Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
কিছুমান থলুৱা শাক পাচলিৰ মহৌষধী গুন ইমান বেছি পৰিমাণে থাকে । ব্যৱহাৰ কৰো কিন্তু জনা নাছিলোঁ আজি আপোনাৰ পৰা জানিব পায় ভাল লাগিছে । অনাগত দিনবোৰত এনেধৰণৰ পৰামৰ্শ দি আহিব বুলি আশা ৰাখিছো । আপোনাৰ পৰামৰ্শ মোৰ লগতে অনেক জনেই উপকৃত হব ধন্যবাদ মেম ।
আপোনালোকৰ মন্তব্যই উৎসাহিত কৰে। ৰাইজ উপকৃত হলে ময়েই বেছি সুখী হ'ম । আন্তৰিক ধন্যবাদ জনালো আপোনাক😊🙏
চেংমৰা শাকৰ বিষয়ে জানি বহুত বহুত ভাল লাগিল।ধন্যবাদ
আন্তৰিক ধন্যবাদ জনালো
খাই বহুত ভাল লাগে
হয়
Very Informative ❤. Thank you Ma'am 🙏
ধন্যবাদ জনালো
সঁচাকৈ... চেংমৰা শাকৰ ইমানবোৰ ঔষধি গুণৰ কথা ইমান সুন্দৰকৈ আৰু নিখুঁত ভাৱে আমাৰ মাজত আগবঢ়াই দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো খুড়ী আপোনাক। ব্যক্তিগতভাৱে কও... আপুনি এগৰাকী মৰমীয়াল হৃদয়ৰ আৰু বহল অন্তৰৰ গৰাকী হোৱাৰ উপৰিও পূৰ্ণাংগ প্ৰতিভাৰ অধিকাৰী।। ❤❤
ইমান সৰু ছোৱালী এজনীৰ মুখত ইমান ধুনীয়া ধুনীয়া কথা শুনি তবধ মানিছো দেই। অন্তৰৰ পৰা হিয়া উজাৰি আশীৰ্বাদ আৰু মৰম দিছো তোমাক। ইয়াতকৈ দিব পৰা ক্ষমতা আৰু একো নাই😀😀। উজ্জ্বল ভৱিষ্যত কামনা কৰিলো দেই তোমাৰ
@@DrRaineesHealthyWay নিজৰ সন্তানৰ দৰে জ্ঞান কৰি মোক ইমান বোৰ মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে অশেষ ধন্যবাদ খুড়ী আপোনালৈ। মোৰ এই দুদিনৰ মন্তব্যই আপোনাৰ আকুল অন্তৰখনৰ এচুকত ঠাই পোৱা আৰু লগতে খলকনি তোলাতো মোৰ মন আকাশত সদায় ভোটা তৰাটোৰ দৰে উজ্বল হৈ ৰব। আপোনাৰ জীৱনৰ চানেকি মই মোৰ জীৱনটোক উজলাই তোলিবলৈ সদায় যত্ন কৰিম। শেষত,,পুণৰবাৰ ধন্যবাদ।।
শাক বিধৰ ফটো upload কৰি দিলে সকলো লোকৰে উপকাৰ হল হেতেন ।
Thnk you for such a valuable information
Thank u too
চেংমৰা শাকৰ ইমানবোৰ গুণৰ কথা আজিহে গম পালো দেই | বহুত ভাল লাগিল |
চেংমৰা বুলিয়ে জানো ঔষধি গুণৰ কথা শুনি ভাল লাগিল
আন্তৰিক ধন্যবাদ জনালো। 😊
শাকবিধ ভালকৈ দেখুৱাব লাগিছিল
কেতিয়াবা দেখুৱাম দেই😀
চেংমৰা শাক খুব ভাল লাগে খাই।সুন্দৰ ভিডিঅ' বা
বহুত ভাল লাগিল বাইদেউ
Val lagil kothatu jani. Ami khai paisu. Kintu eman gunagun asa buli jonanasilu.
