Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
ভাল কথা কৈছে মানুহ জনে
বিজেপি চৰকাৰৰ দিনত অসমীয়াই টুকুনা কোবাইছে।
প্ৰথমে গৰু তাৰ পাছত গাহৰি তাৰ পাছত কি? চৰকাৰে এয়া অসমীয়াৰ উন্নতি কৰিছে ।মন্ত্ৰীবোৰ ধনী হৈছে সাধাৰণ ৰাইজ ভিক্ষাৰী হবলৈ গৈ আছে ।
TAAR PASOT ONLINE COACHING CENTRES😢😢😢
কোনো কাৰণতেই বহিৰাগত কোম্পানীক এই স্থিতি দিয়া নহব , সকলোৱে সমানে ওলাই আহক ৰাইজ।। চৰকাৰৰ এই সিদ্ধান্তক বিৰোধিতা কৰক।।
বামুণ ৰজা হলে দেশ কি হয়, ৰাজা হৰিশ্চন্দ্ৰ উপাখ্যান চাব😙😙
বামূণ ৰজা হলে এনেকুৱা হয়েই দূখ কৰিব নালাগে জনগোষ্ঠীয় সকলে
Hosa kotha
কথাষাৰ একেবাৰেই সত্য
এইবিলাক কৈ গাই একো লাভ নহয়! সৰ্বাত্মক আন্দোলন কৰিব লাগিব। জনগনৰ বীৰোধী চৰকাৰ অচল কৰি দিব লাগিব। মুখেৰে কৈ ক্ষোভ উজাৰিলে নহ'ব। ২৬ ৰ নিৰ্বাচনত হিমন্ত সহ বিজেপি, অগপক পৰাজিত কৰি অসম বিধানসভাত প্ৰবেশৰ পথ ৰূদ্ধ কৰিব লাগিব।
বঢ়িয়া ❤
Hemanta go back
১২৫০ টকা টো মোৰ ফালৰ পৰা দিম, মাহে মাহে! বিশ্বক।
Ati sundar kotha koise Val lagise
ভাল কথা কৈছে
Right 👍
এই সকলে দৰমহা নললেও চলিব,কাৰণ দূৰ্নীতিয়ে ঘটিলোৱা ধন সম্পত্তি পাহাৰসম।
এই বেমাৰ বিলাক আহতো কিবা ৰহস্য থকা যেন লাগে। মোৰ মনৰ কথা কৈছোঁ
বামুনে হাল বাব নাপাই ভাত খাব পাই গাহৰি পূহাবি নাপাই গাহৰিৰ দলালি কৰিব টো পাই
এই বিলাক একো নাই মূখ্য মন্ত্ৰীয়ে টোকুৰিয়াই চাইছে ক'ত টকৰ মাৰিলে হাল্লা হ'ব এমাহ মান।এয়া পলিচি মামাৰ,
বৰমূৰিয়াই জদি ৰাইজৰ হকে চিন্তা কৰিলে হয় দুবাই লগত ফেৰ মাৰিব পাৰিলে হয়, অসমে।জদি নিজৰ পকেত গৰম ভাবে দেশৰ জনসাধাৰ ভিখাৰি হবইতো
Himanta go back ❌❌
মোৰ ফালৰ হিমন্তক মাহে মাহে ১৩৫০ টকা দিমহিমান্ত মানুহ জনে অসম খন বিক্ৰী কৰিবলৈ চেষ্টা কৰি আছে
Really right❤❤❤
thik Kotha koise
Bhal kotha koise
সুন্দৰ হৈছে।। বৰ্তমানৰ সময়ত গাহৰি পালনৰ যোগেদি বহুসংখ্যক নিবনুৱা যুৱক যুৱতীয়ে কামৰ সন্ধানত বহি ৰাজ্যলৈ,নগৈ ঘৰতে থাকি নিজৰ পৰিয়াল টোক পোহ পাল দিয়াৰ, লগতে নিজকে অৰ্থ নীতি দিশত টনকিয়াল কৰি তুলিছে।কিন্তু অতি সুখৰ বিষয় যে আগৰ তুলনাত গাহৰি মাঙখৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বহুতো অসমৰ যুৱক যুৱতীয়ে গাহৰি পালনৰ প্ৰতি আকৃষ্ট হোৱা দেখা গৈছে।ই সঁচাকৈ য়ে অসমৰ প্ৰতি শুভ লক্ষণ। তেনে ক্ষেত্ৰত চৰকাৰে কি ভাবি বিদেশী কোম্পানীক গাহৰি পালনৰ বিষয় টো গতাই দিব বিচাৰিছে। এইয়া বাৰু সঁচাকৈয়ে আমাক ভাতে মৰাৰ নীতি নহয নে? সেয়ে চৰকাৰক ইয়াৰ যোগেদি অনুৰোধ জনাও যে অতি সোনকালেই উক্ত বিষয়টো পুনৰ বিবেচনা কৰিবৰ বাবে অনুৰোধ জনালোঁ। তেনে ক্ষেত্ৰত চৰকাৰে কি ভাবি
বিদেশী বেপাৰিৰ লাভৰ অংক,কিন্তু সাধাৰন লোক সকলৰ পেটত গোৰ,ডাঙৰ মলবোৰে সৰু দোকানীৰ পেটত গোৰ দিছে,জিএচটি আছেই,উদ্যোগ বুলিব নাই শেষ কিন্তু বাহ ট্ৰেনত কলৈ যায়,আমাৰ কেচামাল বেলেগ ৰাজ্যৰ উদ্যোগ চলে,আমাৰ বোৰে গামোচালৈ ফুৰে,দুৰদ্শী নেতা??
