মায়ামৰা গায়ন || Mayamora Gayan || বায়ন বিদ্যা দত্ত
HTML-код
- Опубликовано: 8 фев 2025
- ডিব্ৰুগড় মিলনজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত ‘ত্ৰয়োদশ ডিব্ৰুগড় গ্ৰন্থমেলা-২০২৩’ৰ ১৪ ডিচেম্বৰত ‘বিশিষ্ট সমাজকৰ্মী তথা সাহিত্যিক ড° সৃষ্টিধৰ দত্তৰ সোঁৱৰত অনুষ্ঠিত ‘শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱৰ গীতৰ [পৰম্পৰাগত] গায়নশৈলী’ শীৰ্ষক আলোচনাচক্ৰত বায়ন শ্ৰীযুত বিদ্যা দত্তই পৰিৱেশন কৰা মায়ামৰা গায়নশৈলী৷
ভাল।লাগিল
সুন্দৰ৷
ঠাইভেদে মায়ামৰা গায়নৰ শৈলী পৃথক হোৱাৰ বাবে তাল, মানৰ বহুত খেলিমেলি হোৱা দেখা যায়। ইয়াৰ ৰূপক তালখন আমি ৰূপগুজৰ বুলি শিকিলোঁ, গুঞ্জল তালখন পুৰবিষম বুলি শিকিলোঁ ইত্যাদি। কিন্তু খোল বাদ্যৰ ক্ষেত্ৰত কিন্তু এনেকুৱা নহয়। প্ৰায়বোৰ শৈলী একে। মই জনাত খোলৰ দুটা শৈলীয়ে প্ৰধান; কমলাবাৰী আৰু বৰদোৱা। কিন্তু মৃদং বাদ্যৰ ক্ষেত্ৰত এনেহোৱা নাই। তাকে ভাবিলে বেয়া লাগে।