Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
অসমৰ ৰাজনীতিৰ পৰা দুজন মানুহ আঁতৰাব বিচাৰোঁ এটা পিয়াজ মূৰ্খ আৰু দ্বিতীয় জন জয়ন্ত গৰু
একদম ।
Right. Murkho manhu
এই মক্কেলটো দেখিলেই মোৰটো বেয়া হয় যায়। জুবিন দাই গৰু বুলি ঠিকেই কৈছিলে।
😂😂😂
😅😅@@kanaklatakhakhlary7033
Zubin dak o bohute modahi buli itiking kore
Zubeen da hoise sagor sagor pora kisumane pani olp uthai anile sagoror pani xukai najai@@digantabaishya9885
অসমীয়া মানুহে ইতিকিং কৰিলেও একো নাই নিজৰে মানুহ বহিঃৰাগত মানুহ সকল ইতিকিং নকৰিলে হ'ব ।
পৰ্যটক বাঢ়িছে ভাল হৈছে , কিন্তু মেডিকেল কলেজ বোৰত বিল্ডিংৰ বাহিৰে চিকিৎসাৰ বাবে কিমান ভাল সুবিধা আছে হে ডাঙৰীয়া ?
Right
অৰ্কিড উদ্যান খনে বহুত নিবনুৱা ৰ সংস্থাপন দিবলৈ সক্ষম হৈছে। আপুৰুগীয়া সম্পদ ৰে ভৰপূৰ এই অৰ্কিড উদ্যান হিচাপে আমি গৌৰৱ কৰোঁ! 🎉
জুবিনে আপোনাক গৰু বুলি কোৱাৰ যুক্তি আছে
ইযাকে কলে নেকি জুবিনে গৰু বুলি?
ঠিকে কৈছে
@@anilpayan8131hoi
🥸বগা ৰঙৰ গৰু এটা হেৰাইছে ক'ত গ'ল ক'ত আছে কালিৰ পৰা বিচাৰি ফুৰিছো 🥺 🤔
😂😂
বিধান সভাৰ মজিয়াত কিহৰ ব্যক্তিগত আক্ৰমণ মূৰ্খ। তোৰ মুখটটো শিৱসাগৰ শব্দ টোৱে ভালকৈ উচ্চাৰণ হোৱা নাই
পিযুজ আৰু জয়ন্ত এই দুটাক দেখিলে মাথা গৰম হৈ যায়। গৰু গৰুৱে।
Ihot dutak goru buli koi amar goruk laj nidibo gorui kiman help kore hal bai gakhir diye..aei sudurvai dutay ki kore dalal kore
মন্ত্ৰীত্ব নামত কলংক উঠি অহা প্ৰজন্মক কি দেখুৱাব। মাল মানে কি মহাশয়? বাপেক চাই পুতেক ইয়াতকৈ আৰু কি আশা কৰিব পাৰি? নিউজ চেনেললৈ এটা অনুৰোধ কৰো যে উপৰৰৰ মাল আৰু এইজনক কেমেৰা আগত নেদেখুৱাই। নহলে ২৬ত ত্ৰিমূৰ্তিৰ কাৰনে বিজেপিৰ ধংস অনিবাৰ্য্য।
Ihot bozoruawa...
এই জয়ন্ত মল্ল বৰুৱাটোৱে অখিল গগৈয়ে পিন্ধা চেন্দেল চেলেকাৰহে যোগ্য ।থুই জয়ন্তমল্ল বৰুৱা থুই ।অখিল গগৈ জিন্দাবাদ ।
মাল শব্দৰ অৰ্থ কি? মন্ত্ৰী বোৰে ইমান লেতেৰা ভাষা কিয় কয়? উঠি অহা প্ৰজন্ম ক কি শিক্ষা দিব এই সকল নেতাই?
Aibilak basically Uneducated aru Slang.....
এইটোতকৈ গৰু বহুত ভাল । গৰুৰ লগত তুলনা কৰি গৰুক অসন্মান কৰাহে হ'ব ।
এইবিলাক মুৰত মাল নথকা মানুহ কেনেকৈ বিধায়ক হৈছে বাৰু।।। বুজি নাপালো।
DO POLITICS FOR EARNING MAAL MOW......
