পৰিয়ালটোৰ ভৱিষ্যৎ স্কুলখনৰ বাৰাণ্ডাখনত শেষ হৈ গ'ল

Поделиться
HTML-код
  • Опубликовано: 11 ноя 2024

Комментарии • 217

  • @7gc970
    @7gc970 Месяц назад +81

    সত্য কথাৰ কৈছে । শিক্ষক সকলে চাত্ৰ ছাত্ৰীৰ ওপৰত কোনো গুৰুত্ব নাই জল জল ফট ফট কৈই উলাই পৰিল । শিক্ষক সকলক উচিত তদন্ত কৰি শাস্ত্ৰীৰ দিব লাগে ।

    • @onlineworld8709
      @onlineworld8709 Месяц назад +5

      বৰ্তমান শিক্ষকতাক দোষাৰোপ কৰাৰ লগতে অভিভাৱকৰো ভূল আছে , নৈতিকতা পাহৰি গৈছে বৰ্তমানৰ ছাত্ৰ সমাজে।
      শিক্ষক এচাট দিলেই পুলিচৰ কাষ চাপে আৰু টকাৰ দাবী কৰা অভিভাৱকৰো উদাহৰণ আছে,
      শিক্ষককো হত্যা কৰিলে শিৱসাগৰত ব্যক্তিগত খণ্ডত শাসন কৰাৰ বাবে,
      বৰ্তমান অভিভাৱকৰ কৰণীয় বোৰ নকৰি নৈতিকতা নিশিকে বাবে বৰ্তমানৰ সমাজ কোন ফালে ধাবিত হৈছে সকলো পৰিচিত

    • @JLI321
      @JLI321 Месяц назад

      Hosa kotha koise ,atya aru barhibo ane km , police prohakhon ok dhorok ,raij uthi pori lagok ,ari ndibo ami asu

    • @_axomia_lora_2624
      @_axomia_lora_2624 Месяц назад

      এদিন এই শিক্ষক সকলৰ সন্তানৰো কিবা এটা নিশ্চয় বিঘিনি হ'ব।

    • @KalyanChetia-t4y
      @KalyanChetia-t4y Месяц назад

      মাহেকে দৰমহা কেইটাৰ কাৰণেহে যায় কাৰ ল'ৰা ছোৱালী কলৈ যায় সিহঁতৰ ক'ব লগা একো নাই।

    • @portablefacts
      @portablefacts Месяц назад

      ​@@onlineworld8709 akol pitile student val hobo buli apunak kune kole বিভিন্ন প্ৰন্থা আছে

  • @SushilSaharia
    @SushilSaharia Месяц назад +29

    অতি সুন্দৰ বক্তব্য
    আপোৰ মন্তব্যত আমি সহমত

  • @BabluBhuyan-sb3ps
    @BabluBhuyan-sb3ps Месяц назад +38

    এনেকুৱা লৰা থাকিলে ভবিষ্যতে এনে ঘটনা আকৌ হব,

    • @JLI321
      @JLI321 Месяц назад

      Aibar hei hikhok hkolok dhoribo hnkle

  • @Hazarikamusical
    @Hazarikamusical Месяц назад +7

    সুন্দৰ মন্তব্য ,,,,ইমান দুখৰ পিছতো কিন্তু,,কিয় আইনে পিছহোকিছে দুখীৰ সৰু ডাঙৰ নাই ঠিক সাপৰৰো সৰু বৰ নাই খুতিলে মানুহ মৰিবয়

