@Rishabh Pratha Creation bhal powa beya pua koboloi hakalure adhikar ase hoy kintu ji mon jai take koi thakiba neki গৰু, গাধ, পাভত গজা, ফলটো,নতেশ্বৰি,নহয় পুৰুষ হে নতাস্বৰ 🤣🤣 যা যি মন যায় তাকে কৈ দিলোঁ অধিকাৰ আছে মোৰ 😂😂
Kla tkike koisa ...Raja da apunak koisu apunar video bur bhut agr pra Sau vl lge 50k pra ...aru assam jit da vl video bnai ji koi xosa koi misa nkoi aru xosa tu kb voi nkre...kintu Raja da tumi view pabor krne bnuwa jn palu video tu...jodi tumi kukur nhoi manuhk manuh hisape kotha bur kba vl lgib sagoli Dre nhoi🍆..baki apunk vl lge agor pra aru lagi thakib... love you Raja da❣️
Moi u bhal paisilu Assam jet k kintu tew r যিদৰে review dile bondhu khan loi thik haidore Mr Raj dadi review dile Assam jet ok iyat beya পাবলৈ কোনো যুক্তি নাই ,যেনে কুকুৰ তেনে তাঙুন
Labur porha xuna aru mukhor vaxa Tumatke bohut val bro 👍change d way of roasting...Bondhur dialogue bur xostiya hoise kisuman..sobe koise..kotha ximane. 👍
Raja da moi apunare ajon anuragi... Kintu apunar ei video Tu sai bhut dukh palu... 😭😭😭karon moi morigaon lora. Aru labu da ajon bhut val manuh😨😨😨. Jai too morigaon 🤞🤞
Raja daa apunar moi bhut dinor subscriber hoi🙂val lage apunar video bur sai.... Xodai support kri ahisu aru agoloiu kri jam..... Bt aji 1ta karone olp Nhoi bhut besi beya lagil.... Bcz labu da (Assam jett) teuk loi anekoi video bonabo nalagisil... Teu ki? Ki kri ase? Ki topict video bonai olp vldre sabo teur RUclips channel2 khuli..... Moi bhut vldre sini pao teuk... Bhut val mnuh teu.. So plzzzz anekua video nxt nobonabo buli axa krilu dhanyavaad 🙏
Hoi diya moiu morigaon re lora..kintu ai gadhor tuk val buli vabisilu kintu xomoi xutot pagol hoi goi ase ..apuni ji koise atau beya kua nai dhuniya disa ..ai bur aiai juggur..so thanks Raja da ❤️❤️❤️
Ami tumalukor ejon ejon video sua manuh....labumonie jitu beya dekhise heitu koi dise mukhor agot so hei babei teok ki roas koribi neki.....Zubin gargor misson cina cinema khonu tu eku val topik nasil eku val loga nasil kintu ako kanchanjangha cinema khon ako val hoise....etia kotha hol zubin gargor anuragi bulie aru ki sob cinema val buki kom neki kuasun.val tu valei beya tu beya.
Jone jmn nkaok.....Assam Jet always 🔥.....xosa ktha koi xodai....kako voi nkre....aponalkr ncna fal2 ktha nkoi...🙏By the way love u Raja da😍....fokotiya blkk roast krok....xosa ktha kwa blkk nhij....🙏
