প্ৰস্তুতি বা এগৰাকী সৎ সাহসী এগৰাকী নাৰী ❤️ ইতিহাসৰ পৃষ্ঠাত তেওঁৰ বিষয়ে লিখি শেষ নহব❤️ তেওঁৰ কথা কৈ শেষ কৰিব নোৱাৰি ❤️ তেওঁৰ লগত একে লগে অভিনয় কৰিবলৈ পায় নিজকে সুভাইগ অনুভৱ কৰিছো ❤সকলোৰে লগত ইমান সহজ ভাৱে সকলোকে নিজৰ দৰে ভাবে❤ আকৌ কলো বাৰ কথা কৈ শেষ নহব ❤ আৰু এটা কথা কবই লাগিব বাৰ কথা বা বহুত মৰমিয়াল সৎ সাহসী এগৰাকী অসমীয়া নাৰী❤❤❤❤️ এটাই কথা কও বাক ভগৱানে কুশলে ৰাখক ❤
baa apunar o obhinoi bohut val hoise .2024,2025t apuni baar logot obhinoi koribo ne?prostuti baar big fan .apunar obhinoi bor val lage kintu apuni ardhangini aru mor tej mor moromt auni agoraki beleg soritrot korise kintu beyat ke val hole besi val lagil hoi . god bless you aibaro apuni thakibo baar logt aru hit hobo.❤❤
Dear Prastuti , tomar interview tu sai bor val lagil , xadai tomak val pao . Bahudin agot tomak log paisilu Dhemaji t .Moi Baligaon r buwari , Dr Rohini Barkataky r wife , Sonapur t thaku . Anek Suvessa thakil .
Manalisha ba apunak xarute dekhisilu acting kora apuni aru acting nokore neki ? Mor aru eta anirudh ase apunar exomoyor co artist Sagarika Goswami bak Maribo sun
সচাকৈয়ে প্ৰস্তুতি পৰাশৰ এজনী সফল অভিনেত্ৰী।সুন্দৰ দক্ষতা তেওঁৰ।ভগৱানে কুশলে ৰাখক।
প্ৰস্তুতি বা এগৰাকী সৎ সাহসী এগৰাকী নাৰী ❤️ ইতিহাসৰ পৃষ্ঠাত তেওঁৰ বিষয়ে লিখি শেষ নহব❤️ তেওঁৰ কথা কৈ শেষ কৰিব নোৱাৰি ❤️ তেওঁৰ লগত একে লগে অভিনয় কৰিবলৈ পায় নিজকে সুভাইগ অনুভৱ কৰিছো ❤সকলোৰে লগত ইমান সহজ ভাৱে সকলোকে নিজৰ দৰে ভাবে❤ আকৌ কলো বাৰ কথা কৈ শেষ নহব ❤ আৰু এটা কথা কবই লাগিব বাৰ কথা বা বহুত মৰমিয়াল সৎ সাহসী এগৰাকী অসমীয়া নাৰী❤❤❤❤️ এটাই কথা কও বাক ভগৱানে কুশলে ৰাখক ❤
baa apunar o obhinoi bohut val hoise .2024,2025t apuni baar logot obhinoi koribo ne?prostuti baar big fan .apunar obhinoi bor val lage kintu apuni ardhangini aru mor tej mor moromt auni agoraki beleg soritrot korise kintu beyat ke val hole besi val lagil hoi . god bless you aibaro apuni thakibo baar logt aru hit hobo.❤❤
❤❤❤
ইমান ভাল লগা প্ৰস্তুতিৰ কথা বোৰ । ইমান সাহসী , শক্তিশালী মহিলা ।
