এইটোও আপোনাৰ এটা quality channel, একেটা ভিডিও টে বহুত কিবা কিবি পোৱা যায়, entertainment টো হয়ে,লগতো শিকিবলৈও কিবা এটা পোৱা গৈছে। এটা সুন্দৰ ৰচিপি, এগৰাকী আইতাৰ এই বয়সতো কামৰ শক্তি,বন দৰৱৰ জ্ঞান আদি সকলো খিনি মিলি সঁচাকৈয়ে এটা অতি quality ৰ ভিদিও এইতো। বহুত ধন্যবাদ
Amar Aaita 90 years plus holeu atiyau ghrr hokolu Kam koribo pare tatu boi thake😊❤ Aaita r tamul khudunat khuda tamulor huwad hukiya ☺️....aita goraki loi bhut morom thakil.
আইতাৰ যোগাযোগৰ no +916002902365
আপোনালৈ বহুত বহুত ধন্যবাদ 🙏
30:48
Aitaloi untarik dhanyabad thakil, hodai bhale thakok.
1@@binoyborah5535
@@binoyborah5535⁰ⁿ⁸1
সুন্দৰ আৰু সুস্থ স্বাস্থ্যৰ অধিকাৰী হৈ থাকক আইতা। দিঘায়ু আৰু সু-স্বাস্থ্য কামনা কৰিলোঁ আইতাৰ
আইতা জনীৰ চৰণত পৰিছো। মৰম লগা আইতা,ঈশ্বৰে কুশলে ৰাখক।
এইটোও আপোনাৰ এটা quality channel, একেটা ভিডিও টে বহুত কিবা কিবি পোৱা যায়, entertainment টো হয়ে,লগতো শিকিবলৈও কিবা এটা পোৱা গৈছে। এটা সুন্দৰ ৰচিপি, এগৰাকী আইতাৰ এই বয়সতো কামৰ শক্তি,বন দৰৱৰ জ্ঞান আদি সকলো খিনি মিলি সঁচাকৈয়ে এটা অতি quality ৰ ভিদিও এইতো। বহুত ধন্যবাদ
বহুত ভাল লাগিল❤আইতা জনীৰ দীৰ্ঘায়ু কামনা কৰিলো🙏🥰😘
প্ৰথমে আইতা লৈ বহুত বহুত মৰম যাচিলো আৰু চৰণত সেৱা ধৰিছোঁ সদাই সুস্থ স্বাস্থ্যৰ অধিকাৰী হৈ থাকক আইতা ❤ ভাল লাগিল video টো চাই ধন্যবাদ!!
অতি সুন্দৰ আই তালৈ শত কোটি নমষ্কাৰ❤
চাইছো দেই আইতা ।খুউব বেচি ভাল লাগিছে এই বয়সত ইমান কাম কৰি আছে ,আৰু ইমান কাপোৰ বৈ আছে ।আপুনি সদায় সুস্থ হৈ থাকক 🙏❤️
অতি সুন্দৰ 👌❤ আইতা সদায় কুশলে থাকক তাৰেই কামনা কৰিলো 💕💕
👍👍👍💕🙏
Bor val lagil Aitagoraki.Eman boyoxotu karmapatu hoi ase dekhi apluta holu.Tekhetok shraddhare pronam jonaisu.Bhogobane xodai kushale rakhok.🙏🏻🙏🏻💐❤️
Aitak bohut morom aru Shraddha jonalu ♥️🔱🙏♥️ video tu bohut dhunia lagil 💯👌
Baido aaji iman dhuniya lagi se apunar mekhela sador tu bhut dhuniya de ❤❤
বহুত ভাল লাগিল। এইবিলাক কথা লিখিত আকাৰে সঙৰক্ষন কৰিব পাৰিলে ভাল হ'ব বুলি ধাৰণা হৈছে। আপোনালোকক অশেষ ধন্যবাদ জনালো। আইতা গৰাকীক প্ৰণাম যাচিছো
।
বহোত ভজা লাগিল ভি দি য়টো চাই আইতাৰ বাবে আশীৰ্বাদ থাকিল আৰু দীৰ্ঘ আয়ো কামনা কবিলো
বহুত ধুনীয়া লাগিছে আইটালৈ মৰম থাকিল
Aita hewa jonalu..dei..hodai dhunia hoi thakok dei..pronam aita..eman morom loga
খুব সুন্দৰ আইতালৈ প্ৰণাম জনালো লগতে সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো। 🙏
আইটাগৰাকীৰ দীঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ🙏 আইটাগৰাকীক কেনেকৈ লগ কৰিব পাৰিম জনাবছোন
Phone number comment pin kora hoise
Bht vl lgil video tu sai aita Joni br mrm loga
আইতাক দেখি বৰ ভাল লাগিল,। আপোনাক বহুত বহুত ধন্যবাদ আইতাক অনাৰ বাবে,
Aita Apunak bahut dhonyabad jonalu .Apuni amar gowrab.Bhagobane amak humoti diajen. Raij hakal akette amak dekhuar babe dhonyabad jonalu.
