সান্দহগুড়ি পচলা ৰঙা মতা কুকুৰা | ethnic non veg food |
HTML-код
- Опубликовано: 7 фев 2025
- সান্দহগুড়ি পচলা ৰঙা মতা কুকুৰা | ethnic non veg food |
You will be watching a day in our life with our Assam Traditions,
As many of you asked us to make a recipe with country chicken thus today we came up with 2 types of recipes which is handohguri posala kukura mankho and country chicken soup.
This is a popular Assamese non veg recipe.
If you like the video please click the like button and subscribe our channel. It's free !!
You may post your queries and suggestions in the comment section.
Hope you will like this video,
with love from Amar Gaon
আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব ।
মৰমেৰে "আমাৰ গাঁও"
Our Facebook link- / amargaon12
Our Instagram link- ...
Watch all my videos - / @amargaon3296
some other videos.....
Nature gives us all everything- • প্ৰাচুৰ্যময় পাহাৰৰ বনৰ...
*The lifestyle of the people on the bank of our Disang river- • ম'হৰ এঠা দৈৰ সৈতে কোমল...
*A special fishing day- • ঠলুৱা মাছৰ আঞ্জা | A s...
*A beautiful day of the harvesting season to reap our golden paddy fields- • মাতে পকা ধানে ৰিঙীয়াই ...
#villagelifestyle #villagecooking #ethnicfood #amargaon #chickenrecipe
Oti hundor khabor mon gol, husadu anza video ti sai bhal palu👍👌🏾
💕💕🙏🙏🙏🙏
Eman dhunia poribekh aru khadyo....gaon khnt gole ahiboloi mon nejabo
বহুত বহুত ধন্যবাদ আমাৰ গাঁও ৰ পৰিবেশটো ভাল পোৱা বাবে।।।
perfect combination of Food and Music. loved it 👌👌👌
Thank u so much for your love and support baa ....
Baa Amar Channel Ata ase Sabaun #DANUJ VLOG
Bor vl lgil gaor poribekh aru posola murgi magkh moja lgil video tu sai 👌👌👌👌
💛💛💛💛💛💛🙏🙏🙏🙏🙏🙏
প্ৰাকৃতিক পৰিৱেশটো অতি মনোৰম,, পাহাৰীয়া ঠাই নৈ জান জুৰি কাৰু লগত তুলনা কৰা নহয়,, আৰু আগবাঢ়ি যোৱা
ধন্যবাদ জনালো আপোনালৈ
👌👌👌
Bohut Val lagil video 2 sai
আপোনাৰ ৰন্ধন শৈলী এনেও শলাগিবলগীয়া।
দুতাৰা আৰু বাঁহৰ গাঁঠিৰ চকাৰ গাড়ীখনৰ উপস্থাপন ভাল লাগিল।
পুৰণি কথা মনত পৰিল।
অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
Mur vlogs buru sbo sun deii 😊subscribe kri dbo ❤️ support kribo,,...
Bahir xur xunile mon jur pori jai khub sundor bahi bojai de
Okhekh dhanyawad apunaloi 👍🧡🙏
Akhon dhuniya presentation
Dhanyawad janalu
খাদ্যৰ লগতে আৰু বহু কিবাকিবি সোৱাদ পালো । অতি সুন্দৰ ।
Thanks a lot 🧡👍
Apunalukor video tu sai khub bhl lagil....
🙏🙏💕🧡💕💕💕
ইমান সুন্দৰ পৰিবেশ বাইদেউ। বহুত ভাল লাগে ভিডিঅ'বোৰ আপোনালোকৰ
খুউব ভাল লাগিল
ধন্যবাদ জনালোঁ
Eman dhuniya video bonai apunaluke
💞💞💕👍🙏🧡
বহুত সুন্দৰ।
এই যে আপুনি প্ৰথমতে চাদৰৰ মুঠিৰ পৰা পইছা উলিয়াই দিলে এইটো দেখি মোৰ সৰুকালৰ মায়ে এনেকৈ পইছা দিয়ালৈ মনত পৰি গল । Village life is so much peaceful and healthy .
Thankyou 🧡 so much 💕🙏
সুন্দৰ পদক্ষেপ,,,,, বৰ ভাল লাগিছে,,,, গাঁৱলীয়া পৰিৱেশৰ আনন্দ অতি অনুপম
বহুত বহুত ধন্যবাদ জনাইছোঁ
সুন্দৰ উপস্থাপন ঘৰলে মনত পৰি গল🥰
বহুত বহুত ধন্যবাদ জনাইছোঁ
খুব ভাল লাগিল । আপোনালোকক উৎসাহ জনাইছো
ধন্যবাদ আপোনালৈ
আপোনাৰ এই সূন্দৰ থলোৱা ৰেচিপি বোৰ ভিডিঅ জৰিয়তে আগবহোৱাৰ বাবে ধন্যবাদ
আপোনাৰ সুন্দৰ কমেণ্ট টো পঢ়ি সুখী হলো ।
লগতে আমাৰ ভিডিঅ সমূহ আদৰি লোৱা বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
উফফফফ ,,,কি সুন্দৰ ,,,, এসাঁজ খাবৰ মন গৈছে ,,,,,,
Thankyou so much 💕
অতুলনীয়__কোনো শব্দৰে প্ৰকাশ কৰিব নোৱাৰি৷৷
লৰাছোৱালী দুটাৰে সৈতে দাদা আৰু বাইদেউ__কিমান যে সুখী সেই জীৱন৷৷
জীৱনৰ প্ৰকৃত সুখ৷৷
বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ comment টোৰ বাবে
Khai. Moja. Lagib.
