দৰং কাণ্ডই সৃষ্টি কৰিছে বহু প্ৰশ্নবোধকৰ, উচিত শাস্তি পাবনে দোষীয়ে?

Поделиться
HTML-код
  • Опубликовано: 23 сен 2024
  • ▶️ অনুশাসনহীনতা, যুৱ উচ্ছৃংখলতাৰ চৰম নিদৰ্শন। সহপাঠীয়েই প্ৰাণ ল'লে এজন ছাত্ৰৰ। দৰং কাণ্ডই সৃষ্টি কৰিছে বহু প্ৰশ্নবোধকৰ। উচিত শাস্তি পাবনে দোষীয়ে?

Комментарии • 107

  • @jimandeka705
    @jimandeka705 4 часа назад +58

    , ইমান সুন্দৰকৈ কব পৰা অসমীয়া মানুহ অন্ততঃ TV ত দেখা নাযায় দেই। তেখেতলৈ অভিন্দন।।।।

  • @rajlaxmisaikia8071
    @rajlaxmisaikia8071 4 часа назад +64

    বৰ সুন্দৰ কথা কৈছে আপুনি..... নিশ্চয় মুখ্যমন্ত্ৰী জনে সহায় কৰিব

  • @AyushRaj-u3i
    @AyushRaj-u3i 4 часа назад +36

    খুৰাজনে উচিত কথা কৈছে।

  • @ranuDevi-i2n
    @ranuDevi-i2n 4 часа назад +32

    দাদা বক্তব্য মই বহুত বহুত ধন্যবাদ দিলো।

  • @Mridul_Hazarika.
    @Mridul_Hazarika. 4 часа назад +38

    সঠিক কথা কৈছে।শিক্ষক‌ সকলক তদন্তৰ আওতালৈ আনি উচিত বিচাৰ কৰে যেন।

  • @LuhitDihingia-bn6ys
    @LuhitDihingia-bn6ys 4 часа назад +28

    উচ্চ - বাচ্য কৰি নহয় , সম্পূৰ্ণ বিনম্ৰতাৰে ৰাইজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ বাবে আপুনি ধন্যবাদৰ পাত্ৰ ।

  • @BijuKumbang-ou3fg
    @BijuKumbang-ou3fg 3 часа назад +14

    মোৰ ধাৰণা,আপোনাৰ কথাত গোটেই অসম বাসী একমত।ধন্যবাদ আপোনালৈ।

  • @DipikaKonwar-p5b
    @DipikaKonwar-p5b 4 часа назад +22

    সুন্দৰ পদক্ষেপ হৈছে ধন্যবাদ দাদা আপোনালৈ ।

  • @DhanGogoi-nr1rd
    @DhanGogoi-nr1rd 4 часа назад +15

    এনেকুৱা ব্যক্তি আমাৰ সমাজত বহুতেই প্ৰয়োজন আপোনাৰ দিৰ্ঘায়ো কামনা কৰিছো good bless you

  • @phanidharrabha8057
    @phanidharrabha8057 4 часа назад +20

    এইখন আচলতে বিদ্যাৰ আলয় নহয় এইখন এখন অলগদ্ধ আৰু অভদ্ৰ টোপনি মাষ্টাৰেৰে ভৰি থকা আদ্দা।
    এই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী আৰু আটাইবোৰ শিক্ষককে চাকৰিৰপৰা পৰা বৰ্খাস্ত কৰিব লাগে । এই মাষ্টৰ কেইটাৰ দৰমহাৰ সকলো খিনি সেই দুৰ্ভগীয়া পিতৃ মাতৃ হালক দিব লাগে । আৰু ছাত্ৰ ৰুপী গুণ্ডা কেইটাই কোনো জুভেলাইন আইনৰ সুৰুঙাৰে যাতে সাৰি নাযায় তাৰ ব্যৱস্থা কৰিব লাগে।

  • @BharatiDekaBharatiDeka-bl1ku
    @BharatiDekaBharatiDeka-bl1ku 4 часа назад +18

    সুন্দৰ কথা কৈছে আপুনি

  • @rittikkashyap8612
    @rittikkashyap8612 3 часа назад +12

    This man is highly knowledgeable. Well said Sir .