Love from MORIGAON.................... Labu da amr babe khahokh............,.... Olp besi holllll ................. Kintu MORIGAON raije aibur kam ketiyau nokore. Muru ata chenl ase abr sabo sunnnnn
চেৰা বলিয়া বুলি যে কয় আছে কিন্তু আপোনাৰ আচৰণ আৰু মুখৰ ভাষা দেখি আপোনাক হে চেৰা বলিয়া যেন লাগিছে
Moja disa
Right
Mzaa
Ek dom thik koisa
😆😆
অসমৰ অতি সাহসী youtuber লাবু দা,আমাৰ মৰিগাঁও গৌৰৱ....মোৰো এটা youtube chenel আছে সকলোৱে এবাৰ চাব চোন।
Fokotiya RUclips xee kam bon nai kiya 😂😂 ladu ne lutu 😂😂
Right
Moi nagaonya kintu xosai labu daa amr gourab
Right bro❤️
2mi bohut xoru aso vaiti 2mi aibor video sai bijib pora huwa nai motu patlu sa toi bopai
যি কোনো দিশত ভাল টো ভাল, বেয়া টো বেয়া বুলি কোৱা ৰ সকলোৰে অধিকাৰ আছে । তেওঁ বেয়া পাইছে গতিকে বেয়া বুলি কৈছে সেইটো তেওঁ ৰ কথা ।
কিন্তু সেয়া তেওঁৰ ব্যক্তিগত কথা তেওঁ ৰাজহুৱা কৰিবলৈ নালাগিছিল
@Rishabh Pratha Creation bhal powa beya pua koboloi hakalure adhikar ase hoy kintu ji mon jai take koi thakiba neki গৰু, গাধ, পাভত গজা, ফলটো,নতেশ্বৰি,নহয় পুৰুষ হে নতাস্বৰ 🤣🤣 যা যি মন যায় তাকে কৈ দিলোঁ অধিকাৰ আছে মোৰ 😂😂
@Rishabh Pratha Creation চোৱা ভাল বেয়াৰ পাৰ্থক্য টো মই ও জানো সেইবাবে assam jet k কলো আপোনাৰ সমালোচনা টো বেয়া লাগিছে বুলি কাৰণ তেওঁ সমালোচনা কৰিছে কৰক যি ধনাত্মক বা ঋণাত্মক সূচক হওঁক তাত কোনো কবলৈ নাথাকে কিন্তু এজন শিক্ষক হৈ ভাল beyar giyan থকাটো উচিত কাৰণ তেওঁক এতিয়া বহুত মানুহে চিনি পাই তেওঁ এটা বেয়া হৈছে কোৱাৰ লগে লগে বেয়া প্ৰভাৱ টো পঢ়িব তেওঁ ফিল্ম খন অসমৰ চিনেমা খন সম্পূৰ্ণ ভাবে চাই লোৱাৰ পাছত নিজৰ মন্তব্য দিয়াক তেতিয়া নয়ন দাই পাছলৈ ভাল কৰিব নহয় কিন্তু মাজতে বেয়া কৈ কলে মানে উদ্যোগ এটা উঠি নাযায় কেইটামান বেয়া একটিং ৰ বাবে ফিল্ম খন বেয়া নহয়🙂বেয়া নাপাব দেই সমালোচনা কৰাৰ বাবে Assam jet k loi aru নয়ন দাক সমালোচনা কৰিলে অসমৰ ৰাইজ ভাল পাব আজি পা দেই যিমান বেয়া ke kori thak নয়ন নীলিমক লৈ এওঁক কলে একো নহয় অভিনেতা গায়ক এইবোৰ সমালোচকৰ পাত্ৰ হে
@@jatinborsaikiaofficial842 Raja u Review dese.. Last ot koi dese dekhun 🤗
@Rishabh Pratha Creation ৰাজাই বিশ্বজিৎ ক বেয়াকৈ কোৱাৰ অধিকাৰ কোনে দিলে?
ৰাজা দা ৰ video চাইছিলো
But
এইটো video চাই কেনেকুৱা ধৰণৰ ব্যক্তি বুজিবলৈ বাকী নাই
লাবু দাৰ video যুক্তিসংগত
Lv u LABU da😍
Labu ba main ❤️🤟🏻
Labu boka xur fd 🤣🤣🤣🤣🤣
Assam jet👍❤️
Eidal he bolya.....flm xnk loi tar monor ktha xini kaicl tate ki bal dal nuhua oporadh krile j imn bea k kboloi hl....views namot kolongo ei sob
মৰিগঞা হিচাপে লাবু দাক ভালদৰে জানো । এজন সৎ সাহসী আৰু স্পষ্টবাদী মানুহ । সমালোচনাৰ এটা সদায় ধনাত্মক দৃষ্টিভংগী থাকিব লাগে কিন্তু দুৰ্ভাগ্যবশতঃ আজি আপোনাৰ videot ......
