ভাগৱত পাঠ// আউনী আটী শাখা সত্ৰ// বান্দৰদেৱা // লক্ষীমপুৰ

Поделиться
HTML-код
  • Опубликовано: 7 сен 2024

Комментарии • 324

  • @rimjimhazarika4904
    @rimjimhazarika4904 2 месяца назад +8

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ শ্ৰী চৰণত প্ৰণিপাত জনাই সেৱা নিবেদিছো ।
    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @dilip6pesrabha759
    @dilip6pesrabha759 2 месяца назад +4

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো দুৰৰপৰা হলেও গ্ৰহন কৰিব প্ৰভু ।

  • @user-ct2kv3qn1l
    @user-ct2kv3qn1l Месяц назад +6

    কৃষ্ণ বাপ ভাগৱতহে ভাগৱত বিশ্লেষন কৰিব পাৰে আৰু বিশ্লেষন হৃদয়স্পৰ্শী।কৃষ্ণ 🙏🙏🙏

  • @deepabora1865
    @deepabora1865 2 месяца назад +7

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ পদকমলত ভক্তি অঞ্জলি অৰ্পন কৰিছোঁ 🙏 লগতে সমস্ত বাপ আইলৈ সেৱা জনাইছোঁ 🙏🙏🙏🙏

  • @mainabordoloi2479
    @mainabordoloi2479 Месяц назад +4

    কৃষ্ণ প্ৰভু,ভক্তিভৰা সেৱা জনালো আপোনাৰ চৰণত🙏

  • @pradiptalukdar7798
    @pradiptalukdar7798 2 месяца назад +5

    মুক্তিৰ সময়ত পৰীক্ষিতে গুৰুৰ সঙ্গও এৰি গঙ্গাৰ পাৰ পালে ৷ কাৰণ জীৱৰ মুক্তিত জীৱ সদায় অকলশৰীয়া ৷ এতিয়া বাপ সন্দেহ হয়-কোন এই সেনাই পৰীক্ষিতক আগুৰি ৰাখিলে? তাৰোপৰি পৰীক্ষিতে ৰাজ্য,ধন,পুত্ৰ- পৰিয়াল সকলো ত্যাগ কৰিহে গুৰুত আশ্ৰয় লৈছিল ৷

  • @chinukataki4419
    @chinukataki4419 2 месяца назад +28

    কৃষ্ণ ।বাপ জনৰ ভাগৱত বাখ্যা শুনিলে শুনি থাকিব মন যায় ।ইমান গভীৰ ভাবে বুজাই কয় যে জীৱন টো উপলব্ধি কৰিব পাৰি ।সচাকৈয়ে তেখেতে বহুত অধ্যয়ন কৰিছে ।মই সদায় এবাৰ নুশুনিলে নহব ।মধুৰ কন্ঠ বলিষ্ঠ কন্ঠ সুন্দৰ উপস্থাপন বৰ ভাল লাগে দেই ।কিন্চিত শিকিবলৈ ঈশ্বৰে শক্তি দিছে আমাকো ।তেখেতৰ সু স্বাস্থ্যৰ কামনা কৰিলো ।এবাৰ সো শৰীৰে শুনিবলৈ হেঁপাহ আছে কত পাম নাজানো ।কৃষ্ণ ।

  • @kabitakk5245
    @kabitakk5245 2 месяца назад +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏
    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏
    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏
    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏
    প্রভু আপোনাৰ চৰণত কোটি কোটি প্রণাম জনাইছো🙏🙏 আমি যেতিয়া সংসাৰৰ মায়াত সোমাই থাকো তেতিয়া নিজকে বহুত পাপী বুলি ভবো আৰু যেতিয়া এই ভাগৱতৰ সুন্দৰ কথাবোৰ আপোনালোকৰ মাধ্যমেৰে শুনিব পাও তেতিয়া ভাবো আমি বহুত পুণ্যৰ ফলতেহে আপোনাসবৰ এই সুন্দৰ কথাবোৰ শুনিবলৈ পাইছো।

