গ্ৰাহ গজেন্দ্ৰ উপাখ্যান | Jadumoni | Bhakti xorai | গজেন্দ্ৰ উপাখ্যান

Поделиться
HTML-код
  • Опубликовано: 16 июл 2021
  • 🙏নমস্কাৰ🙏
    জয় জয়তে আপোনাসৱৰ শ্ৰীচৰণত সেৱা জনালোঁ, আমাৰ চেনেল "Bhakti xorai" লৈ আপোনালোকক স্বাগতম জনাইছো, ভিডিঅ'টি যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো চাবস্ক্ৰাইব কৰি
    বলৈ নাপাহৰিব। আগলৈও এনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰাত এইকন সহায়ে আমাক আগুৱাই যোৱাত উৎসাহ আৰু প্ৰেৰণা যোগাব বুলি আশাৰে বাট চাই ৰ'লো 🙏🙏
    কণ্ঠ শিল্পী : যদুমনি মৰাঙ
    ( 9867931785, 8779728500)
  • ВидеоклипыВидеоклипы

Комментарии • 640

  • @RupjyotiBordoloi-rm6sm
    @RupjyotiBordoloi-rm6sm 6 месяцев назад +1

    জয় লশমিনাৰায়ন জয় হনুমান ভগৱান জয় গনেশ বাবা জয় তিদেবিঅ জয় তিদেব ভগৱান ❤❤❤❤❤❤❤❤❤❤❤

  • @dipenmorang1936
    @dipenmorang1936 Год назад +20

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ

  • @dhurbaboriagom7051
    @dhurbaboriagom7051 3 года назад +16

    কৃষ্ণ মাধৱ 🙏

    • @Bhaktixorai
      @Bhaktixorai  3 года назад

      কৃষ্ণ কৃষ্ণ

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 11 месяцев назад +5

    Krishna 🙏 provu sewa jonalu, guru Sankara kripa houk Krishna 🙏, কুতি কোটি প্ৰণাম কৃষ্ণ ৰাম

  • @KartikMorang-m90
    @KartikMorang-m90 Год назад +28

    শুনিলে মন প্ৰাণ ভৰি যায়। কৃষ্ণ কৃষ্ণ।।।

    • @Bhaktixorai
      @Bhaktixorai  Год назад

      ধন্যবাদ কৃষ্ণ।

  • @munindragogoi2586
    @munindragogoi2586 6 месяцев назад +6

    কৃষ্ণ কৃষ্ণ
    সুন্দৰ পাঠ আৰু ব্যাখ্যা ভগৱানে
    কৃপা কৰক

    • @ritaboruah4251
      @ritaboruah4251 Месяц назад

      Krishna krishna probhu kripa. koriba

  • @dipkalita8273
    @dipkalita8273 Год назад +27

    কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বহুতো আনন্দিত হৈছো বাখ্যা শুনিবলৈ পায় কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @atulchandrahazarika2274
    @atulchandrahazarika2274 Год назад +17

    অতি সুন্দৰ বাপ ,মোৰ দেউতা বৰ্তমান অসুস্থ বিছনা ত পৰি পৰি আপোনাৰ এই উপাখ্যান শুনি চকু পানী টুকি থাকে দেখি বেয়া লাগে ।

    • @hirakdeka6250
      @hirakdeka6250 4 месяца назад +1

      Jadumoni dev apunar phato akapi dibasun alusana bhag bar vhal lagil ashakaru puran Kariba,

  • @ganeshkoch561
    @ganeshkoch561 2 года назад +9

    Krishna Ram Ram pronam jonalu apunaxobok bappp krishna'ram oti xundar bappp 🙏🙏👍

    • @Bhaktixorai
      @Bhaktixorai  2 года назад +1

      Thanks for support Mr. Ganesh Koch
      🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @pulinsaikia9772
    @pulinsaikia9772 Год назад +15