জয়ন্ত মল্ল মহাশয়, যদি ইমানেই উণ্ণতি করিছে তেন্তে মূল্যবৃদ্ধি কিয় রোধ করিব পারা নাঈ?কিয় প্রতিমাহে ধারর বোজা বাঢ়ি গৈআছে?অখিল গগৈ জিন্দাবাদ!
জুবিন দাই ইনেই কোৱা নাই জয়ন্ত মল্ল এটা গৰু বুলি, কত কি শব্দ প্ৰয়োগ কৰিব লাগে না জানে নি, মাল কি মাল ?
এইটোৰ কথা শুনিলে গাত এলাৰ্জি উঠে।
জুবিন দা ই গৰু বুলি ঠিকেই কৈছিল। এইটো কথা কোনে শোনে।
হায় অসম, এই গৰু, অনভিজ্ঞ মানুহবোৰেই এতিয়া অসমৰ নেতা।
বিধান সভাৰ মজিয়াখন ব্যক্তিগত কাজিয়া ৰ স্থান হৈছেগৈ।
জুবিন দাই যিটো কৈছিল তই সেইটো হয়😂😂 তই এনে পঢ়া মানুহটো😂😂
সুন্দৰ ভাল লাগিল।
কথা কব আহিছে আন্দোলন কৰী লোকচান কৰিছে মহাত্মা গান্ধীয়ে আন্দোলন নকৰা হলে আজি এইখণ অসম অসম হৈ নাথাকে।
আন্দোলন নকৰাকৈ আজিলৈকে সাধাৰণ জনতাই একুৱে পোৱা নাই গতিকে সাধাৰণ জনতাই নিজৰ পাবলগীয়া বিচাৰি আন্দোলন কৰিবই লাগিব
M.K Gandhir krone desh 2 tukda hol. M.K Ghandhi krone nhoi Hajar hajar jone swahid huar folot desh ase. M.K Gandhir krone nhoi history gom nupua jodi vl dre study kora
😅😅😅Bal Singha
@@undisputedinfo4867পিছে দেশৰ স্বাধীনতা আন্দোলনত RSS অৱদান কি? ইংৰাজৰ চোৰাংচোৱা কৰি দেশৰ স্বাধীনতা আন্দোলনৰ বিৰোধিতা কৰা দল হয় RSS.লগতে আলী জিন্নাৰ মুছলিম লীগো একেই ইংৰাজৰ চোৰাংচোৱা কৰা।এই RSS আৰু মুছলিম লীগ দেশ বিভাজনৰ বাবে দায়ী।ইংৰাজ যোৱাৰ পিছত দেশভক্তিৰ চোলা পিন্ধি দেশপ্ৰেম চেলাব আহিছে এই RSS.
জয়ন্ত ইটো এটা আল্যাগদ্যা
আজিহে গম পালো যে অসম বিধানসভাত ব্যক্তিগতভাৱে আক্ৰমণ কৰি কথা কব পাৰি।।।অসম বিধান সভাৰ মৰ্যাদা শেষ হব।
কথা খিনি ত ovodrami ৰে ভৰপুৰ হৈ আছে। এইজন আমাৰ জনপ্ৰতিনিধি লাজ লাগে 😢
"মাল" মানে ছোৱালীকো বুজায় আপোনাৰ ভনীয়েক, ভাগিনীয়েক, মাইকী সেইবিলাককো মাল বুলি কয় । এতিয়া কাজিৰঙাত পোৱা মাল মানে কি ?, হেৰৌ ফপলু মিছলিয়াৰ দল কিমান চিয়ৰিবা ---
Best
গৰু হে এইতো
জয়ন্ত আপোনাৰ কথাবোৰ কিবা হজম নহয়
Akhil gogoi❤❤❤❤❤
অখিলক ভাল ধুইছে ।
জুবিনে যি কৈছিল সেইটোই
এইজনে খাই খাই মাতটোকে ভালদৰে উলিয়াব পৰা নাই
জয়ন্ত মল্ল আৰু ত্যাগ হাজৰিকা দুজনে অখিল গগৈ Sir ৰ লগত ৰাজনৈতিক বিষয়ত Tuition কৰা , সৰু সৰু কথা কৈ নাথাকিব আৰু ত্যাগ হাজৰিকা আপোনাক মানিব লাগিব ।😂
অসমে যি পাইছে আন্দোলন কৰিয়েই পাইছে।
zubeen dai anei goru buli kua nasil
Akhil Gogoi jindabad
এইবিলাক ফকতিয়া মানুহক ৰাইজে এহেকা দিলে নথৈ আনন্দিত হ'ম।
আন্দোলন নকৰিলে এতিয়া ৰাস্তাত গড়ী লৈ যাবলৈ ও জেগাই জেগাই পইছা দিব লাগিব কাৰণ উজনি নামনি চবতে হোৱাই নোহোৱাই টল গেট বোৰ বনাই হোৱাই নোহোৱাই টকাবোৰ লুটি শেষ কৰি পেলাইছে
ৰাইজৰ বাবে বৰ কথা শুনে অখিলে
নিজৰ পকেটত কিমান মাল সোমাইছে বৰুৱাই নিজে গম নাপাই।
এইটো গৰুটো এইয়াত গৈ কি আলোচনা কৰিচে এইবোৰ ?
