ঘৰৰ দুৱাৰমুখৰ এটা মাৰাত্মক ভুল !! আপোনাৰ ঘৰত হৈ আছে নেকি ? Vastu Assam ।।
HTML-код
- Опубликовано: 4 май 2022
- ঘৰৰ দুৱাৰমুখৰ এটা মাৰাত্মক ভুল !! আপোনাৰ ঘৰত হৈ আছে নেকি ? Vastu Assam ।।
মুখ্য দুৱাৰখনৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা|Axomiya Vastu|Vastu Shastra for Main Door • Vastu Tips||মুখ্য দুৱা...
Vastu Assam Facebook Page Link: / vastuassam
Vastu Assam, Contact 60019-72061( 7 PM-10 PM)
Vastu for success, growth, prosperity, sound health, business, name, fame, wealth, money, peace and happiness.
#Assamesetips #Assamesevastu #vastutips #vastuassam #vastuforkitchen
Home Vastu
Flat Vastu
Vastu Remedy
Vastu for business
vastu for plot verification
vastu for new Construction
Vastu for Industry set up
vastu for Office modification
Vastu for Market complex
Vastu for Gardening
vastu for main gate/entrance
vastu for Toilet
visit www.vastuassam.com (under process...)
আপোনাৰ চিন্তাধাৰা সঁচাকৈ সৰলতা আৰু একেবাৰে গুৰুত্বপূৰ্ণ 🙏🙏🙏। প্ৰকৃততে মানুহৰ চিন্তাধাৰা সদায় এনেকুৱা হ'ব লাগে
ল'ৰা-ছোৱালীৰ পঢ়াত মনোযোগ বৃদ্ধি, ইচ্ছা শক্তি আৰু আগ্ৰহ বঢ়াবলৈ উপায় দিবছোন 🙏
🙏💞Janibo pari bohut xukhi sir.
ছাৰ কথা বিলাক কম কৈ কব একেটা কথাই বাৰে বাৰে কয়.
বাকী কথা সমূহ জনী ভাল পালোঁ।।
BOHOT UPAKRIT HOLO❤
সৰূ আৰু সাধাৰন যেন লাগিলেও বিষয়টো অত্যন্ত্ব গুৰুত্বপূৰ্ণ ।আপোনাৰ মংগল আৰু সু = সাথ্য কামনা কৰিলো ! ধন্যবাদ ।
Khub bhal lagil apunar kotha khini jani🌹🙏
Janibo pari bohut bohut val lagil sir
মহা মূল্যবান পৰামৰ্শৰ বাবে অধিৰ আগ্ৰহেৰে ৰলোঁ।
Bohut val lagil .
ভাল লাগিলে কিন্তু বৰুৱা দা🍎🍎🍎🍎🍎 বহুত ধন্যবাদ জনালো আপোনাক সন্মান সহকাৰে 🍏🍏🍏🍏আপোনাৰ চেনেলতো মই ভাল পাওঁ 🍊🍊🍊🍊🍊🍊🍊🍊🍊
Val lagil video tu sai sir
সৰু সৰু পলবোৰ লগ হৈ ঘণ্টা মাহ বছৰ হয় ঠিক আপোনাৰ সৰু সৰু vedio বোৰেও আমাৰ জীৱনত পৰিবৰ্তনৰ ৰেঙণি সঞ্চাৰ কৰি সাৰ্থক কৰি গঢ় দিয়াত প্ৰচুৰ আৰিহনা আগবঢ়াইছে। আপোনাৰ সাফল্য কামনা কৰিলো।
Ll
সপোন ত সাপে যৌন কৰা দেখি লে কি হয় জনাবা নেকি
Kotha bur Janibo pari bohut bhal lagil
Very good , Meny meny Thanks , God bless You Always ,
ধন্যবাদ ছাৰ 🙏🙏🙏
মহাশয় ঘৰটো পছিম মুখীয়া ৰাষ্ট লগত মিলাই বনুৱা হল । পচ্ছিম মুখীয়া ঘৰ কেনেকুৱা হয় । আৰু মানুহ জনৰ ৰাশিৰ লগত ঘৰৰ কিবা দিশৰ কথা আছেনেকি । জনালে নিচ্ছয় ভাল পাম 🙏
Val lagil sir
Thanks for valuable information 🙏🙏🙏
Val kotha koise
Hoi sir apunar kathabur sai bor bhal lagee
Bohut dhanyabaad jasilu...