প্ৰস্তুতী এজনি সাহসী আৰুখোলা মনৰ মানুহ মই বহুত লগ পাবলে মন যায়
প্ৰস্তুতি পৰাশৰ বাইদেউ মোৰ বাবে এগৰাকী বহুত ভাল লগা অভিনেত্ৰী । বাইদেউৰ যিটো চিন্তাধাৰা অথবা নিজা ব্যক্তিত্ব সেইটোৱেহে মোক বহুত লালায়িত কৰে। যেতিয়াই বাইদেউৰ সাক্ষাৎকাৰবোৰ চাও কিয় জানো তেওঁৰ চিন্তাধাৰা বাইদেউৰ বক্তব্যবোৰে বৰকৈ মোহিত কৰে।
বাইদেউক ওচৰৰ পৰা আজিলৈকে দেখাৰ সৌভাগ্যকন আজিলৈকে হোৱা নাই তথাপিও কিন্ত্ত এনে লাগে যেন আজিৰ নৱসমাজে বাইদেউৰ পৰা বহুত কিবা কিবি শিকিব পাৰিব। প্ৰতিটো দিশতে ইমান নিপুণ । সছাই বাইদেউ প্ৰতি ক্ষেত্ৰতে একেবাৰেই practical। আপোনাৰ যি চিন্তাধাৰা যি ব্যক্তিত্ব এইবোৰে মোক বৰকৈ আপ্লুত কৰে। থিয়েটাৰ এখনত অভিনেত্ৰী হিচাপে নাটক খনৰ চৰিত্ৰটোত একেবাৰেই সোমাই পৰে এনে লাগে যেন মই এখন বাস্তৱ পৃথিৱীতহে আছো অন্যহাতে আপোনাৰ সাক্ষাৎকাৰ প্ৰত্যক্ষ কৰি থাকিলেও এনে লাগে যেন আপুনি অতুলনীয় মাতৃ, পত্নী অথবা গৃহিনী ।
কিন্ত্ত আপোনাৰ আটাইতকৈ ভাল লগা কথাটো কি জানে আপুনি নিজক লৈ সুখী । কাৰোবাৰ বেয়া সমালোচনা কাৰোবাৰ প্ৰতি থকা ক্ষোভ এইবোৰ একেবাৰেই নেদেখিলো। এনেবোৰ কথাৰ বাবে আপোনাক বিশেষকৈ বহুত ভাল পাও। আপোনাৰ প্ৰতিটো সাক্ষাৎকাৰতে আমনি নালাগে।
কিমান যে সুন্দৰ ব্যক্তিত্ব আপোনাৰ।
মই কিন্ত্ত এগৰাকী অভিনেত্ৰী, মাতৃ, গৃহিনী এইবোৰৰ সন্মুখত এটা ছদ্মনাম লগাব খোজো আমাৰ প্ৰস্তুতি বা সকলো দিশতে আদৰ্শ ৱ
যেন আপোনাৰ চিন্তাধাৰাবোৰে এটা ধনাত্মক চিন্তাধাৰাৰ মাজত সোমাই ঋনাত্মক চিন্তাধাৰাবোৰ আমাৰ
সমাজৰ পৰা বিলুপ্ত কৰা হওক।
I have been a big fan of you...
Barakha baa prastuti baa interview sale sai a thakibo mon jay emn dhuniya dhuniya kotha bilak knekoi je kbo pare huni a thakibo mon jay
প্ৰস্তুতি বা যোৰহাটৰ ছোৱালী,,,ৰাজনীতিলৈ কেতিয়াও যোৱাটো নিবিচাৰোঁ,,,ৰাইজৰ মৰম অভিনয় কৰি পাইছে,,,আগলৈও পাব,,,
ভাষাৰে বুজাব নোঁৱাৰো।হিয়ালৈ অভিনন্দন🎉❤🎉।সুন্দৰ মোৰ প্ৰিয় অভিনেত্ৰী।উজ্জ্বল হওঁক অভিনয়ৰ প্ৰতিটো সময়।আৰ্দশবাদী নাৰী।❤❤❤
Juwa rati vat khai thakute baar kotha alusona kora hoisil maa moi aru husband 3niu mili ratir vat khaj tenekoi khotom korilu koboloi vakha nai. Moromor baa joni 🥰amar hokokure prio tumi dhemaji r pora sai asu.
