জ্যেষ্ঠ নেতাৰ বিজেপি ত্যাগৰ সম্ভাৱনাৰ চৰ্চিত খবৰে ধুমুহাৰ সৃষ্টি কৰিছে গেৰুৱা শিবিৰত
HTML-код
- Опубликовано: 11 июл 2024
- একাংশ বিধায়ক, প্রাক্তন বিধায়ককে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ বিজেপি ত্যাগৰ সম্ভাৱনাৰ চৰ্চিত খবৰে ধুমুহাৰ সৃষ্টি কৰিছে গেৰুৱা শিবিৰত। উঠিছে অসম জনসংঘ গঠনৰ উকমুকনি। এনে পৰিস্থিতিত বিভাজনৰ আশংকাই শংকিত কৰিছে বিজেপিক। দলৰ সন্মুখত আহি পৰা এনে আচম্বিত সংকটৰ মাজত আজি মুখ্যমন্ত্রীৰে বিশেষ বৈঠকত মিলিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা।
#pratidintime #assam #bjp #bjpnews
গৌৰৱ গগৈ পৰৱৰ্তী মূখ্যমন্ত্ৰী❤❤❤
Yes
নিশ্চিত
Congress🎉❤
Bangladesh i t no😂😂😂 val hbo
এইজন সভাপতিৰ নামত মাত্র চকীখন । কথাই কব নাজানে । চলাই আছে বেলেগে এইজনক ।
মাৰাত্মক সত্য কথা কলে দেই।
গৌৰৱৰ ধুমুহাত তচনচ অসম BJP । উৰি গল হিমন্ত, পিযুছ, জয়ন্ত, দিগন্ত, মানৱ,ৰূপজ্যোতিৰ অহংকাৰ।
BJP ৰ অহংকাৰেই BJP ক ডুবালে।
২০২৬ ত অহংকাৰৰ পতন হব ।
ভৱেশ কলিতা সৰ্বকালৰ নিকম্মা সভাপতি
হয়নে? ভবেশ কলিতা যদি নিস্কৰমা তেন্তে তুমি কৰ্ম যোগীজনেই ৰাজ্যিক সভাপতি নোহোৱা কিয়। কংগ্রেসৰ জৰিয়তেই দেখোন প্রস্তাব টো ৰাষ্ট্ৰীয় সভাপতি জে পি নডডালৈ পঠিয়াই দিব পাৰি। বৰ্তমান অসমৰ প্ৰায়বোৰ বাতৰি গোষ্ঠীয়েই জৰ্জ ছৰোচৰ কবলত পৰিল যেন অনুমান হৈছে। নহলেনো এই মেডিয়া বোৰে দৈনিক চৰকাৰ খন ভঙা পতাত লাগি থাকেনে?
@@kumudbaruah2001 ৰাজেন গোহাইৰ দৰে ব্যক্তিৰ দলত যি আলৈ আথানি ,মৃণাল শইকীয়া ,বিজয়া চক্ৰৱৰ্তী ,ৰমেন ডেকা ,অশোক শৰ্মা দীঘলীয়া তালিকা ।
পৰিভ্ৰমী চৰাইক নিয়ন্ত্ৰণ কৰক অহংকাৰ এৰি ।নহলে বিজেপিৰ লগতে অসমত অসমীয়া জাতি ধ্বংস হব ।
বিজেপিৰ হাতত অসমৰ সুৰক্ষিত ভৱিষ্যত নিৰ্মাণৰ দায়িত্ব আছে ।।
@@user-vo7ei8ki5vবৃদ্ধ অৱস্থালৈকে দলৰ পদবীত থাকিবও নালাগে আৰু ৰখাও উচিত নহয়। এইবিলাক গতিশীল ধাৰা। ব্যতিক্রম কেৱল কংগ্রেসত হে দেখা পোৱা যায়। নতুনক কৰ্ম দক্ষতাৰে উপযোগী কৰি দেশখন আগুৱাই নিবলৈ দিব লাগিব। নহলে ভৱিষ্যত কাৰ হাতত অৰ্পন কৰা হব। ছুপাৰ ছিনিয়ৰ সকলে বৰ্তমান উপদেশ বা দিহা পৰামৰ্শৰে আগুৱাই যোৱাত সহায় কৰিব লাগে। বিষয় বাসনাৰ বাবে ৰাজনীতি কৰিবলৈ গলে পৰিবেশ পৰিস্থিতিত নিজৰ আকাংখা পূর্ণ নহবও পাৰে৷
@@kumudbaruah2001😂😂😂😂 kene pala dekh biki kora ata dol hol bjp.jiburecongressthaki beya kam kori ahisil atiya kheybur bjpt ahil khihot ki val hoi gol nki.