    সুন্দৰ ভাগৱত শুনিলে মন প্ৰাণ শান্ত হৈ যায়।। কৃষ্ণ বাসুদেও

  • @JoyramBonia
    @JoyramBonia 6 дней назад +1

    ৰাতিপুৱা শুনিছোঁ সকলোকে নমস্কাৰ বহুত বেছি সুন্দৰ লাগিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিজেই
    শুনিব সুবিধা পাইছো মুবাইলতে ।সেই এৰি অহা স্মৃতি দিনটো লৈ মনত নিশ্চয় কেতিয়াবা কেতিয়াবা কোনো এটা পৰিবেশত বা কথাত কথা উলাই কাৰোবাৰ মনত পৰিব।হয়তো কাৰোবাৰ গোতেই জীৱন জুৰি মনত দ কৈ সাজ বহাই থৈ গ'লে। বহুত সুন্দৰ লাগিলে শুনি ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতাৰ্থ হ'ম । কৃষ্ণ বাসুদেৱ।

  • @sunilborah303
    @sunilborah303 Год назад +8

    শুনি বহুত ভাল লাগিল মনটো।কৃষ্ণ 🙏🙏🙏

  • @manabhazarika8134
    @manabhazarika8134 Год назад +5

    ঈশ্বৰৰ মহিমা কৃষ্ণ ৰাম কৃষ্ণ ৰাম ।

  • @chinugogoi5411
    @chinugogoi5411 Год назад +13

    কৃষ্ণ কৃষ্ণ বাপ। অতি সুন্দৰ, শুনি মন প্রাণ ভৰি গৈছে কৃষ্ণ

  • @user-qm8oq7qy3v
    @user-qm8oq7qy3v Год назад +5

    শুনি বহুত সুখী হৈছো নজনা কথা খিনি জানিব পাৰিছো আগলৈ আগুৱাই যোৱা ভগৱানে মঙ্গল কৰক আগলৈ এনেকুৱা ভাগৱতৰ কাহিনী আগ বঢ়াই থাকিব বুলি আশা থাকিল ধন্যবাদ ❤❤❤

  • @dipaksaikia6248
    @dipaksaikia6248 Год назад +5

    কৃষ্ণ কৃষ্ণ আমি সেৱাহে নিবেদিলো । কৃষ্ণ কৃষ্ণ বাপ জনা। কৃষ্ণ ।

  • @Ridipaxom
    @Ridipaxom Год назад +9

    কৃষ্ণ কৃষ্ণ জয় গুৰু শঙ্কৰ ।
    কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীয়োক মনৰ কাম ভকতৰ সঙ্গ সদা নুগুুচুক মুখে তুৱা গুণ নাম।