আশা কৰোঁ এজন মানুহক সমালোচনা কৰা আগত সকলোবোৰ কথা ভালদৰে জানি ল'ব । মৰিগঞা হিচাপে আমি লাবু দাক লৈ গৌৰৱান্বিত ❣️।
ইতি
আপোনাৰ এজন অনুৰাগী ৰাজা দা
Ri8. Aitu pogola hoise labu dar nisina video bobabo okat ni
সমালোচকৰ এটা সীমা থাকে আৰু সেইটো তোমাৰ লবো দাই ও অতিক্ৰম কৰিলে সীমা তেওঁ review পিছত দিব পাৰিলে হয়
Moi nagaon r kintu labu da r dore ejon youtuber kaxor jila khonot thokat nijoke gourab anuvab koru
@@anupambini3930 same moiu Nagaonr ontoto eht burrr dore RUclips2 gelai thoka nai labu dai
Ekdom sasa
Assam jet ৰ কথাত যুক্তি আছে👍👍। আৰু সকলোৰে এটা অধিকাৰ আছে চিনেমা এখনৰ ওপৰত নিজৰ মন্তব্য দিয়াৰ। সেই মন্তব্য ভালেই হওঁক বা বেয়াই হওঁক। নিজৰ পইচা দি এ টো চাইছে না চিনেমাখন, বিনামূলীয়া কৈ টো কোনেও দেখুওৱা নাই। আৰু কোনোবাই ভুল বোৰ দেখাই দিলে ভালহে পাব লাগে তাত troll দিব লগীয়া কি কথা আছে। তেওঁ সকলো চিনেমাৰ review দি আহিছে। গংগা চিনেমাৰো review দিছিল, ইমান ভাল হোৱা নাই বুলি, camera একদম ভাল নাই হোৱা বুলি। আপোনালোক দুই জনৰে video চাও। সেই কাৰণে যি দেখিছোঁ মই কৈছোঁ।।।।।
Ekdom
Filim nasale hol na poisa khoros kori .
Tur aru km naine
Noyon da a tu asam jet ok mati niya je tui mor filim sa buli eak Kune sabo disil
ৰাজা তই বোলে মৰিগাঁওৰ জোঁৱাই,,শহুৰৰ ঘৰলৈ আহিলে বোৰ্খা পিন্ধি আহিবি।দেখিলে পিঠি বহল কৰি পেলাম।
🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣😂😂😂😂😂😂😂👍👍👍👍👍👍👍👍👍👍👍👍👍👍
Yes bro moii Asu Tumar logt
ময়ো আছো । ইয়াক পালে গৰু কোবোৱা দি কোবাম ।
🔥🔥
Yes bro bojam
ৰাজা দা, আপোনাৰ প্ৰতিটো video চাও, কিন্তু, এইটো video সিমান এটা ভাল নাপালোঁ👍।।
আপুনি এইটো video অকল views নামত বনোৱা যেন লাগিছে,,
Jara pagol hoi
আজিৰ পৰা প্ৰায় দুটাবছৰৰ আগত তোমাক তুলাধূনা দিয়া হৈছিল ফেচবুকত , থানাৰ সন্মুখত গৈ যে আঙুলিয়াই এক ঘন্টা সময় দিছিলা ৰাইজক, কিবা delete কৰিবলৈ যে মনত আছে নে। নিজৰ চৰিত্ৰ আৰু চেহেৰাটো আইনা খনত চাবা মাজে মাজে, নিজে কি কৰি আছা ,কি হয় ।
Kla tkike koisa ...Raja da apunak koisu apunar video bur bhut agr pra Sau vl lge 50k pra ...aru assam jit da vl video bnai ji koi xosa koi misa nkoi aru xosa tu kb voi nkre...kintu Raja da tumi view pabor krne bnuwa jn palu video tu...jodi tumi kukur nhoi manuhk manuh hisape kotha bur kba vl lgib sagoli Dre nhoi🍆..baki apunk vl lge agor pra aru lagi thakib... love you Raja da❣️
Thik koise dada
Ei kla dudin manor agt ghoniekor vdo bahire blg je vdo bonabo lge buli ....... Bisarile pwa nasil ....... Ghoniekor puko seleka 2we
Right🤞
দাদা আপুনি বাৰু আমাৰ মৰিগাঁও ৰ জোঁৱাই নহয় জানো। কিন্তু লবু দাৰ আগৰ video বোৰ চাব । আচলতে লবুদাক মূৰ্খ বুলি কোৱাৰ আগত নিজক ভাল কৰক । তেওঁ আপোনাত কৈ ডাঙৰ হব গতিকে ডাঙৰ সন্মান কৰিব নাজানে নেকি। তেওঁ টো কোনো ধৰণৰ অপৰাধ কৰা নাই যে তেওঁৰ ব্যক্তিগত মত প্ৰকাশ কৰি। তেঁও যি video বনাই সেয়া যুক্তি পূৰ্ণ video বনায়। আৰু তেঁও যিবোৰ কামৰ বাৱে চৰকাৰ বা প্ৰশাসনক সমালোচনা কৰে সেয়া কিন্তু বৰ্তমান কাৰ্য্যকৰী হৈছে ।
Sob thike ase nijor vl lga ba beya loga kob pare kin2 cinema akhan kalponik hoi tat rela lifer lgt milab gole kot hob xei2 vabib loga kotha
👍👍👍👍
Yes bro
ঠিকেই কৈছে... এইজনে আনক সমালোচনা কৰাৰ বাহিৰে আন একো চিনি নাপায়। ডাঙৰ নাই সৰু নাই কেৱল তেওঁৰ অশ্লীল গালি... মৰিগাঁওৰ পৰা ছোৱালী বিয়া পাতি আকৌ মৰিগাঁওৰ মানুহকে সমালোচনা কৰে.. তাকো অশ্লীল মাতেৰে। 😡
Puwali hot cinema aru real life buji napaua 🤣🤣🤣🤣🤣🤣🤣
তোমাৰ video কোনো অৰ্থ নাই । শেষ বাৰৰ বাবে video চালোঁ তোমাৰ আজিৰ পৰা কৃষ্ণ 🙏
Same bro
Moiu beh
nasabi iyar video
Aibur subscribe vikahri View pabole jikunu video bonabo pare
Moi u nasaw ajiyei eur chenel unsubscribe korim
তোৰ থপ্ৰা টো দেখিলেই খং উঠে...Assam Jet r totke bahut quality ase...Mr raja
Thik
Thik koise
Obviously quality ase... Teacher hoi teu ajon...
