Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
জনতা ভোট দিছে। জনতা ভাল পায় মোডীকহিমন্ত বিশ্ব শৰ্মাক। বিৰোধী জলী পুৰি মৰিলে। আমাৰ দেশৰ জনতাৰ ভগৱান মোডী। অসমৰ জনতাৰ অতিমৰমৰ মুখ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মা। আজিৰ জনতা উন্নতিৰ ওপৰত ভোট দিয়ে।
অন্ধভক্ত,, মোডী কেতিয়া ভগৱান হ'ল😂😂। আজিৰ দিনত যদি বেলেগ কোনোবাই প্ৰধানমন্ত্ৰী হয় তাকো ভগৱান বুলি মানিবি নেকি ,, আগতে নিজৰ মাক দেউতাক ভগৱান হিচাপে সেৱা কৰ, জীৱনৰ উন্নতিৰ বাট আগবঢ়াত সহায়ক হ'ব ❤
Jharkhandr bikhoye dukhar man koi dibo lagisil 😅😅😅
এইখন অসম হয় আৰু অসমত কংগ্ৰেছ ০ হবগৈ ২৬ ৰ পিচত 😂
@শ্ৰীসঞ্জীৱ ঝাৰখণ্ডৰ বিষয়ে অধ্যয়ন কৰা হল নে বাৰু হেলিকপ্টাৰ খন কত বা আজি খাৰা হৈ থাকিল ন ঝাৰখণ্ডলৈ যাম বুলি থৈ দিয়া
@শ্ৰীসঞ্জীৱ উপ নিৰ্বাচনত যাৰ চৰকাৰ থাকে হেই পাৰ্টীক ভোট দিয়ে আৰু সকলোতে আমাৰ জন কৰ্ণাটক কেৰেলা গৈছিল প্ৰচাৰ চলাব উপনিৰ্বাচনৰ কি হল ডাঙৰ বেঙেনা লৈ হে গুচি আহিল দেখোন 😁😁😁
Samagurit 5 kuti man khoros korise bule ,
জনতা ভোট দিছে। জনতা ভাল পায় মোডীক
হিমন্ত বিশ্ব শৰ্মাক। বিৰোধী জলী পুৰি মৰিলে। আমাৰ দেশৰ জনতাৰ ভগৱান মোডী। অসমৰ জনতাৰ অতিমৰমৰ মুখ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মা। আজিৰ জনতা উন্নতিৰ ওপৰত ভোট দিয়ে।