Very Good 👍👍👍
এই চৰকাৰ আমাৰ মানুহৰ উন্নয়ন নিবিচাৰে, আমাক লেবাৰ কৰিব বিচাৰিছে । মুখ্য মন্ত্ৰী স্ব আত্মনিৰ্ভৰ ৰ কথা কোৱা চৰকাৰ খনে আমাক বহিৰাগত লোকৰ তলত লেবাৰ কৰিব বিচৰা সিদ্ধান্তক আমি কেতিয়াও মানি নলও।
ভাল কথা কৈছা পিটিব হৈছে আৰু
মাছ কনী কইলা ছুফাৰি এইবাৰ গাহৰি
ধুনীয়া কথা কৈছ
চৰকাৰে বেজী মাৰি গাহৰি মৰালেও ,আমি লোকেল কতিয়া ৰাখিছোঁ।বঢ়িয়া।
আগতেই চাবচিডি লৈ থৈছে ভাই ।
RIGHT
Right kotha koise😢
হেমচিয়াৰ, ইয়কচিয়াৰ পোৱালী কিনিব গলে ৬০০০ টকাৰ তলত কিনিব নোৱাৰে ফাৰ্ম বিলাকৰ পৰা ।এতিয়া বেচিবা ৰবা ৬০০০কে । যি লেবেল দিয়ে সিহতে ।এতিয়া দুখিয়া নিবনুৱা সকলেও পোহিব পাৰিব কম্পেনীৰ গাহৰী মই নিজে পোহিম
Gahori r gu felabo dibo lav to company loi jabo 😅😅😅 bal singa
Pisot bjp voot dibi laj nai tohotr
Aya numuna he aru bhut baki ase
আজিৰ অসমীয়া সজাগ নহ'লে অসমতে ভিক্ষাৰী হ'ব
He is right
পানী পানী খোৱাই থকা সমগ্ৰ অসমৰ ৰাইজ উলাই আহি গাহৰি মৰা দি মাৰি থলেই হ'ল।ৰাইজৰ উপৰত কোনোৱেই নাই।
ভোট নিদিলো হয়
Right
BJP Go Back 🏴
Very good
Val kotha koise. Company anibo kiyo lagise
BJP go back go back
রাইজ ই,ভি,এম হল চেকেন্দ মনুস্মৃতি। ই,ভি,এম থকালৈকে দেশত মহাপাপী মনুবাদী,বামুণবাদী,জাতিবদী জেহাদীর রাজ থাকিব।
Kinuba Laura eta Karan e bamunok ki Baal singibo😢😢😅😅❤😂
ETA cm r karone Bamunor Jiek ke cleveg ulai thake😅😅😅cm vilience onuxondhan korok nhole assu e 😂😂kiba eta korok😅😅😢😢😂😂
Mojaa dise dei mamak
Vote for bjp again 😂😂😂
মজজা দিছে
১২৫০/- নলও বুলি কোনে কব!? থলুৱা যুৱক-যুৱতীক সংস্হাপনৰ সুৰক্ষা কৰিবই লাগিব নহলে ভৱিষ্যতে ভয়ংকৰ বিপদ নিশ্চিত....
সেইটো পইছা মইয়ে মাহেকে দিব পাৰিম😂
JAI HO BJP. BJP ZINDABAD 😂😂😂
Thank you ❤❤❤❤
চৰকাৰে হঠকাৰী সিদ্ধান্ত বাদ দি জনসাধাৰণৰ সুৰক্ষাৰ কথা চিন্তা কৰা উচিত।
Good
এইজনহে অসমিয়া য়ুবক ।
Moi just hs pass koriye maa namot gutor pora 1 lakh loan loi gahori ghor bonai asu papa modahi kor pora ghuram baru😢😢😢😢 kothatu honar porai pithitbit kio jonmo holu buli a sui side koribo mon goi ase😢😢😢😢
❤
Thanks
💪
Eyak 26 t khedabo lage.... Axomr raij pagol j... Vote didi atya pa moja..