খোন্দনা টো লগত আইতা গৰাকীক দেখি মোৰ আইতালে মনত পৰিল গল বা , আইতা গৰাকীলৈ বহুত মৰম ।
বহুত ভাল লাগিল আইতা গৰাকীক ❤
ইমান সুন্দৰ অনুষ্ঠান কৰিছে আপুনি, ভাল লাগিছে।
Thankyou so much 💕🙏
আইতালৈ বহুত বহুত মৰম...... বাইদেউ আপুনি খোপাটো বান্ধিবচোন খুব ধুনীয়া দেখি❤ আই ঐ ইমান ধুনীয়া কাপোৰবিলাক
She is so active at this age...has a vast knowledge of shrubs and plants...God bless her
মজা লাগিল দেই আইতা❤❤❤🎉🎉
Iman bhal lagil itak bhal lagil
Eman hundor lagil..
. Aaita goraki... Bohut lavoban holu tekhetor bikhoye jani .
Aitar programe to hoci Bor bhal lagel bohut bohut subhasay thikil
আইতালৈ বহুত মৰম আৰু শ্ৰদ্ধাৰ জনালো।❤
ভাল লাগিল । খুব ভাল লাগিল ।
Aita goraki bhut vl lagil aru masor anja dekhi khau khau lagil
আইতাৰ খুন্দনাটো দেখি মোৰ মালৈ বহুত মনত পৰি গ'ল।মোৰ মাৰ খুন্দনাটো এতিয়াও সযতনে ৰাখি থৈছো
খুব ভাল লাগিল ভিডিঅ'টো চাই। আমাৰ আইতা সকলক জনমানসত চিনাকি কৰি, তেওঁ লোকে দি যোৱা অৱদান বোৰ আগবঢ়ায় দিয়াৰ বাবে ধন্যবাদ 🙏 আইতাক কিন্তু মানিচো ইমান বয়সতো বোৱা কটা কৰি আছে, সেৱাহে জনালোঁ 🙏🙏🙏🙏🙏🙏
বৰ ভাল লাগিল , ঈশ্বৰে কুশলে ৰাখক , তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ 🙏
Bohut val lagil Aita❤🙏
আইগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।তেখেতলৈ সেৱা জনালোঁ 🙏
ইমান সহজ সৰল মানুহ গৰাকী একেবাৰে নিভাজ সেই কাৰণে ইমান বয়সলৈ কাম কৰিব পৰা হৈ আছে লগতে অনুষ্ঠানটোত এনেকুৱা আইতা সকলক সুবিধা দিয়া বাবে আপোনাক ধন্যবাদ দেই
Thankyou so much 💕🙏
ভাল লাগিল
আইতাক আমাৰ গাওঁ প্ৰগামটো ত দেখা পাই বৰ ভাল লাগিছে।
Video tu Sai bohut val lagile aru aita loi morom jasilu ❤❤❤
Aaita joniloi bohut morom❤
Hats off aita..... Love from Bangalore.....❤❤❤
আইতাৰ দীঘায়ু কামনা কৰিলো ।
আইতা গৰাকিক সছাকৈয়ে বৰ ভাল লাগিল ।
আইতা হতৰ হাতৰ হুৱাদেই বেলেগ 🤤❤😘
আইতা দীৰ্ঘ আয়ু হওঁক ।
Aji prothom salo. Bohot vl lagil.. atia hodai vale thakok
, বৰ ভাল লাগিল দেই ।আকৌ আহিব দেই আইতা ।❤❤
I like very much this program 😊
Dhuniya aita
সচায় আইটাজনীক দেখি বহুত ভাল লাগিল 🙏🙏
Ultimate vlog 👍
আইতা তুমি জেৰেঙা,ককা দেউতা মেজেঙা ❤❤❤❤❤❤সদায় ভালে থাকা দেই
Very nice ❤️❤️
Bor bhal lagil dai aitak log pabole mon hoise🙏🙏🙏
Comment nidiake nuarilu..moja lagil Sai ..goose bumps .. nostalgia
আইতাৰ নিভাজ মাছৰ আঞ্জা ৰান্ধোন প্ৰণালী দেখি সঁচাই অভিভূত হলো।আগৰ দিনত অসমীয়াৰ আঞ্জা ৰান্ধোন প্ৰণালীত তেল মচলাৰ ব্যৱহাৰ প্ৰায় নহৈছিল আৰু সেইবাবেই এই বোৰ সুস্বাদু আৰু শৰীৰৰ প্ৰতি অনুকুল আছিল। অধিক তেল মচলাৰ ব্যৱহাৰে শৰীৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে।আইতা গৰাকীয়ে এনে আহাৰ গ্ৰহণ কৰাৰ বাবে ইমান বয়সতো কৰ্মক্ষম হৈ আছে। তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত প্ৰাথনা জনালোঁ। ধন্যবাদ। কৃষ্ণ কৃপাময কৰুণাৰ সাগৰ।
Aita karone ata like
Aita jonik morom lagise bhut
Beautiful aitajoni❤❤
Background music sound olp Kom koribo ...just mor anekuwa lagil
👍👍👍👍👍
ভাল লাগিল আপুনি আমাৰ traditional মেখেলাখন পিন্ধা দেখি❤
আইতা চৰণত পৰিছো ৷ঈশ্বৰে কুশলেই ৰাখক
Aitaloi bohut bhal lagil
বহুত বহুত ভাল লাগিল ।
Aita jonik sai bohut bhal lagel ☺️🙏
আইতালৈ বহুত ধন্যবাদ
🎉 nice. Thanks from andharpradesh nellore district. Meil.