জুবিন দাই এনে কোৱা নাছিল ঠিকেই কৈছিলে 😂😂😂সচাঁকৈ দেই।
মালটো খাই দিয়ে টো মাতটো ভালদৰে নোলায় চোন। জুবিন দাই ঠিকেই কৈছিল। কোন কি আমি চব জানোঁ এতিয়াৰ public ও ইমান মূৰ্খ নহয়
I would like to ask Mr Jayanta Malla Boruah where is the development project of twin tower Guwahati.
Akhil gogoi jindabad jindabad
জয়ন্ত হাম্বা
Mja
Excellent speach jayanta mallaboruah
এয়া কেনেকৈ বাকযুদ্ধ অকল এজনৰ কথা খিনি শুনিলে অখিলৰ মন্তব্য নাই। পক্ষপাতিত্ব
Akhil Gogoi jadi business man nahai Orchid park t entry free Kari deak ..
আন্দোলন হʼল উন্নয়ন, প্ৰাপ্য আৰু অধিকাৰ প্ৰদান কৰাৰ বাবে কৰা ক্ষোভ। অসমৰ ৰাইজ অন্ধভক্ত নহয়। সম্প্ৰতি সময়ত অসমৰ উন্নতিৰ ধাৰাসমূহ আন্দোলনৰেই ফল। মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াৰ অখিল গগৈ ডাঙৰীয়াৰ ওপৰত মাল শব্দ ব্যৱহাৰ কৰি কৰা আক্ৰমণাত্মক ভাষণটো বিধান সভা মজিয়াৰ গৰিমা বিনষ্ট কৰিছে। বিজেপি চৰকাৰ যে একপক্ষীয়, বৈষম্যবাদী এয়া বৰুৱা ডাঙৰীয়াৰ মন্তব্যটোত সু স্পষ্ট ৰূপত প্ৰকাশ পাইছে।
Very good deliberations of Hon'ble Minister Tourism.Thanks.
Wright akhil uddin jindabad
কাৰ বাপেৰৰ মূৰটো ভিদিঅ এইবোৰ অখিল গগৈয়ে একো কবই নাপালে বালৰ এইবোৰ নিদিবি গৰু টো এইটো 😂
Very good explanation .
Akhil goir dore nohoi.Akhil gogoi zindabad.
মন্ত্ৰী কথা ৰাইজৰ মাজত দিয়ে কিন্তু বিৰুধী বিধায়ক জনৰ ভাষন ৰাইজৰ মাজত কিয় নিদিয়ে
আপোনাৰ কথা শুনিবলৈ ইচ্ছা নাযায় হে ! জুবিন দাই থিকেই কৈছে !