@@kumudbaruah2001Saroda mama jot bikhombad tot
Hbs দলত থাকিলে অসমত bjp ধ্বংস হোৱাটো খাটাঙ
I love congress❤❤❤❤❤❤❤❤
অহংকাৰ বেছি হৈছে
Congress zindabad Rahul Gandhi zindabad Gaurav Gogoi zindabad 💯🙏💪💪💪💪💪💪💪💪💪💪💪💪💪
বিজেপি মুক্ত হ'ব।
দাদা বিগ্ৰেড শেষ😂😂😂
ধুমুহাৰে বান!
Mojjah
অহা যোৱা চলি থাকিব ।
আপোনা সকলৰ বাবে ধন্যবাদ
Sarbananda sonowal cm hbo lge
ভবেশ কলিতা এজন ফিতা হিসেবে মাৰি ফুৰা মানুহ
এইটোক কোনে সভাপতি ৰূপে বহাই থৈছে হয় নে কিবা কথা কব জানে না কিবা কৰিব পাৰে 😅😅
Bhabesh kalitar post tu thakibone kheyau voy ase bhabesh kalitar...namothe khovapoti pise kamot fofou fou...
Aahok sarma aajon bohut bhal maanhu , sir aapunaloke teuk aanekuwa koribo nalagicil
মিঞাৰ ভোটত জয় হৈ আহা নেতাৰ নেতৄত্ব কিয় মানি ল'ব বাৰু ???
যদি কোনো নাযায়
তেতিয়া হলে সেই বিষয়ত বৈঠক কিয়
Gaurav gogoi next Cm .....ami vote dm vaiiiiii.......moi lower Assam r
এতিয়াও অহংকাৰ কমা নাই কিন্তু!!!
Good night
এইজনেই শেষ কৰিলে অসম বিজেপিৰ দৰে এটা দলক ।।
Himanta mukto axom lge
ভৱেশ কলিতা।।ডুবালা ভাৰতীয় জনতা পাৰ্টিক।কাম নাই তোৰ।।
আপুনি দলত চুন লাৰা বাৰী ডাঙৰীয়া.🙏🌹
Best of luck.I.n.c p.
Next government congress in Assam
Aku nai aborjona kaita gusi jabo aru
অহং কাৰ দৰ্প চুৰ্ণ
Lakhman rekha par korile rehai diya nohobo......
Waoo bhobesh da waoo.....
Arw. Kam. Nohobo. B. J. P.
নাও বুৰিলেও টিঙৰপৰা নানামিবি ।
Last. Lagil.
তোমালোকে ৰাইজৰ বাবে ভাল কাম নকৰে!!!!!! সেইবাবেই ভাল মানুহবোৰ বেয়া পায়গৈ ।
ফটোৱা
Diplomatic answer e xotyok besi din dhakibo nuware 😂😂
Axom minister 3 jon ase ase baki sob MLA
Anko nimelela vobesh u bagoribo lagibo. Bortoman vobesh r anko mili ase.