Gahori main bro...ami ketiyao hobo nedio...
Moja,emoja,
Okhmiam dhonkho korar planning
❤❤❤❤❤
16 ana Satya eikhan sarkar amar bhal Kara katha ketiyao nabhabe amak lutat lagi gaiche.
Rigt
🎉🎉🎉🎉🎉🎉🎉🎉
Ek. Daam. Right Right. 100%. Right ........ Himontar. Maikik. Angohi. Bongohik. Diyak. Ek. Mah. Soliboloi. 1250. Aru. 5kg. Chaul ... Jodi. Hihoti. Pare. Bakibureu. Paribo. Aru. Gahori. Hah. Kukura. Puha. Bad. Diya. Hobo.......... Eikhinite. Eta. Kotha. Kou. Hazira. Di. Logaidiye. BJP. Bah. Bah. Koboloi...... Bohut. Dise. Buli. Koboloi ....... Heibure. Toka. Loihe. Bah. Bah. Diye ....... Houk. Teu. Kunuluke. Je. Kothabur. Buji. Paise .......... Hokolue. Rastat. Potibad. Korok. Binamuliya achoni bondho. Korok.......... Bozaror. Hokolu. Bostur. Daam. Komaidiyak. Chilinder r. Pora. Arombho. Kori. Jibur. Nitou. Proyujan ........ Eidare. Nalagile. Chaul. Muthi. Nihijibo. Koitholu. Kintu ..........
Hama🎉ntA 😢🎉🎉😢😅😊banaksuda mantri moy aji😂 🎉😂
😢😢😢😢
😂😂😂😂😂 kllaaaa ...bom dise be...
Ahkmiak laber bnab bisare
Bamun Manu ki Saul dal toka natha kileo solibo neki??? Toka pabo loi hole gai goru sagoli Gahori palibo lagibo, bhrah mun manh hok jijei Manu hok okol khua nohoi Manuhe lora sualik school jua khorosh bemar ajar bahut,Hoi sorkare Orunodoi dise kintu nujure aru Assamor suke Kune hokolu ghorote Orunodoi nai, eta gaot okol dui tini ghor manuhe Orunodoi aseh baki ghorot nai,Orunodoi khata nothoka ghor he besi Buji lobo....
Heibur mising xomajot hole bhal lage. Karon misingor neta xokole heiburor uporot mat namate aru nuware.
Hati dile goru dile atiaa gahori aaru vut diok
Bjp ako jikabo lage
Bamunok aru roja patok aaru vut diok
Himontor aaru ki baki aase
Atya gahoriu mane bohiragotor // bidekhir kobolot 😂
Xklu xekh karib
Hahori sarbhi khuwai deok
Himanta gohora,sutmaroni,andha bhokot khinir nam 1250 toka.
Osa kota
Mamay gahori pora taxes pua nay sage
Axom khan hekh kori pelale.ai sarkar khone nibonuwak jiyai thakibo nidibo sage
Bikri kori khabo himanta a 😢
Hoi de kela.. Bal kela vote 2026 dim ro val ke.
Asomia lerela hol😂
Bamun.raja.ketiba.haineki.bamune.pujaoathe.kare.dekh.nasalsi.dekh.saluea.manuh.ase.tente.bhaksun.kihabale.gouase
Thik.kaise.aibur.rajniti.hubidhabad.ane.bjp.assamat.nalage.jirajnitiea.assam.sininepai.hsi.rajniburak.assamieai.badibalage.anejitikai.manuhak.bipathe.parisalita.karse.tene.bjp.amak.nalage.hakaluea.siearikak.nalage.aru.aibjp.bur.assam.dhangkhakaribalr.uthipari.lagise.hubidhabad.jati.hekh.karar.pealen.nijedhanihai.assamar.pars.kor.jaba.hairuea.haitiea.hudhak.hihatak.kimantaka.lagiba.hihate.salibale.rajnirihai.aitu.sakari.nahai.je.arjiban.salithakiba.hairu.aku.haisieakar.katha.hihatar.pensan.nije.bahailoise.kintu.sakarieale.30.35.basar.sakarikari.keaitak.pensan.pai.hihate.5.10.basar.mla.hai.bahut.taka.oaba.haitu.kinimar.bhitarat.oare.bisar.karaksun.oensanare.ketieeu.bjpik.vot.diba.nalage.jadi.kiba.bujise.dhani.huear.hepah.adinkintu.hakalu