প্ৰথমেই দুয়ো গৰাকী লৈকে অলেখ মৰম , আশীৰ্বাদ , শুভকামনা জনালোঁ । যাতে এনেদৰে মনৰ উদ্যমেৰে নিজৰ মনৰ আশাবোৰ বাস্তৱত ৰূপায়িত কৰি নৱপ্ৰজন্মৰ বাবে আদৰ্শ হৈ জিলিকি উঠা । সচাঁকৈয়ে প্ৰস্ত্ততি এগৰাকী সকলোৰে মন জয় কৰিব পৰা অভিনেত্রী । সকলো ৰূপতে সুন্দৰ অভিনয় দেখি বৰ ভাল লাগে ।দুয়োৰে সু স্বাস্হ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিলোঁ 🙏🙏❤❤।
Aponak khub val pao, baa, pathsalat Monisha baar parlarot apunak dekha, black colour mekhela sadarot. Mur manat roi gol. ❤❤❤❤❤❤
ইমানেই মৰম লাগে প্রস্ততিজনীক মোৰ আয়ুষ কনেই তাইক দিলো। কৃষ্ণ কৃষ্ণ।
Nemcare Hospital, কঁকালৰ তললৈ বৈ পৰা একছা চুলি, কোলাত এজনী মৰম লগা চোৱালী। মই প্ৰথম তেওঁক তেনেকৈয়ে দেখিছিলো। ইমান ধুনীয়া এগৰাকী মানুহ।
অতিকৈ প্ৰিয় অভিনেত্ৰী গৰাকী ❤
Manuhar mon xustha hoi thakibo lagibo,xustha kaam koriboloi...baideo khub eta most important kotha raijok koi gol👍🙏
Prastuti baa tumar logot ktha patiboloi mn jaii log paboloi mn jai❤❤❤❤❤
Prastuti baa r kotha ki kom speechless bhut bhut morom aru vl pua ba loi ❤️🥰
এগৰাকী মহিলাই --- নিজেই প্ৰস্তুত কৰি --- সকলো দিশ নিয়াৰিকৈ -- চম্ভালি নিব পৰা তু -- সাধাৰণ কথা নহয় -- নাম যাৰ প্ৰস্তুতি --- বাঃ ধন্যবাদ -- এগৰাকী সাহসী -- প্ৰতিবাদী নাৰীৰ --- Symble হৈ ৰওক --
প্ৰস্তুতী কাৰনেহে এনেকুৱা তান কাম কৰিছিল।আনে হ'লে নোয়াৰিলে হেতেন। প্ৰস্তুত
দুয়োগৰাকী প্ৰিয় নাৰী ৷ নাৰীৰ বাবে আদৰ্শ, শক্তি সকলো 💚🌻
ইমান সুন্দৰ কথোপকথন শুনি থাকিবলৈ মন যায় । ঈশ্বৰে সদায় এনেকৈ কুশলে ৰাখক ❤❤❤❤❤
আমি যেতিয়া সৰু আছিলো তেতিয়াৰ পৰাই প্ৰস্তুতি পৰাশৰ আৰু যতিন বৰাৰ চিনেমা বুলিলে বলিয়া আছিলো। তেওঁলোকে অভিনয় কৰা এখনো চিনেমা নোচোৱাকৈ থকা নাই। বহুত ভাল লগা এগৰাকী সাহসী, সৎ ,স্পষ্টবাদী অভিনেত্রী।
বৰ ভাল লাগিল,❤❤❤❤❤আগবাঢ়ি যাওক ,অভিনয়ৰ যোগেদি ,শুভেচ্ছা থাকিল দুয়োগৰাকী লৈ❤❤❤
Bohut bohut bhal lagil, logote bohut bohut Subheshya jonalu আহি থকা dinboroloi
Barasa baa k o.Matib ..prastuti ba all time favourite
বৰষা বাৰ interview দিব বুলি আশা কৰিলোঁ
বৰ ভাল লাগিল কথাবোৰ শিকিবলৈ মন জায়❤
এক বুজাব নোৱাৰা প্ৰেম প্ৰস্তুতি বাৰ প্ৰতি।
ভাল পোৱা মোৰ বা ৰ প্ৰতি অসীম।
Bhal lagil
Tekhet egaraki bahut hahakhi avinetry tatha khulamanar byaktittar garaki .Tekhetar para naba prajanmai hikibalaga bahutei ase buli mur anuvab hay gatike tekhet aru aguwai jauk aru bhagabane tekhetak kukhale rakhak 👍👍❤️❤️❤😅😮
Bahut bhal lagil
Dear Prastuti , tomar interview tu sai bor val lagil , xadai tomak val pao . Bahudin agot tomak log paisilu Dhemaji t .Moi Baligaon r buwari , Dr Rohini Barkataky r wife , Sonapur t thaku . Anek Suvessa thakil .
Aapuni bhut val baideo
বৰ ভাল লাগিল
Mor atikoi val powa actress ,,,, polices ketiyao nahib anekoia thakib xodai raejor majot aponak xokaloye anekoia a val pai ❤❤
No politics dei Ek dom Xosaa kothaa Anekoi thakok Raijor lagot...Xakoluwe val pai..Party join korar pisot Asamor karonehe val hoi..😀😀
নাটকখন চালো আপোনাৰ ইউটুবত
RAJNITI hamparkt ji kaita hobdoya kole mur bhal lagil .
Thanks god bless you
প্রিয় নাৰী তেওঁ ..❤️
Anytime priyo baa joni
প্ৰস্তুতি বাক মই বহুত বেছি ভাল পাওঁ. বাৰ যি কোনো প্ৰগ্ৰেম চাই ভাল পাওঁ মই. কাৰণ বহুত বেছি ভাল পাওঁ যে.