মলোৱাই ব্যক্তিগত কথা কবলৈহে সদনত যায় নেকি... দালাল👎🏿👎🏿
Akhiluddin bohut val manuh dada😂😂😂😂😂😂😂
জয়ন্ত মল্লষ ভাষণ বন্ধ কৰিব লাগে কাৰণ তেওঁৰা বিভাগ ভাল দৰে পৰিচালন কৰিব পাৰা নাই বন্ধকৰ ক ভাষণ
জল জিবন মিছন আছনি বোৰ বনাই কমিছন কিমান পাৰছেন টকা খাইছে । এনেই বনালি নিবনুৱা লৰা বোৰক 6500 টকা দি থগি আছ ত ই এই বোৰ উঠাই লৈ যা কাম নাই ছালা ।
Apunat koi akhil gogoi bohut val
গৰু বুলি কোণে কাক কৈছিল ৰঘুমলা বিজেপি ৰ ডাবল ইঞ্জিন চৰকাৰ থাকোতে কিয় তদন্ত কৰি জেলত ভৰাব পৰা নাই নোৱাৰে অৰ্কিড পাৰ্ক সমবায় সমিতিৰ দ্বাৰা পৰিচালিত বুলি সকলোৱে জানে
অখিল দাৰ সমৰ্থক কেইজনক ভাল লাগে😂😂
এই কথা শুনিও অসমৰ ৰাইজে এওলোকক বিচাৰিব নেকি?????অসমীয়া জাতীৰ বাবে বৰ দুখৰ দিন আহিছে। এইবিলাকে আমাৰ নতুন প্ৰজন্ময়ে কি শিক্ষা লাভ কৰিব।
অতি সোন্দৰ অতি জনপ্ৰিয় 😊😊😊
গৰু.
বৰুৱা তুমি হব্দ ভাল কৰা
পেটটো ডাঙৰ হোৱা মানুহক খুব হাইচমেন কৰিব লাগে,,,,এটা সময়ত ঘড়ীৰ কাটা বন্ধ হয় যাব। অখিল গগৈ keep it up 😘😘
অহংকাৰ ৰ বাবেই ই হাৰিলে।ইয়াৰ মূৰত গোবৰ আছে।
অখিল গগৈ জিন্দবাদ
Good val dhuise good akl rastat sioribo jane e
Good job sir,akhilok ভাল কৈ এহেকা দিয়াৰ কাৰণে,
Absolutely correct ✅
জুবিন দাই গৰু বুলি কৈছিল কিবা কব নে মানি লৈছে গৰু বুলি মানি লৈছে😅😅😅
Akhil da Jinda bad....
Akhil gogoi is a hero❤
Thik kotha koise🎉
অধ্যক্ষ জন নিৰপেক্ষ নহয় নেকি যদি হয় জয়ন্ত মল্ল ই বিক্তিক এনেদৰে আক্ৰমণ কিয় ।
ভাল গৰু
অখিল গগৈ জিন্দাবাদ।
Akhilda val manuh beta
Good talking sir
🎉❤
Good speech jayanta mallo baruah
Joyato mollo এটা গৰু. Eituk vote দি jikuwa মানুহbur তাতকৈ ডাঙৰ এটা এটা গৰু.
Toi he gyani
@@debojani1219 toiu eekei mane
বিধান সভাত এনেবোৰ উপলুঙা কথাই শুভা নাপায় ।
মল্লোৱা 🤣🤣🤣
Actually জয়ন্ত মাল বৰুৱা মগজ নোহোৱা , ইয়াক গৰু বুলি কোৱাৰ সম্পূৰ্ণ যুক্তি আছে
Ee blue poha manuh Zubeen daai ako kole e eta goru 😂
এই মগজ নথকাটোক কিয় দেখাই থাকে । কোনোবাই গৰু বুলি এনেই কোৱা নাছিল
Kam nii Babu tor 😂😂😂😂😂 zubeen dai apunar kotha koise😂😂😂😂agotei
Moza😂😂😂😂
বিধানসভা মৰ্যাদা শেষ হল আৰু দেই। ব্যক্তিগত আক্ৰমণ কৰিবলৈ আমি আপোনালোকক বিধায়ক নিৰ্বাচিত কৰিছে নেকি
J M B full form Jayanta Malla Baruah nohoi Jodha Murkho Boruah 🤣🤣🤣
এনে এজন মানুহক মন্ত্ৰী দিয়ে নেকি তুৰ দৰে মূৰ্খ মানুহ নাই।। তোক এনে গৰু বুলি কোৱা নাই zubeen দাই।
অখিল গগৈ আপোনাৰ ব্যক্তিগত শত্ৰু নেকি?