naikiea haijaba.jetiea.jabahadharanar.akhibad.lagiba.haudinale.rairhakak.koroata.kihal.bujiea.nepaba
ভাল কথা কৈছে মানুহ জনে
বিজেপি চৰকাৰৰ দিনত অসমীয়াই টুকুনা কোবাইছে।
প্ৰথমে গৰু তাৰ পাছত গাহৰি তাৰ পাছত কি? চৰকাৰে এয়া অসমীয়াৰ উন্নতি কৰিছে ।মন্ত্ৰীবোৰ ধনী হৈছে সাধাৰণ ৰাইজ ভিক্ষাৰী হবলৈ গৈ আছে ।
TAAR PASOT ONLINE COACHING CENTRES😢😢😢
কোনো কাৰণতেই বহিৰাগত কোম্পানীক এই স্থিতি দিয়া নহব , সকলোৱে সমানে ওলাই আহক ৰাইজ।। চৰকাৰৰ এই সিদ্ধান্তক বিৰোধিতা কৰক।।
বামুণ ৰজা হলে দেশ কি হয়, ৰাজা হৰিশ্চন্দ্ৰ উপাখ্যান চাব😙😙
বামূণ ৰজা হলে এনেকুৱা হয়েই দূখ কৰিব নালাগে জনগোষ্ঠীয় সকলে
Hosa kotha
কথাষাৰ একেবাৰেই সত্য
এইবিলাক কৈ গাই একো লাভ নহয়! সৰ্বাত্মক আন্দোলন কৰিব লাগিব। জনগনৰ বীৰোধী চৰকাৰ অচল কৰি দিব লাগিব। মুখেৰে কৈ ক্ষোভ উজাৰিলে নহ'ব। ২৬ ৰ নিৰ্বাচনত হিমন্ত সহ বিজেপি, অগপক পৰাজিত কৰি অসম বিধানসভাত প্ৰবেশৰ পথ ৰূদ্ধ কৰিব লাগিব।
বঢ়িয়া ❤
Hemanta go back
১২৫০ টকা টো মোৰ ফালৰ পৰা দিম, মাহে মাহে! বিশ্বক।
Ati sundar kotha koise Val lagise
ভাল কথা কৈছে
Right 👍
এই সকলে দৰমহা নললেও চলিব,কাৰণ দূৰ্নীতিয়ে ঘটিলোৱা ধন সম্পত্তি পাহাৰসম।
এই বেমাৰ বিলাক আহতো কিবা ৰহস্য থকা যেন লাগে। মোৰ মনৰ কথা কৈছোঁ
বামুনে হাল বাব নাপাই ভাত খাব পাই গাহৰি পূহাবি নাপাই গাহৰিৰ দলালি কৰিব টো পাই
এই বিলাক একো নাই মূখ্য মন্ত্ৰীয়ে টোকুৰিয়াই চাইছে ক'ত টকৰ মাৰিলে হাল্লা হ'ব এমাহ মান।এয়া পলিচি মামাৰ,
বৰমূৰিয়াই জদি ৰাইজৰ হকে চিন্তা কৰিলে হয় দুবাই লগত ফেৰ মাৰিব পাৰিলে হয়, অসমে।
জদি নিজৰ পকেত গৰম ভাবে দেশৰ জনসাধাৰ ভিখাৰি হবইতো
Himanta go back ❌❌
মোৰ ফালৰ হিমন্তক মাহে মাহে ১৩৫০ টকা দিম
হিমান্ত মানুহ জনে অসম খন বিক্ৰী কৰিবলৈ চেষ্টা কৰি আছে
Really right❤❤❤
thik Kotha koise
Bhal kotha koise
সুন্দৰ হৈছে।। বৰ্তমানৰ সময়ত গাহৰি পালনৰ যোগেদি বহুসংখ্যক নিবনুৱা যুৱক যুৱতীয়ে কামৰ সন্ধানত বহি ৰাজ্যলৈ,নগৈ ঘৰতে থাকি নিজৰ পৰিয়াল টোক পোহ পাল দিয়াৰ, লগতে নিজকে অৰ্থ নীতি দিশত টনকিয়াল কৰি তুলিছে।
কিন্তু অতি সুখৰ বিষয় যে আগৰ তুলনাত গাহৰি মাঙখৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বহুতো অসমৰ যুৱক যুৱতীয়ে গাহৰি পালনৰ প্ৰতি আকৃষ্ট হোৱা দেখা গৈছে।ই সঁচাকৈ য়ে অসমৰ প্ৰতি শুভ লক্ষণ। তেনে ক্ষেত্ৰত চৰকাৰে কি ভাবি বিদেশী কোম্পানীক গাহৰি পালনৰ বিষয় টো গতাই দিব বিচাৰিছে। এইয়া বাৰু সঁচাকৈয়ে আমাক ভাতে মৰাৰ নীতি নহয নে? সেয়ে চৰকাৰক ইয়াৰ যোগেদি অনুৰোধ জনাও যে অতি সোনকালেই উক্ত বিষয়টো পুনৰ বিবেচনা কৰিবৰ বাবে অনুৰোধ জনালোঁ।
তেনে ক্ষেত্ৰত চৰকাৰে কি ভাবি