অতি মূল্যবান আলোচনা । মন্তব্য দিবলৈ আমাৰ সধ্য শক্তি নাই । এই আলোচনা ভাগ সময়ে সময়ে চাই-শুনি নিজক আগবঢ়াই নিবলৈ পৰমেশ্বৰে আমাক শক্তি দিয়ক এই প্ৰাৰ্থনা প্ৰভু ভগৱন্তৰ ওচৰত । গুৰুজনাৰ সাগৰ মন্থন ভাগ কিমান গভীৰ সেইয়া কবলৈ আমাৰ ভাষা নাই । সহস্ৰ প্ৰণাম 🙏🙏🙏🙏🙏🙏🙏
❤❤❤ কৃষ্ণ
ভাগৱত মহাপুৰাণ শুনিবলৈ ইশ্বা কৰো প্ৰভু দাস ৰ সেৱা আগবঢ়ালো 🙏🙏
Hare Krishna hare Krishna Krishna Krishna hare hare hare Rama hare Rama Rama hare hare namaskar
ৰাম কৃষ্ণ হৰি ৰাম 🙏🙏
অতি মূল্যবান আলোচনা । মন্তব্য দিবলৈ আমাৰ সধ্য শক্তি নাই । এই আলোচনা ভাগ সময়ে সময়ে চাই-শুনি নিজক আগবঢ়াই নিবলৈ পৰমেশ্বৰে আমাক শক্তি দিয়ক এই প্ৰাৰ্থনা প্ৰভু ভগৱন্তৰ ওচৰত । গুৰুজনাৰ সাগৰ মন্থন ভাগ কিমান গভীৰ সেইয়া কবলৈ আমাৰ ভাষা নাই । সহস্ৰ প্ৰণাম 🙏🙏🙏🙏🙏🙏🙏
Pranam prabhu
ভাল লাগিল ,সুন্দৰ উপস্থাপন
প্ৰভূ ধ্যান কি এই সম্পৰ্কত ক'ব চোন ,আগ্ৰহেৰে ৰলো ।
উপকৃত হৈছোঁ। পিছত ভিদিও লৈ আগ্ৰহেৰে বাট চাই আছোঁ।
কৃষ্ণ কৃষ্ণ ৰাম
কৃষ্ণ