মই আপোনাৰ অভিনয় চাই বহুত ভাল পাওঁ বাইদেউ ।প্ৰায় বেছি সংখ্যক নাটকেই চাইছো ।আৰু আপুনি ৰাজনীতিত নাযায় বুলি আমাৰ দৃঢ়বিশ্বাস ।যদিও কেতিয়াবা আপুনি যায় ,মই নাটক চোৱাই সম্পূৰ্ণকৈ বাদ দি দিম ।আৰু শেষত এটা কথা কও বাইদেউ আপোনাক কিমান ভাল পাওঁ বুজাবলে ভাষা নাই ।তথাপি মই কবলৈ চেষ্টা কৰিছো যে মই মোৰ মাক যিমান ভাল পাওঁ ঠিক সিমানেই ভাল পাওঁ আপোনাকো ।যাৰ সিমা নাই অপৰিসীম ভালপোৱা ।❤❤❤❤❤❤❤❤❤
All time favourite prostuti ba❤
Nahibana baa obvinouotei thik asa so much love you from lakhimpur Dhalpur ❤❤❤❤❤❤
Bohut val lagile❤
“প্ৰথম আৰম্ভণি“ খাপচাৰা লাগিছে৷ প্ৰথম বা আৰম্ভণি একেটাই
Anekoi val rajnitit jabo nalage ami xrur prai sai aha agraki xahxi avinetri
প্ৰস্তুতি বা আপুনি যদি নতুনকৈ চিনেমা পৰিচালনা korib বিচাৰিছে তেতিয়া হলে .মোৰ নিজৰ real কাহিনী দিম .আপুনি চিনেমা বনাই দিব কাৰণ মোৰ নিজৰে বহুত হেঁপাহ মোৰ জীৱনত হৈ যোৱা ঘটাটো মই চিনেমা ৰূপ দিম. Plz বা মোক ata reply দিব. যদি আপুনি বিচাৰে মই আপুনাক মোৰ লগত হৈ যোৱা সকলো কথা কৈ দিম.
Kali teo thoka cinema akhon realise hobo
Gd h 2u...
Very nice ❤
এগৰাকী perfect নাৰী ❤
Best episode
প্ৰিয় নাৰী মোৰ প্ৰস্ততি বা❤❤
Prostuti baa❤❤❤❤
All time favourite tumi ba prastuti
Love u Prastuti baa
Best Interview ❤
Moi j apunak kiman val pao bujabo nuaru... apunar nisina dom thka buli koi mk bhute
Borokha bak anibosun..❤❤
My favourite ❤️❤
Baai Rajneeti nkora tuye bisaru hodai ovinetri hoi thkbo priyo ovinetri ❤
Moi ardhangini you tube ot sai bhut kandilu aru bar natok bur sable nisa lagi gl sb saisu afalr pra
Lots of love from nalbari❤❤..always my favorite
Tumak bor morom lage ba
Super 👌 ba.love you
Love you ❤️❤️❤️❤️ ba mur priyo ba joni
Rajnitit najabo dai❤❤❤❤
I love you ba aguia jua ❤❤
Nice video ❤ 😮😮 udeshna from jorhat
❤❤❤❤❤❤❤❤
❤
Grihobondini is my favourite one।।।।
Faltu
@@AdityaBorah-vv2yeki
@@AdityaBorah-vv2yekio koisa
সীমাহীন ভাল পাও বা
Ba apunak ovinoy jogot khonte val lage rajnitile najabo..
Thanks
😊😊😊😊
Manalisha ba apunak xarute dekhisilu acting kora apuni aru acting nokore neki ? Mor aru eta anirudh ase apunar exomoyor co artist Sagarika Goswami bak Maribo sun
Moi bht vl pao proshtuty porakhor k
❤❤❤❤❤
Ba❤❤❤❤
নাটকত যিমান স্বাধীনতা লৈছে ৰাজনীতি ত নাই
Salu dei ❤
Prostuti baa nari kendrik akhon val cinema lage akharay bat sam
God bless u baa.
Mor o mon asil baa actress huar kintu mur husbend a suport nkore
Kuna kuna facbookr pora sai ahisa 😅
Theatre mane awahon theatre
Borsha bak Anibo sun
Barsha Rani bishaya baak lagee
Natak keikhn RUclips t di kntu bor vl kam krise teu
Prasuti baar suwali k matibosun
😮😮😂
Din pisat rati ahi -- b
Munmi kalita baa k lage please 🙏
Raijor kathak gurutta nidiea
Kune
Sobata akol podcast balag topic nai
বৰ ভাল লাগিল
❤❤❤❤❤
❤
❤❤❤