  • @daisyrabha2343
    @daisyrabha2343 Месяц назад +4

    Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 Krishna🙏🙏🙏🙏

  • @phirodarabha9647
    @phirodarabha9647 2 месяца назад +7

    Krishna Krishna bap koti koti pranam 🙏🙏🙏🙏❤️❤️❤️🪔🪔🪔🙏🌺🌺🌺

  • @pddas6427
    @pddas6427 2 месяца назад +4

    Krishna Baap Aapunak Pronam 🙏🙏🙏 Jai Guru Sankar 🙏🙏🙏

  • @manasdeka6801
    @manasdeka6801 2 месяца назад +5

    Joy guru Shanker 🙏🙏🙏 Krishna Krishna Ram Krishna Hari Krishna

  • @dhireswarray8159
    @dhireswarray8159 2 месяца назад +99

    Ram Ram Krishna Krishna probhu joy shree krishnay govindo Hore murari hay natho narayono nomo nomo 🙏🙏 dhyono dhyono probhu aponer aadhyatmik gyanor pora bohut upokrit hoicho dhyono dhyono probhu

    • @user-dh8fr2uk2d
      @user-dh8fr2uk2d 2 месяца назад +12

      Krishna, Krishna, Krishna Ram,Ram Ram Prabhu ,Sewa ,Nebedisu,

    • @lohitdas63
      @lohitdas63 Месяц назад +3

      Krisna vagawat sraban kkorilu val lagil.apunak moi 13 sonor Sankar sangar adhibesonot log paisilu. Bahut kotha patisilu apuni Diya card khon atiaw Mur logot ase.lohit Das tsk.

    • @KarunaKalita-en6gh
      @KarunaKalita-en6gh Месяц назад +1

      Krishna krishna bap

    • @sumonphukan7341
      @sumonphukan7341 Месяц назад

      ❤😂​@@user-dh8fr2uk2d

    • @AssaDas-dk8pq
      @AssaDas-dk8pq 8 дней назад

      11​@@user-dh8fr2uk2d

  • @kimtaehyung6428
    @kimtaehyung6428 Месяц назад +3

    কৃষ্ণ প্ৰভূ জন।এই অধমৰ সেৱা গ্ৰহন কৰিব।আপোনাৰ অমৃত ময় মুখেৰে ভাগৱত ব্যাখ্যা শুনিলে গোতেই দিনতো কৃষ্ণমই আনন্দ লাগি থাকে।প্ৰভূজন ভগবানৰ শৰণত এটাই প্ৰৰ্থনা আপোনাৰ শ্ৰীচৰণ দৰ্শন কৰা আৰু আপোনাৰ অমৃত ময় মোখেৰে ভাগৱত ব্যাখ্যা শুণা।প্ৰভূএ কৃপা কৰে যেন এই অধমক।কৃষ্ণ🙏🙏🙏

  • @pallabikagohain5720
    @pallabikagohain5720 2 месяца назад +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🙏🙏🙏🙏

  • @BhaskarJyotiBorah-pb5id
    @BhaskarJyotiBorah-pb5id 2 месяца назад +6

    কৃষ্ণ! কৃষ্ণ! কৃষ্ণ!

  • @NarmadaPathak-gm4xe
    @NarmadaPathak-gm4xe 2 месяца назад +4

    কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত আপোনাৰ চৰনত ভক্তি ভৰা সেৱা নিবেদিচো 🙏🙏🙏

  • @MonishaChutia-zf4og
    @MonishaChutia-zf4og 2 месяца назад +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ মোৰ প্ৰভু ঈশ্বৰ

  • @bharatikalita898
    @bharatikalita898 14 дней назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @bangshidhardas8102
    @bangshidhardas8102 Месяц назад +3

    Krishna Krishna Krishna, prabu aponar bhagawat pathor rakhjukta bakhya khuni aponak kouti kouti pranam Krishna..................................,