Hoi bhal lagil.
Val lagil jani
বহুত বহুত ধন্যবাদ দাদা🙏
ধন্যবাদ চাৰ 🙏🙏🙏
Thank u sir🙏🏻🙏🏻
ভাল লাগিল চাই ছাৰ ।।।মাঙ্গলিক দোষৰ বিষয়ে জনাবছোন ছাৰ
জানিব পাৰি ভাল লাগিল
ধন্যবাদ।
আমাৰ ঘৰখনো বাস্তুসন্মত কৰিব লাগিছিল, তাৰ বাবে আপোনাৰ লগত যোগাযোগ কৰিব লাগিব অনুগ্ৰহ কৰি জনাব চাৰ🙏
ভাল লাগিল ছাৰ🙏
Thank you sar,apunaloi bohut bohut dhoinobad,bohut kotha jani asu,
কথা খিনি জানি ভাল লাগিল। কিন্তু ফ্লেটট থকা মানুহৰ বাবে কি উপায়? লোৱা ফ্লেটটোট সোৱে বা বাৱে টো চিৰি থাকিবই।
সুন্দৰ পৰামৰ্শ।🙏🙏
Thank you Sir. Request you for vedio on a small kitchen garden and a garden (fulani) as per vastu can we arrange at small home .God bless you . Thank you.
thank you sir🙏🙏🙏
ধন্যবাদ
Thank you sir
Thank you sir 🙏🙏🙏🙏🙏🙏
জানি ভাল লাগিল 🙏🏿। ধন্যবাদ
আমাৰ ঘৰটো উত্তৰা - দক্ষিণ । মুল দুৱাৰখন উত্তৰ দিশত। চিৰিটো আপুনি কোৱাৰ দৰেই আছে। ঘৰটো নতুনকৈ সাজিহে আছে। সম্পুৰ্ন হোৱা নাই। যদি জুইশাল বা গেছটো দক্ষিণ ফালে পতা হয় কেনে হ'ব। তেতিয়া লেটিন আৰু পানী টেঙকী টো কোন দিশত সাজিলে ভাল হব জনাবচোন ছাৰ । বহুত আশাৰে বাট চাইছো জনাবচোন বুলি।
Dhynabad
ধন্যবাদ থাকিল চাৰলৈ।
ভাল লাগিল ছাৰ৷🙏🙏
বিলডিং হলে কি হব কেইবাটাও ফ্লৰ থাকিলে ?
।মোৰ ঘৰৰ মূল দুৱাৰৰ চিৰিটো এলকৈ নামিব লাগে ।ভিডিওটো চাই ভুল এটা ভাগিল । আপোনাক বহুত বহুত ধন্যবাদ থাকিল ।
Tq Sir 🙏🙏🙏🙏 aru aguwai juwa...
Dhanyawad
Thank you🙏
Thank you
Sir Amar ghortu pasimmukhi hoi ase Amar step tu kenedore dibo parim..
Good knowledge.
শুদ্ধ কৰাৰ যদি কোনো উপাই নাথাকে... তেতিয়া ইয়াৰ প্ৰতিকাৰৰ বিষয়ে জনালে উপকৃত হম 🙏
Waiting
বাচিছো, thank God j amar step tu doorr pune pune ase.
সঁছা দাদা বহুত ধন্যবাদ
Thank you so much sir amar droing roomr pra Amar seri bor puni puni nai mane puni puni diboloi jaga nai ki krim upay diyok
সচাকৈয়ে কিছুমান নজনা কথা জানিলোঁ ।বহুত বহুত ধন্যবাদ ।ছাৰ ।
Good advice. Very sincerely you have given the simple advice.
Good Advice ,very much important for us.
ছাৰ আপোনার কিতাব খন কেনেকৈ পাম, জনাবা
আপোনাৰ videoটো ভাল লাগিল ৷ এটা কথা আমাৰ ঘৰৰ ভেটিটো চোতালতৰ সমান হ'ল, গতিকে বৰান্দাখন ওখ কৰি দিয়া হ'ল - ভুল শুদ্ধ জনাব নিকি বাৰু ? অনুৰোধ থাকিল ৷
Good 👍
Amar step or logot grill darja ase. Xeikhon mulduwar hoine jonabosun Sir🙏🙏🙏
Muru enekuwai
Mor gharr mul duwar khon dakhin muwa atiya moi ki koribo lagibo sir.