😊😊 আন্তৰিক ধন্যবাদ জনালো
Amiu sangmora buliei kou ..kintu aibidh xakor j emanbor ouxodhi gun ase apunar video joriyate janibo parilu ..thank u for sharing ..
Thanks
তোমাৰ ভিডিঅ'ৰ জৰিয়তে আমি সকলোৱে বহুতো বনৌষধি গুণ সম্পন্ন শাকৰ লগত চিনাকি হৈছো ।এই ভিডিঅ'ট চেংমৰাৰ বিষয়ে জানিব পাৰি ভাল লাগিল ।এই শাক মোৰ খুবেই প্ৰিয় ।
আন্তৰিক ধন্যবাদ জনালো দেই। ❤️❤️❤️
Nice information 👌Bhal lagil sengmora xak bikhye jani..eman bhal buli jona nasilu...bohu kotha xikilu.. God bless you 💞💞
Thank you so much 🙏. হয় এইবোৰ ঔষধি শাক
ধন্যবাদ 🙏🏻
মোৰো প্ৰিয় চেংমৰা শাক। ইয়াৰ গুণাগুণৰ বিষয়ে জানি ভাল লাগিল
ধন্যবাদ জনালো দেই
Bhaal lagil 🙏🏻
Khub hundar video dle... useful
Thank you so much Rohan
Ami khau dai seng mora.thank u madam
উম খাব আৰু healthy হৈ থাকক
আমি চেংমৰা বুলিয়ে কওঁ । খাই ভাল পাও ।।গুণাগুণ সমূহৰ বিষয়ে জানি উপকৃত হলো দেই আপুনাৰ ভিডিঅ'ৰ পৰা সদায় নতুন কথা জানিব পাৰো 👍❤
আন্তৰিক ধন্যবাদ জনালো দেই তোমাক। ভাল লাগিল শুনি কথাবোৰ❤️❤️
ধুনীয়া ভিডিঅ'
Baidaw paramarkha bohut Bhal
Thanks 🙏🙏🙏 baa
Welcome
আমিও চেং মৰা শাক বুলিয়ে কওঁ খাইয়ো ভাল পাওঁ কিন্তু ইমান বোৰ গুণাগুণৰ কথা আজি হে গম পালোঁ ভাল লাগিল বাইদেউ
Very much knowledgeable sharing👍😍👍Described so nicely about sengmora xak. Thanks friend. Stay blessed💞💞
Thanks so much dear ❤️❤️❤️
চিনি পাইছো খায়ও পাইছো কিন্তু ইমান গুণা গুণ আছে বুলি জনা নাছিলো ba বহুত বহুত ধন্যবাদ আপোনাক।
😊😊😊 আন্তৰিক ধন্যবাদ জনালো। ভালে থাকক
Vl lagil baa jonai dyar babe🥰🥰
আপোনাৰ দিহা পৰামৰ্শসমূহে মন পফুলিত কৰি তুলে চেঙ মৰা মাজে মাজে খাওঁ ।আপোনাক বহুত ধন্যবাদ বাইডেউ
শুনি সুখী হলো। আন্তৰিক ধন্যবাদ জনালো🙏🙏
*Khai khub val pao.🤗🤗🤗*
Moi khua nai eibidh xak... Kintu iman gunagun ase jani e khabo mon goise... Bhal information dila tumi thank you❤️
ইয়াত বৰকৈ নাপায় চাগে। তথাপি কেতিয়াবা chance পালে খাবা
@@DrRaineesHealthyWay heitu e amar eiate kuneu khua dekhai nai... Agote ghorot thakute ma ye bonxak bur bonai khuai eiat aru kune khubo... Ketiaba nijei kham roba
Dyanyawad 🙏🙏
🙏🙏☺️
Amar fale semera Thor buli koi baidew..... Thank you dr baa bht Val lagil
আন্তৰিক ধন্যবাদ জনালো😊। নতুন নাম এটা জানিলো
@@DrRaineesHealthyWay Baa Mur 7 month baby ase Tai valdre gakhir aku Nakhai,,,,, ki krile vl hbo o baidew
@@deijeesarania1174 মাজে মাজে পেট সেকিবা। আৰু burping কৰিবা। এতিয়া মাকৰ গাখীৰে best
@@DrRaineesHealthyWay thnk u so much Bba luv u
Eaman val buli gom pua nasilu ..kothakhini jani bohut val lagil ❤
আন্তৰিক ধন্যবাদ জনালো😀। পালে খাবা বহুত ভাল
@@DrRaineesHealthyWay sure kham
Jani Val lagil
ধন্যবাদ
Bahut val lagil.