  • @karunakantadas6223
    @karunakantadas6223 18 дней назад +1

    কৃষ্ণ গুৰু আপোনি মোক উদ্ধাৰ কৰক মোক আপোনাৰ অমূল্য চৰণত ভক্তিভাৱেৰে নিজকে সমৰ্পিত কৰিলোঁ হৰি কৃষ্ণ হৰি ৰাম

  • @juntiborah3548
    @juntiborah3548 2 месяца назад +2

    কৃষ্ণ কৃষ্ণ 🙏 🙏 সুন্দৰ ব্যাখ্যা,বাপজনা গভীৰ ভাবে বুজায় দিয়াৰ বাবে জীৱনটো উপলব্ধি কৰিব পাৰি। বলিষ্ঠ কণ্ঠ সুন্দৰ উপস্হাপন। সদায় শুনো ভাল লাগিল। সুস্বাস্থ্য কামনা কৰিলো।🙏🙏

  • @pranabborah2718
    @pranabborah2718 Месяц назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @karunakantadas6223
    @karunakantadas6223 18 дней назад +1

    Hari Krishna Hari Ram Ram Ram , 🙏🙏🙏

  • @AnantokumarRay
    @AnantokumarRay Месяц назад +1

    Krishna bap 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @binapanidas6368
    @binapanidas6368 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ প্ৰভূ কৌটি কৌটি প্ৰনাম জনালোঁ ৷ সুন্দৰ ভাগৱত বাখ্যাই হিয়া মন জুৰ পৰি গ’ল ৷

  • @kumudgayan1664
    @kumudgayan1664 20 дней назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাৰ শ্ৰী মুখেৰে অমৃতময় ভাগৱত
    ৰ অন্তিম পাঠ অনুষ্ঠানলৈ ভক্তি ভৰা সেৱা জনালো। আমাৰ শিৰতো শুক গুৰু ৰূপে আজিৰ ভাগৱত মূল আসনৰ পৰা অন্তিম সময়লৈকে কৃষ্ণৰ কৃপা বৰ্তি থাকে তেনে আশীৰ্বাদৰ কৃপা ভিক্ষা বিচাৰিলো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @sabitalahkar6351
    @sabitalahkar6351 2 месяца назад +1

    Dhayanbad pravu apunak dhanyabad. Apuni mok jibanat pratham emane gyan dile mor jiban jen mukti pabo. Jibanant apunar gyan e dhaniy koribo sage jodi moi mukti pabo paru apunar karane mukti pam pravu apunak bahut dhyanbad. Hewa jonalu apunak pravu

  • @promodborah3768
    @promodborah3768 Месяц назад

    কৃষ্ণৰ কৃষ্ণৰ পভু জনা আপোনাৰ ভাগৱত শ্ৰৱণ কীৰ্তন শুনি সচাকৈয়ে ভাল লাগিল ভগৱানে কুশলে ৰাখে য়েন ধন্যবাদ থাকিল এইদৰেই পেয়ণা দিয়ে জেন‌ এইয়া আশা ❤❤❤❤❤❤❤❤

  • @jatingogoi5721
    @jatingogoi5721 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ, বাপজনাৰ ভাগৱত বাখ্যা অতি সুন্দৰ আৰু মন চিত্ত শান্তিময় কৰি তুলে ।কৃপালো পৰম ঈশ্বৰে বাপজনাক আৰু কৃপা কৰক ,হৰি ৰাম ৰাম ৰাম।

  • @shibosaloi8549
    @shibosaloi8549 2 месяца назад +1

    বৈষ্ণৱ পাঠক, ভকত প্রভূ বৃন্দক চৰণত প্রনিপাত। শুনি বহুত আনন্দিত হলো। সেৱা হে।

  • @user-kb3dm5gh1i
    @user-kb3dm5gh1i 2 месяца назад +10

    হে প্রভু ঈশ্বৰ আপুনিও আমাক দাসৰ দাসক পৰম জ্ঞান সাগৰত অৱগাহন কৰালা ধন্য হে গুৰু ধন্য কোটি কোটি প্ৰণিপাত জনাইছো ৷🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @ShantumoniDutta-rp4sm
      @ShantumoniDutta-rp4sm 20 дней назад +2

