Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Verygood
Amr goan hoi..vl lgil👍
আইতাৰ তথা কেইটা বৰ সুন্দৰ
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
মোৰ আইতালৈ মনত পৰি গল অ
Ekdom Khaw,khaw lagisedeee
Aitaloi pronam jonaisu bhale thakok
Aita bohut bhal lagil ❤
K̊h̊åb̊l̊e̊ m̊o̊n̊ g̊o̊i̊s̊e̊
Very nice 🎉
❤❤❤❤❤❤❤❤❤moja
Moja ita.
Bhut val lagise❤❤👌👌
imman je bhal video tu sai baideo
Aati sundor❤🎉
Call.lagila😊😊😊😊
আমাৰ গাওঁৰ খানা সঁচাকৈ কোনে জুৰ পাব।
আইতালৈ সেৱা জনাইছো।
বৰ সুন্দৰ।
Dekhi a luv lagi gol.
❤😊
❤❤
Dhuniya lagise
বহুত ভাল লাগিল ।মই ও বনাই চাম বাৰু । ❤❤🎉
আপোনাৰ আমাৰ গাঁৱ চেনেলটো বেছি ভাল লাগে। গাঁৱলীয়া সাজ-পোছাকত বেছি ধুনীয়া দেখি।
Bor xundar
Ati hundor aru monugrahi video. Agoloi ene video saboloi pam buli akha thakil.
Maaloi monot poril❤❤❤👍👍😢
এইয়া হে প্ৰকৃত অসমীয়া ৰন্ধন প্ৰণালী। কচু শাকৰ লগত মাছ ঔটৈঙা কেঁচা জলকীয়া আদা নহৰু বিলাহী দি ৰন্ধা মাছৰ আঞ্জাকন দেখি জিভাৰ পানী ওলাও ওলাও অৱস্থা। অৱশ্যে লগত অলপমান ধনীয়া পাত আৰু দুই চাহচামুচ জালুকৰ গুৰি দিয়া হেঁতেন সোণত সুৱগা চৰিল হেঁতেন। চেনেহৰ বাইদেউ গৰাকীক দেখি তাহানি কালৰ মাৰ ৰন্ধন প্ৰণালী লৈ মনত পৰি মনটো আৱেগিক হৈ পৰিল। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো। ধন্যবাদ ।
Hundor
আইতা মৰম লগা ❤া
Hosakey aitae kua kothakhar ekdam hosa aagor dinburey bht vhal lagisil...
আইতা গৰাকী আমাৰ শিৱসাগৰৰ বুলি শুনি ভাল লাগিল
মানুহগৰাকীৰ কথা শুনিলে ওচৰতে বহি ল'বলৈ মন গৈছে। খুব ভাল idea কৰি video বনাইছে। আজিকালিৰ ল'ৰা-ছোৱালীয়ে কথাবোৰ শুনিলে জানিব পাৰিব। লগনিীয়া ন'হলে গাও নচলে😂। তেতিয়াৰ দিনত সেয়াই বাতৰি কাকত (খবৰা কাগজ), TV. নিচিনা। এতিয়াও তেনে মানুহ আছে। সেই সকলক পদূলী শুঙা বোলে। গাওবিলাকত সমাজৰ পৰাএঘৰীয়া কৰা প্ৰথা এও বিলাক লাগনী পণ্ডিতেই পৰম্পৰা ৰক্ষা কৰি আহিছে। ফলত বহুতলোকে গাও এৰি চহৰত থাকিবলৈ লৈছে। Video চাই বৰ ভাল লাগিল। এইখন আঞ্জাত মোকহ'লে ভাল কেছা জলকীয়া এটা লাগিব।। ভাত কেইটামানো সৰহ কে লাগে। ধন্যবাদ আপোনালোক সকলোলৈকে।
❤👌🙏🙏❤
Mur dherit bona ukhuwa saool aru mati Mahar daile vat keitaman khaboloi bor mon goi ase aitak dekhi Mur ma loi monot pori gol .soku Pani uliai dile .l love you aita.
Bhal lagil
আইতাৰ পৰা আমি বহু নজনা কথা জানিব পাৰোঁ শিকিব পাৰোঁ।
mur ghoror aita
Thinku Aiya❤
Love from biswanath chariali 🥰🥰
এতিয়াও নিজ হাতেৰে হুৰুম বনোৱা ইচ্ছাৰ কথা আইতাই ব্যক্ত কৰিছে। আপোনালোকেই যদি আইতাৰ সৈতে এই পদক্ষেপ লয় কেনে ভাল লাগিব। হুৰুম তৈয়াৰীৰ দীঘলীয়া প্ৰক্ৰিয়াটো কিমানে দেখিছে, বহুতে হুৰুম চিনিয়েই নাপায়। সম্ভৱপৰ হ'লে কৰিব চোন।
Eman mrm lga aita jni ❤❤❤
বহুত ভাল লাগিল ❤❤
বৰ ভাল লাগিছে দেখি।❤️
অতি সুন্দৰ ❤আইতাৰ হাতখন ভাল ❤❤
Aaita joni bahut morom loga ❤❤😂
আইতা গৰাকী বৰ মৰম লগা..🙏🙏💕💕
ভাল লাগিল আইতাৰ কথা বোৰ।
অ আইতা মোৰো খাবলৈ বহুত মন গৈছে এদিন ৰান্ধি খাব লাগিব ❤️❤️❤️
👍👍👍👍👍
মজা,,,,, আইতা আমাৰ ওচৰৰ হয় দেখোন শিৱসাগৰ কালুগাওঁ
👍👍💕🙏
Bor val lagil
আইতা বহুত ভাল লাগিল। এদিন বনাব লাগিব
Khubei bhal loga video. ...agor khomoy r kisu kotha janibo parilu ....kotha botora khundor ....khub morom aitaaa joniloi ❤
ইমান ধুনীয়া হ'ল ঔটেঙাৰে মাছৰ জুলৰ তৰকাৰীখন। মই প্ৰথমে ভাৱিছিলো মাছখিনি ফ্ৰাই কৰি দিয়া হ' লে ভাল আছিল নেকি। কিন্তু পিছত মই ভৱাতকৈও বেছিহে ধুনীয়া হ'ল,,, 😋😋
চাই হেপাহেই্্নপলাল
Kham kham lagise....
