Apunar aru apunar ssamir dore manuhar karne ai prithibit morom vlpowa bikha jiyay ase. .apunak akhekh dhanyabad Baideo. .apunar ssamik Ki buli kom vakha nay . .apuni jen saday anekuwa KY ag barhi Jay. .vagaban saday ase apunar lgt seya hyse apunar ssami
I'm wordless hey God very very thank you . My mother also suffered this situation .i can't explain God always help you fo r ur happy life many many love you baa. Stay happy keep smiling . 🙏🙏🙏🙏🙏
প্রথমে আপনাকে অসংখ্য ধন্যবাদ জানাই। এত বড় এক্সিড্নেটের পরেও আপনি এই জায়গায় এসে দাঁড়িয়েছেন। দ্বিতীয়ত আপনার স্বামীকে সেলুট জানাই । আপনার মত স্বামী যেন প্রত্যেক মেয়ে মানষের ভ্যাগ্যে জুটে। এত কিছু ঘটনার পরেও আপনি এই জায়গায় এসে পারফরম্যান্স করেছেন। এটাই সব থেকে বড় কথা। আপনাকে দেখে প্রত্যেকটি মানুষের জীবন যুদ্ধে জয়ী হওয়ার প্রেরনা জাগবে।এটাই আশা করছি। !!!ধন্যবাদ!!!
Agoteu sai su aji ako salu video to... Bow joni Bohut Morom loga....xosa monor xahokh takhile aru Logot xahokh diya manuh thakile Xokolu xomvob hoi pore...❤️❤️❤️
Eman ATA hidoi.bidarok ghotona xuni bht duk lagil Allah hor usorot dua korisu bideu goraki xusto thakok kuk hole thakok teu visora dhorone jibon to t hukhi Hok tare kamona korilu
দুখজনক কাহিনী।আপোনাৰ আৰু আপোনাৰ শ্বামীৰ মনৰ দৃঢ়তাক প্ৰণিপাত জনালো । ভগৱান সহায় হ ওক।
।
অসমৰ প্ৰতিগৰাকী শিশু, কিশো, হালুৱা, ৰোৱণি, দাৱণি, নাচনি বোৱাৰী সকলোৱে🏵 এনেদৰেই জীৱন জুযত জয়ী হৈ সংগ্রাম কৰি নিজৰ দেশীয় ভাষা সংকৃছটি জীয়াই ৰাখিৱই লাগিৱ সকলো অসমীয়া ই আমি ধন্যবাদ জ্ঞাপন কৰিলো🏵 ৰংৱই ৱই।🎉
সচাই মর্মস্পর্শী।আপোনাৰ স্বামীদেৱক শতকোটি প্রণাম।
Anekuway """Sami"""jgtt hday pithibit jiyay thakib Lage,aru apuni bhut""Vaghjybti ""Nari❤️❤️❤️👍👍
প্ৰায় দুবছৰ ধৰি এই হৃদয়স্পৰ্শী কাহিনীৰ Videoটো বিচাৰি হাবাথুৰি খাইছিলোঁ , আজি পাই গলোঁ ।
জীৱনৰ ইমান কঠিনতাৰ মাজতো সাহসেৰে জীৱন যুঁজত অৱতীৰ্ণ হোৱা মাহীগৰাকীৰ সাহস দেখি সঁচাই অনুপ্ৰাণিত হৈছোঁ ❣️।
ঈশ্বৰে আপোনাৰ মঙ্গল কৰক 🙏🏻🙏🏻
Ak bossr he hoise dekhn upload dia...
@@k-popstars4810 moi story tu last year April t hunisilu ,
So, almost dubosor hoiye gol sunn
Umm... ate 1 year agte dia asil... xei bbe vbilu
Moiu bisari asilu aji plu...xosakoi bht kndilu xuni
অতি সুন্দৰ
এক সচাঁ জীৱন্ত কাহিনী।সচাঁকৈ আপোনাৰ প্ৰচন্ড মনোবল,সাহস আৰু আপোনাৰ স্বামীৰ মানৱীয়তাত মৃত্যুও হাৰ মানিবলৈ বাধ্য হ'ল।অনাগত দিনবোৰ অধিক সূখী হ'ওক তাৰে কামনা কৰিলো।
😊😊
সচাকৈ অতি মমান্তিক আৰু দুখজনক আপোনাৰ জীৱন কাহিনী । দুখ লাগিল শুনি। বা আপোনাৰ দীঘায়ু কামনা কৰিলো।
Krishna প্ৰভু ভগৱন্তই আপোনাক কৃপা কৰক কৃষ্ণ 👍🙏
বা, তোমালোক সদায় শান্তিত থকা । তোমাৰ স্বামী লৈ শত কোটি প্ৰনাম , তেওঁ হে প্ৰকৃত মানুহ।
👍❤️😂❤️❤️❤️👍👍👍👍👍
Really
👌
100%True.