  • @lakhmeswarborah5208
    @lakhmeswarborah5208 Год назад +12

    অতি সুন্দৰ হৈছে। কৃষ্ণ কৃষ্ণ।

  • @pradipdutta3332
    @pradipdutta3332 Год назад +10

    কৃষ্ণ কৃষ্ণ •••• অতি সুন্দৰ ••••

  • @kabitadas61
    @kabitadas61 2 года назад +15

    কৃষ্ণ ৰাম কৃষ্ণ প্ৰভূ শত কোটি প্ৰণাম জনালো ।

  • @mamonihandique5242
    @mamonihandique5242 Год назад +26

    অতি সুন্দৰ কণ্ঠ ।আগলৈ শুনিবলৈ পাম বুলি আশা কৰিলো ।🙏🙏🙏

  • @tezpuriyanlora5439
    @tezpuriyanlora5439 Год назад +1

    ভাল লাগিল কৃষ্ণ 🌎🛐🙏🏻🙏🏻🙏🏻

  • @munna8634
    @munna8634 10 месяцев назад +3

    কৃষ্ণ❤গুৰু❤দেৱ❤ নাম 🎉ভকত🎉কৃপাত , আগুৱাই জোৱা

  • @rangmancho8000
    @rangmancho8000 3 года назад +6

    Krishna🙏🙏🙏🙏🙏🙏

  • @adhikaryoldnewsong.9576
    @adhikaryoldnewsong.9576 Год назад +1

    Jou guru sankar Krishna ati sundar mor sewa loba

  • @dadugogoi5548
    @dadugogoi5548 Год назад +10

    কৃষ্ণ ঃ সুন্দৰ।। 🙏🙏🙏🙏🙏

  • @pinkydas1840
    @pinkydas1840 10 месяцев назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏♥️🙏♥️

  • @sureshbori5017
    @sureshbori5017 3 года назад +7

    সুন্দৰ নিদৰ্শন

    • @sundaycafe985
      @sundaycafe985 Год назад

      Joy Radhe Joy Krishna Noma Namo Hare krishna Hare Krishna krishna krishna Hare Hare Hare Ram HareRam Ram Ram Hare Hare 💅💅👃👃

  • @rahuldas1300
    @rahuldas1300 Год назад +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ লাগীল শুনি

  • @ranjanbhuyan8601
    @ranjanbhuyan8601 11 месяцев назад +7

    গজেন্দ্ৰ প্ৰভু তোমাক শতকোতি প্ৰণাম কৃঞ কৃঞ ❤ কৃঞ ❤

  • @ranjanbhuyan8601
    @ranjanbhuyan8601 Год назад +5

    ভক্তি ৰসত মতলীয়া হোৱাৰ সময় আহি পালহি ❤ কৃঞ কৃঞ ❤

  • @Crpawe
    @Crpawe Год назад +10

    🙏🙏🙏 অতি সুন্দৰকৈ আগবঢ়াই দিলে মন টো কিবা নিজকে পাপি পাপি য়ে লাগিছে 😢😢😢😢

  • @tutumonisaikia404
    @tutumonisaikia404 Год назад +5

    অতি সুন্দৰ মন ভৰি গল৷সুন্দৰ বাখ্যা৷

  • @liliBordoloi
    @liliBordoloi 15 дней назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বহোত ভাল লাগিল আশা কৰিছো যে আগলৈকে এনেকৈ ভগবানৰ বাখ্যা শুনিবলৈ পাম❤❤❤❤❤❤❤❤

  • @susilkalita8039
    @susilkalita8039 Год назад +1

    Jai Guru Dev pranam joy guru Sankar. Krishna Hare krishna Hare Ram Sita Ram Sita Ram

  • @rekhaozah1383
    @rekhaozah1383 Год назад +3

    বহুত সুন্দৰ লাগিছে।ঔম কৃষ্ণায় নমো নমহ।

  • @kirshnasaikia9856
    @kirshnasaikia9856 3 года назад +19

    সুন্দৰ হৈছে, ভৱিষ্যতে আৰু সুন্দৰ হওক তাৰ কামনাৰে

    • @Bhaktixorai
      @Bhaktixorai  3 года назад +1

      কৃষ্ণ

    • @sulekhanair8863
      @sulekhanair8863 9 месяцев назад

      সুন্দৰ অতি,সুন্দৰ হৈছিল,ভগবানে,কৃপাবৰ কৃষ্ণ, কৃষ্ণ

  • @probitrahazarikagajali2850
    @probitrahazarikagajali2850 3 года назад +20

    সুন্দৰ। আগবাঢ়ি যাবলৈ চেষ্টা কৰক 🙏

  • @user-ds8ty7kl1n
    @user-ds8ty7kl1n Год назад +2

    কোটি কোটি প্ৰনাম 🙏🙏🙏

  • @thitishaborah6263
    @thitishaborah6263 3 года назад +6

    Krishan krishan

  • @ela4156
    @ela4156 11 месяцев назад +2

    ইমান ভাল লাগিছে শুনি থাকিব মন গৈছে ।

  • @user-zc2jt7hg5i
    @user-zc2jt7hg5i 4 месяца назад +1

    শুনি মনটো বহুত ভাল লাগিল। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ ❤❤❤🙏🙏🙏

