Bauli Fagun [ বাউলী ফাগুন ] || Ep - 447|| 06/08/2024
HTML-код
- Опубликовано: 15 сен 2024
- ফুটফুটিয়া ফ্ৰ'ক পিন্ধি, মূৰত দুডাল বেণি গাঁঠি দেউতাকৰ কোলাত উঠি কোনোবা শিশুৱে গোঁসানী পুজা চাবলৈ যোৱা দেখিলে কুঁহিৰ মনটো সেমেকি উঠে । কুঁহিৰ মনলৈ আহে তাইৰ শৈশৱটোৰ কথা । কত যে ধুমুহা পাৰ হৈ গ'ল জীৱনৰ মুধচৰে .....। ক'ত বাৰ তাইৰ সপোনৰ বালি ঘৰ ভাঙি থান বান কৰি থৈ গ'ল । কেতিয়াবা জীৱনৰ দুখৰীয়া ছৱি বোৰৰ কথা ভাবি ভাবি কঁপি উঠে । কুঁহি কিন্তু এতিয়াও ভাগৰি পৰা নাই । তাই জীৱনটো এদিন সঁজাৱ । হেৰাই যোৱা জীৱনৰ ৰংবোৰ এদিন বুটলি আনিব । এখন সপোনৰ ঘৰ সাজিবলৈ তাই সংগ্ৰাম কৰিব । কাৰণ তই মাকক কথা দি থৈছে ।
Follow Rengoni TV :-
Facebook: / rengonitv
RUclips: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#RENGONITV #BauliFagun #ENTERTAINMENT #assameseviralvideo
কুহিৰ নিচিনা বোৱাৰী বোৰৰ পৰাই সুন্দৰ ঘৰ এখনৰ ধ্বংস লীলা আৰম্ভ হয়।
Right
ঠিকেই কুহিয়ে মানে 2 টা মতাক বিচাৰিলে নহব
m
@@hii12444
কুহিৰ ভূল নাই কুহি অংকিতকেই বিচাৰে
Right 100%
পৰিচালক মহোদয় এটাই অনুৰোধ সকলোকে মিলাই ইমানতে শেষ কৰক হয় নে হয় যদি লাক কৰি দিয়া
বহুত কান্দিলো গুঞ্জন ৰ কথা খিনি শুনি কিন্তু গুঞ্জনৰ গাতো দোষ নাই কুঁহিৰ কাৰণে এনেকুৱা হৈছে ❤❤😂❤❤🎉
ভাল লাগিল গুজন , জিউ
😂😢😅😊😊
বাউলী ফাগুন ভাল লাগিচে ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
আজি বাউলী ফাগুন চাই বহুত ভাল লাগিল ককাইয়েক ভনীয়েকৰ সম্পক এনেকুৱা সব লাগে
এই পাত ধ্বংসকাৰি মামা মোৰ হব লাগিছিল একে চাতেই গতি লগাই দিলোঁ হেঁতেন আৰে মোৰ life মোৰ কথা মামা হল বুলিয়ে কি মোৰ life ৰ সব সিদ্ধান্ত সি লব নেকি
জীওৰ লগৰ জনীয়ে , জীওৰ মনত বেয়া ভাববোৰ সুমুৱায় দিছে।
Bhai bhunir morom oo 😢❤❤bohut val lagil..
gunjonor jiur poti thoka morom bur bohut val lagise
Gunjon bohut val dukh lagil gunjonor kotha huni xoma Kori dia jiu tumar dada bohut val
কুঁহিৰ চৰিত্ৰটো বৰ আমনিদায়ক হৈছে ৷ এক ঘেয়েমি চৰিত্ৰই চিৰিয়েলখনৰ মানদণ্ড কমাই দিব ৷
😮😮জিউ হতৰ ঘৰ খন কুহিৰ কাৰনে বৰ বদ হল 🔥🔥🔥
My favourite serial
Gunjon ata bohut val lora
ককায়েক ভনীয়েকৰ মৰম ও কথাবোৰ শুনি চকুপানী ৰখাব নোৱাৰিলো।❤❤❤❤❤❤
Ankit hosai ahongkari hoi
Gunjan bhut val 👍
শেষ কৰিব হোৱাই নাই নেকি?