Mur tar sosma ju dekhile khong uthe
@@Shonatoni7 kar?
মানুহক ওপৰে ওপৰে চাই সমালোচনা নকৰিব ৰাজা দা.. কাৰণ আপোনাতকৈ বহুত ভাল ভিডিও তেখেতে বনাই_😎 আৰু আপুনি টো এতিয়াও আনক সমালোচনা কৰিব এৰা নাই।... From Morigaon
আনক সমালোচনা কৰাৰ আগত নিজৰবোৰ চাবা বন্ধু।
Unsubscribe kork
Labumoni (Assam Jet) E manuh 2 val .. ek dom Hosa Review die Raja 2mk val paw kin2 albal video nobonaba.
এই ধৰনৰ ভিডিঅ তৈয়াৰ কৰি আপুনি সমাজত কি বাতাবৰণ সৃষ্টি কৰি ব খুজিছে ! এনে ধৰনৰ ভিডিঅ যোগেদি অসমৰ ৰাইজৰ কেতিয়াও বিকাশ সাধন কৰিব নোৱাৰি । এইধৰনৰ ভিডিঅ ৰ তৈয়াৰ কৰা মূল উদ্দেশ্য হৈছে সহজ সৰল মানুহ ক বিচলিত কৰি অনাহকত জনপ্ৰিয়তা অৰ্জন কৰা
প্ৰথমতে আপোনাৰ মুৰটো পৰীক্ষা কৰি লব
ভালক ভাল বেয়াক বেয়া বুলি কৈছে..তইহে অলপ বেছি ক'ৰ অ গাজা😀
বাপেৰৰ মোৰতো কইচ
আপোনাৰ অনুৰাগী হিচাপে আজি বহুত দুখ লাগিছে। আপুনি হয়টো জানে লাবো দাৰ বিষয়ে কিন্তু আপুনি জানি শুনি ও কিয় এনেকুৱা video বনাইছে নাজানো। আপুনি টো এজন ভাল ইউটিউবাৰ হয়। এজন ভাল ইউিউবাৰক এনেকৈ ৰঅষ্ট কৰি আপুনি নিজকে সৰু কৰি লৈছে।
তেওঁ কি কৰিছে এবাৰ আগৰ video চাই লোৱা। কথাবোৰ তোমাৰ ফকতিয়া যেন লাগে। video টো sound কমাই হে comment লিখিবলৈ বাধ্য হৈছোঁ । লাবুমনি roast কৰিব লগীয়া character নহয়।মনত ৰাখি বা
দাদা, মই আপোনাৰ প্ৰায়বিলাক ভিডিও চাই বহুত ভাল পাওঁ, কিন্তু আজি যিটো ভিডেও দেখিলোঁ দাদা, সঁচাকৈয়ে আপোনাক বেয়া পাইছোঁ।আপুনি এজন ভাল মানুহক বেয়া বুলি কলে।
Hotyo moiu bhal paiclu views or babod anok homalusona koribo npai
Moi u bhal paisilu Assam jet k kintu tew r যিদৰে review dile bondhu khan loi thik haidore Mr Raj dadi review dile Assam jet ok iyat beya পাবলৈ কোনো যুক্তি নাই ,যেনে কুকুৰ তেনে তাঙুন
Hosai deiii
views karone কাৰনে সকলোৱে ভিডিও বনাই কিন্তু আচল কথা টো হল দুর্নীতির বিৰুদ্ধে মাত মাতিবলৈ সাহক কেবল ASSAM JET ৰ আছে ।
বেলেগৰ ভিদিও বেয়া বুলি কোৱা আগতে তেওঁৰ ভিডিও বোৰ এবাৰ ভাল কে চাই লব 👍 আৰু এটা কথা কাৰোবাক ৰস্ত কৰা আগত তেওঁৰ বিষয়ে এবাৰ জানি শুনি ৰষ্ট কৰিব👍 আৰু তেতিয়াই গম পাব, কোনে পঢ়ি শুনি কষ্ট কৰি ভিডিও বনাইছে আৰু কোনে পহা শুনা নকৰা কে ভিডিও বনাই ফুৰিছে 👍 ধন্যবাদ