Thank you so much dear
Bhut bhal lagil
Thanks ba
😊😊❤️❤️ you too
দ্বিতীয় বাৰলে চালোঁ দেই বা।
হয় নেকি। ধন্যবাদ😀
চেংমৰা শাকৰ গুণাগুণ জানি সচাঁই বহুত বেছি উপকৃত হলো🙏 বহুতো বেমাৰত উপযোগী
উম। ধন্যবাদ তোমাকো
Bahut val lagil. Mor ase
Baidaw apunar video aji 1st saisu bohut Val lagil sai👍
হয় নেকি। আন্তৰিক ধন্যবাদ জনালো😊😊
Val lagil baa ❤️❤️
Baa dry skin r karne ki sunscreen lgam nu pls jonabo
Val lagil baidew
এইবিধ শাক অৰ গুণাগুণ বোৰ জনি ভাল লাগিল
আন্তৰিক ধন্যবাদ
আমিও চেংমৰা বুলিয়ে কওঁ খাইও বৰ ভাল লাগে ।
Xundar lagil❤ Nice upload👍
Thank you so much
Ol kasur ata vedio dibaloi anurodh janalu
চেংমৰাৰ ইমান গুণাগুণ আগতে গম পোৱা নাছিলো।বহুতো উপকৃত হলো
উম হয়।আন্তৰিক ধন্যবাদ জনালো
চেংমৰা শাকৰ ইমান গুনাগুন আছে বুলি আজিহে গম পালো বৰ উপকৃত হলো ৰেইনি বা .ধন্যবাদ জনালো ৰেইনি বা🙏🙏🙏
তোমালৈও বহুত বহুত মৰম। ভালে থাকা
Mem parile gestric problem hale ki ki khabo. Lage ki khabo nalage tar orpat video dibisn.
Ok ঠিক আছে
আপোনাৰ ভিডিঅ'বোৰ চাই বহুত উপকৃত হও।চেংমৰা শাক মাজে মাজে খাই থাকো। বাৰিষা সময়ত চংমৰা শাক বেছি হয় খাবলৈ সুস্বাদু হয়। ইয়াৰ গুণাগুণ ৰ বিষয়ে জনিবলগিয়া কথা জানিব পাৰি বহুত ভাল লাগিল। আগলৈ আৰু আশা কৰিলো সুন্দৰ সুন্দৰ পৰামৰ্শ দিব বুলি।
আন্তৰিক ধন্যবাদ জনালো🙏 সুন্দৰ মন্তব্যৰ বাবে
Val lagil mur ba joni.love you ba 😘😘
Thank you. Stay healthy and happy
Nice
Thank you
Hak tur naam jana nasilu, khai buli janisilu kintu imn gun ase gm pua nasilu. Thank you fod for sharing
বহুত দিনৰ মূৰত দেখিলো। ধন্যবাদ দেই। ভালে থাকা
❤
সচাকৈ.ডাল.লাগিল
Is it usefull in uric acid problem ?
