কীৰ্ত্তন পাঠ ll চতুব্বিংশতি অৱতাৰ ll kritan path ll Ohm Nath ll কৃপাময়
HTML-код
- Опубликовано: 19 окт 2024
- গুৰুজনাৰ কীৰ্ত্তন ভাগ এফালৰ পৰা, পৰম্পৰাগত বন্ধন সুৰত পাঠ কৰিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকৰ আশীৰ্বাদ আৰু পৰামৰ্শ কামনা কৰিলো।
#ohm_nath #কীৰ্ত্তন #কীৰ্তন #কৃপাময় #শঙ্কৰদেৱ #kritan #kirtan #kriton #kirton #assamese #নাম #geetapath #gita #
কৃষ্ণ কৃষ্ণ বাপ, কীৰ্তন ভাগ শুনি ভাল লাগিল ।সেৱাহে।
Otri sundor
Voice 😢😢🙏🙏
কীৰ্তন পাঠ শুনি মনটো ফৰকাল লাগিল ।
Krishna krishna 🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ , সুন্দৰ হৈছে
Krishna bohut hundor huni bhal lagil 🙏🙏🙏
dhonyabad, 🙏
কৃষ্ণ ৰাম 🙏🏼🙏🏼🙏🏼
কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ লাগিল শুনি 🙏🙏🙏🙏 ।
সুনদৰ।পুৰণি সুৰ বিষয়ে জনাব বাপ জন।কৃষ্ণ।
Krishna. Hari.Hari. hundor ❤
Krishna🙏
খুব ভাল লাগিছে। ইয়াৰ পিছৰ অধ্যায় খিনিও একেৰাহে শুনিব পৰা যাব নেকি । ভাদ মাহত সম্পূৰ্ণ কীৰ্তন ভাগ শুনিবৰ মন যায়। আপোনালৈ সেৱা জনাইছো🙏🙏🙏🙏🙏
Krishna Krishna 🙏🙏
শব্দৰ উচ্ছাৰণ স্পষ্ট, কন্ঠ সুমধুৰ, সুৰ আৰু লয় অমিয়া। গুৰু জনাই বৈকুণ্ঠ ত বাস কৰি শান্তি পাব প্ৰকৃত ধৰ্ম আৰু প্ৰকৃত শাস্ত্ৰ চৰ্চা হৈছে বুলি ।
অশেষ ধন্যবাদ, প্ৰভু 🙏
Krishna Bap Val lagil
Krishna, please continue.....
Krishna. Ram. 🙏🌹🙏🌹🙏
Krishna
কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ পাঠ 👏👏
Baap khub bhalo lagil, Krishna
Krishna
🙏🙏🙏
iman dhunia voice 💫😢😢👏👏
Krishna
Krishna baap huni bhl lagile apnr konthot...🙏
Dhonyabad .. krishna
Voice bahut dhunia sunile suni thakibar mon Jai 😢✨
Krishna🙏
Hundra hoise boishnob devo.
Bohut hundor, কৃষ্ণ কৃষ্ণ
Sweet heart.
Har har mahadev 👏👏
কৃষ্ণ কৃষ্ণ শুনি বৰ সুন্দৰ লাগিল 🪔🙏🙏🙏
কৃষ্ণ
Kishna kishna ram
বৰ ভাল লাগিল পৰভু ।
সছাই বৰ ভাল লাগিল
🙏
Hundor
বৰ সুন্দৰ অনুষ্ঠান 🙏🙏🙏
সচাকৈয়ে বৰ। সুন্দৰ হৈছে মাততো । ৺৺বৰ মিঠা
অশেষ ধন্যবাদ
Krishna, Krishna, Krishna bulee sumorio tomak
আপোনাৰ কণ্ঠত সম্পুৰ্ন কীৰ্তনভাগ শুনিবলৈ ইচ্ছা আছে।
বৰ ভাল লাগিল শুনি । আগলৈ পাম বুলি আশা কৰিলো।
সুন্দৰ ••••• কৃষ্ণ কৃষ্ণ •••••
Krishna
সুন্দৰ হৈছে
কৃষ্ণ কৃষ্ণ ।
কৃষ্ণ
সূনদৰ
অতি সুন্দৰ
ধন্যবাদ 🙏
Krishna Krishna
ভাল লাগিল শুনি🙏
অশেষ ধন্যবাদ 🙏
কৃষ্ণ কৃষ্ণ প্ৰণাম।
কৃষ্ণ প্ৰভু 🙏
🙏🙏 🙏🙏
সুন্দৰ
🙏🙏🙏🙏🙏
🙏🙏🙏
ঘোষা ভাগ অলপ অমিল সুৰ ঠিক কিন্তু বেয়া নাপাব প্ৰভূপদ হে ঠিক।।
বেছি খৰ হৈছে অলপ লেহতিয়া হ'ব লাগে।
সাধাৰণ আগৰ দৰো শব্দ উচ্চাৰণ প্ৰকৃত উচ্চাৰণ হৈ ছেনে?
সুন্দৰ হৈছে দেই।vedio কৰিবা চোন।
অলপ অসুবিধা হৈছে, বেয়া নাপাব, সময় সুবিধা হলে, আপোনাৰ কথা ৰাখিম🙏
কোনটো সুৰ গালে বুজিব নোৱাৰিলো বাপ
কলিৰ শেষত শব্দ দুটিৰ আগত ৰাম শব্দ টো নাই নেকি ? পথি পঢ়ি থাকোতেমাজত অন্য শব্দ উচ্চাৰণ নকৰে যেন
চাৰি শব্দটো কিয় এৰি গৈছে? ভুলেই পাইছো দেখোন!
গবিন্দ/গৌবিন্দ নহয় নে কি । গোবিন্দ হে ।ৃ
নিশ্চয় শুদ্ধ কৰিব লাগিব..
Krishna krishna.very nice video.subscribe korilu dei, amaku prbhur aashirbad di subscribe koribasun prabhu.
🙏
🙏🙏🙏
Krishna🙏
🙏🙏🙏
🙏🙏🙏
🙏🙏🙏🙏