পিঠাগুড়ি তিল,গুড়ৰ বৰফি|তিলৰ লাৰু সলনি হাতৰ তলুৱা নোপোৰাকৈ বনাব পৰা সহজ,সুস্বাদু ৰেচিপি|Bihu Special
HTML-код
- Опубликовано: 5 сен 2024
- #Bihu_from_Assam #Taruphukan_recipe
#তিল আমাৰ শৰীৰ বাবে উপকাৰী |তাতে তেল বা অধিক একো নেলাগে |সকলোতকৈ সহজে তৈয়াৰ কৰিবও পাৰি |বিহুত তিলৰ লাৰু দৰে পৰম্পৰাগত উপাদেয় সদায়ে আদৰৰ |তলত কেইবাটাও পদ্ধতি আছে লিংক টিপিলে হ'ব|
পিঠাগুড়ি তিলৰ বৰফি/চিক্কী 👇
• পিঠাগুড়ি তিল,গুড়ৰ বৰফি...
মিহলি তিলৰ লাৰু👇 • Til ladoo | তিলৰ লাৰু ...
দুবিধ ক'লা আৰু বগা তিলৰ লাৰু
• তিলৰ লাৰু |দুটি বস্তুৰ... - Животные
সুন্দৰ হৈছে।
Vl lagil
অতি সুন্দৰ ❤
Umm.borhia.
Baideo Bhout Val lagil
বাইদেউ ভাল লাগিল
Bahut dhunia baideo(thenks)
Apunar bonuabur sai bhal lag😍😍
Bohut xundor baideu
সুন্দৰ বাইদেউ
Baideo bohut val lagise. Khohoj proddhati
মৰম সহ ধন্যবাদ …
ৰঙালীৰ বিহু আৰু অসমীয়া নৱবৰ্ষ ওলগ জনালোঁ 💐🌹
দেখিয়েই খাওঁ খাওঁ লাগিছে। আপুনি ইমান সহজকৈ কথাবোৰ বুজাই দিয়ে, ভাল লাগে।
❤
Baideu bor dhunia hoise
Xundor ❤️
সুন্দৰ, ভাল লাগিল।
Bor dhunia hoise
moja
ভাল লগিলবাইদেউ মইয়ো বনাম দাউনলোত কৰি থৈছো। গৌৰৱ মাক হে মই,
সুন্দৰ হৈছে
সচাই বৰ ধুনীয়া হৈছে বাইদেউ
Bohut dhuniya ❤️
ইমান ধুনীয়া হৈছে দেখিবলৈ ৷
বৰ সুন্দৰ হৈছে । দেখিলেই খাও খাও লাগে জানানো ?
Bohut dhunia Hysa ba
বহুত ভাল লাগিল। বনাই চাম আপোনাৰ পদ্ধতিৰে
ইমান সুন্দৰ লোভনীয় হৈছে বা👌
সুন্দৰ,👌👌👌👌👌
Bonabo lagibo
বনাই চাম। ধন্যবাদ 👍
Til recipe2 ভাল লাগিলে ❤❤❤❤❤❤
বৰ ভাল লাগিলে
ইমান সুন্দৰ হৈছে বাইদেউ মই বনাই চাম
বনাই চাম বাইদেউ ।
আপোনাৰ বনোৱা পদ্ধতি বোৰ মোৰ বিৰাট ভাল লাগে , সুন্দৰ বাইদেউ
Many many thanks
Dhunia 🙏🏿
Thank s
d moi nepal pora til pitha banabo le aami khuwa chaul r hobo ny aayt boraa chul naapy plz rply
বিহুত বনাব লাগিব
Very good
Nice
Thanks❤🙏
গুডৰ সলনি চেনী বৱহাৰ কৰিব পাৰিনে
চেনি জোখটো ধৰিব পাৰিলে হয়… সোনকালে শুকাই যায়
কলা তিলৰ হব নেকি
হ'ব…ভিন্ন লিংক দিছো… description boxত চাবা
Apunar video kio nupuwa holu Baidaw....
Boga tiltu kini loise neki
অ ' বগা তিল
Boga til bojarot pai ne kor pora loise