Actually in contemporary time... There is no Assamese Author as good as and as widely read as Ranju Hazarika. I doubt after Ranju Hazarika there will be another one in the future. He is an Enigma. Though very simple in his appearance and easy going in nature, mildly spoken.... But his Pen was opposite..!!! It can be spine chilling at times...!!! Whenever we opened his book in the childhood, always his name came to our mind first then the content of the book.... His name itself brought some thrill... created mindset in us whenever we read his book😀😀😀 Wish him long life and best of health. 🙂🙂🙂
Many thanks to NK TV ad B D Phukan for interviewed Ranju Hazarika . Focused on hís life and writings always inspirational and he is a complete chapter of Assamese detective literature.Hís works and way of thinking amazing like a real life detective. Wishing good health both of you ...........
ছাৰ , মই এক সময়ত আপোনাৰ বিস্ময়ৰ গল্পসমুহ পঢ়ি খুব ভাল পাইছিলো l আজি মোৰ বয়স 56 l মই এতিয়াও সেই গল্পৰ ৰহস্যৰ অনুৰণন অনুভৱ কৰো I ভগৱানৰ ওচৰত আপোানাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ I
Thanks a lot to NK tv. For introducing the living legend and extraordinary litarateour Sire Ronju Hazorika. May the omnipotent exhort him! And long live NK tv.
He is World BEST💯 suspense, thriller, romance❤🌹❤etc.etc. story Writer, Gog Blessed Ranju Hazarika. 👍Don't worry we are all Assamese people with you 😍🥰🙏🙏🙏Thanks❤
An octogenerian now;I was crazy of his writings since my childhood.Glad to see Sri Ranju Hazarika through your interview.Till today have been trying to see his face.A superb interview of a renowned Assamese writer.Thank you.God bless Sri Ranju Hazarika with good health, peace and happiness.
NK tvik krityagota jonalu Ohomor oti jonopriyo rohoishyamoi biyokti likhok u hahityik shrodheyo Ronju Hazorika debok apunalukor channelor jugedi sinaki kori diyar babe. NK tv aru Manonio (Sire) Ronju Hazorika deb dirghayu howk.
ইটিউবত হাজৰিকা দেৱক দেখা পাই ৫০বছৰতকৈ আগলৈ মনত পৰিগল।।।godbless you।
আজি ২৬"বছৰৰ আগতে তেখেতৰ কিতাপ পঢ়ি পঢ়ি বিদ্যালয় কিতাপ বাদ দিছিলোঁ আৰু তেখেতক তেতিয়া চাবলৈ খুব মন গৈছিল।আজি এই চেনেলৰ যোগেদি দেখা পালো।তেখেতৰ দীঘায়ু কামনা কৰিলোঁ ধন্যবাদ।
তেখেতলৈ প্ৰণাম জনালো । ৰঞ্জু হাজৰিকা দেৱক চিনাকি কৰাই দিয়াৰ বাবে আপোনাক ধন্যবাদ জনালো ।
ৰঞ্জুু হাজৰিকা দেৱক যথোচিত সন্মান প্ৰদান কৰাটো চৰকাৰৰ এক গভীৰ দায়িত্ব বুলি মই ভাবো || ধন্যবাদ ||
হাইস্কুলত পঢ়ি থকা সময়ত নিজৰ পাঠ্যক্ৰম কিতাপৰ তলত ভৰাই হলেও আপোনাৰ কিতাপখন পঢ়ি শেষ কৰি শান্তি পাইছিলোঁ, এনে ধৰণৰ কাৰ্যৰ বাবে ঘৰৰ পৰা কিমান যে মাৰ খাইছিলোঁ এতিয়াও মনত পৰে। উপন্যাস পঢ়াৰ আৰম্ভণি বা উপন্যাসৰ ৰস আপোনাৰ কিতাপৰ যোগেদিহে পাইছিলোঁ। মই মেট্ৰিক পাছ কৰাৰ পাছত ৰেডিঅৰ এটা সাক্ষাৎকাৰ তহে আপোনাৰ বিষয়ে প্ৰথম জানিব পাৰিলোঁ, তাৰ আগত আপুনি নাৰী হিচাপে মনৰ মাজত আপোনাৰ মনৰ ভাৱ বোৰ অনুভৱ কৰিছিলোঁ। আপুনি এগৰাকী বহুত সাহসী নাৰী বুলি ভাবিছিলোঁ। যি কি নহওঁক আপোনাক দেখি ভাল লাগিল, লগতে সাক্ষাৎকাৰ লোৱাৰ বাবে আমাৰ দাদা বশিষ্ঠদেৱ ফুকন ক আন্তৰিক ধন্যবাদ জনালো।
জুলু পঢ়ি স্কুলত চিঞৰি চিঞৰি কান্দিছিলো।
You are absolutely right 👍
ষষষষষষ্টষ্ট
Bohut val pau apunak....aje he dakhilu....val lagel
।च् ब्
इन्फ्रा च नाव को
আপোনাক আজি 40 বছৰৰ পিছত দেখা পাই ভাল লাগিল আপোনাৰ উপন্যাস পঢ়ি থাকোতেই কিবা এটা ভাল লাগে তাক বৰ্ণনা কৰিব নোৱাৰি আপোনাৰক ঈশ্বৰে মঙ্গল কৰক ধন্যবাদ দাদা
*ৰঞ্জু হাজৰিকা* দেৱৰ সাক্ষাৎকাৰ চায় বহুত ভাল লাগিল। ধন্যবাদ!