Vaal dise
E ajon haluya guru
Umm apuni bhut poha manuh 😂😂 hai babe zubeen da apunak novel awards di thoise 😂😂
👍 rights
পবিত্ৰ সদনত এনেকৈয়ে নহয় এজন হালোৰাই ভাল
Okil gogoi thanks
Good Borua ji
অসমৰ ৰাজনীতিৰ পৰা দুজন মানুহ আঁতৰাব বিচাৰোঁ এটা পিয়াজ মূৰ্খ আৰু দ্বিতীয় জন জয়ন্ত গৰু
একদম ।
Right. Murkho manhu
এই মক্কেলটো দেখিলেই মোৰটো বেয়া হয় যায়। জুবিন দাই গৰু বুলি ঠিকেই কৈছিলে।
😂😂😂
😅😅@@kanaklatakhakhlary7033
Zubin dak o bohute modahi buli itiking kore
Zubeen da hoise sagor sagor pora kisumane pani olp uthai anile sagoror pani xukai najai@@digantabaishya9885
অসমীয়া মানুহে ইতিকিং কৰিলেও একো নাই নিজৰে মানুহ বহিঃৰাগত মানুহ সকল ইতিকিং নকৰিলে হ'ব ।
পৰ্যটক বাঢ়িছে ভাল হৈছে , কিন্তু মেডিকেল কলেজ বোৰত বিল্ডিংৰ বাহিৰে চিকিৎসাৰ বাবে কিমান ভাল সুবিধা আছে হে ডাঙৰীয়া ?
Right
অৰ্কিড উদ্যান খনে বহুত নিবনুৱা ৰ সংস্থাপন দিবলৈ সক্ষম হৈছে। আপুৰুগীয়া সম্পদ ৰে ভৰপূৰ এই অৰ্কিড উদ্যান হিচাপে আমি গৌৰৱ কৰোঁ! 🎉
জুবিনে আপোনাক গৰু বুলি কোৱাৰ যুক্তি আছে
ইযাকে কলে নেকি জুবিনে গৰু বুলি?
ঠিকে কৈছে
@@anilpayan8131hoi
🥸বগা ৰঙৰ গৰু এটা হেৰাইছে ক'ত গ'ল ক'ত আছে কালিৰ পৰা বিচাৰি ফুৰিছো 🥺 🤔
😂😂
বিধান সভাৰ মজিয়াত কিহৰ ব্যক্তিগত আক্ৰমণ মূৰ্খ। তোৰ মুখটটো শিৱসাগৰ শব্দ টোৱে ভালকৈ উচ্চাৰণ হোৱা নাই
পিযুজ আৰু জয়ন্ত এই দুটাক দেখিলে মাথা গৰম হৈ যায়। গৰু গৰুৱে।
Ihot dutak goru buli koi amar goruk laj nidibo gorui kiman help kore hal bai gakhir diye..aei sudurvai dutay ki kore dalal kore
মন্ত্ৰীত্ব নামত কলংক উঠি অহা প্ৰজন্মক কি দেখুৱাব। মাল মানে কি মহাশয়? বাপেক চাই পুতেক ইয়াতকৈ আৰু কি আশা কৰিব পাৰি? নিউজ চেনেললৈ এটা অনুৰোধ কৰো যে উপৰৰৰ মাল আৰু এইজনক কেমেৰা আগত নেদেখুৱাই। নহলে ২৬ত ত্ৰিমূৰ্তিৰ কাৰনে বিজেপিৰ ধংস অনিবাৰ্য্য।
Ihot bozoruawa...
এই জয়ন্ত মল্ল বৰুৱাটোৱে অখিল গগৈয়ে পিন্ধা চেন্দেল চেলেকাৰহে যোগ্য ।থুই জয়ন্তমল্ল বৰুৱা থুই ।অখিল গগৈ জিন্দাবাদ ।
মাল শব্দৰ অৰ্থ কি? মন্ত্ৰী বোৰে ইমান লেতেৰা ভাষা কিয় কয়? উঠি অহা প্ৰজন্ম ক কি শিক্ষা দিব এই সকল নেতাই?
Aibilak basically Uneducated aru Slang.....