লাবু দা✨❣️
Labur porha xuna aru mukhor vaxa Tumatke bohut val bro 👍change d way of roasting...Bondhur dialogue bur xostiya hoise kisuman..sobe koise..kotha ximane. 👍
I'm from morigaon......আপোনাৰ প্রতিটো ভিডিও চাই আহিছিলো, কিন্তু আজিৰ ভিডিওটি চাই হে অলপ দুখ পালো_🥲, আৰু আপুনি যে কৈছে কাল্পনিক চিনেমাৰ সমালোচনা কৰি লাভ নাই বুলি, আপুনিও দেখোন প্রথমতে আমাৰ অসমীয়া গানবোৰ সমালোচনা কৰি ভিডিও বনাইছিলে_
ৰাজা তুমি বিশ্বজিৎ ক বেয়াকৈ কোৱাৰ অধিকাৰ কোৰ পৰা পালা? মানুহ এজনক ইমান বেয়াকৈ কবলৈ নাপায়। তুমাৰ কথাবোৰ শুনি লাগিছে যে তুমিয়ে স্কুলত পঢ়া নাই।
লাবুমনি দা এজন সৎ ব্যক্তি আৰু তেওঁ এজন শিক্ষক হয়
আমাৰ সকলোৰে বাক স্বাধীনতা আছে। আমি যিকোনো কথা কোৱাৰ অধিকাৰ আছে।
তেওঁ চিনেমা খন চাই কেনে পালে সেইটোহে কৈছে, নিজৰ মতামত আগবঢ়াইছে, তাত তেওঁৰ ভুল কত। একো টো ভুল নাই তেওঁৰ।
আপুনি এনেদৰে বেয়া ভাষাৰে তেওঁক অপমানিত কৰি ভিডিও বনোৱাটো ভুল হৈছে। আপোনাৰ অধিকাৰ নাই তেওঁক বেয়াকৈ কোৱাৰ।
তেওঁৰ ভিডিও বোৰ চাই লব , আপোনালোকৰ দৰে অভদ্র নহয় ।
তেওঁ প্ৰতিটো কথাই বহুত ভদ্র ভাবে উপস্থাপন কৰে।
এনেদৰে যুক্তিহীন ভাবে মানুহক বেয়াকৈ কৈ বেছিদিন চলিব নোৱাৰে, মনত ৰাখিব।।।।।
Right arjun thik koisa ihot roaster hokolor anok hamalusuna kora bahire aku kam nai ihot bangladekhi hoi khedibo lage
right kitha koise apuni but movie aru real life blg hoi tekhet teacher hoi heitu u najane ne
Assam jet ৰ বহুত ধনাত্মক দিশ দেখি আহিছো বন্ধু ।
আচলতে আপোনালোকৰ দৰে মানুহৰ বাবে অসম খন শেষ হ'ব ধৰিছে কাম নহ'লে দাদা দিন হাজিৰা কৰক তেতিয়া সময়খিনি যব ধ্যনবাদ
Yes
Honestly কৈছোঁ, লাবুমনি আমছং টোতকৈ বহুত ভাল ইউটিউবাৰ । যোনেই হওঁক কিয়, ভালক ভাল আৰু বেয়াক বেয়া কব পাৰা সাহস থাকিব লাগে ।
প্ৰতি,
Airtel
বিষয়:- খৰছ হোৱা MBখিনি উভতাই বিচাৰি আৱেদন।
মহোদয়/মহোদয়া
ইয়াৰ দ্বাৰা আৱেদনকাৰীয়ে অজানিতে এই ভিডিওটো চাওঁতে খৰছ হোৱা MBখিনিক পুনৰ মোৰ MY Airtel ৰ একাউণ্টত ঘুৰাই দিবলৈ অনুৰোধ জনালোঁ।
ধন্যবাদেৰে...
