Hundor Nas ...hundor nam...hundor poribekhon.... Dhoinnobad bitupon da apuni amaloi emn dhuniya dhuniya vidio bur aag bohai.... ...jwa basoror bihu moi eyi bosor saisu...🥰jiki nohok bor Val lagil...agotiyakoi bohag bihur hiyavora huvesha jasilu... Betuda🎉
ধুনীয়া 🙏
Vaal lagil...bohut ...power of assamese
খুবেই সুন্দৰ প্ৰদৰ্শন
হাবুং হুঁচৰি দল😊😊
বহুত বহুত ধন্যবাদেৰে
mojaa ❤
সুন্দৰ অতি সুন্দৰ
Love From Dhemaji Machkhowa
Bohut bohut bhal lagil dhonyabad.
🙏🙏
বৰ ধুনীয়া হৈছে
Xundhr
মজা কানাই দা
Bohut vl lagil...abar nohoi dubar saisu...4m ghilamara
Dhunia Hoisy Amr Dhemaji Gourav
শুভেচ্ছা থাকিল
Gorima vonti hundor
♥️
ধন্যবাদ
❤️❤️❤️❤️❤️
❤️❤️❤️
Val lagil Babul phulon (Kanai dai ) 2mr kontho ❤️❤️❤️❤️❤️❤️
Lv u all....
শিৱসাগৰৰ পৰা মৰম জনালোঁ
অপূৰ্ব
সুন্দৰ পৰিৱেশন সকলো দিশৰপৰা পৰা। কি কম হৃদয় চুই যোৱা এক অকল্পনীয় পৰিৱেশন সঁচাকৈ ................!!!
🌺🌺🌺🌺
Dhuniya
সুন্দৰ।
OTI SUNDOR
😍❤️❤️❤️
Bor sundor mon pran jur pori jai nachoni aru dhulia konthoswer bor swola
নৈ পানী ধুনিয়া নীলা বৰণীয়া.... কি ধুনিয়া বিহু শুনিয়ে থাকিব মন যায় 💗❤️
❤😍
Mil l
oo
Lo
llo
o
😊🖤
Moran r pora morom pothalu.bai val lagil kokaideu hot.
সুন্দৰ
Ham
❤️❤️👍❤️❤️
৬ নং নামতী মানুহজন মোৰ দদাই হয় আাপুনি আগবাঢ়ি যাওঁক
Love from dhemaji❤❤
Good
Dhemaji pra mrm💓🤗
Eman dhuniya haise
Goosbums only
Hundor Nas ...hundor nam...hundor poribekhon.... Dhoinnobad bitupon da apuni amaloi emn dhuniya dhuniya vidio bur aag bohai.... ...jwa basoror bihu moi eyi bosor saisu...🥰jiki nohok bor Val lagil...agotiyakoi bohag bihur hiyavora huvesha jasilu... Betuda🎉
Wow
ওফ কি সুন্দৰ । মন প্ৰাণ কাঢ়ি নিয়া এজোৰা বিহু ।
I like to Rajib Chiring Dhemaji
Nice dhemaji
Bihu dal
OMG
Proud of all bihu group great singer Love from Dhemaji Simen chapori
Eyt dekhun amr ghor manuh ajon axe
বহত ভাল লাগিল। সুন্দৰ ভবিষ্যৎ কামনা কৰিলো।
Nice veido
mur jibonot dekhai nai eman dhuniua husori.
Dhemaji logote Amar lakhimpur r gourob ... Bhut Val lagil dei❤️
Very.nice.
bhut val lagil
❤️❤️❤️❤️❤️❤️❤️
Nice
Bhaihot bihu neriba.amar sinaki
Gaar num hiori jaaai owww...ankoi bihu naam hunilee
Love from dhemaji.... Jui jui.... Mjahhh joi ho dhemaji...
আমাৰ গৌৰৱ ❤️❤️❤️❤️ গৰিমা বা বহুত ধোনিয়া লাগিছে ❣️❣️🌼
ধেমাজীয়ান। ধেমাজি গৌৰৱ
Bought dhuiyaa hoisa 🙏🏼🙏🏼🙏🏼
Hundor
Mjh lgil...sale sai thakib mn jai
Maza.lagil.dai.damaji.bihu.dol.allda.bast
Niche to my😍😍
Bohut dhuniya lagil
Bohut bhal Lagise
Moi modhrapu pulibagan pora koisu tumrluka akonmn morom jaselu mur at sanl asa plz like comnt SUBSCRIBED kore deba
Dhemajiyan hisape gourab koru ane ati dol ase dhemajit. Jui.