এইটোতকৈ গৰু বহুত ভাল । গৰুৰ লগত তুলনা কৰি গৰুক অসন্মান কৰাহে হ'ব ।
এইবিলাক মুৰত মাল নথকা মানুহ কেনেকৈ বিধায়ক হৈছে বাৰু।।। বুজি নাপালো।
DO POLITICS FOR EARNING MAAL MOW......
জয়ন্ত মল্ল মহাশয়, যদি ইমানেই উণ্ণতি করিছে তেন্তে মূল্যবৃদ্ধি কিয় রোধ করিব পারা নাঈ?কিয় প্রতিমাহে ধারর বোজা বাঢ়ি গৈআছে?অখিল গগৈ জিন্দাবাদ!
জুবিন দাই ইনেই কোৱা নাই জয়ন্ত মল্ল এটা গৰু বুলি, কত কি শব্দ প্ৰয়োগ কৰিব লাগে না জানে নি, মাল কি মাল ?
এইটোৰ কথা শুনিলে গাত এলাৰ্জি উঠে।
জুবিন দা ই গৰু বুলি ঠিকেই কৈছিল। এইটো কথা কোনে শোনে।
হায় অসম, এই গৰু, অনভিজ্ঞ মানুহবোৰেই এতিয়া অসমৰ নেতা।
বিধান সভাৰ মজিয়াখন ব্যক্তিগত কাজিয়া ৰ স্থান হৈছেগৈ।
জুবিন দাই যিটো কৈছিল তই সেইটো হয়😂😂 তই এনে পঢ়া মানুহটো😂😂
সুন্দৰ ভাল লাগিল।
কথা কব আহিছে আন্দোলন কৰী লোকচান কৰিছে মহাত্মা গান্ধীয়ে আন্দোলন নকৰা হলে আজি এইখণ অসম অসম হৈ নাথাকে।
আন্দোলন নকৰাকৈ আজিলৈকে সাধাৰণ জনতাই একুৱে পোৱা নাই গতিকে সাধাৰণ জনতাই নিজৰ পাবলগীয়া বিচাৰি আন্দোলন কৰিবই লাগিব
M.K Gandhir krone desh 2 tukda hol. M.K Ghandhi krone nhoi Hajar hajar jone swahid huar folot desh ase. M.K Gandhir krone nhoi history gom nupua jodi vl dre study kora
😅😅😅Bal Singha
@@undisputedinfo4867পিছে দেশৰ স্বাধীনতা আন্দোলনত RSS অৱদান কি? ইংৰাজৰ চোৰাংচোৱা কৰি দেশৰ স্বাধীনতা আন্দোলনৰ বিৰোধিতা কৰা দল হয় RSS.লগতে আলী জিন্নাৰ মুছলিম লীগো একেই ইংৰাজৰ চোৰাংচোৱা কৰা।এই RSS আৰু মুছলিম লীগ দেশ বিভাজনৰ বাবে দায়ী।ইংৰাজ যোৱাৰ পিছত দেশভক্তিৰ চোলা পিন্ধি দেশপ্ৰেম চেলাব আহিছে এই RSS.