Sir god bless you
Mur prio lekhok jon..apunar hu swathyo aru dirghaiu kamona korilu logote nktv loyu okeh dhonyobad ei onusthantur babe..
Bismoi maane ranju hazarika sir.khub val lagesle sir r golpo padi.🙏🙏🙏.
Dhanyabad NK tv
বহুত ভাল লাগিল।
আপোনাৰ সাক্ষাৎকাৰ অনুষ্ঠানতু চাই বহুত ভাল লাগিল। ভগৱানে আপোনাক দীঘায়ুকৰাৰ লগতে লিখিবলৈ থকা বাকী কিতাপ সম্পূৰ্ণ কৰাত সহায় কৰে যেন।
Hoy
এটি সময়োপযোগী সাক্ষাৎকাৰৰ ... ৰঞ্জু হাজৰিকা দেৱ বৰ্তমানেও প্ৰাপ্য বঁটাৰ পৰা বঞ্চিত হৈ আছে ।
Yes you are right,
ৰহস্যময়ৰ ৰহস্য বহুদেৰিকৈ উন্মোচন হৈচে তথাপিও গুণীয়ে গুণৰ মান পোৱা উচিত ।
@@anantabora6225 akmot
ছাৰ নমস্কাৰ, আপোনাৰ কিতাপ মই ক্লাছ ছিক্স ৰ পৰাই পঢ়িছোঁ,, তাৰ ভিতৰত ভয় লগা ভাল লগা কিতাপ খনে মোৰ আজিও ৰাতি ভয় লাগে মনত পৰিলে =ৰক্তিম অৰ্তনাদ , হেই হাত খনৰ কথা,,, ছিৰিজ আছিল
I have heard of you since my school days.you are exceptional .
Seè
Good to see respected Ranju Hazarika sir .......Thank u Nktv...
Bahut.val.lagil
Aji prothom dekhilu sirk🙏❤️
Thank you sir,I loved very much to Hazarika Sir, Long live Ranju Hazarika Sir........!!!
বৰ আচর্য্যজনক ব্যক্তি, লেখক, ছাৰৰ সুস্বাস্থ্য কামনা কৰিলোঁ
সচা কথা .মইও ছোৱালী বুলি ভাবিছিলো .আজিহে গম পালো ভাল লাগিল .সচাই আপোনাৰ লিখাবোৰ পঢ়ি ভয় ভয় ভাৱ হৈছিল . বৰ ভাল পাও পঢ়ি
Apunak dekhi bhut val lagil
অত্যন্ত জনপ্ৰিয় সাহিত্যিক গৰাকীৰ জীৱন কথা জানিব পাৰি বৰ ভাল লাগিল। প্ৰথম বাৰৰ বাবে জানিব পাৰিলো। আকৌ হাতত কলম তুলি লওক।দীঘায়ু কামনা কৰিলো।।।।
মোৰ এজন প্ৰিয় সাহিত্যিক ৰঞ্জু হাজৰিকা। তেখেতৰ জীবন যাত্ৰাৰ কথাবোৰ শুনি ভাল লাগিল। ভগবানে তেওঁৰ মংগল কৰক। 🙏
প্ৰিয় 🙏
শৈশৱ কালতে পঢ়া অতি জনপ্ৰিয়তা থকা ৰহস্য লেখক ৰঞ্জু হাজৰিকা দেৱক NK TV ৰ জৰিয়তে দৰ্শন কৰিবলৈ পাই খুব ভাল লাগিল । তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘাও কামনা কৰিলোঁ ।
তিৰস্কাৰ পুৰস্কাৰলৈ পৰিবৰ্ত্তন হোৱাৰ অনন্য উদাহৰণ ৰঞ্জু হাজৰিকা দেৱ ।
Akmot
Thank you for your best effort to write so many Books for us, may God bless you.
