ি যোৱা,,, সময়ত যথা মাত্ৰ সহায়ৰ হাত আগবঢ়াবৰ বাবে যি পাৰোঁ চেষ্টা ৰাখিম

  • @bishalsarma5306
    @bishalsarma5306 Год назад +1

    Dimpu বা বিকাশ অসমৰ ডাঙৰ RUclips r nhoy আপুনি অসমৰ 1 no হয় ❤

  • @BiswajyotiTaid-mb8zv
    @BiswajyotiTaid-mb8zv Год назад +59

    মনটো সেমেকি উঠে ।আমি এইটোকে প্ৰাৰ্থনা কৰিম যে তুমি আৰু শতগুণ এনেকৈ কৰ্ম কৰি যাওঁক।ভগৱানে তোমাক আৰু শক্তি দিয়ক লগতে দীৰ্ঘায়ু কামনা কৰিছোঁ।

  • @Dipjyoti-e9w
    @Dipjyoti-e9w Год назад +31

    দাদা আপুনি ভগৱান ❤আপোনাৰ কৰ্ম আপোনাৰ কথা আমাৰ হৃদয় আপ্লুত কৰি তোলে😢 so God blessed you dada.

  • @Bastav_Basanta
    @Bastav_Basanta Год назад +28

    সময় গগৈ কিছুমানৰ বাবে ভগৱান 🙏❤️

  • @MrDipankarGogoi0007
    @MrDipankarGogoi0007 Год назад +3

    😢😢😢😢 ভাষা নাই। চৰকাৰৰ আঁচনি পোৱা যোগ্য নহয় নেকি ? মানুহ যে কি প্ৰাণী, মানুহেই মানুহক সহায় কৰিব নিবিচাৰে । ককাই তোমাক ভগৱানে শক্তি আৰু এটা পবিত্ৰ মন দিছে এনেদৰে অসহায় মানুহক সহায় কৰি আগুৱাই যোৱা । 🙏🏻💐 ধন্যবাদ

  • @superhithindisongs3563
    @superhithindisongs3563 Год назад +103

    কেইদিনমানৰ পৰা মই আপোনাৰ প্ৰতিটো ভিদিঅʼ চাবলৈ আৰম্ভ কৰিলোঁ, মোৰ বহুত ভাল লাগে চাই আপুনি যি দৰে সকলোকে সহায় কৰিবলৈ চেষ্টা কৰে, keep it up brother 👍👍❤️❤️❤️

    • @ankurdutta3664
      @ankurdutta3664 Год назад

      Hosha koi manibo lagibo

    • @RubulAli-sw3vv
      @RubulAli-sw3vv Год назад

      Good dada

    • @kushalpanging6043
      @kushalpanging6043 Год назад

      Keidin manr agote teur channeltu komkoi subscribe tokar karone bohut dug lagisil.etiya bahi kuwar korane bohut vl lagise.amiu share koridisu

  • @sangitatamuli5046
    @sangitatamuli5046 Год назад +5

    তুমি ভাল মানুহ হয় সময় দা...ভগৱান আছে তোমাৰ লগত..❤🙏👌

  • @songitagogoi6291
    @songitagogoi6291 Год назад +30

    দাদা আৰু আগবাঢ়ি যাওক আপুনি। এয়াই মহানুভৱতা। নেদেখা জনে আপোনাৰ সুস্বাস্থ্য দীর্ঘায়ু কৰক।

  • @dipankarbora5649
    @dipankarbora5649 Год назад +15

    কি লিখিম মোৰ ভাষা নাই। মাথো এতাই ভগৱান ওচৰত কৈছো তোমাৰ চকুত যাতে কেতিয়াও চকু পানী নিদিয়ে ঈচ্চৰে❤❤❤❤

  • @prasantakuli499
    @prasantakuli499 Год назад +11

    আপুনি সচাঁকৈ ভগবানৰ অন্য এটা অৱতাৰ❤❤🙏🙏🙏

  • @BuroiMisingAao
    @BuroiMisingAao Год назад +1

    অতি সুন্দৰ..