ভাল লাগিল
গুঞ্জনৰকথাই চকুপানীউলিয়াইদিলেঅ😢😢😢
😂😢😮😊ummm
প্ৰিয় ধাৰাবাহিক 💗💗
Dada. Bhonyi. 2 jonoke. Khubei. Val. Iagise. Enekuwa. Hobo. Lage😊
গুঞ্জন আৰু জীউৰ ক্ষমা খোজা কথাখিনি উপভোগ কৰি মোৰ চকুপানী ওলাই গ'ল। বিশ্বাস কৰক😢😢😢 বৰ আৱেগিক হৈছো আজি 😢😢
Gunjon jio😭😭😭
পৰী তুলি লোৱা আচলদেউতাক জীয়াই আচেনে মৰিলে
Janu
Khuhik kune kune beya puwa like kora
Gunjanr Dre dada ❤❤❤khokolu hb lge
Mamak2 alop pagol hol nike😂😂😂
Nagoan pora like
Jiur lgr jnir nisina friend karu hb nalage,,,,,bujuwat koi akow Ulta usotai hee dile
Bauli fagun khon Sai bor bhal lagise😢😢♥️♥️👌👌
ৰৈ আছো চাবলৈ❤
Dibrugarh pora like
গুঞ্জন বহুত ভাল ল'ৰা
Lehemiya hoise
Jiu kuhik beya napaba kuhia tumak val pai bohut misate kuhik bhul buji nathakiba
Baulifagu khon sai Bor bhal lagise
Agotei beya lagisil atia ako vl lgise saboil dei ..3/8/24 pora saisu vl lagise dei ...
Bauli fagun serial Khan sadai sau
Kuna kun sai asa like kora
ককায়েক ভনীয়েকৰ মৰম দেখি ভাল লাগিল
❤❤❤❤❤❤moj
বুজা বুজিৰ মাজত শেষ কৰিলে ভাল হয়
Nice to
মৌচুমী য়ে জীউক খাই পেলালে
Buhijonir voice to Val nalge
😢😢😢😢😢😊😊😊❤❤❤❤❤
Good night all friend😊😊
অংকিত কিবা কুকুৰৰ দৰে
গুঞ্জন কুঁহি ক অঙ্কিতক গটাই দিয়া
Roi asu sabole
❤🎉
27/2/2023 or pora ajiloeke bauli fagun sae ahisu kintu anekuwa dharabarhi ajiloe ke akhonu nae puwa apunaluky kune kune val paesa kuwa sun.
মোমায়েকটো পাগল হৈছে
Jiur logor jonie jiuk runjunor dore kori pelabo atia
Serial khon hekh koribo hol sage 😂😂😂 olp besi dighol Koribo bisarise fal2 kotha bilakot😂
বহুত দুখলগা হয়চে
Mor mota to gungona khalemele logisa😮
Kuhir alp beci hoise...
❤❤
😂😂❤❤❤
গঞ্জনলৈ beya lage kuhi অতিতক পাহৰি গুঞ্জনৰ লগত সুখী হোৱা।কাৰণ অংকিত ৰ দোষ আছে ।
Kuhik dukh di lab nai mamai beya krise
😢😢😢❤❤
Kuhir karone hklubur khali meli hoi gl
Ankitor theek bebohar. Bhal paisu
Gomari merapani pora like ata disu
kuhi mumayek tu ki hoise .Bare bare j tenekuwa Kam kori ase .kiba sabloi Mon juwa nai .
Next episode tu ktya sabole pam roi asu aji olp xnkle dibo
Zui r friend jni bht bea... tair murot bea kotha humuai dise
Ankite burhi aitak beyake kobo nalage tenson jimane thakok
Badhobi koni val nohy
অংকিত বৰ অহংকাৰী হ'ল 😡😡
😢😢😢😊😊😊❤❤🎉🎉😮😮😮
Imn penpenia krise o serialkhn.. Amni lgigoise
Gunjonr mat tu kar dle vl nalage.
M
Ankit ohongkari
😢😢
Kuhi 2nau 2vori kakukai Tai santi nidia
অংকিত এটা অভদ্ৰ ল'ৰা।
Kuhijoni fotuwa mosto
Val loga naei 🤬😡😡😡😡🤬🤬🤬
𝓝 𝓪𝓻 𝓪𝔂 𝓪𝓷 𝓹𝓾𝓻 𝓵𝓲𝓴𝓮 𝓪𝓽 𝓪 𝓴𝓸𝓻 𝓪 𝓫 𝓪𝓾𝓵𝓲 𝓯 𝓪𝓰𝓾𝓷 𝓼 𝓪𝓲 𝓫𝓱𝓾𝓽 𝓫 𝓪𝓵 𝓵 𝓪𝓰𝓲𝓵
Aikhn hekh nhi
বাউলী ফাগুন ভাল লাগিচে ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
❤❤❤❤❤❤❤❤❤❤❤❤