🙏🙏🙏
Sir savitri brat kothar vedio ata dibosoon please
Rent houseot thaku. Kintu main duaropora right side ot siri ase. Kiba solution aseneki iyar
Sir apunak log puwar bohut issha ase kenekoi log korim baru plesss plessspless abar jonabo
আমাৰ ঘৰৰ মূল দুৱাৰৰ পৰা বাও ফালে হয় আছে,, কিবা উপায়. আছেনে... কাৰণ ako tu বনোৱা সম্ভৱ নহয়
Sir gharat darja khuli thale Val ne baia
Good
flate ত থকা সপলে কি কৰিব ?
ভাল অভিজ্ঞতা দিলে ধন্যবাদ
আমাৰ ঘৰত চিৰি টো মূল দুৱাৰ পোনে পোনে নাই, আপোনাৰ vedio চাই ভাল লাগিল।
ছাৰ মোৰ ঘৰতো দক্ষিণ পুব দিক্ষত এই লৈ এটা ভিদিঅ বনাব? ধন্যবাদ
Kenebakoi ghortu vangibo nwarile protikaror upai Kobo ne
Sir amar ghoror main duar front t 3nos step ase kintu raste gatkhon uttar sidt ase ki korim janabsun .
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Sir mur gatu maje *maje khub beta hoi jai. Kiba pratikar are Jadi finding.
Hosa dai
Flate bilaktu tenekuai.Ami ki korim?
ছাৰ আপোনাৰ ভিডিঅ চাই ভাল লাগিল
Ghoro main gator colour ke hobo lade
Apuni protikarok dibo sob problem solutions aase dada
Yes yes
Flat r holee ki koribo lagibo....duwqr r pora left ru ru side duifalee siri aasee
Flate hole ki karim? Janabosun
Ekhan gharat L Siri dekhiso ,xhihator bahut unnati hoi ase. Karan ki?
ওপৰলৈ যোৱা চিৰিটো সো ফালে আছে , কিবা হ'ব নেকি ।
Nur aapunar mate think aache
ছাৰ বহুত মানুহে কোৱা শুনিছিলো যে ঘৰৰ দুৱাৰ বা খিৰিকী চৌ কাঠ আজাৰ কাঠৰ লগাব নালাগে। কিমান সত্য কথাষাৰ জনাব।
Really bor bhal lagilae Jani🙏
আমাৰ ঘৰখনৰ দুৱাৰমুখ খনেৰে ওলাই বাও ফালে চিৰিৰে নামিব লাগে , হয়টো বা ঘৰটো ত থকাৰে দিনাৰ পৰা মোৰ পতিৰ বেমাৰ , এতিয়া কি কৰা উচিত ? মুল দুৱাৰ খন উত্তৰ পিনে হয় ।
Flat t thakile keneke milabo pora jabo
প্ৰভু আমাৰ ঘৰ খনৰ দক্ষিণে দোৱাৰ মুখ আৰু পশ্চিমে পদুলি ভাল নে বেয়া জনাব নেকি
যদি চিৰি নেথাকে তেতিয়া বিকল্প"কি হব?
Manuhr ghoror Licthi gos (Licthi Tree) thakile Omongol hoi buli j koi.. kotha tu kiman hoityo ......Tar uporot eta video bonabo sun
সাবিত্ৰি ব্ৰতৰ ওপৰত ভিডিও এটি বনাবচোন ছাৰ।
মোৰ ঘৰটো দক্ষিণমুৱা। চিৰিও ঘৰৰ মূল দুৱাৰৰ চিধাই। কিন্তু গেটখন পশ্চিম ফালে। কাৰণ ৰাষ্টাটো পশ্চিম ফালে। ভালনে বেয়া জনাব।
কঠাখিনি ঠিকেই কৈছে ।
মোৰ ঘৰৰ দক্ষিণ দিশতে আছে দমকল্ পায়খানা্ আৰু পায়খানাৰ টে্কি,পানী ওলোৱা নলাও। এতিয়া ময় কি কৰিম?
Moro
দক্ষিণ পশ্চিম মুখী ঘৰৰ দৰ্জামুখৰ চিৰি পোনে পোনেই থাকিলে কি হ'ব চাৰ ?