  • @Trends_only07
    @Trends_only07 Год назад +5

    বাইদেউৰ ভাল কাপোৰ এযোৰ নাই। ভগবানক বিশ্বাস নকৰো কিন্তু যদি সচাঁকৈ যদি ভগবান আছে তেন্তে মোকো শক্তি দিয়ক, মইয়ো মানুহক এনেদৰে চাব নোৱাৰো। দাদা আপুনি মহান। ❤🥺

  • @DapantiMoran-gz5uz
    @DapantiMoran-gz5uz 9 месяцев назад +1

    Bohut val kam korisa vaiti ❤❤❤

  • @dishikataye
    @dishikataye Год назад +121

    Apuni Bhagavan 🙏🏻🙏🏻🙏🏻

  • @dimbeswargogoi1920
    @dimbeswargogoi1920 Год назад +1

    তোমাৰ মানৱতা আৰু ইয়াৰ বাবে কৰা কৰ্ম্মই তোমাক বহু উপৰলৈ উঠাই দিব ৷ তোমাৰ এনে এটা সময় আহিব সেইদিনা তোমাক বিচাৰি মানুহ আহিব চাবলে ৷ ধন্য হওক তোমাৰ জীৱন ৷😮

  • @kirongogoi7291
    @kirongogoi7291 Год назад +13

    While other youtubers are buying cars, iphones showing their lifestyle and here this man on a mission to help others. 🙏 ❤

  • @MarkashKandulona
    @MarkashKandulona Год назад +1

    God bless you Brother.

  • @gogoi12359
    @gogoi12359 Год назад +5

    সময়ৰ লগত কোনো ইউতিবাৰ তুলনা নহয়।❤❤❤❤সময়❤❤❤❤

  • @rajmajuli3137
    @rajmajuli3137 Год назад +1

    Good job bathear.

  • @superhithindisongs3563
    @superhithindisongs3563 Год назад +19

    মানুহৰ ৰূপত আপুনি ভগৱান 🙏🙏🙏

  • @assamxyz2286
    @assamxyz2286 Год назад +7

    সুন্দৰ মনৰ মানুহজন😊মাজুলীৰ পৰা মৰম যাচিলোঁ

  • @nabajyotiborah3670
    @nabajyotiborah3670 Год назад +11

    ভগৱানৰ আন এটা ৰূপ ❤

  • @Arzu029
    @Arzu029 Год назад

    Where the government is a failure ; Agencies are dumb and deaf ! This young man is stands as Angel ! Seems like God of the poor !! Hats off to Homoi ....! Humanity is the greatest religion !

  • @anupamagohaindas5002
    @anupamagohaindas5002 Год назад +44

    তোমাৰ video বোৰ সদায় চাওঁ ❤❤ সচাঁ কৈয়ে অন্তৰ চুই জায় ❤ ভগৱানে তোমাক শক্তি দিয়ক তাকেই কামনা ❤

  • @Rahulll79
    @Rahulll79 Год назад +1

    You are real hero brother
    Baki RUclipsr Bure okl nijor lavor krne video bonai..
    Apunak dhanyabad disu dada hohai krar krne...
    Hklue support kribo dada jonok jate aru dhukiya poriyalok hohai kribo pribo.

  • @dilipdas8112
    @dilipdas8112 Год назад +8

    ভাইটি তোমাৰ ভিদিঅ মই সকলোবোৰ ছালো আৰু ছেয়াৰ কৰিছো ❤ ৰাইজৰ হকে বহুত ভাল কাম কৰিছা ঈশ্বৰে তোমাক আৰু শক্তি দিয়ক তাৰেই কামনা কৰিলো,কৃষ্ণ ,লগতে এটা কথা কও তোমাক মানূহ চাই কাম কৰিছা ,তোমাত কৈ বহুত ধনি মানূহ আছে কিন্তূ সকলোবোৰ মন একে নহয় পাৰিলেও নিদিয়ে ,তোমাৰ দৰে বহল অন্তৰ মানূহ আৰু জন্ম হওক ঈশ্বৰক তাৰেই কামনা কৰি্লো কৃষ্ণ ৰাম কৃষ্ণ ৰাম ❤

  • @rahulmili8590
    @rahulmili8590 Год назад +1

    Dada apuni Eman vl Kam krise ami nuwara Kam tu apuni kri dekhai dise Eman vl lga kotha ❤❤❤

  • @jyotiprasadpegu16
    @jyotiprasadpegu16 Год назад +54

    আপোনাৰ মহানুভৱতাক মোৰ অন্তৰৰ পৰা চেলুট জনাছো। ❤

  • @skjubahomaj3460
    @skjubahomaj3460 Год назад

    Hopun ....tmi hosai Bahu bhal Kam karisa.....hosa holagor Patra tmi.....
    Aidore aguwai jua...aru hohai kori juwa jimn para

  • @NishaAxam794
    @NishaAxam794 Год назад +5

    আজি দিনত আপোনাৰ নিচিনা মানু্হ সঁচাকৈ পাবলৈ নাই।। সঁচাই আপুনি এজন ভাল মনৰ মানু্হ ভগৱানে আপোনাক সদাই ভালে ৰাখক 🙏😊