      🙏🙏🪔🪔

    • @malabora7227
      @malabora7227 9 дней назад

      Crhhh😂hhh😂❤❤❤❤❤❤❤hhh hy ❤ ❤❤g ❤ ❤❤ ❤ ❤❤ ❤❤ ❤ ❤❤ ❤ 🎉₹wxefc❤❤?h​@@ShantumoniDutta-rp4sm

  • @mnath7444
    @mnath7444 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ, বাপৰ অমৃত কণ্ঠ নিগৰিত ৰস পান কৰি সৌভাগ্যশালী বুলি মনতে স্থিৰকৃত হৈছো। সেৱা যাচিছো।

  • @alinadeori8889
    @alinadeori8889 Месяц назад +1

    Krishna Krishna Krishna Prabhu

  • @user-fc8iw3qe3n
    @user-fc8iw3qe3n 2 месяца назад +3

    Krishna Krishna amitmoi Bani apunar

  • @dipteerajkhowahazarika669
    @dipteerajkhowahazarika669 Месяц назад +1

    Ram Ram Ram Krishna Krishna

  • @user-fc8iw3qe3n
    @user-fc8iw3qe3n 2 месяца назад +3

    Prabhu apunar shree mukhe kritan huni amar hidayat antaragam hoi Krishna Krishna

  • @manjulanath2645
    @manjulanath2645 2 месяца назад +1

    কৃষ্ণ বাপজনা ,কোটি কোটি সেৱা জনালোঁ ,মাধৱ

  • @AkashSaikia-re5jq
    @AkashSaikia-re5jq Месяц назад +1

    Very. Nice❤ 🙏🙏🙏🙏🙏🙏🙏

  • @dolidhekialphukan6194
    @dolidhekialphukan6194 2 месяца назад +8

    হে প্ৰভুআপোনাক কোটি কোটি বাৰ সেৱা জনাইছো।

  • @lilydas2649
    @lilydas2649 15 дней назад +1

    Krishna Guru Jona 🙏🙏🙏

  • @sumitradeka3599
    @sumitradeka3599 2 месяца назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @pramodchandrabaishya4089
    @pramodchandrabaishya4089 27 дней назад

    Krishna gurudev aaponer bani suniye thakibar mon jai krishna probhu

  • @user-ye1oq3en1f
    @user-ye1oq3en1f 2 месяца назад +3

    Pronam probhu Krishna Krishna

  • @lilydas2649
    @lilydas2649 15 дней назад +1

    Krishna 🙏🙏🙏

  • @ranudas4561
    @ranudas4561 2 месяца назад +1

    কৃষ্ণ প্ৰভু 🙏 আপোনাৰ দৰে গুৰু কণ্ঠেৰে আধ্যাত্মিক মহৎ তত্ত্বৰ আমাৰ দৰে মূঢ়মতি সকলক শ্ৰৱণ কৰিবলৈ সুবিধা কণ দিয়া বাবে ধন্য প্ৰভু 🙏🙏🙏

  • @BaluSahu-g7b
    @BaluSahu-g7b 6 дней назад

    Hare krishna hare krishna krishna krishna hare hare

  • @nipukalita3379
    @nipukalita3379 11 дней назад

    JOY GURU SANKAR 🙏 KETEAA J AAPUNA OSOROT BOHEBO PARIM SASHTRO SUNIBOLE...
    JOY GURU SANKAR 🙏

  • @JayantaDhing-py2to
    @JayantaDhing-py2to Месяц назад

    কৃষ্ণ কৃষ্ণ বা প জয়গৰু শঙকৰ

  • @dwipendas8706
    @dwipendas8706 2 месяца назад

    আপোনাৰ ভাগৱত পাঠ বৰ মধুৰ ।

  • @ushahazarika137
    @ushahazarika137 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ বাপ । আপোনাৰ শ্ৰীচৰণত সেৱা জনাইছো।

  • @saraswatikalita7301
    @saraswatikalita7301 Месяц назад +1

    Auniati bhagwat eman bhal laga moi sadai suni prabhu sawa janau bhala thakok krishna

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 2 месяца назад +1

    Krishna Krishna Krishna kripamoy, prabhudev tumar soronot sewa aru pronam nibedisu, aporadh khama koriba.