ভাল লাগিল বহুত । ভগবানে আপোনাক দীঘায়ু কৰক।
এসময়ৰ মোৰ প্ৰিয় লেখক জন ভগৱানে দীৰ্ঘায়ু কৰক ।নিজা কিতাপৰ মাজত লুকুৱাই উপন্যাস পঢ়ি ঘৰত মাৰ খাইছিলো পৰীক্ষাৰ সময়ত । বহুত ভাল লাগে হাজৰিকাদেৱৰ ৰহস্য উপন্যাস সমূহ ।
Hoy
এটা সময়ৰ মোৰ জনপ্ৰিয় লেখক ।
Dada apunar upoja dinot bhogobanor usorot prarthona jonalu,dirghayu,xu swastha kamona korilu
Actually in contemporary time... There is no Assamese Author as good as and as widely read as Ranju Hazarika. I doubt after Ranju Hazarika there will be another one in the future. He is an Enigma. Though very simple in his appearance and easy going in nature, mildly spoken.... But his Pen was opposite..!!! It can be spine chilling at times...!!! Whenever we opened his book in the childhood, always his name came to our mind first then the content of the book.... His name itself brought some thrill... created mindset in us whenever we read his book😀😀😀 Wish him long life and best of health. 🙂🙂🙂
Mur priyo sahityik Sir....
Me too.
ধন্যবাদ জনালোঁ আপোনাক ৰঞ্জু হাজৰিকা দেৱক পৰিচয় কৰি দিয়া বাবে ।ইমান দিনে তেখেতৰ পৰিচয়টো সাঁথৰ হৈ আছিল ।আজি বহুত ভাল
লাগিল ।
ভাল লাগিল
জন্মদিনৰ শুভেচ্ছা জনালো ৷দীৰ্ঘায়ু কামনা কৰিলোঁ
Mur anytom ejon priyo likhok. Kitap porhar abhyax tekhetor kitapor porai gorh loi uthisil. Dirghayu kamona korilu 🙏🙏🙏💓💓💓
Favorite ❤️❤️
দীৰ্ঘায়ু কামনা কৰিলোঁ.....
Aapune ja ateaau, aamar majot aase Jane bor Val lagel.God bless you.
কথা খিনি বৰ ভাল লাগিল।বহু বছৰৰ আগতেই কিতাপ সমুহ পঢ়িছো।আপোনালোকৰ চেনেলৰ জৰিয়তে এনে সুন্দৰ অনুষ্ঠান পাই ভাল লাগিল।
So simple, Ranju Hazarika Sir. Pray for his good health. Thank NK TV for interview.
Many thanks to NK TV ad B D Phukan for interviewed Ranju Hazarika . Focused on hís life and writings always inspirational and he is a complete chapter of Assamese detective literature.Hís works and way of thinking amazing like a real life detective. Wishing good health both of you ...........
Nice Creation RH.
So sweet your books.
Love u sir....lora hole o apuni bor dhuniya...... Apunar kotha bur bor val lage
বহুত সুন্দৰ অনুষ্ঠান
অলেখ শুভ কামনা👌🌿
মোৰ প্রিয় লেখক
Class 10 r pora apunar kitap main book r tolot rakhi prhisilu ...tetiyar pra apuni mur all time favourite...apunar likhoni ananya ❤
জনম দিনৰ শুভেচছা জনালো .আপুনি সুষঠ হৈ থাকক সদাই❤🎉❤❤🎉
Uponyash somrat...
Hoy
God bless you sir. I am proud of you.