উত্তৰ অসমৰ গৌৰৱ হাবুং
Amar dhemajir gourab
বিহু নাম কেইটা কি ধুনীয়া ❣️
Composition ❣️
এনেকৈ উজ্বলি থাকক "হাবুং" ❣️
#ধেমাজি❣️
#গোৱাল ❣️
Vl lagise bhut moiu Dhemajir hoi
Bar val ligise dei
বৰ সুন্দৰ । বহুত বাৰে চাইছোঁ
Bhut vl lgl sai...aru bhut aguai jak bhut bhut huvessa thkil..hbung bhu dle dhmji nm ujlai rkhise.. apnlkr bhu dlr bikhoi asmr bhu mnhe hudhe ..dhmji bli GM ple..👍👍👍👍👍..
Mojaaa lagise dei dada xokolok
অতি বিতুপন আমাৰ হবুং হুচৰি দল ৷
Pepa bojaise kintu ram²
Xundar
Bohu dinor pira bisari bisari ... Aji paigolu sabole .... Bhal lagile ... ❤️❤️❤️
অতি সুন্দৰ প্ৰদৰ্শন কৰিছে আপোনা লোকলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ
Bhut Val lagil sai ❤️❤️❤️
Moja
আমাৰ ধেমাজি জিলা ❤️❤️❤️❤️❤️ বহুত ভাল লাগিছে দাদা বাইদউ ❤️❤️❤️
Bor dhuniya bihu
Bohut val lagise sai
Dhemaji babe 👍👍👍👍👍
Bohut bohut dhonyabad dhemaji bihu dlok happy bihu
ধেমাজি হাবুং হুচৰি বিহু দলটি অমৰ হওক ,,, প্ৰত্যেক জন বিহুৱা বিহুৱতী বহুত বহুত মৰম যাছিলো আপোনালোকে আমাৰ সংক্সৃতিবোৰ জীয়াই ৰাখিব ,,,, আমাৰ গুৰু মন্টু গগৈ দাদা আমিও এইবছৰ ধেমাজি শ্ৰীপানি আঞ্চলিক হৈ বিহুৱান হুঁচৰি বিহু দল এটা উলাইছিলো মন্টু দা প্ৰশিক্ষক আছিল লগতে হাবুং হুঁচৰি দলটি আমাৰ প্ৰশিক্ষক আছিল আশা কৰো আমিও এদিন এনেকোৱ এখন মঞ্চ গচকিবলৈ পাম ,,,
Habung❤🥰😍😍😍😍🙏
#Pakistani army # arrested two Indian .....ruclips.net/video/rXkpxCjASmk/видео.html..
All assam best husori dool
আমি জনাত হুচৰি সোমাই অহাৰ পিছত গৃহস্থ ই শৰাই দি হুচৰি আৰু বিহু গাবলৈ আবেদন কৰিলেহে সম্পূৰ্ণ হুচৰি গাই উঠি বিহু মাৰে। আজিকালি কেনেকৈ কৰে সলনি হৈছে চাগে।সুন্দৰ হৈছে । এনে চৰ্চা চলি থাকিব লাগে ।
#Pakistani army # arrested two Indian .....ruclips.net/video/rXkpxCjASmk/видео.html...