  • @mukheswarkonwar9754
    @mukheswarkonwar9754 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏💓

  • @ankurbaishya8809
    @ankurbaishya8809 2 месяца назад +1

    Krishna Gurujona aaponer Sharanot Pronam

  • @DeepikaChangmai
    @DeepikaChangmai 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ প্ৰভুজী প্ৰণাম কৰো আপোনাৰ কৰকমলত❤❤❤❤

  • @munindragogoi2586
    @munindragogoi2586 2 месяца назад +1

    OM Namah Bhagavate Basudevay Jay

  • @anjalidas4572
    @anjalidas4572 2 месяца назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @binodbaishya7261
    @binodbaishya7261 Месяц назад

    KRISHNA KRISHNA 🙏🙏🙏
    SANGKAR GURU 🙏🙏🙏

  • @pradipgogoi3182
    @pradipgogoi3182 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰি ৰাম ৰাম ৰাম 🙏🙏🙏।

  • @urmilachamuah8785
    @urmilachamuah8785 Месяц назад +2

    হে প্ৰভূ আপোনাৰ ভাগৱত পাঠ শুনি আমি কৃত কৃত হলো। প্ৰভূ জনৰ ওচৰত কাতৰ প্ৰাথনা জনাইছো তেও যেন আমাক আপোনাৰ এই ভাগৱত পাঠ শ্ৰৱণ কৰিবলৈ শক্তি দিয়ক ।কৃষ্ণ 🙏🙏

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t 24 дня назад

    হে প্ৰভু ব্ৰহ্ম বা আত্মা। সেৱা আৰু অন্তৰ্গত ভক্তি গ্ৰহণ কৰিব যেন। আমি ভাবি পোৱা মতে মানুহৰ আত্মাবোধ আত্মা উপলব্ধি আৰু মানৱীয় প্ৰমূল্যবোধ হ্নদয়ঙ্গম হ'বলৈ হ'লে প্ৰথমতে মন আৰু হ্নদয়ৰৰ পৰা বিসৰ্জন দিব লাগিব মানৱতা বিহীন বিভৎস মানৱ জীৱনৰ অদ্ধোগামী ৰজ তম গুনী কামনা বাসনা আশা আকাংক্ষা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ অনাচাৰ অভিমান অহ্ঙকাৰ কূটনৈতিক শোষণ নিস্পেষন অমানুষিক কাৰ্যকলাপ বৈষম্য ইন্দ্ৰিয় আসক্তি আদি। তাৰ বিপৰীতে থাকিব লাগিব সত্য শুদ্ধ পৱিত্ৰ শৌচ ক্ষমা দয়া শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস আগ্ৰহ নিগূন নিষ্কাম সৎভাৱনা সদাচাৰ সচিদানন্দ মনোজগতৰ বিবেক বুদ্ধি। তেতিয়া নিত্য পৱিত্ৰ বুদ্ধ সনাতন চৈতন্য সচিদানন্দ ব্ৰহ্ম সূক্ষ্ম শৰীৰ হিচাপে মানৱ‌ দেহত অহম ব্ৰহ্মাশ্মি হৈ থাকিব। অন্যথা যিমান যিমান চিয়ৰী বাগৰি গীতা ভাগৱত বেদান্ত দৰ্শন আদি শাস্ত্ৰ বা ধৰ্ম পুথি বা গ্ৰন্থ সমুহ পঢ়ি কোনো লাভ নহ'ব। যিদৰে বাৰিষা নদীৰ বুকুত ফেনে ফুটুকাৰে অপৱিএ বোকা পানী ৰে ভৰপূৰ হৈ আহে শৰৎকাল ত সেই একেই নদীৰ পানী নিৰ্মল হৈ যায়। কাৰণ শৰৎকাল ত নদীৰ বুকুত বোকা আৰু লেতেৰা আবৰজনা নাথাকে। সেই দৰে অহনিশ ভাৱক ভাই ব্ৰহ্ম ৰ স্বৰূপ সত্য শুদ্ধ পৱিত্ৰ নিত্য বুদ্ধ সনাতন চৈতন্য নিগূন সচিদানন্দ। এই ভাৱে ব্যাপী থাকে সচিদানন্দ অহম ব্ৰহ্মাশ্মি। প্ৰদীপ গগৈ গুৱাহাটী।