Right
Acharit lagise...heijon swami...teoloi bohut pranam jonaisu...moromor majot manuh jiai thake..swami stree ki hombondha..teolukor hombondha asol ardha angor hombondha..teoluk hodai adarkha hoi robo. Hadai shanti aru moromore par houk teolukor jibon. Bhagabane teolukok kukhale rakhok.
বা আপোনাৰ কথা খিনি শুনি থাকোতে আপোন লগত ঘটা ঘটনাৰ ছবিখনৰ মনলৈ আহি গৈছে।এনেকুৱা লাগিছে মই যেন চকুৰে গোটেই খিনি দেখিহে আছো।
Oh my God! Don't cry please. ইমান ভাল স্বামী তোমাৰ। তোমাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে তুমি সদায় সাহসৰ প্ৰতীক আৰু দীৰ্ঘজীৱি হোৱা। 😢❤❤❤
Subscribed my channel and watch my vedio ...I will subscribed you.
*সচাকৈয়ে চকুপানী ওলাই গল । কিমান যে মৰ্মান্তিক ঘটনা, আপোনাৰ স্বামী তথা ভগৱান স্বৰূপ তেওঁক বহুত ধন্য প্ৰদীপ*
কথা খিনি শুনি বহুত দুখ লাগিল , ভগৱানৰ ওচৰত এটা অনুৰোধ দিতিয় বাৰ কাৰো এনে নহওঁক
ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে বুলি এটা কথা আছে নহয় তোমাৰ লগত সেই টোৱেই হল ভগৱান ক বিশাস ৰাখি আগবাঢ়ি যোৱা
কথাখিনিয়ে কন্দুৱালে, ভগৱান ৰে আছে প্ৰমান এইয়াই,লগতে স্বামী ভগৱানৰ প্ৰতীক আগুৱাই যোৱা আশীষ যাচিলো তোমালৈ ❤️❤️❤️❤️❤️
আপুনি আমাৰ সাহস প্ৰতীক।।।। বিহু ধুনীয়া হৈছে।।
Parishmita Patgiri bow apunak bohut bohut dhany bad.
কান্দি পেলালো... বহুত বহুত ভালে থাকা। এয়াই জীৱন। আপোনাৰ স্বামীলৈ শতকৌটি প্ৰনাম জনাইছোঁ 🙏🙏🙏
Hosai bohut dukh lagil
J.P. Kashyap
আপুনি সাক্ষাৎ মৃত্যুক জিনিলে। তাৰ পিছতো আপোনাৰ উদ্যমক চেলুট জনাইছোঁ। ৰ'ব, গহপুৰৰ কোন ঠাইত আপোনালোকৰ ঘৰ ,বাৰু ?
౭గకతవదలల౬
@@dhunulahon836 aaaa@aaaaaaa@@@@@@qaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaa@@a@aaaaaaaaaa@aaaaa@a Dr ki
ভগৱান আছে , তোমাৰ স্বামী ভগবানৰ ৰূপত আছে 🌹
বহুত বহুত ভাল লাগিল জানি ।হৃদয় স্পৰ্শী
বাইদেউ আপোনাৰ আৰু ভিনদেউ দীর্ঘায়ু কামনা কৰিছোঁ ধন্যবাদ,,,,,
Hridoy sporkhi ghotona. Val lagil kothakhini. Swami jonok okhekh dhanyabad gyapon korisu. Xundor bihu nritya prodorkhon korile.