বৰ সুন্দৰ উপস্থাপন। মন চুই গৈছে
Dhanyawad janalu 🙏🧡
সুন্দৰ,,, আৰু আগবাঢ়ি যাওক, আশীর্বাদ জনালোঁ,,, কেমেৰাৰ কাম মজা ,,, ভিডিও কৰা জনক কেতিয়াবা দেখুওৱাই দিব,, ৰাইজে ভাল পাব,,,
Nischoi dekhuwa habo 💕, dhanyawad apunaloi 🙏🙏
Apunar vedio bur sai hosa koiye val lage
🙏🙏🙏🙏
ঐতিহ্যৰ মাপকাঠিৰে এটা সংস্কৃতি বান পৰিয়ালে যি পৰম্পৰা আগবঢ়াইছে, সচাই শলাগলবলগীয়া🙏🙏🙏🙏🙏
বহুত বহুত ধন্যবাদ জনালোঁ
ভাল লাগিল কচূ গাহৰী
❤️❤️🙏💕👍
কি সুন্দৰ
bahut vl lge apunar video bur sai
ধন্যবাদ জনালোঁ
সঁচাই মন মুগ্ধ কৰিব পৰা গাওঁ ৰ নিভাজ পৰিবেশ।
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
সুন্দৰ ৰেচেপি। আপোনাৰ হাতৰ সকলো ৰেচেপিই ধুনীয়া 👌😋💗
🙏🙏🙏🙏💛💛💛💛 ধন্যবাদ জনালোঁ
Ki hundor bojaise Manuh jone ...Logite Randhiseu khub tasty.
বহুত বহুত ধন্যবাদ জনালোঁ আপোনালৈ
অতি সুন্দৰ
Dhanyawad janalu
Hosa k. Bhut. Dhunia. Hoise. Video ru.... 😋👌
Bht bht dhanyabad jasilu
Nice job all family members 😊
Sundar upastapan amar thaluwa kadyar, bor bhal lagil..
Thankyou so much 💕
Emn j vl lge . ❤️
Bahut val lagil..
#JS_Studio_fkg
Thanks a lot
saru kalor din boroli mont pori gol deutai anekoi mangkha ghrt basa asil ami sai thoka asilu maa mangkhar jogar krisil.bhut dhuniya video👌
আমাৰ video টোৱে আপোনাৰ মধুৰ স্মৃতিক সজীৱ কৰিছে বুলি জানি অতি সুখী হৈছোঁ। ধন্যবাদ জনাইছোঁ।
Ekdom xundor lage dei amar Axomiya porompora bilak👍👍👍
বৰ সুন্দৰকৈ অসমীয়াৰ সৰল গাঁওৰ জীৱনটোক উপস্থাপন কৰিছে ।
💛💛💛💛💛অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
ইমান সুন্দৰকৈ উপস্থাপন কৰিছে আপোনালোকে।।
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
Mojaa mojaa mojaa mojaa mojaa mojaa mojaa mojaa mojaa mojaa mojaa khub vhal loga ekhon gao aaru heoji gosore vhora
🙏🙏🙏🙏💕💕👍👍🧡🧡❤️❤️💞💞❣️❣️
অতিকৈ সুন্দৰ হৈছে ।🙏🙏🙏
Oh! Bujab nuara ak anubhuti . Sweet recipe and music. Good combination.
Thanks a lot 🧡🧡🧡🧡
Bar dhuniya lgil si baido,etiyar pra ru si e thakim apunar video
Apunar resipe bur bor Val lage .. jodi pare amaku akhaj khubo xun khuri
বৰ ভাল লাগিল দেই তোমাৰ ভিডিঅ চাই
🙏🙏🙏🙏🙏🙏
আপোনাৰ চননেলৰ ভালেকেইটা ভিদিও চালো। বৰ ভাল লাগিল। এনেকুৱা থলুৱা আহাৰ আৰু ৰীতি নীতি দেখিলে মোৰ শৈশৱৰ গাওঁ খননলৈ মনত পৰে।
Thankyou so much 💕
Bohut val lagil
Dhanyawad apunaloi 🙏
Apuna lukar goan bahut val lagey veido sai
সুন্দৰ
Mojaa...🙏🙏🙏🙏🙏😋😋😋
Unique recipe....I ll try
Khau khau lagesa.ratipuata apunalukor video sai vuk lage goisa
😊😊😊😊ধন্যবাদ জনালোঁ
Val lagile sai
Dhanyawad apunaloi 🙏
গাঁৱলীয়া এটি সুন্দৰ পৰিবেশ সজীৱ কৰি ৰাখিছে চিৰদিনৰ বাবে। আপোনাৰ video সমূহ চাই সঁচাকৈ বহুত ভাল লাগে।
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
♥️♥️বহুত মৰম লগা
The
Bor bhal lagil vidioti sai
🙏🙏💛❤️❤️❤️
Nice sharing 🙏 friend
Bhut vll pow sai💕💕💕
🧡🧡💕👍👍❤️🧡💞🙏
Moja lgil,❤️
Eman dhuniya poribekh ❤❤ gaon khonoloi gole😊😊 ghuri ahibo mon najaboi😊😊
বহুতেই সুন্দৰ koi দেখালে পচলা recipe 🔥❤❤❤❤❤❤❤❤❤❤❤
অশেষ ধন্যবাদ জনালোঁ
Apunalukor Protitu Video aru Recipe Bohut Tasty Tasty Hoi...Videou Bohut Dhuniya Hoi...Mojja...