শিৱসাগৰৰ জিয়ৰী আইতা ।আমাৰ মাই বনোৱা যোতিলৈ মনত পৰি গ'ল। গম পালো কিমান ভাল হ'ল আইতা বঢ়িয়া। জিয়ৰিতে কিমান ধুনীয়া আছিল বাৰু ।। আপোনাক যি খন ঘৰে পালে পাহৰি ব নোৱাৰে। কাকা বৰ লাকি❤❤❤❤❤❤❤
ভাল লাগিল আইতা। 🙏🙏🙏❤️
ইমান মৰম লগা আইতা ❤❤❤❤
আইতা গৰাকী বহুত মৰম লগা ভাল লাগিল ❤❤❤
eykon juti bor huad loga hobo. bohot morom aaita gorakiloi
খুব ভাল লাগিল ভিডিঅ'টো চাই ❤ আইতা সদায় কুশলে থাকক তাৰেই কামনা কৰিলো 💕💕
অশেষ ধন্যবাদ 👍👍🧡🙏🙏
Nice video ❤
বৰ সুন্দৰ প্ৰয়াস। শুভেচছা থাকিল। সুৰুম কোমল চাউল , চিৰা , সান্দহ আদি কেনেকৈনো বনায় দেখুৱাব পাৰে নেকি ভাবিবচোন
Nice
Authentic Assamese Cooking ❤❤❤
🙏🙏👍👍
খাব মন গৈছে😂❤
Amar Aita joni❤😊
Aita . bahut dhuniya hoise
Item bahut bhag
Luvoniyo😋😋
😅❤❤❤😅
❤❤❤❤❤
🙏🙏🙏 aita ❤❤
Bohut Val lagil baa video 📹 tu sai
👍👍🙏🙏🧡🧡🧡🧡
আই ঔ আইতাৰ সতে এনে অন্তৰংগ আলাপ...কিযে মধুৰ মুহুৰ্ত ...দেখিও ভাল লাগিছে..কথাবোৰ শুনিও ভাল লাগিছে...❤❤❤❤❤🎉🎉🎉...মৰম জনালো দুলীয়াজানৰ পৰা...
অশেষ ধন্যবাদ আপোনালৈ 🧡🧡👍🙏🙏🙏
1
Nice👍
বা, ইমান ধুনীয়া লাগিছে ❤❤আইতাৰ মাছৰ টেঙা আঞ্জা খন বৰ ভাল লাগিছে, এদিন নিশ্চয় বনাই খাম❤❤❤
👍👍👍👍👍👍🧡🧡🙏🙏🙏
খুপ সুন্দৰ আয়োজন ।❤❤
Ekdom mojja Aita🎉
উধানৰ কথাটো আজিহে গম পালো মোৰো অইতা ঢুকাতে কৰিচিল সেইটো নিয়ম.. বাকী ভাল লাগিল ভিডিঅটো
বহুত ভাল লাগিল ❤️ আইতালৈ সেৱা জনালোঁ।🙏
Mojjja❤❤❤❤
Nice baa
আইটা জনী বহুত মৰম লগা ❤❤❤❤❤❤
Baa apunak bohut vl lage
Bhut vl lagile de ba❤
এই বয়সৰ লোকসকলক মাতিলে নিজৰ ঐতিহ্য পৰম্পৰাৰ প্ৰকৃত কথাবোৰ জানিব পাৰি।আপোনালোকলৈ অনুৰোধ যদি সম্ভৱ অনাগত দিনতো এইসকল লোকক আপোনালোকে এই মঞ্চ আগবঢ়াই আমাকো উপকৃত কৰিব।❤❤
👍👍🙏🙏🙏🙏
Jivar Pani ahi goise aaita
Khub valo hoise
Bhut val lagise ♥️❤️🥰
আই অ', আইতাগৰাকী! ❤❤❤ কথোপকথনখিনিও বৰ ভাল পাইছোঁ।
Aaita jni bor morom lga.... gaonliya exaj ..bor xundor lagil sai....aru lgte jivar pani ahi goise sai thakutei..❤❤❤❤
👍👍🙏💕
Hii baido
Aitai jen xdai vale thake ❤❤
আমাৰ তৰা আইতা❤
আইতা গৰাকী দেখি খুব ভাল লাগিছে ভালে ঠাকক আইতা
মোৰ যে মুখত পানী আহি গৈছে😭
সকলোৰে আইতা আৰু এনাই সকলে চাগে এনেকৈ কথা কয় মোৰ এণাই ৰ দৰে❤❤।।।।। আইতা ৰ সু স্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰিলোঁ ❤
👍👍🙏🙏🙏