Um yes
নুমলিগড় ত থাকোতে খাইছিলো বা ।এতিয়া নোপোৱা হৈছো । medicinal property ৰ বিষয়ে জানি ভাল লাগিল
হয় নেকি। ভাল লাগিল। দেই। ধন্যবাদ
Gondh Kosur ati vedio bonabo sun ❤
Thik ase
চেংমৰা শাকৰ গুণাগুণৰ বিষয়ে জানিব পাৰি ভাল লাগিল
Usful video baideo
Baa aibidh hakor nam moi najasilu dei ajihe gom palu.. Mak hudhim robo ki buli koi..Eman bur gunagun aae jani bhal lagil👍
উম মাক সুধিবা। নিশ্চয় জানিব। ধন্যবাদ জনালো তোমাক
গুণাগুণ খিনি জানিব পাৰি ভাল লাগিল ।
xakh bidh sini pua nai bt imn guun ase vl lgil jani❤
Nice information
ধন্যবাদ জনালো🙏
Nice video👍
লগতে শাক বিধৰ ফটো ভালকৈ দেখিলে সুবিধা হয়।
হয় শাকবিধৰ ফটো দিয়া হলে ভাল আছিলে
দিম আকৌ এটা video ত
vidio Very2nice
Vl lagil mem 54 lk korilu
চেংমৰা শাকৰ বিষয়ে তুমি ইমান ধুনীয়াকৈ বুজাই দিলা। বৰ ভাল লাগিল👍👍
আন্তৰিক ধন্যবাদ জনালো। বা ভালে আছেনে
@@DrRaineesHealthyWay উম আছো দিয়া। তোমাৰ ভাল নে?
@@rinkuspakgharandvlogs উম বা ভাল
ভাল লাগিল বা । আমাৰ ইয়াত চেংমৰা বুলিয়েই কোৱা হয়।
ধন্যবাদ জনালো দেই😀। ভালে থাকা
@@DrRaineesHealthyWay আপোনালোকৰ ভালনে
@@anurag896 উম ভালেই 😊
Dr.sangmora shakbid moi valdore sinibo pora ni.apuni valdore dekhabo
চেংমৰা,খাই ভাল লাগে ।
Imankhini gunagun jani upokrito holu
Thank you so much 🙏. Stay healthy and safe
sakbidh valkai dekhuaok. nedekhile kenekai chini pam?
Botanical name disu net t sai lobo paribo 😊. Mur tat thoka xak r photo khon disu video t. Sini puwa xokole ebar sale gom pai
Nice information ba
ইউৰিক এচিডত কাম কৰে বুলি জানি ভাল লাগিল, ধন্যবাদ থাকিল।
হয়😀।ধন্যবাদ জনালো
Pregnancyt sengmora khale kiba opokar hobo nki
কেতিয়াবা খাৱ পাৰে। সদায়ে নাখাব ☺️
Amar tat bohut ase kintu khai poa nai golot dhoriba neki xoad kenekua please jonabo
নাই ভালেই খাবলৈ। মাছৰ লগত আঞ্জা কৰি খাব পাৰি। শুকানে ভাজি খাব পাৰি
Jani val lagil❤️
salu dei videoto ...
Sag mora namara janu khi Val laga.
উম হয়
Mam.....mor galat bhut pimples.... ki khale val hb kbson....
পিম্পলছ ৰ বাবে এলোভেৰা জুচ আৰু ত্ৰিফলা খাবা। পানী বেছি খাবা। ৰাতি টোপনি খতি নকৰিবা।পিম্পলছ ৰ video এটা আছে চাবাচোন
@@DrRaineesHealthyWay sam baru mam...Thank you baa..
Thank you baa ❤️
Thank you too
4 month Pregnent lady khaba pariba nki ?
কেতিয়াবা খাব পাৰে একো নাই। ভালেই fiber আছে। after delivery ও পাৰে
Amar pisfale Ase sengmora xak Moi bohut Khai Val pao
বঢ়িয়া দেই। খাব
আমি মাজে মাজে খাইয়ে থাকো, আজিও খাইছো ।
Baa..moi khakbidh sini naplu..amarfale sage beleg name..bahukeita gun ase...kintu saakbidh he dhoribo pora nai moi..😌
হয় নেকি? বহুতে চিনি নাপায়। পাবলৈও নাই সকলো ঠাইতে। কেতিয়াবা বজাৰত পালে চাবা
এখেতে মাজে সময়ে বজাৰৰ পৰা কিনি আনে।উচ্চ ৰক্তচাপ ত উপকাৰী বুলি জানিছিলো কিন্তু বাকী খিনি তোৰ পৰা জানিলো।ধন্যবাদ---সংঘমিত্রা
😀😀 ভাল কৰিছ খা ভালকৈ। ভালে থাক দেই
Fatty liver grade 1 hole ki khabo lage ki khabo nalage vlogs bonabo mem
ফেঁটি লিভাৰৰ video তো চাবচোন community page ট লিংক দিছোঁ
ভাল লাগিল মই খাই পোৱা নাই
পালে খাবা। ইয়াত পাবলৈ অসুবিধা
বাইদেউ আপোনি কত থাকে জনাবচোন।মই বহুত দিনৰে পৰা এটা problem t vugi asu.personelly log pabo parim ne ki baru?
