Cherry Blossoms in Japan / চেৰীফুলৰ মাজে মাজে জাপানৰ এটা দিন

Поделиться
HTML-код
  • Опубликовано: 24 авг 2024
  • Cherry blossom was the top reason I wanted to visit Japan. Is it the same with you?
    Now that I stay in Japan and enjoy the magically beautiful blossoms every spring, I wanted you to have a glimpse of the same through my lenses. Let me know whether you enjoyed it.
    Stay tuned in for more enchanting experiences from the world around me: / @theworldaroundme9952
    চেৰীফুল চাবলৈকে জাপানলৈ অহাৰ হেঁপাহ আছিল এসময়ত। হয়তো আপোনাৰো আছে একেই হেঁপাহ?
    এতিয়া জাপানত থাকিবলৈ লোৱাৰ পাছৰে পৰা প্ৰতিটো বসন্ততে চেৰীফুলৰ সৌন্দৰ্য্যত আপ্লুত হৈছোঁ, আৰু তাৰে কিছু দৃশ্য আপোনালোককো দেখুৱাব বিচাৰিছোঁ। চাই কেনে পালে জনাবলৈ নাপাহৰিব।
    Background Music: www.youtube.co...

Комментарии • 2