জয়ন্ত ইটো এটা আল্যাগদ্যা
আজিহে গম পালো যে অসম বিধানসভাত ব্যক্তিগতভাৱে আক্ৰমণ কৰি কথা কব পাৰি।।।অসম বিধান সভাৰ মৰ্যাদা শেষ হব।
কথা খিনি ত ovodrami ৰে ভৰপুৰ হৈ আছে। এইজন আমাৰ জনপ্ৰতিনিধি লাজ লাগে 😢
"মাল" মানে ছোৱালীকো বুজায় আপোনাৰ ভনীয়েক, ভাগিনীয়েক, মাইকী সেইবিলাককো মাল বুলি কয় । এতিয়া কাজিৰঙাত পোৱা মাল মানে কি ?, হেৰৌ ফপলু মিছলিয়াৰ দল কিমান চিয়ৰিবা ---
Best
গৰু হে এইতো
জয়ন্ত আপোনাৰ কথাবোৰ কিবা হজম নহয়
Akhil gogoi❤❤❤❤❤
অখিলক ভাল ধুইছে ।
জুবিনে যি কৈছিল সেইটোই
এইজনে খাই খাই মাতটোকে ভালদৰে উলিয়াব পৰা নাই
জয়ন্ত মল্ল আৰু ত্যাগ হাজৰিকা দুজনে অখিল গগৈ Sir ৰ লগত ৰাজনৈতিক বিষয়ত Tuition কৰা , সৰু সৰু কথা কৈ নাথাকিব আৰু ত্যাগ হাজৰিকা আপোনাক মানিব লাগিব ।😂
অসমে যি পাইছে আন্দোলন কৰিয়েই পাইছে।
zubeen dai anei goru buli kua nasil
Akhil Gogoi jindabad
এইবিলাক ফকতিয়া মানুহক ৰাইজে এহেকা দিলে নথৈ আনন্দিত হ'ম।
আন্দোলন নকৰিলে এতিয়া ৰাস্তাত গড়ী লৈ যাবলৈ ও জেগাই জেগাই পইছা দিব লাগিব কাৰণ উজনি নামনি চবতে হোৱাই নোহোৱাই টল গেট বোৰ বনাই হোৱাই নোহোৱাই টকাবোৰ লুটি শেষ কৰি পেলাইছে
ৰাইজৰ বাবে বৰ কথা শুনে অখিলে
নিজৰ পকেটত কিমান মাল সোমাইছে বৰুৱাই নিজে গম নাপাই।
এইটো গৰুটো এইয়াত গৈ কি আলোচনা কৰিচে এইবোৰ ?
জুবিন দাই এনে কোৱা নাছিল ঠিকেই কৈছিলে 😂😂😂সচাঁকৈ দেই।
মালটো খাই দিয়ে টো মাতটো ভালদৰে নোলায় চোন। জুবিন দাই ঠিকেই কৈছিল। কোন কি আমি চব জানোঁ এতিয়াৰ public ও ইমান মূৰ্খ নহয়
I would like to ask Mr Jayanta Malla Boruah where is the development project of twin tower Guwahati.
Akhil gogoi jindabad jindabad
জয়ন্ত হাম্বা
Mja
Excellent speach jayanta mallaboruah
এয়া কেনেকৈ বাকযুদ্ধ অকল এজনৰ কথা খিনি শুনিলে অখিলৰ মন্তব্য নাই। পক্ষপাতিত্ব
Akhil Gogoi jadi business man nahai Orchid park t entry free Kari deak ..
আন্দোলন হʼল উন্নয়ন, প্ৰাপ্য আৰু অধিকাৰ প্ৰদান কৰাৰ বাবে কৰা ক্ষোভ। অসমৰ ৰাইজ অন্ধভক্ত নহয়। সম্প্ৰতি সময়ত অসমৰ উন্নতিৰ ধাৰাসমূহ আন্দোলনৰেই ফল।
মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াৰ অখিল গগৈ ডাঙৰীয়াৰ ওপৰত মাল শব্দ ব্যৱহাৰ কৰি কৰা আক্ৰমণাত্মক ভাষণটো বিধান সভা মজিয়াৰ গৰিমা বিনষ্ট কৰিছে।
বিজেপি চৰকাৰ যে একপক্ষীয়, বৈষম্যবাদী এয়া বৰুৱা ডাঙৰীয়াৰ মন্তব্যটোত সু স্পষ্ট ৰূপত প্ৰকাশ পাইছে।
Very good deliberations of Hon'ble Minister Tourism.Thanks.
Wright akhil uddin jindabad
কাৰ বাপেৰৰ মূৰটো ভিদিঅ এইবোৰ অখিল গগৈয়ে একো কবই নাপালে বালৰ এইবোৰ নিদিবি গৰু টো এইটো 😂
Very good explanation .
Akhil goir dore nohoi.Akhil gogoi zindabad.
মন্ত্ৰী কথা ৰাইজৰ মাজত দিয়ে কিন্তু বিৰুধী বিধায়ক জনৰ ভাষন ৰাইজৰ মাজত কিয় নিদিয়ে
আপোনাৰ কথা শুনিবলৈ ইচ্ছা নাযায় হে ! জুবিন দাই থিকেই কৈছে !
