DHEMAJI | Portion of a rail bridge over Jiadhal collapses, movement of trains affected

Поделиться
HTML-код
  • Опубликовано: 19 сен 2024
  • ধেমাজিৰে ৰে’ল যাতায়াত ব্যাহত। জীয়াঢল নৈৰ ওপৰত থকা হেচুলি ৰে’ল দলঙখন খহি যোৱাৰ ফলত ব্যাহত হৈছে যাতায়াত। খহি গৈছে দলঙখনৰ এটা অংশ। ওভতাই পঠোৱা হৈছে মুকংচেলেক - ৰঙিয়া পেচেঞ্জাৰ ট্ৰেইন। নাহৰলগুণ-তিনিচুকীয়া অভিমুখী ৰে’ল ৰখাই থোৱা হৈছে বগীনদী ষ্টেচনত। ডেকাৰ গাওঁ - মুকং চেলেক ইন্টাৰচিটি ৰে’লৰ চলাচলো ব্যাহত। দলং মেৰামতিত ব্যস্ত হৈ পৰিছে ৰেলবিভাগৰ কৰ্মী ৷ ইফালে জীয়াঢল-কুমতীয়াৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত জলমগ্ন হৈছে ২০খনৰো অধিক গাঁও।
    #NewsLive #AssamNews
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

Комментарии • 15