Raja da moi apunare ajon anuragi... Kintu apunar ei video Tu sai bhut dukh palu... 😭😭😭karon moi morigaon lora. Aru labu da ajon bhut val manuh😨😨😨. Jai too morigaon 🤞🤞
Good
Sosa koisa ❤💫
Thike koiso bro moiu morigaon
Xosa kotha bro labu da jindabad
Xsake
Assam jet ❤️❤️🔥🔥🔥🔥
Assam jet ৰ নিচিনা কেতিয়াবা video বনাই চাব সাহক আছে যদি.... তোমাৰ video আগত বহুত চাই চিলো কিন্তু আজিৰ পৰা বাদ দিলোঁ।
Godd
আজি ভিদিঅ টো চাই একেবাৰে ভাল নাপালো ৰাজা দা
Apuni kiman Pohi le xe2 kowk atu atu thota goru too gute too ake bare dekhat Pagolr nisina 😂😂😂...
Tew Ajon teacher hoi.......
সবকে তোৰ নিছিনা ফতোৱা বোলি নাভাবিবি , যিদিনা কান্তলীয়া চৰ্ খাবি সেইদিনা গম পাবি
Right aibur roaster kam nai View pabole jikunu koribo pare
তেঁও এজন ইউটিউবাৰ হোৱাৰ উপৰিও এজন শিক্ষক হয় আৰু এজন শিক্ষকক কেনেকৈ কথা কব লাগে ভাল দৰে নিজে নাজানে আকৌ বেতাই লোকক পাগল কয় ।
Love from Morigaon 😍😘😘
আনক চেৰা বলিয়া বুলি কোৱাৰ আগত নিজে ভাবি চাব চোন কোন চেৰা বলিয়া😠
Labumoni dada😍😍😍
ৰাজা দা আপোনাৰ ভিডিঅ'চাই ভাল লাগে কিন্তু Assam jet যি ভিডিঅ' বনাই তেনেকুৱা সঁচা কথা কৈ কোনো ভিডিঅ'বনাব নোৱাৰে আপুনি নোৱাৰে Assam jet দৰে ভিডিঅ' বনাব Assam jet juii
Next level dada full saprot🔥🔥
Raja da tumar vido saw kintu eman ajon vhal YouTubar jonok anakoi kobo nalagisel, apuni nu ki vido deya nu🙏 apunatkoi ejon dadai good good vido deya 🙏
love from dhemaji❤️
লখিমপুৰ জিলাৰ নিবাসী হিচাপে আপোনাক লৈ লজ্জিত অনুভৱ কৰিছোঁ। বিশেষকৈ এই ভিডিঅ'টোৰ পৰা।😒😒😒😒😒
Labu da tutkoi bohut gunei val ..toi he ata gadho😓
Right koiso bro... Raja bola2 eta jodhamurkha he
Raja da khub val dixa daiiii😁😁
দাদা মই মৰিগাঁওত ইয়াক পালে কণী ত জুই লগাই দি গোটেই মৰিগাঁওত ঘূৰাম ইহঁতৰ বাবে আমাৰ অসমীয়া সমাজ দিনক দিনে বেয়া হৈ গৈছে অসমীয়া চিনেমা বোৰ দেখিবলৈ নাইকিয়া হৈ গৈছে আৰু বহুত দিনৰ পিছত এই খন চিনেমা দেখিবলৈ পাইছোঁ আৰু এই কুকুৰটো কথা শুনা কণী ফুটি জন্ম হোৱা পাখন্দ 😠😠😠😠
দাদ মই মৰিগাঁও হয় replyদিবা❤❤❤❤❤❤🙏🏼🙏🏼🙏🏼
এইটো Assam jeet sun😀
সচাকে পাদুমনিক কণী ফুটি জন্ম হৈছে পাগল টো 😡😡😡😡😡😡😡😡
@@rajibprinchirpv3488 😂😂😂😅😅
Hoi 😂😂😂😂
Prothom bar tumar video like korisu👍...