  • @poreshloying9699
    @poreshloying9699 3 года назад +7

    Hori ram, bor val lagil

  • @user-xh5wm9qx5w
    @user-xh5wm9qx5w 7 месяцев назад +1

    🙏🌹♥️🌻🌻⭐💐🌾🌺🌷🪷🏵️🌿🌳🌴 কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 ৰাম কৃষ্ণ হৰি নাৰায়ণ 🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🌹♥️🌻⭐

  • @manjubhuyan68
    @manjubhuyan68 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ সুন্দৰ হৈছে

  • @llnm4891
    @llnm4891 2 месяца назад +1

    Bahut vl lagil huni krishna krishna pravu narayan

    • @RajibBorah-hb3in
      @RajibBorah-hb3in 2 месяца назад +1

      ❤❤❤❤rrgf3g7yhy13ffutfhfhg66855v😊

  • @archanasaikia5793
    @archanasaikia5793 Год назад +4

    শুনি ভাল লাগিল। কৃষ্ণ কৃষ্ণ🙏🙏

  • @nipanjalisaikia9083
    @nipanjalisaikia9083 11 месяцев назад +1

    শুনি বহুতো ভাল লাগিল কৃষ্ণ🙏🙏🙏

  • @phunirampegu6342
    @phunirampegu6342 Год назад +2

    সুন্দৰ ধন্যবাদ থাকিল আৰু আগোবাই যাওখ

  • @tilokgogoi5152
    @tilokgogoi5152 Год назад +27

    কৃষ্ণ অতি সুন্দৰ আগলৈ আৰু আশা কৰিলো ।ভগৱন্তই সকলোকে কুশলে ৰাখিব।

  • @puberundas5846
    @puberundas5846 Год назад +1

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম 🙏🙏

  • @bikashff1096
    @bikashff1096 11 месяцев назад +1

    জয় জয় শ্ৰী কৃষ্ণ 🦚🚩🚩🚩🚩🚩

  • @mintuhazarika505
    @mintuhazarika505 3 года назад +23

    কৃষ্ণ অতি সুন্দৰ হৈছে। আগলৈ শুনিবলৈ আশা কৰিলোঁ।

  • @rajashreemedhimedhi6965
    @rajashreemedhimedhi6965 4 месяца назад

    🙏❤️🙏 Krishna 🙏❤️ Jai Guru Srimanta Sankar ❤️🙏🙏❤️❤️❤️🙏🙏🙏

  • @assambkvlog620
    @assambkvlog620 Год назад +2

    কৃষ্ণ অতি সুন্দৰ 🙏🙏🙏🌹

  • @priyadoleypegu597
    @priyadoleypegu597 7 дней назад

    Jai shree krishna ❤️🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼

  • @munmihazarika779
    @munmihazarika779 Год назад +9

    সুন্দৰ, অতি সুন্দৰ। দেহ প্রাণ ভৰি গৈছে। কণ্ঠ দুয়ো জনৰ বহুত সুন্দৰ। ঈশ্বৰে দুয়োকে কুশলে ৰাখক । কৃষ্ণ।

  • @rekhaborah9066
    @rekhaborah9066 Год назад +7

    অতি সুন্দৰ লাগিছে। আগলৈও এনেদৰে শুনিব পাম বুলি আশা কৰিলোঁ 🙏

  • @bablugohain2314
    @bablugohain2314 Год назад +1

    এইয়াই জীৱন এক যাত্ৰা ।

  • @champakborah2685
    @champakborah2685 3 года назад +20

    ভাল হৈছে🙏🙏🙏🙏🙏

  • @user-id4ov8zs9f
    @user-id4ov8zs9f Год назад +3

    আৰু ভাগৱত পাঠ বাখ্যা ৰ অনুষ্ঠান মাজে মাজে আগবঢ়ায় থাকে যেন, কৃষ্ণ ll

  • @jitukalita1591
    @jitukalita1591 11 месяцев назад +2

    সুন্দৰ কণ্ঠদান কৰিছে

  • @lilysaikiadutta813
    @lilysaikiadutta813 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু কৃপা কৰা