ইমান দুখৰ পিছতো আপুনি সুন্দৰ সফলতাৰ নিদৰ্শন। আপোনালোকৰ জীৱন সদায় সুন্দৰ হৈ থাকক।বহু বহু শুভেচ্ছা থাকিল।🌷
চকুৰ পানী ধৰি ৰাখিবলৈ টান হ'ল। ঈশ্বৰে আপোনাক সদায় মংগল কৰিব। ❤❤❤❤
বহুত কষ্ট,পৰিশ্ৰম,মানসি
ক অসীম সাহসৰ পাছত আপুনি সুষ্ঠ হৈ উঠিল৷আগুৱাই যাওক৷
Apunar aru apunar ssamir dore manuhar karne ai prithibit morom vlpowa bikha jiyay ase. .apunak akhekh dhanyabad Baideo. .apunar ssamik Ki buli kom vakha nay . .apuni jen saday anekuwa KY ag barhi Jay. .vagaban saday ase apunar lgt seya hyse apunar ssami
চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলোঁ বাইদেউ। ভগৱানক বহুত বহুত ধন্যবাদ।
I'm wordless hey God very very thank you . My mother also suffered this situation .i can't explain God always help you fo r ur happy life many many love you baa. Stay happy keep smiling . 🙏🙏🙏🙏🙏
আপোনাৰ কথাবিলাক শুনি আচৰিত হলো। আপোনালোকৰ পৰিয়ালৰ সকলোৰে প্ৰতি প্ৰভু ভগৱন্তৰ কৃপা হয় যেন।
Kandi pelalu bht hahosh palu aapunar kahini pohi aaru aagbahi jawok apuni n apunar honshar khon hukhor hwk ru aapunar hsbnd bht bhal cngrts
সচাকৈ অতি মৰ্মান্তিক আৰু দুখজনক আপোনাৰ জীৱন কাহিনী । আপোনাৰ স্বামী ও আপোনাৰ দীৰ্ঘ জীৱনৰ কামনা কৰিলো ।
Mojja
Aapu I bhugile moi hunibo pora nai
Aapuni aai jebon paise
God bless u
@@jeutesaikia6807 ❤ ok
no
Your husband is a gift of god
He is for you😇😊
এই কথাখিনি আজি তৃতীয়বাৰৰ বাবে শুনিলো ৷মৰ্মস্পৰ্শী,হৃদয়বিদাৰক...আগুৱাই যাওঁক আপুনি আগলৈ...আপুনি সঁচাকৈয়ে আদৰ্শ আন দহজনৰ বাবে ৷প্ৰতিগৰাকী নাৰীয়ে আপোনাৰ দৰে স্বামী পাওঁক ৷
God bless you🙏🙏
Bhogobanok bishah ase korone basile baideu.👍👍👍
আপোনাৰ মনোবল আৰু সাহসক ধন্যবাদ জনাইছো লগতে আপোনাৰ স্বামীদেৱক শ্ৰদ্ধা জনাইজো ।আপুনি আৰু আগুৱাই যাওক ।
Hosakoi koboloi vakha bisari puwa nai..baa apunar jibontu hukhomoy huwar kamona korilu..
অত্যন্ত হৃদয় বিদাৰক আৰু সাহসী মহিলা,, জীৱনত হাৰ নামানিলে
প্ৰথমতে এগৰাকী পাকৈত বিহু নাচনী হিচাপে অভিনন্দন জনালো ৷ তোমাৰ জীৱনত ঘটি যোৱা ঘটনা খিনি জানিব পাৰি বৰ দুখ লাগিল ৷ তোমাৰ মাতৃ সম এগৰাকী নাৰী হিচাপে তোমালোকৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো ৷
Tumar dukh loga kahiniye kanduai dilee .Ashirbad korisu tumaluk bhalere thaka
প্রথমে আপনাকে অসংখ্য ধন্যবাদ জানাই। এত বড় এক্সিড্নেটের পরেও আপনি এই জায়গায় এসে দাঁড়িয়েছেন। দ্বিতীয়ত আপনার স্বামীকে সেলুট জানাই । আপনার মত স্বামী যেন প্রত্যেক মেয়ে মানষের ভ্যাগ্যে জুটে। এত কিছু ঘটনার পরেও আপনি এই জায়গায় এসে পারফরম্যান্স করেছেন। এটাই সব থেকে বড় কথা। আপনাকে দেখে প্রত্যেকটি মানুষের জীবন যুদ্ধে জয়ী হওয়ার প্রেরনা জাগবে।এটাই আশা করছি।
!!!ধন্যবাদ!!!