Joy Ranju Hazarika Happy birthday your frecius book l also read your long live you 😮
❤❤❤
আগতে আমি পঢ়িছিলো আপোনাৰ কিতাপসমূহ ।এতিয়াও সেইবোৰ কিতাপ ৰাইজে আদৰি লব।পুনৰ সেইবোৰ কিতাপ প্ৰকাশ হলে বহুত ভাল হব।
Happy birthday sir
ছাৰ , মই এক সময়ত আপোনাৰ বিস্ময়ৰ গল্পসমুহ পঢ়ি খুব ভাল পাইছিলো l আজি মোৰ বয়স 56 l মই এতিয়াও সেই গল্পৰ ৰহস্যৰ অনুৰণন অনুভৱ কৰো I ভগৱানৰ ওচৰত আপোানাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ I
মই ৰঞ্জু হাজৰিকা দেবৰ এটা দ্বীপ সাতটা কবৰ পঢ়ি বৰ ভাল পাইছিলো,
First time dekhilu sirk vl lagil ❣️❣️❣️❣️
আপোনাক দেখা পাই ভাল লাগিল লিখনি বৰ ভাল পাওঁ
Aji bohu bosor paar hol..moi apunar kitap bor porichilu ...fm 1986 & after..tahani 2003 t mur likhonit..ketiyaba likhichilu..as gmch student,dr/mur jibonot ajiyo hei horu kalot poda kichhu.. avigyatabur ..mur personality ...aji apunar u tube view korar pichot kichu puroni ...aru heyehe..2 lines likhilu..u r the best @dr.ukb....9.30pm 6/8/21.dr.ukb
Sorute bohut porhisilu Ranju Hajarikar kitab.voyo lagisil bohut.Aji dekha pai xochai bohut val lagil.Suwali buli Vabisilu moio.Dekhar bohut essa asil ru lorane suwali confuse hoi asilu.
আপোনাক দেখা পায় বহুত ভাল লাগিছে।🙏 জনাইছো। আপোনাৰ ভাল জীৱনৰ কামনাৰে ধন্যবাদ জনাইছো 🙏💐☕🧀
""" God Bless You... Sir """
ৰঞ্জু হাজৰিকা ছাৰৰ দীৰ্ঘায়উ কামনা কৰিলো। তেখেতৰ জুলু নামৰ উপন্যাসখন মই আজিলৈকে সযতনে ৰাখি থৈছোঁ। অইন কোনোৱেই তেখেতক স্বীকৃতি নিদিলেও আমি পাঠক সমাজে হাজৰিকা চাৰক স্বীকৃতি দিছোঁ।
এসময়ত ৰঞ্জু হাজৰিকাৰ কিতাপ কেতিয়া প্ৰকাশ হব, বাট চাই ৰৈ আছিলোঁ। মোৰ অন্যতম প্ৰিয় উপন্যাসিক।
ছাৰ,,,, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো 🙏🙏🙏
হাজৰিকা দেৱক সহস্ৰ প্ৰণাম জনালো।
ৰঞ্জু হাজৰিকা অমৰ্ হওক , হাজৰিকা দেৱ অসমৰ অতি মূল্যৱান সম্পদ নবীন অসমৰ্ । ধন্যবাদ
Hoy
মই আপোনাৰ জেচন চিৰিজ পৱন চিৰিজ নন্দন চিৰিজ লগতে আপুনি লিখা সৰহ ভাগ উপন্যাস আদি অধ্যয়নক কৰিলো ।
Apunakdekhapai bahut val lagil.
Thanks a lot to NK tv. For introducing the living legend and extraordinary litarateour Sire Ronju Hazorika. May the omnipotent exhort him! And long live NK tv.
এটা সময়ৰ মোৰ প্ৰিয় লেখক ৰঞ্জু হাজৰিকাদেৱৰ সাক্ষাতকাৰ টো ভাল লাগিল । তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো ।
Ranjuda Bahubacharor murat aponak Tvr pardataruyou. Tube t. Sai. Khub. Val Palo Deepali deka
Bohut bhal lagil . Moiu ajon librarian . Ajon librariane tekhetok jedi kori bhal manuh korile. Amaru tene obhigyata bohu ase. dhonyabad
Happy birth day to you Dada.
Teu k saboloi khub mon asil.Aji ai channel r jugedi dikhilu.Thankss
হাজৰিকা দেৱক নেদেখা বহু দিন হল ,
টিভিত সাক্ষাৎকাৰটো চাইছিলো। আজি পুনৰ চালোঁ। তেখেতৰ কিতাপ এসময়ত পাগলৰ দৰে পঢ়িছিলোঁ। হয় , তেখেতে পাব লগা স্বীকৃতি পোৱা নাই। কিন্তু পঢ়ুৱৈৰ পৰা যিখিনি পাইছে সেইখিনি হয়তো বঁটা বাহন পোৱা বহুতে পোৱা নাই।
Hoy almot, kintu atiyaa ki hol, Facebook, What's up, tik tok aibure khokolu paahoraai pelaale nohoy jaanu.......