  • @lakimonikolitapathak3443
    @lakimonikolitapathak3443 Год назад +2

    খুব ধুনীয়া চকুৰ আগত ভাঁহি গৈছে বৰ্ণনা

  • @numolisaikia4826
    @numolisaikia4826 10 дней назад

    কৃষ্ণ কৃষ্ণ বাপজনাৰ শ্ৰীমুখে কৃষ্ণ কঠাশুনি আমিধ্ণ্য হলোঁ, কৃষ্ণ। ধন্যবাদ।

  • @MinakshiChetia-sl6ri
    @MinakshiChetia-sl6ri 7 месяцев назад

    Krishna krishna bapjan pranam pravujan

  • @purbadeepnath7640
    @purbadeepnath7640 Год назад +4

    অতি সুন্দৰ, সোণত সুৱগা চৰা যেন লাগিছে, আগলৈ আৰু সুন্দৰ হোৱাৰ কামনা কৰিলো,,,,

  • @ranjanbhuyan8601
    @ranjanbhuyan8601 11 месяцев назад +7

    শংকৰ মাধৱ গুৰু দুজনাক আমি আগত লৈ আগুৱাই এই সংসাৰত জীয়াই থকাৰ একমাত্ৰ পদক্ষেপ হব নেকি?❤ কৃঞ ❤

  • @princhihazarika7187
    @princhihazarika7187 16 дней назад

    Krishna Krishna . Huni khub val lagi. Anakoi agoloi huni thakibo parim buli asha thakil

  • @bhanitapathak4564
    @bhanitapathak4564 Месяц назад

    Jay bhakti ssharai Jay bahut bhal lagil agalay aru pam

  • @user-fy2mb7mp7m
    @user-fy2mb7mp7m Год назад +3

    অতি সুন্দৰ হৈছে আশা ৰাখিলোঁ ভবিষ্যত উজ্জ্বল হোৱাৰ কামনাৰে ধন্যবাদ জনাইছো

  • @pronabjyotidas3251
    @pronabjyotidas3251 5 месяцев назад

    Krishna 🙏🙏🙏 krishna krishna hare hare hare ram❤🙏🙏

  • @user-kk7hf2nc7z
    @user-kk7hf2nc7z 5 месяцев назад +1

    কৃষ্ণ কৃষ্ণ জয় শ্ৰী কৃষ্ণ প্ৰভু নাৰায়ণ 🙏😍🥰❤️🚩

  • @duluborah8713
    @duluborah8713 9 месяцев назад +1

    কৃষ্ণ, কৃষ্ণ, কৃষ্ণ বৰ সুন্দৰ হৈছে।

  • @probinsumankakati1876
    @probinsumankakati1876 2 месяца назад +1

    কৃষ্ণ🙏

  • @sduttavlogs1940
    @sduttavlogs1940 Год назад +2

    কৃষ্ণ ❤❤❤

  • @minaray9777
    @minaray9777 Год назад +1

    কৃষ্ণ কৃষ্ণ অতি সুন্দৰ ভাগবত পাঠ আগলৈযেন আকৌ শুনিবলৈ পাও মিনা ৰায়

  • @punashreedevi_
    @punashreedevi_ Год назад +1

    Bor dhunia krisna .

