শিশু ভাওনা || সীতা হৰণ : বালিবধ || শিশু আদৰ্শ সমন্বয় নাট্যগোষ্ঠী-বৰহাট || anupom bitupon || vauna

Поделиться
HTML-код
  • Опубликовано: 7 фев 2025
  • সৰ্বানন্দ সিংহ নগৰ নামঘৰ পৰিচালনা সমিতিৰ সৌজন্যত সৰ্বানন্দ সিংহ নগৰ নামঘৰ যুৱ সমাজৰ উদোগত নৱৰঙ্গ নাট্য গোষ্ঠী, তিনিচুকীয়া আৰু বৰগুৰি বাসী ৰাইজৰ সহযোগত শিশু ভাওনা দিহানাম প্ৰতিযোগিতা ।
    দ্বিতীয় দৰ্শনীৰ নাট-সীতা হৰণ : বালিবধ
    শিশু আদৰ্শ সমন্বয় নাট্যগোষ্ঠী-বৰহাট
    স্থান-স্থান-সৰ্বানন্দ সিংহ নগৰ নামঘৰ, বৰগুৰি, তিনিচুকীয়া
    তাৰিখ-১৭ মাৰ্চ,২০২৩ ( শুক্ৰবাৰ )
    উদযাপন সমিতিৰ সকলো বাপ বান্ধবৰ লগতে দৰ্শন বৃন্দ আৰু ভাওনাৰ শিল্পী সকললৈ অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা সেৱা নিবেদন কৰিছো... জয় গোবিন্দ কৃষ্ণ
    জয় গুৰু শংকৰ
    #anupombitupon #vauna #bhawna #bhaona
    #sita_haran #sita_haran_bali_badh
    #Hita_haran

Комментарии • 103