Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
বৰ সুন্দৰ ।
সুন্দৰ
সৃষ্টিশীল মানুহ। ভগৱানৰ দান। আপোনাৰ গুনৰ তুলনা নাই। ভগৱানে সকলোকে ভালে ৰাখক।
Bar vl lagil baideu
ধন্যবাদ বাইদেউ নজনা কথা জানিলো
Hundar, bihur hubhessya janalu
আপোনালৈ ভোগালী বিহুৰ শুভেচ্ছা জনালো🙏
বৰ সুন্দৰ কৈ বনালে বাইদেও।বিহুৰ ওলগ জনালোঁ।মমো ষ্টেনত ভাত।নিমখীয়া পিঠা সুন্দৰ।লোকে ল চিকেন।বৰ ধুনীয়া বৰপিঠা।প্ৰিয় মোৰ।বহুত ধুনীয়া হৈছে।হেচি দিয়াতে আৰু সুন্দৰ।❤️❤️❤️পিঠাপনা ৰেডী।
Baideovapot dia pitha recipe ata dibo nke
❤️❤️❤️❤️
বিহুৰ শুভেচ্ছা জনালোঁ । বহুত ভাল লাগিল।বনাব লাগিব
Bor dhunia ba 👌👌
ভাল লাগিল বাইদেউ । ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ
Dhanybat baido aapunarly
ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ 🥰🥰🥰
Apunaloi buhur xuvessa thakil baideo
bahut dhuniya happy bihu
বিহুৰ শুভেচ্ছা থাকিল বাইদেউ। বৰ ভাল লাগিল।
বিহুৰ শুভেচ্ছা থাকিল আপোনালৈ।
Nice 👍
apunr recipe burhosai vl lge🙏🙏🙏thnk u bht hikisu apunr pra
ভোগালি বিহুৰ আন্তৰিক আৰুহিয়াভৰা ওলগ যাচিলো সকলোকে🙏
বিহুৰ শুভেচ্ছা থাকিল বাইদেউ ।
❤️❤️❤️
আপোনাৰ হাতত যাদু আছে বাইদেউ
Happy bihu ba
মাঘ বিহুৰ শুভেচ্ছা জনালোঁ বাইদেউ।
বাইদেউ, মই এটা কথা আপোনাক সুধিব খুজিছোঁ - নিমখীয়া পিঠাটো বৰাচাউলৰ হ'য়নে বাইদেউ? এইবাৰ মই বৰাচাউলৰ তেলপিঠা বনাওতে গোটেই তেল ফুটি পেলাই আধাপুৰা হৈ মৰিছো। বুজি নেপালো কিয় ইমান ফুটিলে বাৰু ?
নিমখীয়া পিঠা ফুটিবই …সেয়েহে দিয়া লগে লগে লুটিয়াই হেঁচি দিব লাগে…তাৱাত ক'ম তেলত পুৰিবা …
Bor dhunia hoise baideu,😘ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ 🙏
Baidew bora saulor pitha khini rodot di lobo lagib nki..plz help korok..moi 1st bnabo loisu apunar vdo sai
নিদিলেও হয়…দিলেও বনাব পাৰি…
Bora saol 2 bati aru belek saol adha bati mix Korim, hoine Baideo?
হ'ব…
Bhal lagil video bur diyar babe majote video diya bahut komi goisil
Baidew sewa bhat tu bonawte gas tu high ne low flameot rakhibo lagibo..
Bsideu mor bora.saul.nai bhatkhowa saul.di banan parim ne
পাৰি কিন্ত টান হয়…লগত আটা বা চুজি মিলাই কৰিবা
Tel pitha mur hodai tan hoi jai, Kiyo baru?
Lora Jorhat r kot thake amar gharu Jorhat hoi
❤❤❤❤❤❤
বৰ সুন্দৰ ।
সুন্দৰ
সৃষ্টিশীল মানুহ। ভগৱানৰ দান। আপোনাৰ গুনৰ তুলনা নাই। ভগৱানে সকলোকে ভালে ৰাখক।
Bar vl lagil baideu
ধন্যবাদ বাইদেউ নজনা কথা জানিলো
Hundar, bihur hubhessya janalu
আপোনালৈ ভোগালী বিহুৰ শুভেচ্ছা জনালো🙏
বৰ সুন্দৰ কৈ বনালে বাইদেও।বিহুৰ ওলগ জনালোঁ।মমো ষ্টেনত ভাত।নিমখীয়া পিঠা সুন্দৰ।লোকে ল চিকেন।বৰ ধুনীয়া বৰপিঠা।প্ৰিয় মোৰ।বহুত ধুনীয়া হৈছে।হেচি দিয়াতে আৰু সুন্দৰ।❤️❤️❤️পিঠাপনা ৰেডী।
Baideo
vapot dia pitha recipe ata dibo nke
❤️❤️❤️❤️
বিহুৰ শুভেচ্ছা জনালোঁ । বহুত ভাল লাগিল।বনাব লাগিব
Bor dhunia ba 👌👌
ভাল লাগিল বাইদেউ । ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ
Dhanybat baido aapunarly
ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ 🥰🥰🥰
Apunaloi buhur xuvessa thakil baideo
bahut dhuniya happy bihu
বিহুৰ শুভেচ্ছা থাকিল বাইদেউ। বৰ ভাল লাগিল।
বিহুৰ শুভেচ্ছা থাকিল আপোনালৈ।
Nice 👍
apunr recipe burhosai vl lge🙏🙏🙏thnk u bht hikisu apunr pra
ভোগালি বিহুৰ আন্তৰিক আৰু
হিয়াভৰা ওলগ যাচিলো সকলোকে🙏