  • @user-cp1xg6tp8h
    @user-cp1xg6tp8h Год назад +3

    কন্ঠ, আৰু ব্যখ্যা বহুত সুন্দৰ 🙏🙏🙏

  • @user-fb7sc4xt8v
    @user-fb7sc4xt8v 6 месяцев назад

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনাইছো।

  • @user-uy4ht4yg8t
    @user-uy4ht4yg8t 9 месяцев назад +1

    Joi guru Shankar

  • @nirupoma80
    @nirupoma80 3 года назад +5

    কৃষ্ণ ভাল লাগিল subscribe korilu

    • @Bhaktixorai
      @Bhaktixorai  3 года назад +1

      অশেষ ধন্যবাদ Nirupom's world

    • @sureshbori5017
      @sureshbori5017 3 года назад

      কৃষ্ণ

  • @simibharalidevi9005
    @simibharalidevi9005 Год назад

    Ati sundar hoise xuni bhal lagil Krishna Krishna

  • @SubhoGogoi-pz7jp
    @SubhoGogoi-pz7jp 5 месяцев назад

    কৃষ্ণ কৃষ্ণ প্ৰভূ পৰম কৃপালু বাপজনাৰ চৰন কামলত শত শত কোটি প্ৰনাম জনাই সেৱা ধৰিছো আৰু আগুৱাই যাওক ধন্যবাদেৰে 😊

  • @user-th1if6xt2z
    @user-th1if6xt2z Год назад +8

    কৃষ্ণ কৃষ্ণ
    🙏🙏🙏🙏
    অতি সোন্দৰ আগবাঢি যাওক

    • @Bhaktixorai
      @Bhaktixorai  Год назад

      কৃষ্ণ

    • @manikadutta7126
      @manikadutta7126 Год назад

      🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽

  • @harekrishnadas6413
    @harekrishnadas6413 Год назад +1

    খুব ভাল লাগিল আগলৈ আৰু শুনিবলৈ পোৱাৰ আশাৰে ৰৈ থাকিম্

  • @RunjunBaruah-oo7hv
    @RunjunBaruah-oo7hv 22 дня назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ,,,,,❤❤❤❤

  • @ajaymoniphukan1564
    @ajaymoniphukan1564 8 дней назад

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম কৃষ্ণ হৰি

  • @sunutiloying5812
    @sunutiloying5812 3 года назад +3

    Bor val lagil

  • @dipengogoi5076
    @dipengogoi5076 4 месяца назад

    ৰাম ৰাম কৃষ্ণ কৃষ্ণ 🪔🪔🪔🙏🙏🙏🌹🌺🌺🌹

  • @devinjli186
    @devinjli186 Месяц назад

    অতি সুন্দৰ ব্যাখ্যা কৰিছে 👍🙏jai shree krishna 🙏

  • @anantasaikia7986
    @anantasaikia7986 6 месяцев назад

    khub sundar krishna kripa sagor.

  • @pavitraislive1884
    @pavitraislive1884 5 месяцев назад

    কৃষ্ণ কৃষ্ণ ।বহুত ভাল লাগিল

  • @sonarambaruah208
    @sonarambaruah208 6 месяцев назад +1

    গ্ৰাহ গজেন্দ্ৰ উপাখ্যান মোৰ প্ৰিয় ❤❤❤❤

  • @chitreswardas2460
    @chitreswardas2460 5 месяцев назад

    Krishna krishna ........oti sundar

  • @user-ig5ic7wy1s
    @user-ig5ic7wy1s 7 месяцев назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @rimabaruah1112
    @rimabaruah1112 3 месяца назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @bhanitapathak4564
    @bhanitapathak4564 Месяц назад

    Tumak bahut dhanannybad disoo bhai tumi bhale thaka God bless you

  • @paspagogoi2808
    @paspagogoi2808 7 месяцев назад

    Jai...shree... krishna... krishna... krishna....🙏🙏🙏🙏🙏🙏

  • @pradipbora1371
    @pradipbora1371 9 месяцев назад

    কৃষ্ণ 🙏কৃষ্ণ🙏 কৃষ্ণ🙏