  • @padma827
    @padma827 Месяц назад +18

    এতিয়াও প্ৰশাসনৰ গা লৰা নাই, শিক্ষা মন্ত্ৰীক অনুৰোধ কিবা এটা কৰক

  • @sailentalukdar4539
    @sailentalukdar4539 Месяц назад +30

    অভিযুক্ত ছাত্ৰ কেইজনৰ পৰিয়াল কেইটাক দৃষ্টান্ত মুলক শাস্তি দিব লাগে ৷ কাৰণ সিহঁতে নিজৰ সন্তানক সংস্কাৰ দিব পৰা নাই ৷ ইফালে চৰকাৰী আইনে শিক্ষক শিক্ষয়িত্ৰী সকলৰো হাত বান্ধি ৰাখিছে ৷ বিদ্যালয়ত চেকনিৰ ব্যৱহাৰ উঠাই দিছে৷ এনেকুৱা ঘটনা দ্বিতীয় বাৰ নহওঁক ৷ পৰিয়ালটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি চৰকাৰে এটা ভাল ব্যৱস্থা লব লাগে ৷

    • @Smitsha
      @Smitsha Месяц назад +2

      আপোনাৰ যুক্তিটো গ্ৰহণযোগ্য নহয়, দোষীয়ে চাজা পাঁওক কিন্তু পৰিয়ালৰ গোটেই লোকে কেলেই শাস্তি পাব লাগে ?

    • @PradipBaro-p7o
      @PradipBaro-p7o Месяц назад

      Bhai thik comment koria moi ek mot asu .kiyonu sangskar poriyal a diye .xikhsha techer a diye

    • @halalbinudan9244
      @halalbinudan9244 Месяц назад

      Bolduzar kot?

    • @Khanindra124
      @Khanindra124 Месяц назад

      ঠিক কথা

  • @afazulhoque4032
    @afazulhoque4032 Месяц назад +22

    এয়াই আজিৰ প্ৰশাসন।

  • @krishnagogoi1657
    @krishnagogoi1657 Месяц назад +23

    সচা কথা

  • @reetadeuri1174
    @reetadeuri1174 Месяц назад +24

    You are right

  • @RunumiDeka-r1m
    @RunumiDeka-r1m Месяц назад +2

    ভাল লাগিল কলিতা দা

  • @dipankarchamuah9550
    @dipankarchamuah9550 Месяц назад +2

    এইজনে কেতিয়াবা বিদ্যালয়খনৰ প্ৰতি দায়বদ্ধ হৈ পাইছেনে। নে নিজৰ লৰা ছোৱালী private দি লেকচাৰ দিছে। আজি চিঞৰা বহুতক বিদ্যালয়ত কেতিয়াবা বিছাৰিলে পোৱা নাযায়।

  • @rushanburagohain6803
    @rushanburagohain6803 Месяц назад +3

    কি হৈছে অসমত ভাৱিবই নোৱাৰি।এনেকোৱা হৈ থাকিলে অসমখনৰ অসমীয়া নিজে নিজে শেষ হৈ যাব।ছাত্ৰ সকলৰ অভিভাৱক সকলে কথাতো অনুধাৱন কৰক।অসমখন কলৈ গৈ আছে।

  • @pratimadas5805
    @pratimadas5805 Месяц назад +6

    Right 100% .

  • @rittikkashyap8612
    @rittikkashyap8612 Месяц назад +6

    Such a knowledgeable person is rare in our society now . Well said sir . I agree with you. 0:00 to 4:57

  • @huneswarmoran9091
    @huneswarmoran9091 Месяц назад

    অতি সুন্দৰ আপোনাৰ মন্তুব্য

  • @ManjubalaSaharia
    @ManjubalaSaharia Месяц назад

    গৰীয়া হব নোৱাৰে। আমিযনিৰপেক্ষ ভাবে চাও সকলোৱে জগৰীয়া। শিক্ষকে শাসন কৰিব নোৱাৰ্ কাৰন আজি কালি অভিভাবকবোৰ ইমান সচেতন