হচাকৈ এটা বহুত দুখ লগা কাহিনী 🥺🥺
অ বা কবলে ভাষা নাই .আৰু যাতে আপোনাৰ আগুৱাই যায় তাৰে কামনা কৰিছো🙏🙏🙏🙏
Kandi pelalu.. bht bya lagil apunar mormantik kahinitu huni...bht dhuniya hoise bihu apunar..
বা আপুনি আমাৰ সাহসৰ প্ৰতীক সচা কৈ আপুনাৰ দাদাক শত কোটি প্ৰনাম জনাইছো ।
দাদা আপুনাৰ দৰে পতি পোৱা ভাগ্য চবৰে নাথাকে । কাৰণ সকলো মানুহৰ মন একেই নহয় । এই কাৰণেই কৈছো যে মোৰ লগত এই ঘটনা ঘটিছে ।
মোৰ এনেকৈ বিহু নাচিবৰ মন যায় কিন্তু মানুজনে সমাজে তেওক হাহিব বুলি এই কাম কৰিব নিদিয়ে । সেই কাৰণে কৈছো আপুনা নিচিনা প্ৰতি চবৰে ভাগ্যত নাথাকে । আকৌ এবাৰ মোৰ ফালৰ পৰা আপুনালৈ সতকোটি প্ৰনাম জনাইছো । আগলও যেন সকলোকে উদষা জগায়।
Agoteu sai su aji ako salu video to... Bow joni Bohut Morom loga....xosa monor xahokh takhile aru Logot xahokh diya manuh thakile Xokolu xomvob hoi pore...❤️❤️❤️
Praise The LORD, বিহু আমাৰ ঈশ্বৰৰ দান, স্বৰ্গৰ দান, অসম অসমিয়াৰ জান, পান,মান আৰু উশা নিশা লৈ জীয়াই থকাৰ উত্সাহ, বিহু যে আমাৰ,অসমৰ অসমিয়াৰ পকৃত পৰিচয়,চিনাকী, গতিকে ইযাৰ ওপৰত আমাৰ সকলো student তে বিহুৰ সকলো দিশ ভালদৰে জানিব লাগে,অধযন(পঢ়িব)কৰিব লাগে আৰু practically বিহু মাৰিব লাগে, বিহু ত সকলো অসমিয়া ই নাচিব লাগে,আৰাধনা কৰিব লাগে জাতি ৰ বাবে, ঈশ্বৰৰ বাবে ।
convert neki
Bohut dhuk lagil baidew. Apuni valey thakok takey kamona korilu
সচাই দুখলগা ঘটনা, ঈশ্বৰ আপোনাৰ ওচৰত আছিল।
Good morning 🌅
মোৰ ঘৰ গহপুৰ তে থাকো Hyderabad t কৰ্ম ক্ষেত্ৰত
ভাল লাগিল চাই ভিডিঅ'টো কৰোন কাহিনী টো শুনিলো বহু দুখৰ
বিহু নৃত্য ও ভাল লাগিল চাই
ভগৱন্তয়ে কৃপা কৰক 🙏
আপোনাৰ কথা শুনি কান্দিলো,আৰু আপোনাৰ পতি দেৱতাক প্ৰণাম কৰিছো
খুব দুখ লাগিল কান্দিলো বহুত । কিন্তু এতিয়া এনেকৈ দেখি ভাল লাগিছে। ভগৱানক ধন্যবাদ দিছো ।
এনেকুৱা স্বামী সকলোৱে পাওঁক,,,কান্দি পেলালোঁ মইও
Banashree Kataky tumeu puwa
Really
বা তোমালোক সদাই ভালে থাকা
Hoi, moiu kandi pelaisu
Apunar kahini tu huni sakupani rakhabo nuarilu. Dhanyabad nedekha jonor udorot
বহুত কান্দি২ লিখিলো তোমাৰ নিচিনা শ্বামী ভগৱানে জেন সকলোকে দিয়ে তেও কুশলে থাকক Good blessyou
Moiu bht abegik holu.apunr kotha huni.hokolu swami jen apunar dadar dorei hoi.bht bht thanks
আপুনি সাহসৰ প্ৰতীক৷ অনাগত দিনবোৰ আপোনাৰ সুখৰ হওক৷
Eman dhuniya hoisa nasisa o aie bihu kuyori🥰🥰🥰
Bohut Val lagil..Apunar dore swami hokolue pauk..
hodai hukhi hoi thakok..