বেলতলাত আছে চেম্বাৰ। 7399114617 নাম্বাৰ
Karbi hokole iyak "Chosot" buli koi, iyar ouhudhi gunor bihoye agote ekuwe jona nasilu, khabo lage khuwa hoi. Apunak bohut bohut dhoinobad kosto kori amak iyar bihoye jonuwar babe.
ধন্যবাদ জনালো দেই জনোৱাৰ বাবে। ভালে থাকক
Boro basa me sibru kehetehai
চেংমৰা বা চেঙামৰা বুলি জানো ।
Amar iyat atiyao sardho dina ai sengmora xakor anja diye
শুনি ভাল লাগিল
@@DrRaineesHealthyWay dhanybad sir
Moi tabot logai loiso chengmora shaak
Wah great
Ami sengmora xakok samghah buli kou 😊
কিছুমান থলুৱা শাক পাচলিৰ মহৌষধী গুন ইমান বেছি পৰিমাণে থাকে । ব্যৱহাৰ কৰো কিন্তু জনা নাছিলোঁ আজি আপোনাৰ পৰা জানিব পায় ভাল লাগিছে । অনাগত দিনবোৰত এনেধৰণৰ পৰামৰ্শ দি আহিব বুলি আশা ৰাখিছো । আপোনাৰ পৰামৰ্শ মোৰ লগতে অনেক জনেই উপকৃত হব ধন্যবাদ মেম ।
আপোনালোকৰ মন্তব্যই উৎসাহিত কৰে। ৰাইজ উপকৃত হলে ময়েই বেছি সুখী হ'ম । আন্তৰিক ধন্যবাদ জনালো আপোনাক😊🙏
চেংমৰা শাকৰ বিষয়ে জানি বহুত বহুত ভাল লাগিল।ধন্যবাদ
আন্তৰিক ধন্যবাদ জনালো
খাই বহুত ভাল লাগে
হয়
Very Informative ❤. Thank you Ma'am 🙏
ধন্যবাদ জনালো
সঁচাকৈ... চেংমৰা শাকৰ ইমানবোৰ ঔষধি গুণৰ কথা ইমান সুন্দৰকৈ আৰু নিখুঁত ভাৱে আমাৰ মাজত আগবঢ়াই দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো খুড়ী আপোনাক। ব্যক্তিগতভাৱে কও... আপুনি এগৰাকী মৰমীয়াল হৃদয়ৰ আৰু বহল অন্তৰৰ গৰাকী হোৱাৰ উপৰিও পূৰ্ণাংগ প্ৰতিভাৰ অধিকাৰী।। ❤❤
ইমান সৰু ছোৱালী এজনীৰ মুখত ইমান ধুনীয়া ধুনীয়া কথা শুনি তবধ মানিছো দেই। অন্তৰৰ পৰা হিয়া উজাৰি আশীৰ্বাদ আৰু মৰম দিছো তোমাক। ইয়াতকৈ দিব পৰা ক্ষমতা আৰু একো নাই😀😀। উজ্জ্বল ভৱিষ্যত কামনা কৰিলো দেই তোমাৰ
@@DrRaineesHealthyWay নিজৰ সন্তানৰ দৰে জ্ঞান কৰি মোক ইমান বোৰ মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে অশেষ ধন্যবাদ খুড়ী আপোনালৈ। মোৰ এই দুদিনৰ মন্তব্যই আপোনাৰ আকুল অন্তৰখনৰ এচুকত ঠাই পোৱা আৰু লগতে খলকনি তোলাতো মোৰ মন আকাশত সদায় ভোটা তৰাটোৰ দৰে উজ্বল হৈ ৰব। আপোনাৰ জীৱনৰ চানেকি মই মোৰ জীৱনটোক উজলাই তোলিবলৈ সদায় যত্ন কৰিম। শেষত,,পুণৰবাৰ ধন্যবাদ।।