  • @allinone-gd1nw
    @allinone-gd1nw Месяц назад +14

    এইখন চৰকাৰৰ পৰা একো আশা কৰিব নোৱাৰি।

  • @Xplore782
    @Xplore782 Месяц назад +6

    আমি আজি সেই চাৰিজন লৰাক দায়ী বুলি কৈ হাত সাৰিলেই হবনে?
    ইয়াৰ বাবে সমানে সমানে ঘৰখন বা সমাজখনো দায়ী নহয়নে?
    সিহঁতৰ বয়সেই বা কিমান।
    জন্মৰে পৰা জানো কোনোবা বেয়া হৈ আহে.... সিহঁতক নিকৃষ্ট মানসিকতাৰ অধিকাৰী তোলাৰ ক্ষেত্ৰত সমাজখনেও অৰিহণা যোগোৱা নাইনে?
    ভাবিবলগীয়া কথা, আমাৰ উত্তৰ প্ৰজন্নক এখন উৎকৃষ্ট সমাজ বা পৰিবেশ প্ৰদান কৰাটো আমাৰ সকলোৰে কৰ্তব্য।
    অন্যথা আৰু অধিক এনে ঘটনা যে নহব তাক নুই কৰিব নোৱাৰি।

  • @onlineworld8709
    @onlineworld8709 Месяц назад +8

    বৰ্তমান শিক্ষকতাক দোষাৰোপ কৰাৰ লগতে অভিভাৱকৰো ভূল আছে , নৈতিকতা পাহৰি গৈছে বৰ্তমানৰ ছাত্ৰ সমাজে।
    শিক্ষক এচাট দিলেই পুলিচৰ কাষ চাপে আৰু টকাৰ দাবী কৰা অভিভাৱকৰো উদাহৰণ আছে,
    শিক্ষককো হত্যা কৰিলে শিৱসাগৰত ব্যক্তিগত খণ্ডত শাসন কৰাৰ বাবে,
    বৰ্তমান অভিভাৱকৰ কৰণীয় বোৰ নকৰি নৈতিকতা নিশিকে বাবে বৰ্তমানৰ সমাজ কোন ফালে ধাবিত হৈছে সকলো পৰিচিত

    • @jnsarkars9710
      @jnsarkars9710 Месяц назад

      এই অভিভাৱক সকলে নিশ্চয় স্কুলীয়া জীৱনত এম.ই. স্কুলত চৰিত্ৰ পাঠ অধ্যয়ন কৰিছিল।

  • @DhaneswarKalita-u2b
    @DhaneswarKalita-u2b Месяц назад +5

    You are Right.

  • @prabindeka5498
    @prabindeka5498 Месяц назад +2

    সুন্দৰ ব্যাখ্যা আমি সহমত

  • @pabitrasaikia5831
    @pabitrasaikia5831 Месяц назад +1

    শিক্ষক সকলে জিৰণি সময়ত কেৱল মাত্ৰ মবাইল টিপি বহি থাকে বাহিৰত কি হয় কি নহয় এইবোৰ ওপৰত গুৰুত্ব নিদিয়ে

  • @sabitrisvlog721
    @sabitrisvlog721 Месяц назад

    ভাল কথা কৈছে। উচিত বিচাৰ হ'ব লাগে।

  • @gunamonibordoloi6734
    @gunamonibordoloi6734 Месяц назад +6

    100 % right 👍

  • @RajuDoley-vo1gu
    @RajuDoley-vo1gu Месяц назад +6

    You are Right ❤

  • @Barnilthelearner
    @Barnilthelearner Месяц назад

    বঢ়িয়া।

  • @jigyaasa7096
    @jigyaasa7096 Месяц назад +6

    Bohut bhal koise, also english

  • @DhanmoniNath-w9x
    @DhanmoniNath-w9x Месяц назад +6

    Agree with you 👍

  • @Khanindra124
    @Khanindra124 Месяц назад

    সকলো ঘটনাৰ বাবে শিক্ষক সকলৰ গাত দোষ জাপি দিলেই সমস্যা সমাধান হৈ নাযায়। বৰ্তমান সময়ত যুৱ উশৃংখলাৰ বাবে সকলোৱে চিন্তা কৰাৰ প্ৰয়োজন।