ভাল লাগিল এনেকুৱা ভিডিও দেখি।।। গাঁওৰ গোন্ধ থকা ভিডিও।
আইতাই ক'লে "লোহৰ কেৰাহী" অৰ্থাৎ লোহাৰ কেৰাহী। আইতাৰ উচ্চাৰণ শুনি তাহানিৰ আমাৰ এনাইদেউ, আপাদেউহঁতৰ কথা মনত পৰি গ'ল। আগতে আমাৰ আইতাহঁতেও এনেকৈ বইল বনাইছিল। সেই অভ্যাস আমি নিজেও ৰাখিছোঁ। ভাল লাগিল আইতাৰ ব্যস্ততাৰ কথা জানি। আমাৰ এনাইদেউ আৰু আইতাহঁতে কাণত কেৰু পিন্ধিছিল। কাণৰ ফুটাৰে আমাৰ আঙুলি সুৰকি যায়। আমি তাকে লৈ স্ফুৰ্ত্তি কৰিছিলোঁ। আইতালৈ সেৱা জনাইছোঁ। তেওঁ সুস্থ হৈ থাকক।
বাইদেউ বহুত smart হয়
আইতা ভালে থাকক
Bohut val hoise
Aitar babe eta like😊😊😊
Amar Aaita 90 years plus holeu atiyau ghrr hokolu Kam koribo pare tatu boi thake😊❤ Aaita r tamul khudunat khuda tamulor huwad hukiya ☺️....aita goraki loi bhut morom thakil.
আপোনাৰ আইতালৈ প্ৰণাম জনাইছোঁ । 🙏🙏🙏🙏👍👍👍👍🧡🧡
❤ Aita loi buli bohut morom 😘
আইতা নমস্কাৰ জনালো। বহুত ভাল লাগিল
Aaitaloi bohut morom u xordha jonalu kapur bur bor dhunia eman dhunia hoi ase moromloga,,❤
আইতাই ৰন্ধাৰ আঞ্জা ৰ দেখি বহুত লোভ লাগিল আৰু কাপোৰ দেখি আৰু ভাল লাগিল ভগৱানে ভালে ৰাখক
Hundor anjja
Bohut bohut dhaina bad.....anekua ajoni aita dekhya babe❤❤❤
Hundor poddokhep, agbarhi jaok.
Bahut val lagil
মোৰ তামূলতি আইতা জনী,,মোৰ মায়েও আখি বছৰলৈকে তামোলৰ কটাৰী লৈয়ে গলগৈ,,লগতে আপোনাৰ এই videor বাবে এটা সুন্দৰ like,,mur আইতা ঔ,,ভগৱানে চতায়ো প্ৰদান কৰক
অ আইতা আপুনাৰ ৰান্ধা প্ৰণালী দেখি বৰ ভাল লাগিল। আৰু আপুনি এগৰাকী পকৈত শিপিনিয়ো ভিডিঅ টু ছাই বহুত ভাল লাগিল 🙏❤️❤️❤️
Wish you a long life aita!
God bless you Aita
আইতালৈ বহুত মৰম যাচিলো 🙏, নতুন বান্ধৱী হলো দেই, আপুনি হ'ব বুলি আশা কৰিলো 🙏
Aita bor morom loga buisa baideu
Like ata dilu dei
আপা লৈ বহু মৰম . আপুনি সদায় সুস্থ হৈ থাকক . খুদুনাটো তামোলৰ সুবাদ পাহৰি নোৱাৰি । ❤❤
Aitar akhirbud horue pora bortomanoloi logot rakhisu dei, husto thakok hodae, hahokhi aita goraki💚
Aita you long live Ami bari sundari sak dakha nai please dakhaba
আইতাক সেৱা জনালোঁ ।
আইতা ৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদন কৰিলোঁ , কৃষ্ণ .
Aaitar karoneeiii subscribe kri dilu❤️🙏... Aaita goraki kuxole thakok xodaii🙏
Bohut dhuniya koi boise aitai ❤❤
নতুন বন্ধু হলো দেই 🎉 খুবেই সুন্দৰ ভিডিঅ'🎉 খুবেই ভাল লাগিল 🎉🎉
Bhut vl lgil❤️❤️❤️