Hundorkoi Apuni Nasise .vl lagil.
কাহিনিতো শুনি মোৰ মনত বৰ দুখ পালো ।
সচায় বহুত দুখ লাগিল আপোনাৰ দুখৰ কথা শুনি, নাকান্দি থাকিব নোৱাৰিলোঁ। ভগৱানে দয়া কৰক আৰু পৰিয়াল শুসি হৈ থাকা।
নাচ তো ভাল লাগিল বাদেও
তোমাৰ নাচ অতি সুন্দৰ৷তোমাৰ ঘটনাটোৱে অন্তৰ খন জোকাৰি গল৷তুমি এজন ভাল স্বামী পাইছা৷ভৱিষ্যত সুখৰ হওক তোমাৰ৷
ভগবানে ভালে ৰাখক এয়ে মোৰো প্রাথনা
দুখ লাগিল।Really তেওৰ গিৰিহত মহান ভগবান।
চকুপানী বৈ গল বাইদেউ ভগৱানৰ ওচৰত আপোনাৰ দীর্ঘায়ু কামনা কৰিলোঁ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
আপোনাৰ জীয়াই থকাৰ হেঁপাহ আৰু স্বামীৰ অমৰ ভালপোৱাই আপোনাক জীয়াই ৰাখিলে।।
বাইদেও আপোনাক ঈশ্চৰে বহুত বছৰ কুশলে জীয়াই ৰাখিব আৰ্শীবাদ কৰিছোঁ
Praise the Lord . Oh Lord ! bless her every movement's of life. Amen.
Pronam bou.. Dada ru Apuni bht hahokhi.ru agwai jouk bou amr akhirbat hdai ase apunr lgt
Anekuwa syami powato bhut vaighyr ktha....aponi bhut lucky 😘😘
Khosa mur vagyat nai bhut dukh biya hoi
Apuni eta natun jibon pale. You are gorgeous Mam. God Bless You
বহুত দুখ লাগিল শুনি।।। বা তুমি ভালে থাকা সদায়।।।
সচাঁকৈ দুখ লাগিল জীয়া কাহিনী। সুখী হোৱা বা
ধন্যবাদ বাইদেউ আপোনাৰ কথাটো সুনি মোৰ বহুত দুখ লাগিল । কাৰণ আপোনালোক দুয়ো মৰমৰ চেনেহ মাজতে আপুনি আজি এই অনুস্থানত মাজত উপস্থিত কামনা কৰিছে । আশা কৰোঁ সুন্দৰ ভাৱে আগুৱাই যাওক ।আশীৰ্বাদ কৰিছোঁ বাইদেউ আগুৱাই যাওক 🙏🙏🙏
Bibirkhang
সচাই বুকু কঁপি গল আপোনাৰ কথা খিনি শুনি ।।। বাইদেউ আপুনি বহুত ভগৱান যে এনেকুৱা এজন স্বামী পাইছে ।।। আপোনাৰ স্বামী ভগৱান ৰ ৰূপত আহিল ।।। আপোনাৰ স্বামীক হতকোটি প্ৰণাম জনাইছোঁ ।।। আৰু আপোনাৰ সাহসক মই চেল্যুত দিছোঁ 🙏😰😰😢😢😥😥😭😭😭 ।।। প্ৰতি গৰাকী মহিলা এ আপোনাৰ দৰে স্বামী পাওঁক ।।। আৰু প্ৰতি গৰাকী মহিলা আপোনাৰ দৰে সাহসী হওক ।।। আৰু কি কম কবলৈ ভাষা নাই ।।। অতি দুখ লগা ঘটনা ।।। আৰু কাৰো লগত যাতে এনেকুৱা ঘটনা নঘটক তাকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ।।। প্ৰতি গৰাকী নাৰী এ সাহসী ।।। নাৰী শক্তি জিন্দাবাদ ।।। 🙏🙏🙏😭😭😭😭😭😭😭😭
Dislike মৰা কেইজনৰ হৃদয় নহয় শিল।ইমান কঠোৰ কেনেকৈ হ'ব পাৰে।।।
Hoi dai
Hosakoie ooo ...bhut dukh lagil. .kimn dukh lagile koi bujabo nuaru o.. vogobane aru hustho aru hahokhi korok tar e kamona krilu...ishwar ...