বেয়া কৈ ধূলি বেছেৰা। পণ্ডিতক 😂😂😂😂😂
Dada moi kailash .....video tu sai vlll lagil ❤️
Raja da 🔥🔥♥️♥️
বাল
Raja daa apunar moi bhut dinor subscriber hoi🙂val lage apunar video bur sai.... Xodai support kri ahisu aru agoloiu kri jam..... Bt aji 1ta karone olp Nhoi bhut besi beya lagil.... Bcz labu da (Assam jett) teuk loi anekoi video bonabo nalagisil... Teu ki? Ki kri ase? Ki topict video bonai olp vldre sabo teur RUclips channel2 khuli..... Moi bhut vldre sini pao teuk... Bhut val mnuh teu.. So plzzzz anekua video nxt nobonabo buli axa krilu dhanyavaad 🙏
লাবুৰ ভিডিঅ মজা লাগে তই হে এটা পাগল | চেৰা বলিয়া মিষ্টাৰ ৰজা | তই যে থানাৰ আগত কানত ধৰিছিলি পাহৰিলি 😁
দাদা ভাল লাগে আপোনাৰ ভিদেওঁ বোৰ ।কিন্তু যিটো সঁচা সেইটো হে কৈছে আপুনি অলপ অভাৰে কৈ দিলে দাদা জনৰ বিষয়ে।
Video বনাইছে বনাওক but ওপৰত উঠিব try নকৰিব।🚫🚫বাকী ভাল লাগিল vdo তো
নিজক চা এবাৰ 🙂বাকী লাবো দা ❤️ তেওঁৰ কথাত যুক্তি থাকে আৰু আপোনাৰ 😂
Jeet da a val video bnai ... Ru first ktha khinit teu kua ktha nhoi blge cmnt krisil ... Teu r video sai val lage ❤️
Aijon ajon teacher hoi oi teu nijor point of view
ৰাজা দা আগতে আপোনাক ভাল লাগাছিল । কিন্তু এই ভিডিঅ'টোৰ পিছত আপোনাক অলপো ভাল লগা নাই । আপুনি ৰ'ষ্টাৰ হ'ব পাৰে । কিন্তু মনত ৰ'খাব' আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় ।
পাগল লাবু দাক নহয় আপোনাক হে লাগে । আপুনি অলপ ব্ৰেইনৰ চেক- আপ ক'ৰাব' ।
Raja da apuni assam jetok roast kori bhul korile one dislike. ..apuni khekh aru🤣🤣
Hoi diya moiu morigaon re lora..kintu ai gadhor tuk val buli vabisilu kintu xomoi xutot pagol hoi goi ase ..apuni ji koise atau beya kua nai dhuniya disa ..ai bur aiai juggur..so thanks Raja da ❤️❤️❤️
Apunar kotha bilag khuni apunak he sera bolia Jen lagil..tekhette bea tu bea dekhi mat matise..labu da juiii🔥
Ami tumalukor ejon ejon video sua manuh....labumonie jitu beya dekhise heitu koi dise mukhor agot so hei babei teok ki roas koribi neki.....Zubin gargor misson cina cinema khonu tu eku val topik nasil eku val loga nasil kintu ako kanchanjangha cinema khon ako val hoise....etia kotha hol zubin gargor anuragi bulie aru ki sob cinema val buki kom neki kuasun.val tu valei beya tu beya.
Mojjja disa olp Buji paba sage aru বদন চন্দ্ৰ বৰফুকন বোৰ অলপ ভালকৈ বুজি লোৱা আমি পৰৰ সমালোচনা কৰি থাকোতে বিদেশী বোৰে শাসন কৰি লব অসমখনক...
ৰাজা দা আপুনি Assam jet ৰ thopra টো মজা বনাইছে কিন্তু।আৰু কি কম আৰু,এখেতে reality বিছাৰে ।মুঠতে এখেত Jodha murukh.
Tumat koi tew bohut upor level video bonai o raja.parile val val video bur saba,tumar video bur sale he kiba tumak seraboliya jen lage!