শাক বিধৰ ফটো upload কৰি দিলে সকলো লোকৰে উপকাৰ হল হেতেন ।
Thnk you for such a valuable information
Thank u too
চেংমৰা শাকৰ ইমানবোৰ গুণৰ কথা আজিহে গম পালো দেই | বহুত ভাল লাগিল |
ধন্যবাদ জনালো
চেংমৰা বুলিয়ে জানো ঔষধি গুণৰ কথা শুনি ভাল লাগিল
আন্তৰিক ধন্যবাদ জনালো। 😊
শাকবিধ ভালকৈ দেখুৱাব লাগিছিল
কেতিয়াবা দেখুৱাম দেই😀
চেংমৰা শাক খুব ভাল লাগে খাই।
সুন্দৰ ভিডিঅ' বা
আন্তৰিক ধন্যবাদ জনালো
বহুত ভাল লাগিল বাইদেউ
ধন্যবাদ জনালো
Val lagil kothatu jani. Ami khai paisu. Kintu eman gunagun asa buli jonanasilu.
😊😊 আন্তৰিক ধন্যবাদ জনালো
Amiu sangmora buliei kou ..kintu aibidh xakor j emanbor ouxodhi gun ase apunar video joriyate janibo parilu ..thank u for sharing ..
Thanks
তোমাৰ ভিডিঅ'ৰ জৰিয়তে আমি সকলোৱে বহুতো বনৌষধি গুণ সম্পন্ন শাকৰ লগত চিনাকি হৈছো ।এই ভিডিঅ'ট চেংমৰাৰ বিষয়ে জানিব পাৰি ভাল লাগিল ।এই শাক মোৰ খুবেই প্ৰিয় ।
আন্তৰিক ধন্যবাদ জনালো দেই। ❤️❤️❤️
Nice information 👌
Bhal lagil sengmora xak bikhye jani..eman bhal buli jona nasilu...bohu kotha xikilu.. God bless you 💞💞
Thank you so much 🙏. হয় এইবোৰ ঔষধি শাক
ধন্যবাদ 🙏🏻
মোৰো প্ৰিয় চেংমৰা শাক। ইয়াৰ গুণাগুণৰ বিষয়ে জানি ভাল লাগিল
ধন্যবাদ জনালো দেই
Bhaal lagil 🙏🏻
Khub hundar video dle... useful
Thank you so much Rohan
Ami khau dai seng mora.thank u madam
উম খাব আৰু healthy হৈ থাকক
আমি চেংমৰা বুলিয়ে কওঁ । খাই ভাল পাও ।।গুণাগুণ সমূহৰ বিষয়ে জানি উপকৃত হলো দেই আপুনাৰ ভিডিঅ'ৰ পৰা সদায় নতুন কথা জানিব পাৰো 👍❤
আন্তৰিক ধন্যবাদ জনালো দেই তোমাক। ভাল লাগিল শুনি কথাবোৰ❤️❤️
ধুনীয়া ভিডিঅ'
ধন্যবাদ জনালো
Baidaw paramarkha bohut Bhal
ধন্যবাদ জনালো
Thanks 🙏🙏🙏 baa
Welcome
আমিও চেং মৰা শাক বুলিয়ে কওঁ খাইয়ো ভাল পাওঁ কিন্তু ইমান বোৰ গুণাগুণৰ কথা আজি হে গম পালোঁ ভাল লাগিল বাইদেউ
ধন্যবাদ জনালো
Very much knowledgeable sharing👍😍👍
Described so nicely about sengmora xak. Thanks friend. Stay blessed💞💞