@@tapanboruah666 হয় তপন। হিন্দী ছবি " বিবাহ"খনৰ কাহিনী যেন লাগিল । মোৰ চেনেল টো চাবাচোন যদি পাৰা।
Apunar kotha khini xuni mur bor. Dukh lagil
Eman ATA hidoi.bidarok ghotona xuni bht duk lagil Allah hor usorot dua korisu bideu goraki xusto thakok kuk hole thakok teu visora dhorone jibon to t hukhi Hok tare kamona korilu
Kobola hobdo nulaisa ru baidau . Aguwai jok . Vogobn a hohai korok apunk .
ৰাখে হৰি মাৰে কোনে । মাৰে হৰি ৰাখে কো নে ।
আপোনাৰ কথাখিনি শুনি মনটো সেমেকি উঠিল অ বা .... সদায় সুখী হৈ থাকা অাৰু আগুৱাই যোৱা....
প্ৰকৃত প্ৰেম সঁচাই মহান।
সচাকৈ চকুপানী ওলাই গ'ল।
বা সদায় সুখী হোৱা ❤️❤️
Bohut kandilu ....manuhor jibonei hongkhor jibon....valdore thaka ...aaguwai jua tumi ...
Khosa koi ba bhut beya lgil 2mr khotha Bor khoni..agoloi bhut happy howa
বা তোমালৈ প্ৰণাম জনালোঁ আপুনি সদাই সুখি থকা যেন 🙏🙏🙏
Val lagil apunar bihu nrittati aru lagote apunar samir kriyakalapbor
kothabur huni bohut dukh lagil
eku nai tenekoye furtyt takhibo
val lagil apunar nason sai
very nice
Bhut bhut vl lagil apunak
Sokulu boi gol . Hodai tumi anedore aguai jua bogobanor usort parthona korisu.
বহুত দুখলগা ঘটনা পাৰ হৈ গ'ল আপোনাৰ জীৱনত ,শুনিয়ে চকুপানী ওলাই আহিল | আপুনি সুখী হওক....লগতে আপুনি বহুত ভাগ্যৱান, ইমান এজন দায়িত্বশীল স্বামী পাইছে
Bhanti tumak aru tumar swamik bahut 2dhanyabad janaisu
আপুনি সকলোৰে বাবে সাহসৰ প্ৰতীক ৷বহুত ভাল লাগিল ৷
Neygat
আবেগিক হৈ চকুলো টুকিলো সচা
পিছত বুজিলো জীয়াই থকাৰ হেপাহ
আৰু প্ৰবল ইচ্ছা শকতিৰ পৰিণাম কি?
সাংসাৰিক জীবনত পতি পতনীৰ ৰ্কম
Baidew bohut bohut duniya lagisy
Lucky you to have a husband like him. God bless both of you
God bless you
Bht dukh lagil ghotonatu huni 😭😭 Eshowre apunak jibn dan dile 🙏🙏 dhonyabad pravu Eshowr aru arkhibad Kora pravu teok tar kamonare......
আপোনাৰ কাহিনীৰ যোগেদি বহুতে নিজৰ জীৱনটোক ভাল পাবলৈ শিকক..ইচ্ছা শক্তি আৰু শক্তিশালী হওঁক..আপোনাৰ মংগল কামনা কৰিলো
Video tu sai moi hosakoi dukhi hoisu, enekua kahini huni, aaru habodhan hoi thakibo ji kunu homoyot ketia ki hoi eku thik nai, aaru apunar swamiloi bohut bohut thanks dilu, karon teu apunar karone eman khini kosto korile, aaru lora suali keijonu ku habodhan hoboloi kobo, aaru aapunaluke valdore raijor ashirbadod aguwai tarei kamonare....
Apuni bhut vl. Apni aru aguy jak.god bless you baaa❤️❤️❤️
আপোনাৰ জীৱনৰ কথা জানি বহুত দুখ লাগিল
বা কবলৈ ভাষা নাই , চকুপানী নিগৰি গ'ল
Hii
@@rajibdeka7420 😆😆
Apunar husband xosakoi bohut vl manuh.. Allah bless him...
কান্দি গলো আপোনাৰ লগত হোৱা দুৰ্ঘটনাৰ বৰ্ণনা হুনি। আপোনাৰ স্বামীলৈ শতকোতি প্ৰনাম..।।
😞😞😭😭
Hosake bohut dukhor😢😢❤❤