  • @chinugogoi8928
    @chinugogoi8928 2 месяца назад +1

    Krishna Krishna oti hundor bap🙏🙏🙏🙏

  • @RiniThakuria
    @RiniThakuria 2 месяца назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 😊

  • @Request_motivation
    @Request_motivation 2 месяца назад +1

    কৃষ্ণ বাপ অতি সুন্দৰ কৃষ্ণ কথা 🪔🪔🪔🙏🙏🙏

  • @bharatikalita898
    @bharatikalita898 2 месяца назад

    Krishna krishna krishna bap❤❤❤🙏🙏🙏

  • @hiranyadas3255
    @hiranyadas3255 26 дней назад +1

    Jay shree Ram Ram Ram Ram Ram Hari Hari Ram Ram Jay shree Krishna Krishna Krishna Krishna Krishna Krishna 🙏🌷🌺💐💜👉🤷👈👉💯👈🌷🌺💐🌺🌺🌺🌺🌺 Ram Ram Ram Ram Ram

  • @irenicc223
    @irenicc223 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ প্ৰভু বাপ জনা আপোনাৰ জ্ঞানৰ কথা শুনি সুখী হ'লো। আপোনাক সেৱা জনালোঁ 🙏

  • @madhurjyakashyap2296
    @madhurjyakashyap2296 2 месяца назад

    🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿

  • @user-in2le3jk5u
    @user-in2le3jk5u 2 месяца назад +1

    Krishna Krishna Krishna probhusewagrohan koriba

  • @tarundas3132
    @tarundas3132 2 месяца назад +2

    Krishna Krishna Krishna

  • @UdayBhaskar__
    @UdayBhaskar__ 2 месяца назад

    Jai Sri Krishna, Jai Sri Krishna

  • @mamoninath5845
    @mamoninath5845 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাক শত কৌটি প্ৰনাম

  • @PadumNeog-vx4vr
    @PadumNeog-vx4vr 2 месяца назад +1

    Krishna krishna krishna krishna ❤bap janar charane pranam🙏🙏🙏🙏👍👍👍👍🙏🙏👍👍👍👍👍👍

  • @bharatiborah1690
    @bharatiborah1690 2 месяца назад

    আপ্লুত হলো প্ৰভূ 🙏🙏🙏

  • @sobitabordoloi8052
    @sobitabordoloi8052 20 дней назад

    শত কৌতি প্রনাম প্রভু 🙏🙏🙏

  • @RatulDeka-ve8ih
    @RatulDeka-ve8ih 2 месяца назад +1

    Krishno Prabhu Gurujona

  • @himangshuvlogs470
    @himangshuvlogs470 2 месяца назад +1

    Krishna krishna bap eswar.. ram krishna hari narayan 🙏🏿🙏🏿🙏🏿🙏🏿👌🏽👌🏽🙏🏿🙏🏿🙏🏿

  • @jayabhuyan640
    @jayabhuyan640 2 месяца назад +1

    Ha,prabhu,kreepa,karib,🙏🙏🙏

  • @promilagogoi9665
    @promilagogoi9665 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ সবাৰো শ্ৰীচৰণত শতকৌটি ভক্তিভৰা সেৱা জনালো গ্ৰহণ কৰিব ।কৃষ্ণ ।

  • @NiruDas-qe5nf
    @NiruDas-qe5nf 2 месяца назад

    Krishna Krishna Krishna...