  • @NabinPatir-v5j
    @NabinPatir-v5j Месяц назад +4

    You are right sir

  • @namaskarnamaskar4389
    @namaskarnamaskar4389 Месяц назад

    100% সত্য কথা কৈছে ।

  • @PranjalKalita-gk9fl
    @PranjalKalita-gk9fl Месяц назад

    Schoolt love khelibo ahe master masterni ....lora ajnok 3 jn lorai marile ru khei 3 jn lora atiya mukoli akakhar tolot .....aiyai amar low👍👍👍👍

  • @sukuramkachari72
    @sukuramkachari72 Месяц назад +3

    সকলো বদমাছ কোনো কম নহয়,, পাৰিলে ইজনে সিজনে মাৰা মাৰি কৰি মৰাব,,

  • @AEI_ITI__EL_BHARGABSHIVAM
    @AEI_ITI__EL_BHARGABSHIVAM Месяц назад +6

    GREAT SPEECH @

  • @dilipnath7240
    @dilipnath7240 Месяц назад +5

    Yes Right

  • @Tapan-ui9ph
    @Tapan-ui9ph Месяц назад

    ভাল কথা কৈছে।

  • @nayan_2472
    @nayan_2472 Месяц назад +10

    Okol Students keijon and teacher keijonok dukh dile nohoi...... Society main . society n family pora crime hikise student bure. Beya kam bur Society and lora swalir logoriya pora hike.

    • @PradipBaro-p7o
      @PradipBaro-p7o Месяц назад

      Bhai aituai nubuje .aru buja nai .atiya loike sei lora kaijonor mak deutakok dokha rop kora Atiya loike Huna ba coment kora dekha napalu

  • @marvelstudios4842
    @marvelstudios4842 Месяц назад +6

    Dhuniya kotha koi manuh jone

    • @NiupumaniSaharia
      @NiupumaniSaharia Месяц назад

      Teo ajon retirement indian Airforce officer🙏

  • @axom.status
    @axom.status Месяц назад +7

    Right

  • @BabulNath-j8d
    @BabulNath-j8d Месяц назад +5

    100%right

  • @brnath1918
    @brnath1918 Месяц назад +1

    Right sir you have given true statement.

  • @MinarulHoque-kt3kk
    @MinarulHoque-kt3kk Месяц назад

    Bhut vl khota koisa dada❤❤❤

  • @DhrubajyotiRajbongshi-fk4wk
    @DhrubajyotiRajbongshi-fk4wk Месяц назад

    You are right 👍

  • @yoyoking1847
    @yoyoking1847 Месяц назад +4

    Val kotha koisa

  • @tuluhazarikadevi1587
    @tuluhazarikadevi1587 Месяц назад +3

    Bahut Val katha koisa

  • @BikashDas-cp1nk
    @BikashDas-cp1nk Месяц назад +1

    Right kotha❤

  • @tulikaboro5965
    @tulikaboro5965 Месяц назад

    apunar nisina manhu ay khomajot dorkar❤

  • @ProstutiRajkhowa-pm2om
    @ProstutiRajkhowa-pm2om Месяц назад

    I agree with you 💯

  • @bhabanandasaikia4764
    @bhabanandasaikia4764 Месяц назад +1

    মাহৰ শেষত দৰমহা সোমাবই একাউণ্টত বাদ বাকী ল'ৰা ছোৱালীয়ে যি কৰে কৰক । বাঁকী তেওঁলোকৰ বহু সংখ্যকৰে ল'ৰা ছোৱালীক কিন্তু ব্যক্তিগত খণ্ডৰ স্কুলত পঢ়োৱাৰ দেখা যায় ।

  • @koustavdeka3871
    @koustavdeka3871 Месяц назад +2

    Right kotha koise khura

  • @DigantaDas-bi1fo
    @DigantaDas-bi1fo Месяц назад

    Right❤

  • @nilimakalita7018
    @nilimakalita7018 Месяц назад +1

    Ai bhool bilakar babe hamajat crime dine dine biyopi goise , Dadai koa katha khini akkebare hasa ❤