মলোৱাই ব্যক্তিগত কথা কবলৈহে সদনত যায় নেকি... দালাল👎🏿👎🏿
Akhiluddin bohut val manuh dada😂😂😂😂😂😂😂
জয়ন্ত মল্লষ ভাষণ বন্ধ কৰিব লাগে কাৰণ তেওঁৰা বিভাগ ভাল দৰে পৰিচালন কৰিব পাৰা নাই বন্ধকৰ ক ভাষণ
জল জিবন মিছন আছনি বোৰ বনাই কমিছন কিমান পাৰছেন টকা খাইছে । এনেই বনালি নিবনুৱা লৰা বোৰক 6500 টকা দি থগি আছ ত ই এই বোৰ উঠাই লৈ যা কাম নাই ছালা ।
Apunat koi akhil gogoi bohut val
গৰু বুলি কোণে কাক কৈছিল
ৰঘুমলা বিজেপি ৰ ডাবল ইঞ্জিন চৰকাৰ থাকোতে কিয় তদন্ত কৰি জেলত ভৰাব পৰা নাই
নোৱাৰে অৰ্কিড পাৰ্ক সমবায় সমিতিৰ দ্বাৰা পৰিচালিত বুলি সকলোৱে জানে
অখিল দাৰ সমৰ্থক কেইজনক ভাল লাগে😂😂
এই কথা শুনিও অসমৰ ৰাইজে এওলোকক বিচাৰিব নেকি?????অসমীয়া জাতীৰ বাবে বৰ দুখৰ দিন আহিছে। এইবিলাকে আমাৰ নতুন প্ৰজন্ময়ে কি শিক্ষা লাভ কৰিব।
অতি সোন্দৰ অতি জনপ্ৰিয় 😊😊😊
গৰু.
বৰুৱা তুমি হব্দ ভাল কৰা
পেটটো ডাঙৰ হোৱা মানুহক খুব হাইচমেন কৰিব লাগে,,,,এটা সময়ত ঘড়ীৰ কাটা বন্ধ হয় যাব। অখিল গগৈ keep it up 😘😘
অহংকাৰ ৰ বাবেই ই হাৰিলে।ইয়াৰ মূৰত গোবৰ আছে।
অখিল গগৈ জিন্দবাদ
Good val dhuise good akl rastat sioribo jane e
Good job sir,akhilok ভাল কৈ এহেকা দিয়াৰ কাৰণে,
Absolutely correct ✅
জুবিন দাই গৰু বুলি কৈছিল কিবা কব নে মানি লৈছে গৰু বুলি মানি লৈছে😅😅😅
Akhil da Jinda bad....
Akhil gogoi is a hero❤
Thik kotha koise🎉
অধ্যক্ষ জন নিৰপেক্ষ নহয় নেকি যদি হয় জয়ন্ত মল্ল ই বিক্তিক এনেদৰে আক্ৰমণ কিয় ।
ভাল গৰু
অখিল গগৈ জিন্দাবাদ।
Akhilda val manuh beta
Good talking sir
🎉❤
Good speech jayanta mallo baruah
Joyato mollo এটা গৰু. Eituk vote দি jikuwa মানুহbur তাতকৈ ডাঙৰ এটা এটা গৰু.
Toi he gyani
@@debojani1219 toiu eekei mane
বিধান সভাত এনেবোৰ উপলুঙা কথাই শুভা নাপায় ।
মল্লোৱা 🤣🤣🤣
Actually জয়ন্ত মাল বৰুৱা মগজ নোহোৱা , ইয়াক গৰু বুলি কোৱাৰ সম্পূৰ্ণ যুক্তি আছে
Ee blue poha manuh Zubeen daai ako kole e eta goru 😂
এই মগজ নথকাটোক কিয় দেখাই থাকে । কোনোবাই গৰু বুলি এনেই কোৱা নাছিল
Kam nii Babu tor 😂😂😂😂😂 zubeen dai apunar kotha koise😂😂😂😂agotei
Moza😂😂😂😂
বিধানসভা মৰ্যাদা শেষ হল আৰু দেই। ব্যক্তিগত আক্ৰমণ কৰিবলৈ আমি আপোনালোকক বিধায়ক নিৰ্বাচিত কৰিছে নেকি
J M B full form
Jayanta Malla Baruah nohoi
Jodha Murkho Boruah 🤣🤣🤣