  • @kulenkalita5854
    @kulenkalita5854 2 часа назад +7

    সুন্দৰ মন্তব্য আগবঢ়ায়ছে

  • @DibyakumarGogoi
    @DibyakumarGogoi 3 часа назад +8

    বহুত ভাল কৈছে আপুনি হুৰুঙালৈ পাৰ হব নিদিব নহ'লে ফাচি। দিযক

  • @pranjal1393
    @pranjal1393 2 часа назад +4

    কথাখিনি বহুত সুন্দৰকৈ কলে ব্যক্তিগৰাকীয়ে। কিন্তু যিমান ধুনীয়াকৈ কলেও মিছা সঁচা নহয়, সঁচা মিছা নহয়, সত্যটো সত্য।
    বিদ্যালয়খন সৰু হলেও সকলো সময়তে তেওঁলোকক চাই থকাটো সম্ভৱ নেকি? এজন অভিভাৱকে সকলো সময়ত লৰা ছোৱালীক চাই থাকিব পাৰে জানো? তথাপিও কব লাগিব বহু ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰীসকলে এইবোৰ দিশত গা এৰাই চলা দেখা যায়। আজিৰ যি দিন চলি আছে শিক্ষকসকলে এইবোৰত কি কৰিব পাৰে, গুণ্ডা, উদ্ভণ্ডালি কৰা ছাত্ৰ, ছাত্ৰীক ধৰি এটা শাস্তি দিব নোৱাৰে, এটা চৰ সুধাব নোৱাৰে, মিডিয়াত ওলায়, চাকৰি যায়, নিজৰ জীৱন বেয়া হয়। আৰু এনে ছাত্ৰই শিক্ষকলৈ কেৰেপ কৰে বুলি ভাবে নেকি? কিন্তু বিদ্যালয়খন দায়ী যদি ছাত্ৰ জনৰ চিকিৎসাৰ বাবে উচিত ব্যৱস্থা লোৱা নাছিল। শিক্ষকসকল যিদৰে দায়ী একেদৰে অভিভাৱক দায়ী, কিন্তু এটা শব্দও কিয় উচ্চাৰণ নহল? এখন ঘৰত যদি হত্যা হয় দোষী জনক শাস্তি দিয়ে নে ঘৰখনত সেই দিনা উপস্থিত থকা, আত্মীয় স্বজন সকলোকে শাস্তি দিয়ে?
    কথাবোৰ সকলো দিশ চালি জাৰি চাই কব লাগিব, আৱেগত বহুত কথা কোৱা যায় কিন্তু সকলো সত্য আৰু স্বীকাৰ যোগ্য নহয়।
    যি হওঁক, আশা কৰোঁ আইনে উচিত বিচাৰ লব। দোষীয়ে উচিত শাস্তি লাভ কৰক।

  • @KushalKushal-p1p
    @KushalKushal-p1p 4 часа назад +6

    শিক্ষক সকলক অনতিবিলম্বে আতৰাই দিয়া উচিত।

  • @TarunPayeng
    @TarunPayeng 4 часа назад +10

    Apunr কথাটো মই একমত,,তথাপি অভিভাৱক আৰু অভিবাবিকা বিলাক লৰা ছোৱালীৰ উপৰত চকু দিব লাগে

  • @BharatiDekaBharatiDeka-bl1ku
    @BharatiDekaBharatiDeka-bl1ku 4 часа назад +10

    বৰ দুখৰ কথা স্কুল খনৰ একো নাই নেকি

  • @RashmitaBora-up7yq
    @RashmitaBora-up7yq 5 часов назад +12

    Bhut val ktha koise ....

  • @rjvlogs7189
    @rjvlogs7189 5 часов назад +14

    Right kotha koisa

  • @DayaramSonowal
    @DayaramSonowal 3 часа назад +6

    খুৰাৰ উচিত কথাত ময়ো একমত ।

  • @DharmeswarBoruah-e6d
    @DharmeswarBoruah-e6d 5 часов назад +8

    Right.

  • @maaagrogoatandpoultryfarm7857
    @maaagrogoatandpoultryfarm7857 4 часа назад +13

    এদিন এই চাৰিওটা লৰাই কুখ্যাত অপৰাধী হব ।

  • @dipudas1526
    @dipudas1526 5 часов назад +10

    Thike koise

  • @kabitadutta8
    @kabitadutta8 4 часа назад +9

    Apunar kothakhini bohut val lagil

  • @surenboruah3241
    @surenboruah3241 2 часа назад +3

    দাদাজনৰ ভাষ্য খিনি বহুমূলীয়া ভাষ্য, গতিকে দাদাজনলৈ মোৰ🙏🙏🙏

  • @upenbaruah9591
    @upenbaruah9591 3 часа назад +4

    অভিভাকৰ দায়িত্বৰ কথা নকলে দেখোন!