  • @munindraborgohain6054
    @munindraborgohain6054 2 месяца назад

    Krishna. Krishna 🙏🏻 🙏🏻 🙏🏻 🙏🏻

  • @rupalichetia1747
    @rupalichetia1747 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ 🙏🙏🙏

  • @user-ct2kv3qn1l
    @user-ct2kv3qn1l Месяц назад

    কৃষ্ণ হৰি ৰাম ৰাম 🙏🙏🙏

  • @NarmadaPathak-gm4xe
    @NarmadaPathak-gm4xe 2 месяца назад

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম 🙏🙏🙏

  • @bhumitabora2496
    @bhumitabora2496 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ বাপ ইশ্বৰ শেৱা হে জনাইছোঁ কৃষ্ণ কৃষ্ণ

  • @ShantumoniDutta-rp4sm
    @ShantumoniDutta-rp4sm 20 дней назад

    বহুত ধুনীয়া গাইছে 🙏🙏🙏🙏🪔🪔🪔🪔🪔

  • @brajakumarsaikia5255
    @brajakumarsaikia5255 2 месяца назад +1

    শতকোটি প্রণাম শুপ্রভাত কৃষ্ণ কৃষ্ণ কৃষ্ণ।।।।।।

  • @RajkumarNath-wl2im
    @RajkumarNath-wl2im 2 месяца назад

    Krishna Krishna Bap❤❤❤👏👏👏

  • @jitannjali
    @jitannjali 2 месяца назад

    আপোনাৰ বাখ্যা য়ে জীৱন ধন্য কৰিছে.. ভাগৱতৰ ইমান সাৰমৰ্মৰ কথা শুনা য়ে নাছিলোঁ.. জীৱন ধন্য হল প্ৰভু... 🙏

  • @themedicobrain9399
    @themedicobrain9399 Месяц назад +1

    কৃষ্ণ কৃষ্ণ প্ৰ্ভু জনা সশ্ৰদ্ধ প্ৰ্ণাম জনালো 🙏🙏🙏🙏

  • @kamaleswarswargiary4499
    @kamaleswarswargiary4499 2 месяца назад +1

    ৰাম ৰাম ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ কৌটি কৌটি প্ৰণাম

  • @gunamaidevi4570
    @gunamaidevi4570 2 месяца назад +1

    Krishna Krishna Krishna 🙏🙏🙏 Prabhu sotkowti pranam

  • @dimplepathakdas6646
    @dimplepathakdas6646 28 дней назад

    Krishna Krishna Baap🙏🙏🙏

  • @archanasaikiadas9058
    @archanasaikiadas9058 2 месяца назад +1

    কৃষ্ণ 🙏 ঈশ্বৰ।বাপ ঈশ্বৰ সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ 🙏🙏

  • @jogeswarhaloi3073
    @jogeswarhaloi3073 2 месяца назад +1

    কৃষ্ণ প্ৰভূজনাৰ শৰণতকৌট প্ৰণাম জনালোঁ পৰৱৰ্তী কৃষ্ণ কথা শুনাৰ আশাৰে শেৱা জনালোঁ,

  • @Narendrasaikia556
    @Narendrasaikia556 12 дней назад

    Harekrisna harekrisna

  • @user-we3dt1yv9h
    @user-we3dt1yv9h 24 дня назад

    Bap pronam.apunakei sot guru manilu.ami muhomoti .alop alop bujisu Apunar bhangni suni.arsibad koribo.may god bless you.

  • @RumiBorgohain-cy1po
    @RumiBorgohain-cy1po 2 месяца назад

    কৃষ্ণ প্ৰভূ অপোনাৰ চৰণত অজস্ৰ প্ৰণাম জনালোঁ।

  • @torungogoi6690
    @torungogoi6690 2 месяца назад

    প্ৰভু ঈশ্বৰ আপোনাৰ চৰণত সতকুতি প্ৰণাম