সঁচাকৈয়ে
🙏🙏🙏🙏 Krishna Krishna
I ❤ ronju sir
মই আপোনাক বাইদেউ বুলি ভাবিছিলো।দেখা পাই ভাল লাগিল।
He is World BEST💯 suspense, thriller, romance❤🌹❤etc.etc. story Writer, Gog Blessed Ranju Hazarika. 👍Don't worry we are all Assamese people with you 😍🥰🙏🙏🙏Thanks❤
Exactly
An octogenerian now;I was crazy of his writings since my childhood.Glad to see Sri Ranju Hazarika through your interview.Till today have been trying to see his face.A superb interview of a renowned Assamese writer.Thank you.God bless Sri Ranju Hazarika with good health, peace and happiness.
বহুত ভাল লাগিল সাক্ষাৎকাৰটো | স্কুলীয়া দিনত পঢ়া সময়ত ,পঢ়া কিতাপৰ মাজত সোমোৱাই পঢ়িছিলো ৰঞ্জু হাজৰিকাদেৱৰ কিতাপ, পাফু চিৰিজ, দস্যু ভাস্কৰ আদি কিতাপবোৰ ... কাৰণ পঢ়াৰ সময়ত বাহিৰা কিতাপ পঢ়িবলৈ নিদিছিল..
Me too
চাৰ আপোনাক আজি হে দেখিলোঁ , বহুত ভাল লাগিছে , আপোনাৰ বহুত কিতাপ পঢ়িলো বহুত ভাল লাগিছিল জীতু নীতু , জেচন চিৰিজ মাহে মাহে পঢ়ো আকৌ কিবা বিছাৰ কাহিনী অদৃশ্য শক্তিৰ কাহিনী কিযে ভাল লাগিছিল লগৰ কেইজনীৰ লগত ক্নাছ নে থাকিলেই আপোনাৰ কিতাপ পঢ়া আৰাম্ভ বেলেগ কাম নাই আৰু , ধন্যবাদ থাকিল চাৰ , আপোনাৰ দীঘআয়ুস কামনা কৰিলো ।
Kintu atiyaa Facebook, what's up, tik tok aibure khokolu paahoraai pelaale, nohoy jaanu.......
আপোনাৰ কিতাপ পঢ়ি ভাল পাওঁ
Moi Ronju Hazarika r Kitap pohi khub Val pau.Mur Ma r favourite writer Ronju Hazarika aru muru.
Mur khokolutkoy priyo likhokjonei hoyse Ranju Hazarika mohaakhoy.
Aaje Ronju Hajoreka dabok dakhe bor val lagel.
Apunar kitap porhi bhal lage,Dhanaybad Janalu.
teor onagot dinbor jate xukalame gutanugatik goi thake tare kamonare , lagate bakhistadevk hahut hahut dhanyabad.
Sir 🙏
One of my favourite detective story writer, God bless you sir
Val lagil sir.. r bikhye janjb pai
😍
ছাৰ,মই ক্লাছ এইটৰ পৰাই আপোনাৰ অনুৰাগী । সেই সময়ত স্কুলৰ ক্লাছৰ সময়ত ভলকান্ ছিৰিজ ,ৰক্তীম আৰ্তনাদ আদিৰ দৰে আপোনাৰ লিখনিসমূহ পঢ়ি ইমানেই আপ্লুত হৈছিলোঁ যে কেতিয়া ক্লাছ শেষ হৈছিল গমেই পোৱা নাছিলো । আপোনাক ধন্যবাদ । সেই সময় আকৌ ঘুৰি আহিবনে ?
My best favourite writer Ranju da
NK tvik krityagota jonalu Ohomor oti jonopriyo rohoishyamoi biyokti likhok u hahityik shrodheyo Ronju Hazorika debok apunalukor channelor jugedi sinaki kori diyar babe. NK tv aru Manonio (Sire) Ronju Hazorika deb dirghayu howk.
তেতিয়া মই অষ্টম শ্ৰেণীত ছাত্র। নিজৰ কিতাপ বোৰ পঢ়িলে খুব টোপনি আহে আৰু পঢ়িব মন নাযায়।মোৰ ডাঙৰ ককাইদেউ মুৰৰ শিতানত ৰঞ্জু হাজৰিকা দেৱৰ এখন কিতাপ পঢ়ি ৩ দিন শুব পৰা নাছিলোঁ।প্ৰতিটো চৰিত মোৰ মনত ভাঁহি আহিব ধৰিছিলে আৰু বাহিৰা কিতাপ সেয়াই আৰম্ভণি আজিলৈকে পঢ়ি আছোঁ।ধন্যবাদ মহাশয়।
Hoy akmot
Hiya Hina Priya,,,,. Porhi. Bhut. Val paiso
আপোনাৰ উপন্যাস স্কুল ত পঢ়ি থাকোতেই বহুত পঢ়িছিলো