  • @MoonNath-zo7hv
    @MoonNath-zo7hv 4 часа назад +9

    আপুনি সচাঁৰ কথাৰ কৈছে

  • @hnath7970
    @hnath7970 4 часа назад +8

    Good sir

  • @aminabegum7y
    @aminabegum7y 3 часа назад +3

    ভাল কথা কয়ছে আপুনি

  • @HimaniKalita-hv5us
    @HimaniKalita-hv5us 5 часов назад +11

    Head master jonik suspend karibo lage emited

  • @ushadas1841
    @ushadas1841 2 часа назад +4

    হয় এনেকুৱা লৰা আমাক নালাগে ,ফাঁচি দিয়ক

  • @NILABARO-t8z
    @NILABARO-t8z 4 часа назад +4

    Right kotha koise

  • @purandarhazarika7669
    @purandarhazarika7669 4 часа назад +7

    Sundar Katha koise

  • @MonalishaSahariah
    @MonalishaSahariah 3 часа назад +4

    Thik koise apuni xoni vl lagil

  • @anonymous_assamese4838
    @anonymous_assamese4838 2 часа назад +3

    অসমত বেছিভাগ চৰকাৰী বিদ্যালয়তে অনুশাসনৰ "অ" টোৱে নাই। বেছিখিনি শিক্ষক শিক্ষয়ত্ৰী কেৱল শিক্ষাসেতুত হাজিৰাটো দিব আৰু দৰমহাটো ল'বহে বিদ্যালয়ত যায় কিন্তু নিজৰ লৰা ছোৱালীক ভালৰো ভাল প্ৰাইভেট স্কুলখনত পঢ়ায়। দৰঙত এনেকুৱা বিদ্যালয় আৰু শিক্ষক সৰ্বাধিক আৰু তাৰেই পৰিণতি আজিৰ এই ঘটনাটো।

  • @PremaNandaMali-n1g
    @PremaNandaMali-n1g 3 часа назад +4

    Nice speech 👏🎉

  • @DhanadaBaruahkonger
    @DhanadaBaruahkonger 2 часа назад +1

    অপৰাধিক উচিত শাস্তি প্ৰদান কৰিব লাগে

  • @jyotishbaro933
    @jyotishbaro933 4 часа назад +4

    Right

  • @DhanGogoi-nr1rd
    @DhanGogoi-nr1rd 4 часа назад +5

    Good space

  • @AdmiringFlowerBouquet-et5ij
    @AdmiringFlowerBouquet-et5ij 3 часа назад +3

    Bahut val lagil khurar kotha khini xuni mur monor kotha kole

  • @PankjHazarika
    @PankjHazarika 3 часа назад +3

    Dada bhut Val katha koie

  • @monsingmaslai
    @monsingmaslai 4 часа назад +4

    Boht val kotha koise dada

  • @sanjaydeka1174
    @sanjaydeka1174 4 часа назад +4

    ফাৰ্চী লাগে লৰাজনৰ

  • @lxjitu3726
    @lxjitu3726 3 часа назад +3

    Xub xundor kotha koise xura

  • @KunjaDeka-yd4ed
    @KunjaDeka-yd4ed 4 часа назад +4

    Good Comment.
    Dada

  • @jantikakati2014
    @jantikakati2014 2 часа назад +2

    Right koise

  • @DimbuNath-r2t
    @DimbuNath-r2t 3 часа назад +3

    Dada bhal kotha koise

  • @krishnadas8189
    @krishnadas8189 Час назад +1

    এজন ছাত্ৰ বা ছাত্ৰীয়ে আদি শিক্ষা ঘৰত লাভ কৰে বিদ্যালয়ত নহয়। আপুনি নিজে এদিন শিক্ষক হৈ ক্লাচ কৰি চাব গম পাব। যেতিয়া ছাত্ৰ বা ছাত্ৰী এজনে স্কুলৰ বাহিৰত কিবা বেয়া কাম কৰে আৰু শিক্ষক এজনে কিবা কয় তেতিয়া কিন্তু অভিভাৱকে মোৰ ল'ৰাজনক কিয় এনেকৈ কৈছে বুলি খেদি আহিব পাৰিলে শিক্ষকজনক এসেকা দিবও। সদায় কি দোষ কেৱল শিক্ষকৰে নেকি?? তাৰ সলনি আমি আমাৰ ভৱিষৎ প্ৰজন্মক এই বিষয়ে ভাল শিক্ষা দিব নোৱাৰো নে? এই বয়সটোৱে তেনেকুৱা য'ত মানুহে নিজৰ বিবেক বুদ্ধিৰ ওপৰত সংযম ৰাখিব নোৱাৰা হয় । তাৰ বাবেও শিক্ষকেই জগৰীয়া নেকি। নিজ চকুৰে প্ৰত্যক্ষ নকৰাকৈ কেনেকৈ আপোনাকে বেলেগৰ ওপৰত দোষ জাপি দিব পাৰে আৰু এই ঘটনাটো ৰাস্তাত হোৱা হ'লে কাক দোষ দিলেহেঁতেন? যদি সকলোৱে নিজৰ সন্তানক উচিত শিক্ষা দিলেহেঁতেন আজি ভৱেশ জীয়াই থাকিলহৈ।