এইয়া বিহু হুঁচৰি।বিহু হুঁচৰিত এইবোৰ নিয়ম নাই।আপুনি কোৱা নিয়মবোৰ হুঁচৰিতহে আছে।বিহু হুঁচৰি আৰু হুঁচৰিৰ মাজত পাৰ্থক্য আছে।
@@souravsetm7334 বিহু হুচঁৰি, বিহু ৰ লগত জড়িত হৈ থকা হুচৰি নামনিত বেলেগ নেকি?? আমি আকৌ নেজানো দেই। আমি জনাত প্ৰথমে হুচঁৰি ধৰি বিহু গাবলৈ গৃহস্থ ৰ পৰা অনুমতি লয়। তেতিয়াহে বিহু মৰা হয় । হুচঁৰি নোহোৱাকৈ বিহু কেছেটত পায়, সংস্কৃতি ত নেপায় । আপুনি লীলা গগৈৰ অসমৰ লোক সংস্কৃতি বা বিষ্ণু ৰাভাৰ অসমীয়া সংস্কৃতি চাব। একো নহলেও বিহু সংখ্যা আলোচনী বোৰ চাব। আমি উজনিৰ টাই পৰম্পৰা ত চলি অহা বিহু কে অসমীয়া বিহু বুলি জানো। বিহু হুচঁৰি ৰ জন্ম ৰ বিষয়ে নেজানো ।
@@babeeboruah2088 আপোনালোকে নাজানিলেও মানি ল'ব নোৱাৰিলেও বিহু সুৰক্ষা সমিতিয়েই ভাগ কৰি দিছে বহু বিতৰ্কৰ পাছত প্ৰতিযোগীতাৰ সুবিধাৰ্থে।গতিকে,প্ৰতিযোগী হিচাপে আমিও নিয়ম মানিবই লাগিব।বাকী লীলা গগৈ দেৱৰ বিহু,আমাৰ ককা আজুককাহঁতৰ বিহুৰ বৰ্তমান বিৱৰ্তন বা ক্ৰমবিকাশ হৈছে।অপ্ৰিয় সত্য,গ্ৰহন কৰিবলৈ আমিও বাধ্য।পৰম্পৰাগত হুঁচৰীত জোৰানাম আৰু নাচনীৰ স্থান নাই।কিন্তু বিহু হুঁচৰীত আছে।
কেৱল কিতাপৰ চৰ্চাই পৰ্যাপ্ত নহয়।কিতাপত বিহুক কিছুৱে আহোমৰ সৃষ্টি কয় আৰু কিছুৱে চুতিয়াৰ।আহোমসকল ইয়ালৈ অহাৰ আগতেও বিহু আছিল।আচলতে বিহু চুতিয়াৰহে প্ৰথম সৃষ্টি যি পিছত আহোমৰ ৰাজকীয় পৃষ্ঠপোষকতাত ডাঙৰ দীঘল হ'ল।
এতিয়া আমি নিয়ম উলংঘন কৰি প্ৰতিযোগীতা কৰিব নোৱাৰো।পদূলিত হৰি ধ্বনি দি প্ৰথম ঘোষা পদ জুৰি সামৰি লৈ পুনৰ হৰিধ্বনি দি গৃহস্থৰ পৰা অনুমতি লৈ বিহু যোজনা বা নাম গোৱাৰ নিয়ম আজিও পুৰুষৰ পৰম্পৰাগত হুঁচৰিত আছে।কিন্তু বিহু হুঁচৰীত নাই।বিহু হুচঁৰীত ঘোষা পদ গাই অনুমতি লোৱাৰ নিয়ম বাধ্যতামূলক নহয়।গতিকে,এইয়া আমাক কৈ লাভ নাই।বিহু সুৰক্ষা সমিতিয়ে যি কয় আমিও মানিবলৈ বাধ্য।
ধন্যবাদ।বানান ভুল হ'লে ক্ষমিব।
@@souravsetm7334 বিহু সুৰক্ষা সমিতি কোন হয় এই বিষয় ববীয়া সকল?? কত আছে এই নতুন নিয়ম কানুন??আপুনি ৰুবুল গগৈৰ বিহু চাব। মঞ্চ বিহু এটা বেলেগ বিষয় ।কিন্তু বিহু মানে আমাৰ জাতিটোৱে যেনেকৈ পালন কৰে সেয়া ই নিয়ম। নামনিৰ বিহু ৰ ভাঁজ বেলেগ । বিহু ত বিহু ৰ মুদ্ৰা পাক প্ৰকৃতিৰ অংগী ভংগীয়ে থাকে।প্ৰতিযোগিতা ই ধনৰ মূল্য ই বিহু ক পণ্য কৰাটোৱেই বৰ্তমান ৰ পৰিবৰ্তন ৰ নিয়ম।
অপূৰ্ব পৰিবেশন, শুভকামনা সদায় আছে আৰু সদায় থাকিব
Bohut mojjaa hoise😘😘
BM DHEMAJI BOY CHENAL TO SABOSUN
Bhout bhout dhuniya