Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
হিমন্তৰ সম্পত্তিৰ পৰিমান ১৭কোটি, মাইকী জনীৰ কিমান কোটি টকা আছে থিক নাই । বাগান ,স্কুল, মাটি ,কোম্পানী, নিউচ চেনেল, বিভিন্ন প্ৰতিষ্ঠান আদি ধৰিলে হাজাৰ কোটি পাৰ হয় যাব । ২০২৬ ত জিকিলে বামুনে অসম খন নিজৰ কৰি লব ।
বিজেপি চৰকাৰে মিটিঙৰ ৰভাৰ নামত ৰাইজৰ ধন অকাৰনে শেষ কৰা বুধি উলিয়ায় থাকে ।
Salute the news channel pratidin time .
সুন্দৰ মন্তব্য দাদা
অসমীয়া স্কুল বোৰ বন্ধ কৰাৰ বাবে ছাত্ৰছাত্ৰী দুৰণিলৈ যাব নোৱাৰিও স্কুল এৰিছে,
হিমন্ত বিশ্ব শৰ্মাক পাৰিলে ধন্যবাদ দিব লাগে। কাৰণ তেওঁ যিটো বিছাৰিছিল সেইটোৱে হৈছে। ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ অচিলা লৈ চৰকাৰী বিদ্যালয় ক্ৰমে বন্ধ কৰিবলৈ লোৱাতেই গম পোৱা গৈছিল যে অসমৰ শিক্ষা খণ্ডৰ শ্মশান যাত্ৰা আৰম্ভ হ'ল! নিম্ন বিত্ত ঘৰৰ ঘৰৰ ল'ৰা ছোৱালী মূৰ্খ হৈ থকাটোকে তেওঁ বিছাৰে আৰু তাত সফলো হ'ল। ৩১ সংখ্যক স্থান নহয়, কিছুদিন পিছত অন্তিম স্থান লৈকে অৱনমিত হ'ব!
গৌৰৱ গগৈ জিন্দা বাদ কংগ্ৰেছ জিন্দা বাদ ৰিপুণ বৰা জিন্দা বাদ
চৰকাৰী বিদ্যালয়ৰ বন্ধ কৰিছে। টকা ভৰি বেচৰকাৰী বিদ্যালয়ত পঢ়াবলৈ টকা নাই ।
অসমৰ স্থান ক'ত আছে সেইটো ইমান ডাঙৰ কথা নহয়, নিজৰ স্থান কিছু ওপৰত (নবম) আছে, সেইটো অন্ততঃ আমাৰ গৌৰব। আমি আশা ৰাখিছো নবমৰ পৰা স্থান উন্নত হৈ প্ৰথম, দ্বিতীয় হৈ আমাক গৌৰবান্বিত কৰিব ।
Right
গৌৰৱ গগৈ জিন্দা বাদ কংগ্ৰেছ জিন্দা বাদ 🖐️🖐️
Shiksha Setu portal huwa babehe dropout dhora porise
হওক তেও , এই ক্ষেত্ৰত অন্ততঃ অসম ১ম স্থানত আছে !!
Ripun Bora EM hai thakute bhaldare teacher appointment dib nuwarile
ডিমৰীয়াত চিমেন কাৰখানা স্থাপন হৈ আছে আৰু মৰিশালি পৰিনত কৰিব হব। ।চৰকাৰৰ চিন্ডা নাই ।
31 নম্বৰ হে হ'লগৈ নি 😂😂😂
Laj lage R borar kotha xni dhat sup sap thak.
তিহাৰ জেলত থকা মানুহে কি জানিব? তৃণমূল কংগ্ৰেছৰ ওচৰত গৈ একো নেপাই আকৌ দৌৰী আহিছে কিবা পাব পাব বুলি কংগ্ৰেছলৈ। এইজনে এতিয়া বৰ ডাঙৰ কৈ তাল ফাল লগাই আছে, যাতে ৰাহুল আৰু ছোনিয়া গান্ধীৰ কাণত পৰে।
B j p jindabad
তৰুণ গগৈ ডাঙৰীয়াই উঠীৰজা বহিৰজা কৰিছে থৈছে বাবেহে ভিক্ষাৰী হ'ব লগা হৈছে।
2026 Sotu BJP jikiboi
Tor Dore gabar bore diba mal thakile he😅
Andha voktoh,adin bujibi himontoh ki
অসমত কি কৰিছে ৰাইজে দেখিছে কংগ্ৰেছে দেখানাই ছাগে😅😅😅😅😅😅😅😅😅৷যিমানেই যি ভকি তাক বিজেপি বাদে ৰাইজে কোনো কাৰনতে কংগ্ৰেছক নিদিয়ে৷ লাগিলে অখিলক ভোট দিব কংগ্ৰেছক নিদিয়ে
বহুত লেকচাৰ শুনিলো, পিচে বেলেগকথা নকও এ পি এচ চিত আৰু অন্যান্য নিযুক্তিত কি কৰিচিল। কেইটামান টকাৰ বিনিময়ত চাকৰিয়ালক বদলি, ভূক্তভোগী হৈচিলো কাৰনে কৈছো।
Apuni যোৰহাটত যি কি কাম আৰম্ভ কৰিছে জনাবচোন
Andhbhakt is back

অসমত কি কৰিছে ৰাইজে দেখিছে কংগ্ৰেছে দেখানাই ছাগে😅😅😅😅😅😅😅😅😅৷
যিমানেই যি ভকি তাক বিজেপি বাদে ৰাইজে কোনো কাৰনতে কংগ্ৰেছক নিদিয়ে৷ লাগিলে অখিলক ভোট দিব কংগ্ৰেছক নিদিয়ে