  • @rabindradas8161
    @rabindradas8161 3 часа назад +2

    উচিত কখা কৈছে

  • @azizulhoque3872
    @azizulhoque3872 Час назад +2

    দাদা পথভ্ৰষ্ট লৰা চাৰিজন আমাৰ সমাজৰ সম্পদ হব বুলি ভাবি লৈ লাভ নাই

  • @kishordeka5710
    @kishordeka5710 3 часа назад +4

    Emn dhuniwa kotha koise

  • @BhobenBora-ym3my
    @BhobenBora-ym3my 5 часов назад +5

    Ei sikhok khini dis mis korok

  • @UshaDevi-x6o
    @UshaDevi-x6o 2 часа назад +2

    Yes. Teacher. Khinik panisment. Diba. Ioga.

  • @ratulpachung5747
    @ratulpachung5747 3 часа назад +2

    Hosakee apuni bohut xundor kta kysa

  • @bikrambarman5090
    @bikrambarman5090 5 часов назад +5

    Head master jonik suspend koribo lage

    • @pranjalkumarborah5491
      @pranjalkumarborah5491 4 часа назад +2

      দৰমহা খাই আছে যে.... সেইবাবে ন..... সেই অপৰাধী লৰা কেইটাৰ সৃষ্টিত আপোনালোকৰ সমাজৰ, অভিভাৱকৰ ভূমিকা ভাবি চাব

    • @JLI321
      @JLI321 4 часа назад +1

      Ane lorak jiyai rakhibo nalage kutta keitak ,Mohan byokti gorakir mohan kotha khini khubei gurutopurno ,pronam from Sivsagar

  • @Sanatonboro123
    @Sanatonboro123 3 часа назад +2

    Thik koise apuni usit bisar hobo lage

  • @gayitrinath6466
    @gayitrinath6466 2 часа назад +2

    Bor Sundar katha kaise

  • @ChiranjibRajbongshi
    @ChiranjibRajbongshi 4 часа назад +3

    Lora keita fasi diok

  • @Kakoti.N
    @Kakoti.N Час назад

    Right 👍

  • @UtpalDeka-h1y
    @UtpalDeka-h1y 4 часа назад +2

    Uncle,apuani thekei koise.

  • @dipakdeka7092
    @dipakdeka7092 2 часа назад +1

    Head teacher is inbhob

  • @bonditakashyap6418
    @bonditakashyap6418 3 часа назад +1

    মজা

  • @dipakdeka7092
    @dipakdeka7092 Час назад +1

    Head teacher enemi

  • @haritj3915
    @haritj3915 22 минуты назад

    Val kotha koisa

  • @LohitBaro-f7t
    @LohitBaro-f7t 2 часа назад +2

    Bhot bhal katha kaise khora.kako Ari dib nalage dikhi hai to teacher.

  • @Ur_____CR7___67
    @Ur_____CR7___67 2 часа назад

    Thik ktha koise

  • @rjvlogs7189
    @rjvlogs7189 5 часов назад +3

    Sokari sakori poisa khabo pai ehota kamsur mastor

  • @debashishchakraborty2401
    @debashishchakraborty2401 Час назад

    Apunar kotha keitai muk apluta korise dada.bohut xabolil mantaibya.