Orthohin manuhor Orthohin bakya 😂😂
বিজেপিৰ যাৰ অঙ্ক নিমিলে তেওঁ নাথাকে তাৰ মানে কি কবলৈ গৈ আছে
Lage loga ni
Parobrti CM Gourov gogoi .
পৰবৰ্তী মূখ্য মন্ত্রী গৌৰৱ খান, প্রয়াত তৰুণ মিঞাৰ পুত্র। কোনে পাতিব? এই মিঞাৰ চৰডাৰ হতে অসম খন তুলি দিলে। চশ বছৰীয়া আহোমৰ শাসন কালত মিঞা মুছলমানে অসম দখল কৰিব পৰা নাছিল। এতিয়া এই মিঞাৰ চৰডাৰ হতে অসমখন ভোটৰ লালসাত মিঞাৰ হাতত তুলি দিলে। অসম আৰু অসমীয়াৰ বাবে ইয়াতকৈ দুখৰ কথা একো হব নোৱাৰে। কংগ্রেস অসমীয়াৰ চিৰ শত্ৰু। এই শত্রুক কোনো দিনে শাসনত আহিবলৈ দিব নোৱাৰি।
@@kumudbaruah20011500 tokiya vikhare hupai hazar seyorelau gourov gogoik aku krebo nuwaro modi nija ahi meeting mare a nuwarela
@@kumudbaruah2001গৌৰব ৰেনদিক অসমে নিজিকাই যোৰহাটতে জিকাৱ কেৱল
কি congres BJP পাৰ্টিত যাব লাগে তাত কৰি দল a বাদ দিব লাগে।
😂😂😂
Sob ahibo pare congratulations.
But congresi k lobo nalage ji ari goisil
World top 1 team bjp.aku helabo nuware
E robot e rajnitir akoi najane
Congress. Zindabad,
😂😂😂😂😂
Babesh kolita ata pagol manuh
পুতলা সভাপতিৰ কাম নাই।পাদিবলেও মোমাই ক সুধিব লাগে।
BJP By by 2026
B j p munda bat
Kor ki manuh eibur..
বিজেপি শেষ।।
BJP Sarkar kam nai 2026 00000000
26 r agt bjpr pra lakhe lakhe congt jog dan kribo.
Ehotor dhori tou ulbu😂😂😂😂😂
Dol eri jabo ahibo, kintu hangbadiku ba chenel bohut misa posar Kora manuh bur beya paise.
B,J,P, Go. Back,
BJP sarkar strong ❤❤❤❤, right kolita sir , gela manuh bilak congress juwa, kongkal sarkar 😂😂😂
Tur bapar mur tô news
Bogori neki
Teo lokar onka mila nai
News sob borbat
BJP r rajyik xobhapotijon namarhe xobhapoti
Tumalukar Kam nai
00×00=00
সংবাদ মাধ্যমত এইবোৰ কি হৈছে.... প্ৰতিদিন Time নিচিনা নিউজ চেনেলেও যদি মিছা মাতে কেনেকৈ হব ! বিধায়ক বলীন চেতিয়া, সুৰেন ফুকন ৰমেন ডেকা আদিৰ দৰে নেতাই বাৰম্বাৰ স্পষ্টিকৰণ দিছে যে এইবোৰ সংবাদ মাধ্যমৰ মনে সজা গোকাত মিছা কথা তেওঁলোকে বিজেপি এৰি কলৈকো নাযায়... আজিকালি সংবাদ মাধ্যমে মিছলীয়া কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশতহে চলা অনুমান হৈছে.... !
Karma 🎉
নেতাৰ স্পষ্টিকৰণ আৰু বালিত মোতা একেই কথা...বিজেপিত যে সংঘাট চলিছে প্ৰতিদিনে নকলেও সাধাৰণ মানুহেও জানে..বাকী ফিউজ লাইভ চোৱা কিটাই প্ৰতিদিনক টাৰ্গেট কৰে
😂😂