Himant Biswa ji Assam mein Rohingya ka jitna jaldi ho sake nikalye fast as fast ye demography change Physhcology change , Ideology change kare rahe hai Ye national security issue hai Ye log fake id aadhar card, voting card le rakhe hai Inne jitna jaldi ho sake nikalye Ye 1st priority hai Assam ki Desh ko Rohingya mukht karna hai
Sir, 10 BILASIPARA LAC Constituency'r Koch-Rajbongshi Lora-Suwali burok Sakori diyok. ADRE/APSC/College Teacher kiyo nidiye..? Despite having done good in written tests/exams, why are they not selected in the final list for appointment? Select the Koch-Rajbongshi people(candidates) for RECRUITMENT in Jobs such as ADRE 2.0, APSC CCE/APSC Grade-II and Grade-I, College Teaching, PGT, School Teaching, etc. Koch-Rajbonsghi Community is the MAJORITY VOTER in the 10. Bilasipara Constituency. Thank You...
Sir CMAAAr cheque distribution kora dina ( 30 September ) Moi Health problemor karone jabo nuarilu Aru atiya loike Cheque tu kenekoi kot pam ako khobor puwanai. Jua 5 October Tarikhe DICC, Odalguri Office Khobor loisilu Aru Application dibor karone amak koisile aru Ami Application tu disilu kintu Atiya loike Ako khobor puwanai .
Namaskar Sir.
Best of the Best Respected CM of Assam Dr Himanta Biswa Sarma Sir. Thank you sir. God bless you sir. Jaihind Jaibharat.
Sir bohut bohut bohut val lagil sir
*Greatful Honourable CM SIR* ♥️♥️♥️♥️
❤
Sir Himanta iam a very big fan off urs from Arunachal pradesh
দাদা আপোনি অসমৰ জনতাক জিমান ভাল পাই।আপোনাকো সীমা নে ভাল পাই।❤
Hello Bhai kaha se ho ap ?
Great man of Assam
মামা (মুখ্যমন্ত্ৰী ডাঙৰীয়া) মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ অধীনত বাদ পৰা 75000 যুবক যুবতী সকলক নতুন কৈ আবেদন কৰিবলৈ যাতে নকয়,কাৰণ আমিবোৰতো আপুনি আগতে দিম বুলি কোৱা এক লাখৰ ভিতৰতে পৰো।কাৰণ এতিয়াও বহুত আশাৰে বাটচাই আছো,আপুনি কিবা এটা কৰিব বুলি।শেষত আপোনাক বহুত বহুত ধন্যবাদ। I Love you মামা।
Good night 🙏🙏
LP and up new advertisment katiya open Kari dibo mama ❤❤❤❤
Mama cmaaar 75000 party ami akontsta, asha Kari asu sabalambir path dib buli asonir dara atmo nirbr kori 2lib buli
Himant Biswa ji
Assam mein Rohingya ka jitna jaldi ho sake nikalye fast as fast ye demography change
Physhcology change ,
Ideology change kare rahe hai
Ye national security issue hai
Ye log fake id aadhar card, voting card le rakhe hai
Inne jitna jaldi ho sake nikalye
Ye 1st priority hai Assam ki
Desh ko Rohingya mukht karna hai
Sir,
10 BILASIPARA LAC Constituency'r Koch-Rajbongshi Lora-Suwali burok Sakori diyok.
ADRE/APSC/College Teacher kiyo nidiye..?
Despite having done good in written tests/exams, why are they not selected in the final list for appointment?
Select the Koch-Rajbongshi people(candidates) for RECRUITMENT in Jobs such as ADRE 2.0, APSC CCE/APSC Grade-II and Grade-I, College Teaching, PGT, School Teaching, etc.
Koch-Rajbonsghi Community is the MAJORITY VOTER in the 10. Bilasipara Constituency.
Thank You...
Sir CMAAAr cheque distribution kora dina ( 30 September ) Moi Health problemor karone jabo nuarilu Aru atiya loike Cheque tu kenekoi kot pam ako khobor puwanai.
Jua 5 October Tarikhe DICC, Odalguri Office Khobor loisilu Aru Application dibor karone amak koisile aru Ami Application tu disilu kintu Atiya loike Ako khobor puwanai .
