Boil banana flower recipe@ কলডিল বইল কৰি খোৱাৰ ভাৱিব নোৱাৰা জুতি@boil koldil@বইল কলডিল...

Поделиться
HTML-код
  • Опубликовано: 11 сен 2024
  • প্ৰিয় দৰ্শক,
    অসমৰ পৰম্পৰাগত ৰেচিপি সমূহৰ ভিতৰত, কলডিলৰো নানানবিধ ৰেচিপি আছে । তাৰে ভিতৰত কলডিলৰ বইল ৰেচিপি এটা আপোনালোকলৈ আজি আগবঢ়ালোঁ। আশা কৰিলোঁ আপোনালোকে ঘৰত বনাই খাব আৰু আপোনালোকৰ অনুভৱ জনাব।
    কলডিল নানাবিধ ঔষধি গুণেৰে সমৃদ্ধ এই কথালৈও মন কৰিব।
    ভিডিঅ'টো চোৱাৰ বাবে অনেক ধন্যবাদ। 🙏

Комментарии • 131