একাংশ প্ৰধান শিক্ষক | Assamese Video | Rong Dhemali

Поделиться
HTML-код
  • Опубликовано: 8 фев 2025
  • Starring :Amir Hamja, Jesmine, Ruli Borah, Bikash ( Dipu), Bikash Borah
    Directed By : Amir Hamja
    Story : Ruli Borah
    Cinematography : Farid Ahmed
    ​Copyright Disclaimer Under Section 107 of the Copyright Act 1976, allowance is made for "fair use" for purposes such as criticism, comment, news reporting, teaching, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use. No copyright infringement intended.
    #assamesevideo #Awarnessvideo #educationalvideo

Комментарии • 42

  • @putulchgayan
    @putulchgayan 7 дней назад +8

    অপ্ৰিয় হলেও সত্য কথা ।

  • @pranabjyotisaikia1481
    @pranabjyotisaikia1481 5 дней назад +2

    সম্পুৰ্ণ সঁচা কথা

  • @gitabhuyan8983
    @gitabhuyan8983 6 дней назад +1

    . ভাল উদাহৰণ দেখুৱাইছে দেই। বহুত ভাল লাগিল।

  • @arunkumarnath94
    @arunkumarnath94 7 дней назад +6

    মাছ, মাংস আৰু কণী নামত পইচা নাহে। এজন ছাত্ৰৰ নামত 5.45 টকা আহে LP School ৰ ক্ষেত্ৰত , তাৰ পৰাই কণী খুৱাব লাগে। মই সহকাৰী শিক্ষক যদিও কিমান টকা আহে জানো। কিন্তু সেইখিনি টকা যদি কোনোবা শিক্ষকে খাইছে তেওঁৰ হৈ বিহিত ব্যৱস্থা লব পাৰে।

  • @arjunmaharathi
    @arjunmaharathi 3 дня назад

    tet set master keitar khub gaat lagise

  • @rinadekabarman
    @rinadekabarman 7 дней назад +3

    Ekdom xosa kotha koise apunaluke. Aibur mastorok enekoi jaron dibo lage. Val lagil videotu sai ❤

  • @thecomadyvlog-h6d
    @thecomadyvlog-h6d 7 дней назад +3

    ভাল লাগিল

  • @rakeshbora8864
    @rakeshbora8864 7 дней назад +4

    আজি কালি চৰকাৰি মাস্তৰে গুৰুত্ব নিদিয়া বহুত কঠা আছে । লৰা ছোরালীক পিটিলেও দাৰ কুঠাৰ লৈ পাই যাবগে স্কুল 🙏🙏🙏🙏

  • @Trishasarma78
    @Trishasarma78 7 дней назад +3

    Bah 👍

  • @syedaahmed784
    @syedaahmed784 7 дней назад +2

    Bhal lagil

  • @PoundCake-v6i
    @PoundCake-v6i 7 дней назад +3

    ❤❤

  • @assamfirebase6892
    @assamfirebase6892 7 дней назад +2

    ভাই হত চৰকাৰে প্ৰধান শিক্ষক কেইটাক আল বাল কামত লগাই কেনেকৈ নাকত ধৰি চাকত ঘুৰাই আছে আগত তাৰ খবৰ লবি। আজিকালি প্ৰধান শিক্ষক হোৱা আৰু টেনচন এগাল গোটাই হাইপ্রেশাৰ ডায়েবেটিচ হৈ মৰা একেই কথা।। হেডমাস্টাৰ কেইটাক সুধি চাবি কেতিয়া ৰিটায়াৰ হৌ কেতিয়া ৰিটায়াৰ হৌ তাকে ভাবি জীবন পাৰ কৰিছে।।।।

  • @dilipsarmah3428
    @dilipsarmah3428 7 дней назад

    Best acting with a good message

  • @facebookwrongpassword8674
    @facebookwrongpassword8674 7 дней назад +2

    kolia dokiat atia head master.
    5:54

  • @pankajkaushik9043
    @pankajkaushik9043 7 дней назад +3

    Jiban sir amar Amir ka ajipa Jiban sir bulie matim😂

  • @AtulGogoi-k7n
    @AtulGogoi-k7n 5 дней назад

    চৰকাৰী বিদ্যালয়ৰ ল'ৰা ছোৱালী পঢ়া-শুনাত বেয়া হোৱাৰ কাৰণ অকল শিক্ষাগুৰু নহয়, ইয়াত আমাৰ অভিভাৱকৰো দায়িত্ব পালন কৰিব লাগিব, আমাৰ দিনত শিক্ষকে কোবালে পিতৃ মাতৃক ক'লে ওলোটাই আমাকহে পিটে, আজি কালি আকৌ দা লাঠীলৈ গৈ অভিভাকে শিক্ষা গুৰকহে পিটে, তেনে স্থলত চৰকাৰী বিদ্যালয়ৰ ল'ৰা ছোৱালী বেয়া হোৱাৰ মুল কাৰণ ক'ত চাওক,