Bht bht dhanyabaad janalu tumaloi
Hundor
Kiba eta beleg val lgise.. awsm
Thankyou so much 💕
Mjaa
বহুত ধুনিয়া editing
💕💕🙏🙏🙏
Bohut bostu ami pahoriei pelaisu...aji akou monot poril ...thanks a lot
বহুত বহুত ধন্যবাদ আমাৰ ভিডিঅ বোৰ আঁকোৱালি লোৱা বাবে
Okole eman khini korisa 🌺💕
Dhunia hoise
Okhekh dhanyawad
বহুত ভাল লাগে আপোনাৰ পৰিবেশনবোৰ
ধন্যবাদ জনালোঁ
Wow... Mesmerizing.. I can smell!!
Thanks a lot 🧡
চেনেলটো খুবেই প্ৰিয় ..ভিডিঅ'বোৰ চালে মোৰ শৈশৱৰ সময়খিনিলে বৰকৈ মনত পৰে। আজিৰ পৰা ১৫-২০ বছৰ আগেয়ে আমাৰ গাওঁখনৰ পৰিৱেশ এনেকুৱা আছিল । কিমান যে ভাল লগা আছিল দিনবোৰ ।
thanx to the video creator and team ❤
আমাৰ গাঁও video ই আপোনাৰ স্মৃতিক স্পৰ্শ কৰিছে বুলি জানি অতি সুখী হলো । আগলৈও আমাক এনেদৰে মৰম দি যাই যেন , আমি ভাল ভাল কাম কৰি যাবলৈ চেষ্টা কৰি যাম ।🙏🙏🙏🙏🧡🧡
Hundar
Bor Val lagile sai...hosake
বহুত ভাল লাগিল আপোনাৰ ৰিচিপি চাই।
অশেষ ধন্যবাদ জনালোঁ
ধুনীয়া
Thankyou 🙏
Video bor bht Val lge❤️💚
💛💛💛🙏🙏🙏🙏🙏
Good concept very nice
Thankyou 🧡🙏🙏
Vdeo Tu sai iman relax feel korisu mane ki kom aru. Bohut bohut bhal lagil.
Bahut bahut dhanyawad gyapon korisu
Apuna nisina video aji loike dekha nai bahut val 👍👍👍👍👍
Bahut bahut dhanyawad iman morom seneh diya babe
Tuma luk aaru aaguaai juaa take kamona korisu
Majja Lagib
Moja content
🙏🙏💛❤️❤️❤️
O,,kakai dekhun duniyaa bajaise
Thankyou 🙏🧡
Bhut dhuniaaaaa dhunia lgse ❤️🥺
সান্দহ গুড়ি পছলাৰ ব্যন্জন বিধ খাবলৈ বৰ হেপাহ থাকিল । ইমান ধুনীয়াকৈ ৰান্ধে আপুনি ।
Very nice. ,,, Too good
Thankyou 🙏
Aji pothom saisu apunalukur video vl lgile sai.
অশেষ ধন্যবাদ জনাইছোঁ
Val lagil sai ❤️
সঁচাকৈয়ে লোভনীয় ।তাতে জুইত বনোৱাই সোণত শুঅগা চৰাইছে😋😋
ধন্যবাদ জনালোঁ
ভাল লাগিছে ৷ বহুত বেছি দীঘল হৈছে ভিডিওটো ৷ সকলোৱে ইমান সময় চাব জানো
Dhanyawad janalu , Facebook ত চুটি কৈ দিয়া হয়।
Xundor lagil👌💕
ধন্যবাদ জনালোঁ
Val lagil✌
ধন্যবাদ জনালোঁ
Video2 si br val lagil a...
বৰ ধুনীয়া পৰিৱেশটো দেখিলে যাবলৈ মন যাই এসাজ খাবলৈ
frnd halu mor o hob dei
Very nice presentation in Assamese
🙏🙏👍🧡💕💞
Nivaj akhomiya
.mon vori gol .
মাইনা বহুত সান্ত মৰম লগা
😊😊🙏🙏🙏🙏💛💛💛💛