Gabhoru Parbat || History || Mystique Lady || Natural Beauty
HTML-код
- Опубликовано: 7 фев 2025
- #Gabhoru_Parbat #Mystique_Lady #Selenghat #Jorhat #Assam
এজনী অনামী গাভৰুৰ সন্ধানত যাত্ৰা..
কোন এই গাভৰু,কিয় ব্ৰহ্মপুত্ৰ বলীয়া গাভৰুৰ প্ৰেমত?
প্ৰকৃতিয়ে ক'ব গদাপাণি-ডালিমীৰ ৰোমাণ্টিক প্ৰেমৰ গাঠা
কোন,কʼত,কেতিয়া,কি, কেনেকৈ বিখ্যাত এই গাভৰু?
পৰ্যটনৰ পূৰ্ণ সম্ভাৱনীয়তা ৰ পিছতো উপেক্ষিত গাভৰু
---------------------------------------------------------------------------------------------------------------
FOLLOW US ON YOUR FAVORITE SOCIAL NETWORKS:
Facebook: / assamflashnews
Instagram: / assamflash
Twitter: / assamflash
VISIT OUR WEBSITE
www.assamflash...
For Advertisment with Assam Flash, Contact:
Whatsapp/Call: +91-6026923730
email: assamflash@gmail.com
True story to selenghat
পৰ্যটন ক্ষেত্ৰ হবলৈ নিদিয়ে এখন অবৈধ বেদখলকাৰী চাহ বাগিছাৰ মালিক এজনে। এই অসৎ মালিকীস্বত্বই আনকি অহাযোৱা কৰা বাটটোও বেদখল কৰি বন্ধ কৰি দিলে । কোনোবা ৰাজনৈতিক পৃষ্ঠপোষকতাত বা বন বিভাগৰ আৰ্শীবাদ লৈ ৰাম ৰাজ্য চলাই আছে। আজি কিছুদিনৰ আগৰ এটা ঘটনাই এইকথা পোহৰলৈ আনিছিল। কিন্তু মিডিয়াক মেনেজ কৰি মুখ বন্ধ কৰি ৰাখিছিল।
ঘটনাটো আছিল দেৱজিৎ গগৈ নামৰ এজন কলেজিয়া ছাত্ৰৰ হত্যাকাণ্ড। প্ৰাকৃতিক পৰিবেশ উপভোগ কৰিবলৈ যোৱা কেইটামান ছাত্ৰক বাগিচাৰ মালিকৰ পুহিৰখা এদল ভেৰোণীয়া গুন্দাই মৰিয়াই মৰিয়াই দেৱজিৎ গগৈ নামৰ লৰাজনক হত্যা কৰে।
মুঠৰ ওপৰত গাভৰু পাহাৰৰ এই নান্দনিক দৃশ্য এই দখলদাৰি বাগিচাৰ কতৃপক্ষই কোনো কাৰনত পয্যটক ক্ষেত্ৰ হবলৈ নিদিয়ে।
এটাই আহ্বান আমি সকলোৱেই মিলি এই অন্যায়ৰ প্ৰতিবাদ কৰিব লাগে ।
Bhal picnic spot ase niki taat
ফালতু কথা