  • @rudrasaikia599
    @rudrasaikia599 7 дней назад +2

    Very beautiful video,I like it

  • @DimbeswarBora-je5sz
    @DimbeswarBora-je5sz 7 дней назад +2

    ভাল লাগিল। ভিদিঅ। টো

  • @dekavideos6404
    @dekavideos6404 6 дней назад

    Baki jie nhouk koliya da head master

  • @SumonBora-vt1wz
    @SumonBora-vt1wz 7 дней назад +3

    ihote school loli oha sarkari poisa bilaku khaineki mur sondeh he hoy

  • @JagatLalung-v7t
    @JagatLalung-v7t 6 дней назад

    ❤❤❤🎉🎉🎉

  • @bipulgayan9692
    @bipulgayan9692 6 дней назад +1

    আপোনালোকৰ ভিডিও সমূহ ভাল পাইছিলো, কিন্তু এইটো ভিডিও ৰ দ্বাৰা ভুল বাৰ্তা দিয়া হৈছে। সমৰ্থন কৰিব নোৱাৰিলো।

  • @girishchandrasharma5023
    @girishchandrasharma5023 7 дней назад

    মধ্যাহন ভোজনৰ তথ্য খিনি ভালদৰে জানি ল'ব লাগিছিল কাৰন সপ্তাহত প্ৰতি বুধবাৰে এটাকৈ কনী দিব লাগে // প্ৰতি মঙ্গল বাৰ আৰু শনিবাৰে খিচিৰী দিব লাগে / মাছ মাংস চৰকাৰে খুৱাবলৈ অনুমতি দিয়া নাই // শিক্ষাৰ ক্ষেত্ৰত কোৱা খিনি ভালেই লাগিল //

    • @prashannadas164
      @prashannadas164 6 дней назад

      তেওঁলোকে নাজানে ভিডিঅ'টো উপস্থাপন কৰিব লাগে কৰিছে আৰু
      মধ্যাহ্ন ভোজনৰ সাপ্তাহিক তালিকা খনৰ বিষয়ে জ্ঞান নাই। দায়িত্ব লʼম বুলি কোৱা কেইজনক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিমান সহজ বুলি ভাবিছে ইমান সহজ নহয়। চৰকাৰী বিদ্যালয়ত যিবোৰ সমস্যা আছে সেইবোৰ উপস্থাপন কৰক। এজন বা দুজন শিক্ষকে ৬টাকৈ শ্ৰেণীৰ পাঠদান কৰিব লগা হয়। ব্যক্তিগত শিক্ষানুষ্ঠান এজন বা দুজন শিক্ষকে ৬টাকৈ শ্ৰেণীৰ পাঠদান নকৰে। বাকী অভিনয় চায় ভাল লাগিল।

  • @prashannadas164
    @prashannadas164 6 дней назад

    তেওঁলোকে নাজানে ভিডিঅ'টো উপস্থাপন কৰিব লাগে কৰিছে আৰু
    মধ্যাহ্ন ভোজনৰ সাপ্তাহিক তালিকা খনৰ বিষয়ে জ্ঞান নাই। দায়িত্ব লʼম বুলি কোৱা কেইজনক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিমান সহজ বুলি ভাবিছে ইমান সহজ নহয়। চৰকাৰী বিদ্যালয়ত যিবোৰ সমস্যা আছে সেইবোৰ উপস্থাপন কৰক। এজন বা দুজন শিক্ষকে ৬টাকৈ শ্ৰেণীৰ পাঠদান কৰিব লগা হয়। ব্যক্তিগত শিক্ষানুষ্ঠান এজন বা দুজন শিক্ষকে ৬টাকৈ শ্ৰেণীৰ পাঠদান নকৰে। বাকী অভিনয় চায় ভাল লাগিল

  • @SumonBora-vt1wz
    @SumonBora-vt1wz 7 дней назад +4

    Take kole sarkari mastore laaj pai

  • @Popcorngaming072
    @Popcorngaming072 7 дней назад +1

    KOTHA KHAR NHUA NHOI ...AIBILAK AASOLOTE SARKAR R DUKH JIMAN JI KOLEW...CM R NIJOR MAIKIA JODI PRIVET SCHOOL SOLAI TO GOVMNT SCHOOL R TEACHER A KI KORIBO 😅

  • @KalyanSaikia-g6b
    @KalyanSaikia-g6b 7 дней назад +2

    😂😂😮😮

  • @Cutebabyvideohere
    @Cutebabyvideohere 7 дней назад +2

    Vitoror kotha nojona k vdo bonaise ...moi apunalukor sob vdo sao kintu beya paisu...kolia dar holoni ejon hosa mastor r interview lole vitoror kotha gom pale heten ..hosa k beya paisu

    • @prashannadas164
      @prashannadas164 6 дней назад +1

      They have made videos but they have no knowledge of school policies and guidelines.

  • @BinitDutta-j3g
    @BinitDutta-j3g 5 дней назад

    Are sorkaror agot kobi sikkhokok tenneke kobo napay

  • @RamenDas-ft1yq
    @RamenDas-ft1yq 7 дней назад +1

    Agote maa deoutai gurutta disil mobile tv nasil.okal mastarak doxh dile nahab .

  • @JdbdNzbxhs
    @JdbdNzbxhs 6 дней назад +1

    Nai aitu bhal massage huwa nai. Teacher aru gurjenor relationship bhal holehe lora suwali pohiba pariba

  • @SumonBora-vt1wz
    @SumonBora-vt1wz 7 дней назад +4

    Maamai sarkari mastore bilakor inquiry koribo lage

  • @RAHUL1975AMIN
    @RAHUL1975AMIN 6 дней назад

    Dilse Selut 🙏

  • @rohitsblog9989
    @rohitsblog9989 7 дней назад +5

    Wrong message..

  • @mukutgogoi7276
    @mukutgogoi7276 5 дней назад +1

    Wrong message