তেওঁৰ নিজৰ মতা মত দিছে।।
Raja da jsb name 📛 no logale apunar video,t views nahe neki... 😂😂😂😂😂😂😂
গাজাই ৰসগোল্লাক সমালোচনাহে কৰিব পাৰিব। ৰসগোল্লা হ'বলৈ ৭ জনম ল'ব লাগিব সি 🤣🤣
Mr raja আগতকৈ বেছি পাগল হৈছে নেকি বাৰু তেজপুৰ লৈ যাব লাগে labumoni daa যি koi right koi আপোনাৰ নিচিনা nohoi মূৰ্খ
Pagol hol eai2 mr haga bulatu ..... Labu da hoday ♥️♥️♥️ teur videu ketiyau miss nokoru
Raja bhai, ai2 bhal video nobonale....apuni ji jonok beyake koi ase apunatkoi xeijon bohut bhal manuh
বকৈয়া নহৈ ও বকৈয়াৰ দৰে ব ব ব ব ব কৰাৰ দৰকাৰ নেকি, আৰু অষ্টিল ৱৰ্ড উৎসাৰণ কৰা দৰকাৰ নেকি এইবোৰে আপোনাৰ দৰে ভৰ্দ্ৰ মানুহৰ আচৰণ।
Jone jmn nkaok.....Assam Jet always 🔥.....xosa ktha koi xodai....kako voi nkre....aponalkr ncna fal2 ktha nkoi...🙏By the way love u Raja da😍....fokotiya blkk roast krok....xosa ktha kwa blkk nhij....🙏
হে মহাপ্ৰভূ, আপোনাক কোনে কৈছে "চিনেমাত লজিক নাথাকে" বুলি? অতিৰঞ্জিত কাৰবাৰ দেখুওৱাব খুজিলেও "লজিক"ৰ প্ৰয়োজন হয়।
ৰাজা ভাই বহুত বেয়া লাগিল…..তুমি অন্তত Assam Jet ক Roast কৰিব নালাগিছিল।
সত্যৰ পথত মাত মতা মানুহ জনক এনেকুৱা নিকৃষ্টকৈ Roast কৰাটো অতি ঘৃণনীয় ।
Unsubscribe Button টো টিপি দিলোঁ,বেয়া নাপাবা ভাই।
Ei video 2 sai olopu vaal nalagil🤣🤣🤣
ভাল দিছা দে ৰাজা দা এইটোক এনেকৈ দিব লগে
Bro ajir pora apunr video nasau 👍
Raja da apunar video agor pai Sai Val Lage, kintu Aji video tu Val nalagil xosake.....
তুমি কলেজত গৰু আছিল যে এইকাৰণে একো গম নাপাই।
Raja da tumi 🔥🔥🔥🔥🔥🔥jhratuk aru alop fala
ভনীৰক বিয়া পতাটোহে তই😂এবাৰ ভনীৰৰ লগত viral হৈ থোকনটো খাইছিলি নহয় ৰাইজৰ পৰা পাহৰিলি নি॥
দাদা মই আপোনাৰ ভিডিউ টো চাই ভালপোৱা নাই মইয়ো মৰিগাঁও ল'ৰা ।😞😞😞 কিন্তু মই আপোনাৰ ভিডিউ চাই ভাল পাও এই টো ভিডিউ টো ভাল পোৱা নায় ।😞
Raja da ei video2 emn vl nalagil karon apun ajon vl manuhk roast krise😔😔
Mr Raja 👌👍mojja 💥💯👌👌কে দিলে, ই নিজৰ তো নিজে ভাল কৰিব লাগে তাৰ পিছত আনক কবলৈ যত্ন কৰিব লাগে 👍ই বহুত পাগল 👏
Mur kintu efact tu he val lagil🤣borole kamura mukh khnor Dore lagil
Lakhimpur pora morom dilu raja da hvy disa🔥
অলপ বেছি হ'ল নেকি ৰাজা নে ৰাণী ভাই
Love from MORIGAON.................... Labu da amr babe khahokh............,.... Olp besi holllll ................. Kintu MORIGAON raije aibur kam ketiyau nokore. Muru ata chenl ase abr sabo sunnnnn
আপুনি ও এটা মষ্ট পাগল নিচিনা লাগিছে ।
আপুনালোক সকলো RUclipsr নহয় জানো । আপুনাৰ সকলো ভিডিঅ চাওঁ পিছে 😡😡
ধুই দিলি অ । তাৰ দৰে ৰিভিউ দি ছ বৰাবৰ 🤣
প্রতি,
Airtel
বিষয়:- খৰছ হোৱা MBখিনি উভতাই বিচাৰি আৱেদন।
মহোদয়/মহোদয়া
ইয়াৰ দ্বাৰা আৱেদনকাৰীয়ে অজানিতে এই ভিডিওটো চাওঁতে খৰছ হোৱা MBখিনিক পুনৰ মোৰ MY Airtel APPSৰ একাউণ্টত ঘুৰাই দিবলৈ অনুৰোধ জনালোঁ ।
ধন্যবাদেৰে....
Jintu
Nijor motamot diar odhikar naiii nki teur🙂 love you Labu daa💝
Sanemar aru real lifer pathoik najane 😃😃😃😃 ki je hbb 🤭🤭
Assam jet khub val kre,❤️
Mojaaa 😂😂😂😂😂😂
Abey thumbnail tu ki mozza lagise 😂😂😂