  • @rekhaneog1101
    @rekhaneog1101 Год назад +1

    তোমাৰ লগতে তোমাৰ ঘৰৰ সকলো লৈকে কোটি কোটি ধন্যবাদ জনালো

  • @dipabaishya5673
    @dipabaishya5673 Год назад +5

    তুমি আছলতে মানুহ নহয় তুমি আমাৰ কাৰণে ভগৱান বহুত ভাল কৰিছা

  • @akungpame3658
    @akungpame3658 Год назад +2

    You are great RUclipsr Assamese society ,not even one I have seen like you did you r helping poor people may God bless you always

  • @dhanjitblock4348
    @dhanjitblock4348 Год назад +9

    এঘৰ মানুহে 2+3চৰকাৰী পোৱা উদাহৰণ আছে,কিন্তু এইবোৰৰ দুখীয়া আমাৰ নিজৰ অসমীয়া মানুহক কিয় চৰকাৰে ঢুকি নাপাই, 😭😭😭😭😭

  • @ureshbora8416
    @ureshbora8416 Год назад +1

    পূৰ্বৰ জন্মৰ কৰ্ম্ম ফলৰ বাবে ,আজিও তুমি ভাল কাম কৰি আদৰ্শ দেখুৱাব পাৰিছা।আগুৱাই যোৱা। মংগল হওঁক।

  • @mrinalaxom3128
    @mrinalaxom3128 Год назад +6

    ভগমানে আপোনাক সদায় সুস্থ কৰি ৰাখক 🙏🙏

  • @dhurbadas3870
    @dhurbadas3870 Год назад

    বহুত ভাল কাম কৰি আছা গোৱালপাৰাৰ পৰা মৰম জাছিলো

  • @pranamideka3808
    @pranamideka3808 Год назад +4

    মানুহৰ জীৱন সংগ্রাম 😓😓 আপুনি বহুত ভাল কৰি আছে। 👍👍

  • @jastin2052
    @jastin2052 Год назад +2

    Homoy ঈশ্বৰে তোমাক আৰু তোমাৰ পৰিয়ালক কৃপা কৰক 🙏

  • @bimanphukan
    @bimanphukan Год назад +15

    দাদা তোমাৰ অন্তৰ খন সচাকৈ খুব সুন্দৰ ♥️

  • @Saniasvloggingchannel
    @Saniasvloggingchannel Год назад +1

    I never see a man like you who helps a lot to others 😢🙏🙏🙏 may God bless you ❤❤❤❤❤❤❤

  • @surajff8574
    @surajff8574 Год назад +5

    ভাল কাম কৰিলে support কৰিবলৈ টান পাই আৰু বেয়া কাম কৰিলে viral কৰি ভাল পাই এয়াই আধুনিক যুগৰ আধুনিক মানুহ, তুমি সৎ কাম কৰি যোৱা ভগৱানে সহায় কৰিব।

  • @momiborahneog2958
    @momiborahneog2958 Год назад

    আজিলৈকে বহুত ব্লগ ভিডিঅ চালো,আপুনাৰ নিচিনা ইমান ধুনীয়া ভিডিঅ চোৱা নাচিলো,আজি প্ৰথম চালো বহুত ভাল লাগিল,আপুনাৰ মন তো মানে?❤সুন্দৰ❤সুখী হ‌ওক সদাই❤❤❤❤❤❤❤❤

  • @richaminj2486
    @richaminj2486 Год назад +8

    Its indeed a good work. Much appreciation. I think also it would be better if you can also teach them about saving money and help her son to join different careers too that can be a sustainability for them as the line goes "give them fish they will eat for a day and teach them to fish they will eat for their entire life." And Kudos to your effort and hardwork. Hope you take my words positively.

  • @tulshikalita862
    @tulshikalita862 Год назад +2

    মহান কামৰ বাবে ঈশ্বৰৰ আশীৰ্বাদ সদায় থাকিব 🎉🎉🎉

  • @neetagogoi4524
    @neetagogoi4524 Год назад +4

    Great. We would also like to see the updates of the last two houses please.

  • @raktimpathak-co6qg
    @raktimpathak-co6qg Год назад +1

    ❤❤❤ thanks dada emn khohai krar babe

  • @technicalaxom424
    @technicalaxom424 Год назад +4

    আশা কৰোঁ তুমি 1000বছৰ জীয়াই থাকা যাতে তুমি আৰু মানুহক সহায় কৰিব পাৰা❤❤ আৰু নো কি কম কবলে ভাষা নাই

  • @air33-ias53
    @air33-ias53 Год назад

    তোমাৰ হৃদয় খন বহুত ডাঙৰ বন্ধু। আৰু আজিৰ যুগত তুমি যি আদৰ্শ দাঙি ধৰিচা তেনেকুৱা আদৰ্শ ডাঙৰ ডাঙৰ গাদিত থকা বোৰেই কৰিব পৰা নাই। Thank you bro 🤍

  • @Kwsra485
    @Kwsra485 Год назад

    Great man of Assam ❤❤...Apunar xohanubhuti aru kormo dekhi xosakoiye bohut val lagil....