আজি সমগ্ৰ বাংলাদেশী মূলৰ মানুহৰ বাবে আনন্দৰ দিন। ১৯৫১ ৰ পৰা ১৯৭১ চনলৈ হয়তো প্ৰায় ৮০ লাখ বাংলাদেশী মূলৰ মানুহ আছে অসমত। ১৯৭১ চনৰ পাছত অসমত কোনো অবৈধ বাংলাদেশী মূলৰ মানুহ নাই। বিশ্বাস হোৱা নাই যদি NRC চাওক। কেইটামান জাতীয়তাবাদী অসমীয়াক পিতিব ৰাইজে?
অসমৰ ৰাইজে শঙ্কৰদেৱে জন্মস্থান আলীপুখুৰীলৈ যোৱা উচিত তাতে অসমীয়া মানুহ কেনেকৈ নোহোৱা হৈ গল। তাতে টো কোনো RSS বিজেপিৰ মানুহ নাছিল। চোৰ, ডকাইত, ধৰ্ষণ, মাটি দখল, ড্ৰাগছ আদি হয়তো এটা পৰিকল্পিত চেষ্টা অসমীয়া মানুহক ভয় অত্যাচাৰ কৰি অসমৰ পৰা খেদা।
যিসকলে অসম চুক্তিৰ ৬নং দফা অথবা বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ জৰিয়তে অসম আৰু অসমীয়া সুৰক্ষিত হব বুলি ভাবিছে তেওঁলোকে হয়তো দিবাস্বপ্ন দেখিছে। আপোনালোকে ভাবি চাওক কমিটিয়ে কৈছে কিছু সমষ্টি অসমীয়া মানুহৰ বাবে আসন সংৰক্ষণ কৰিব, কিন্তু ৰাজনীতি সদায় votebank ৰ স্বাৰ্থত চলে। আগলৈ অসমত অসমীয়া মানুহৰ জনসংখ্যা ২০% হব আৰু বাংলাদেশী মূলৰ জনসংখ্যা ৮০% বা তাতোকৈ বেছি হব। গতিকে অসমীয়া ৰাজনৈতিক নেতাও চাগে বাংলাদেশী মূলৰ মানুহৰ বাবে উঠা বহা কৰিব। অসমীয়া জাতি আজি যি সমস্যাত পৰিছে সেইয়া অসমীয়া ৰাজনৈতিক আৰু অৰাজনৈতিক নেতা কিছুমানৰ বাবেই পৰিছে। কিছুমান ৰাজনৈতিক নেতাই ভোটৰ বাবে নামাজ পঢ়া হৈছে, In future তেওঁলোকৰ দল শাসনত আহিলে বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ আকৌ সলাই দিব। যদি নাগৰিকৰ ভিত্তি বছৰ ১৯৫১ নহয় তেনেহলে অসমীয়া সুৰক্ষিত কেতিয়াও নহয়। অসম্ভব। অসমীয়া মানুহক বুজাই লাভ নাই হয়তো। অসমীয়া জাতি শেষ?? ইমান বছৰৰে ৰাইজে বাংলাদেশী খেদা যুদ্ধত অসমীয়া জাতি হাৰিলে অবশেষেত? অসমীয়া Future Generation ৰ বাবে অসম নাই চাগে?
ডুবাইত লোকেল মানুহৰ জনসংখ্যা মাত্ৰ ১১% চাগে। তেওঁলোকে কেতিয়াও বিদেশীক নাগৰিকত্ব নিদিয়ে। তাতে নিৰ্বাচন নহয় কাৰনে তাৰ লোকেল মানুহ সুৰক্ষিত কিন্তু ভাৰতত অসমীয়া জাতি শেষ কৰিবলৈ কেবল অসমত নাগৰিকৰ ভিত্তি বছৰ সলাই দিয়ে। Supreme Court, চৰকাৰলৈ অনুৰোধ কেবল অসম যদি ভাৰতৰ অংগ ৰাজ্য হয় তেনেহলে ভাৰতৰ অন্য ৰাজ্যতটো নাগৰিকৰ ভিত্তি বছৰ সলাই দেখাওক