  • @kabitamoran6158
    @kabitamoran6158 Месяц назад +3

    💯 right

  • @jayadeka-pm7qf
    @jayadeka-pm7qf Месяц назад +1

    Truth. Speech

  • @BipulNath-gw4gm
    @BipulNath-gw4gm Месяц назад

    Bhout vl khotha koise aponi ...soro r monot xodai police boli voi thake....thik tenekowa hoise

  • @aviltech8018
    @aviltech8018 Месяц назад

    বহুত উচিত কৈছে,, ধুবুৰী ৰ ফালে বদলি কৰিব লাগে

  • @dharmakumarrajbongshi7581
    @dharmakumarrajbongshi7581 Месяц назад +3

    Good speech

  • @jayashreedevi4882
    @jayashreedevi4882 Месяц назад

    Right kotha koise apuni

  • @tapanbarman877
    @tapanbarman877 Месяц назад

    Right....

  • @dipakkalita6745
    @dipakkalita6745 Месяц назад +2

    Vl kotha koise

  • @khargeswarbaruah8139
    @khargeswarbaruah8139 Месяц назад +1

    Good statements.

  • @jayadeka-pm7qf
    @jayadeka-pm7qf Месяц назад +1

    Right.

  • @Podumi-fw9du
    @Podumi-fw9du Месяц назад

    Right. Logic

  • @pranjalchangmai7655
    @pranjalchangmai7655 Месяц назад

    Right100%

  • @dhirajfddfbarua1276
    @dhirajfddfbarua1276 Месяц назад

    মন্ত্ৰী সকলে অনবৰতে election আৰু ভোটৰ অংক মিলাই অংকীয়া ভাওনা দেখুৱাই থাকিলে নহ'ব।

  • @rinkushivam8759
    @rinkushivam8759 Месяц назад

    মাননীয় মূখ্যমন্ত্ৰী মহোদয় এই শিক্ষক কেইজনক উক্ত বিদ্যালয়ৰ পৰা চাকৰিৰ পৰা উলিয়াই দি
    ঘৰত যাৱলৈ দিয়ক।এই কেইজন শিক্ষক নামৰ
    অযোগ্য।

  • @pratimadas6758
    @pratimadas6758 Месяц назад +4

    Xosa kotha koise

  • @RupokDas-u4w
    @RupokDas-u4w Месяц назад +1

    Good 👏👏👏

  • @rakeshhazarika240
    @rakeshhazarika240 Месяц назад

    Good news

  • @jiturajbaruah000.
    @jiturajbaruah000. Месяц назад +1

    সুন্দৰ....তদন্ত লাগে...

  • @JinuRabha-s2t
    @JinuRabha-s2t Месяц назад +5

    Right kotha

  • @jayantadutta6503
    @jayantadutta6503 Месяц назад

    শিক্ষক কেইজনক নিলম্বিত কৰিব লাগে,আৰু লৰা কেইজনক চিৰ বিদায় দিব লাগে।

  • @ramensaiki
    @ramensaiki Месяц назад

    Val kotha koisa dai...

  • @manashmotivation5573
    @manashmotivation5573 Месяц назад +1

    সেই অপৰাধী চাৰি জনক কিয় কঠোৰ শাস্তিৰ লগতে স্কুল বিলাকৰ পৰা বহিস্কাৰ কৰা নাই

    • @Arthop-r2x
      @Arthop-r2x Месяц назад

      Sorkare ki sai ase Mane

  • @HemchandraBoruah-x6k
    @HemchandraBoruah-x6k Месяц назад

    Right sir

  • @probingogoi9774
    @probingogoi9774 Месяц назад

    অপৰাধত জৰিত ছাত্ৰ কেইজনৰ পিতৃ-মাতৃৰ অনুভৱৰ/মতা মত কিয় প্ৰকাশ কৰিবলৈ যত্ন কৰা নাই। তেওঁ লোকো ছাত্ৰ কেইজনৰ কেইজনৰ সমানেই দায়ি নেকি?