  • @sudiptapurkayastha5524
    @sudiptapurkayastha5524 Год назад

    Very few people have hearts like you bro.

  • @sikhapriya7145
    @sikhapriya7145 Год назад +1

    bhut vl km kri asa dada apuni

  • @rupalidas1570
    @rupalidas1570 Год назад +1

    Nice,❤❤❤❤❤❤❤❤❤

  • @upenpatiri2276
    @upenpatiri2276 Год назад +1

    তোমাৰ মহানুভৱতাক অন্তৰপৰা চেলুত জনাইছোঁ।তোমাক এনেদৰে দুখীয়া মানুহবোৰক সহায় কৰি যাবলৈ ভগৱানে অধিক শক্তি দিয়ে যেন সেয়া কামনা কৰিলোঁ

  • @superhithindisongs3563
    @superhithindisongs3563 Год назад +1

    One of the best youtuber of Assam, I love you brother ❤❤❤❤❤❤❤❤❤❤❤❤

  • @Hemantamugdha9851
    @Hemantamugdha9851 Год назад +2

    Dimpu, bikash hotor eman subscribers thakio anekoi akua help nokore tumi a ji dukhiya manuhor karone sinta kora hosai salute bro❤️ nd i hope oneday you will get more subscribers than them👍❤️

  • @NarahAao
    @NarahAao Год назад +1

    Apunar tamnaile tu sai click nokora koi thakiboi nuwari ❤❤ full watch koru . dada...... Love you ......❤❤❤

  • @Watsup_status
    @Watsup_status Год назад +1

    Bhai… you are great man in this planet 🌎
    Love U Year For Everything

  • @adibasikherwarchannel
    @adibasikherwarchannel Год назад

    আপুনি সচাকে মহান ব্যক্তি দেই আপুনি আগুৱাই যোৱা

  • @ramu6671
    @ramu6671 Год назад +1

    ভগৱান homoy❤

  • @momisaikia8468
    @momisaikia8468 Год назад

    মানুহে মানুহৰ বাবে, তুমি সঁচাই বহল অন্তৰৰ লৰা, শক্তি দিয়ক ভাল কাম কৰি যোৱা।

  • @nihanvloger
    @nihanvloger Год назад +1

    হেই প্ৰভু Homoy ক শক্তি দিবা আৰু আগুৱাই গৈ মানুহক ভগৱানৰ দৰে সদায় সহায় কৰি যাবলৈ আৰু সদায় সুস্থু কৰি ৰাখিবা প্ৰভু Himoy ক 😘😍🙏🙏

  • @allabouthyundaicars7463
    @allabouthyundaicars7463 Год назад +2

    কি কম ভাষা নাই, চৰকাৰে ইবিলাক মানুহক দেখা নাপায়। স্থানীয় বিধায়ক কত গল। বহুত দুখ জনক

  • @anantamoran6611
    @anantamoran6611 Год назад

    বহুত বহুত ধন্যবাদ দিয়াৰ লগতে অন্তৰৰ পৰা তোমাক মৰম দিলো ,

  • @kudanandapegu2186
    @kudanandapegu2186 Год назад

    সচাই অতি দুখ লগা আৰু আনফালে আপোনাৰ কামবোৰ দেখি সচাই বহুত ভাল লাগে।

  • @MohendraDas-di5mz
    @MohendraDas-di5mz Год назад

    দা দা আপুনি যি কৰি আছে। আপোনাক ধন্যবাদ দিৱলৈ ভাষা নাই ❤❤❤❤❤❤❤

  • @himadrigogoi7580
    @himadrigogoi7580 Год назад

    Tumak jonmo diya ma gorakiloi bohut bohut dhonyobad 🙏🙏🙏🙏🙏🙏aru tumi hoday aagbahi jowa

  • @uttamborah3929
    @uttamborah3929 Год назад

    I can't explain my feelings...God bless you ❤

  • @kumareshray2313
    @kumareshray2313 Год назад

    Eta Bostu Bohut Val.. Lagil... Ghoror Vitrt Homale Sandel Khuli Homay ❤❤❤❤

  • @mrmilon...1813
    @mrmilon...1813 Год назад

    Apuni Mohan👌👌 Apunar Kam khinik salute jonaisu dada🫲🙏

  • @defancak47
    @defancak47 Год назад

    ❤❤❤Dada apuni enekoi hohaii kori thakibo
    Ank full saport korisu
    Bhogowane jeta apunk agbrohai nia❤❤❤

  • @pinjugogoi1443
    @pinjugogoi1443 Год назад

    Tumak antorr pora salute joniesu bhogbanea jan hodie valea khukhola rakhea tumak ❤

  • @montumonientertainment
    @montumonientertainment Год назад +1

    Dada vall lagil❤❤❤

  • @anuraz4616
    @anuraz4616 Год назад

    Aapuni bohut val kri asaa...... Vogobane aapu mongol kore.... Aru agoloi dukhia manuhok sohai kribo pare

  • @surajitborah4877
    @surajitborah4877 Год назад

    You are the best man all over the world

  • @chitrachetia6764
    @chitrachetia6764 Год назад

    ভাল কাম কৰিছা , ভাল লাগিছে । মানুহে আৰ্শীবাদ কৰকে বা নকৰক নেদেখা জনে সদায় আৰ্শীবাদ কৰিব । God bless you.

  • @prasannacherwa9012
    @prasannacherwa9012 Год назад

    Amar Naharkatia'r Gourab .......God bless you broo... keep it up..

  • @LovleeGogoi-nj5lv
    @LovleeGogoi-nj5lv Год назад +1

    Apunnar video sai bohut Val lage

  • @uttirnarabha3958
    @uttirnarabha3958 Год назад

    সহায় কৰি য়োৱা নেদেখা জনে সহায় কৰক তোমাক তাকে কামনা কৰিছো

  • @biswabarman3936
    @biswabarman3936 Год назад

    চৰকাৰে জি কৰিব পৰা নাই তুমি কৰি আছা , অসম বাসি ৰাইজে খুবেই ভাল পাইছে ❤

  • @kusumray6443
    @kusumray6443 Год назад

    Beta tumak moi bahut bahut thanks disu tumi je manuh borr dukh buji Paisa ❤ God bless you ❤❤❤❤😂🎉🎉😢

  • @knowledges.8688
    @knowledges.8688 Год назад +1

    god bless you.,
    really bro, you are great than God. I hope that you will keep social work
    i love you bro,

  • @purushuttomdas2460
    @purushuttomdas2460 Год назад

    Bht dukh lagese dakhe 😢😢 sorkare aibur manuh k ghr ata debo nuyare ni baru 😢😢 dada apuni bht vl km kore ase apunar lgt asu hodai ❤❤ love you

  • @SankarChutia-u5e
    @SankarChutia-u5e Год назад

    বন্ধ ‌তোমাৰ মনটো বৰ ভাল তোমাক ভগৱানে আশীৰ্বাদ কৰে

  • @riturajhazarika7612
    @riturajhazarika7612 Год назад

    Montu bohut bhaal lagil .aguwai juwa .

  • @jodumonidewri7144
    @jodumonidewri7144 Год назад

    Apuni xosai bohut val manuh dada.... Apuni bhogowan.....

  • @dipikadas2710
    @dipikadas2710 Год назад

    ধন্যবাদভাইটি কি কম ভাষা নাই 🙏🙏🙏 তুমি ভগৱান ।

  • @subhamchoudhary9520
    @subhamchoudhary9520 Год назад

    We should appreciate this man this is the person who can change our mentality

  • @huntubosu2634
    @huntubosu2634 Год назад

    Bohut val lagise tumi je eman duniyake hohai korisa

  • @Cayden4442.0
    @Cayden4442.0 Год назад +1

    You are Great 👍🙏🙏🙏

  • @riyapuma1517
    @riyapuma1517 Год назад

    Manuhor rupt apni vogoban🙏❤️❤️❤️❤️

  • @BhaskarjyotiBorgohain-cg7mq
    @BhaskarjyotiBorgohain-cg7mq Год назад

    Bohut vall kam koresa,vogobane 2mak mongol korok.

  • @YonoPlayer_As33
    @YonoPlayer_As33 Год назад +1

    Love from charaideo ❤🎉
    Great job 👏

  • @kabitateron116
    @kabitateron116 Год назад

    Hundor monor hundor manuh.... vogobanok prarthona korisu tumak jate ketiau dukh nidiye baki tumak hohai koribole asu ami

  • @mrkolita1523
    @mrkolita1523 Год назад +2

    ভগৱানে সদায় শক্তি দিয়ক আপোনাক 😍😍