  • @timepasswithsonowal9182
    @timepasswithsonowal9182 Месяц назад

    Very nice speech

  • @kamalkalita3088
    @kamalkalita3088 Месяц назад

    Val kotha koise dada

  • @jnvid3407
    @jnvid3407 Месяц назад +1

    Huni dukh lagise ....kintu school life t. Porha huna val lora Bur janu kajia kore ?

  • @charumonihatiboruah7404
    @charumonihatiboruah7404 Месяц назад

    Hundor.kotha.lorakitak..hastidibalage.

  • @allinone-gd1nw
    @allinone-gd1nw Месяц назад +2

    School bondho kori dibo lage...heikhon...new school khulibo lage raije

  • @mrigankabaruah435
    @mrigankabaruah435 Месяц назад +2

    work time t smart phone band korile sob thik hoi jbo vbu….

  • @amardeka6126
    @amardeka6126 Месяц назад +3

    Smart police

  • @BhadreswarBoruah-ce5ev
    @BhadreswarBoruah-ce5ev Месяц назад

    Good coment.

  • @lakhiray-w4u
    @lakhiray-w4u Месяц назад +2

    Hosa kotha

  • @DimpalBorah-ey9rw
    @DimpalBorah-ey9rw Месяц назад

    Val.ktha koise...

  • @nityasarma4072
    @nityasarma4072 Месяц назад +1

    Borhiya dada aapuni kowa katha khini xaty aapona loke manee naloba dad

  • @sasankamoon7201
    @sasankamoon7201 Месяц назад

    Bhut sudha koisu kokaideu 🙏

  • @AbhijitDeka-co1vl
    @AbhijitDeka-co1vl Месяц назад +1

    High court jauk. School uprt, police uprt aru xei lora keijon uprt cas diyk niya lage.

  • @Dhiraj_venom_
    @Dhiraj_venom_ Месяц назад +5

    Aji kli manuh mara to liggel hoise neki 😢😢

  • @BBMusic2023
    @BBMusic2023 Месяц назад

    শাস্তি পাওক।

  • @RangoliMusicpvt
    @RangoliMusicpvt Месяц назад

    So Called educated.

  • @Smitsha
    @Smitsha Месяц назад +2

    শিক্ষাখনন্দৰ গাফিলতি কেনেকৈ হব? ইমান ছাত্ৰ ছাত্ৰী থকা বিদ্যালয় ‌এখনত কেইজনমান শিক্ষকে কেনেকৈ চম্ভালিব ? অকল শিক্ষককে দোষ দিলে নহব গাঁৱৰ সচেতন নাগৰিক হিচাপে সেই কালৰ্পিত ল'ৰা কেইজনক নৈতিক শিক্ষা দিয়াৰ দায়িত্ববোধ নকৰে নেকি? দোষীয়ে উচিত শাস্তি পাওক।

  • @RaimaliRaimali
    @RaimaliRaimali Месяц назад

    👏👏👏👏

  • @rimankabaruah
    @rimankabaruah Месяц назад

    Mama election t biji....homoi nai sage....aru police manage hoi jai....jai hind jai bharat jai aai axom

  • @সন্যাসীনী
    @সন্যাসীনী Месяц назад +4

    ডাঙৰ কথা ডাঙৰ ভুল কাম কৰিছে।

  • @biswajitbaishya7634
    @biswajitbaishya7634 Месяц назад

    Thik kotha koise khura

  • @sibuboruah6240
    @sibuboruah6240 Месяц назад

    আপোনাৰ কথানি সঁচা ।

  • @SwaponRabha-hg6tk
    @SwaponRabha-hg6tk Месяц назад

    Pocket bhorti poisa loisy , nijor khopathir khubisar koribo nowara Assam police ki khubisar koribo

  • @KrishnamoniNath-e2e
    @KrishnamoniNath-e2e Месяц назад

    Dada apuni 100/ xosa koisa sob toka khel dada mor motea val koi raijea koribo lagea