  • @debobrataborthakur6092
    @debobrataborthakur6092 Час назад

    Sundar kotha koisa khura apunak pranam janaisu kintu ai school khanar teachers burak valka dibo lage sarkari toka loi adda mari school t ghura ghass katibola ahe

  • @dipakdeka7092
    @dipakdeka7092 2 часа назад +1

    Faltu cm

  • @pritamvolga7453
    @pritamvolga7453 4 часа назад +1

    Nohoi khura thik koise fasi hobo lage

  • @mithunbora5618
    @mithunbora5618 Час назад

    এই গোটেই কিতাক terminet কৰি দিব লাগে ঠিকেই কৈছে

  • @RohanKashyapBaruah-e7h
    @RohanKashyapBaruah-e7h 2 часа назад

    Sonowal r dinat e ase e

  • @chiranjibdutta565
    @chiranjibdutta565 2 часа назад +1

    Bahut xahohiyal manuh..eman strength fully kotha bilk koise jate school student bilakeo support korak agontuk din bilk jate aru beyaloi nejai..enekuwa dhornr bahut ghotona ghotibo loise Axomot..eitu xubha lakhyan nohoi..bhal xomaj ekhon gohiboloi jenekoi teachers aru student duipokhyore aorihona thake thik tenedore duxiye jate upojukto xasti aru xikkha pai tar karone axomor protijon xikkha guru aru student e xopot louk bhogoban r usrat jate ene ghotona aru kunu kalei hobo nuware🙏🙏

  • @Deborkhi_4.6
    @Deborkhi_4.6 5 часов назад +2

    Beya napabo.. Think before ink..

  • @prativadas4274
    @prativadas4274 2 часа назад +1

    ,, ইমান বিলাক শিক্ষক কি কৰি আছিলে

    • @rajeshhazarika1663
      @rajeshhazarika1663 Час назад

      মোবাইল টিপিকি আছিল চাগৈ কেলা😡

  • @biswajitbaishya7634
    @biswajitbaishya7634 42 минуты назад

    Bor sondor khata koise khura

  • @jeethub9275
    @jeethub9275 2 часа назад

    Master r ki bul baru yat mast a kajia lagibo koi sila nki ami u sclt a pohu sob gom pauu

  • @nirudevideka4375
    @nirudevideka4375 3 часа назад +2

    বাৰে বাৰে শিক্ষক ক দায়ি কৰিছে।ইমান উত্তেজনা পূৰ্ণ কথাকৱা উচিত হৱা নাই। শিক্ষকে চাই মাৰিবলৈ দিয়া নাই।পিতৃ মাতৃ য়ে সন্তানক কি শিকাইছে। শিক্ষক ৰ আগতে কিন্তু মাক বাপেক থাকে।লৰাৰ এই চৰিত্ৰ সৰুৰে পৰাই গঠন হয়। শিক্ষক এজনে খুব কম সময়ৰ বাবে ছাত্ৰ জনক পায়।সেয়াও আকৌ পাঠ দানতেই ব্যস্ত থাকিব লগিয়া হয়।ডাঙৰিয়া দিঙিৰ শিৰ ফুলাই কথা কোৱা ৰ আগতে সকলো দিশ চালি জাৰি চাব লাগে। লৰা জন নাইকীয়া হল।সেই বেদনাই বুকুত শেলে বিন্ধা দি বিন্ধি আছে।তাতে জুই নিদিব।

    • @AdmiringFlowerBouquet-et5ij
      @AdmiringFlowerBouquet-et5ij 3 часа назад

      Kintu khabar ata lob ahibo lagisil bhabesh dekar ghrt

    • @bandanakonwar664
      @bandanakonwar664 3 часа назад

      আপোনাৰ হতে এক মত ধন্যবাদ

    • @MDedits94
      @MDedits94 2 часа назад

      Apunar konubak mara apuni kihor hir fulale hoi ba?? Teacher r boror ki Gyan nai khobor lowar ..akhon school t student ejonk mari pelai khobor nai ???

  • @gokuldeka4614
    @gokuldeka4614 2 часа назад

    Aji Keli ulta hoise..student he teacher mare...lara tuk marile kiyo eneke saitu he ulabo lage ..

  • @BharatigayonGayon
    @BharatigayonGayon 2 часа назад

    পৰত আশ বনত বাস

  • @KaushikBaruah-w4k
    @KaushikBaruah-w4k 3 часа назад

    Kesa bah adal bhaj dile keneke bhaj khai teneke ay larakeitaow bhaj khabo
    Xaste nabalak larakeitak d labh nai
    Mor bodhere anekua laraborok mak deutakar para xampurnake seprate kare ne
    Beleg ata bebasthare educate karar akhane low prastut karebo lage
    Karan dokhe xei Lara keita nahoy atematra adarkare ajatha murkha abhibhabake dea maramar babe xamaj xekh habo dharise

  • @dipaksonowal3495
    @dipaksonowal3495 4 часа назад +2

    Right

  • @gautamdihingia1248
    @gautamdihingia1248 4 часа назад +6

    Right

  • @kanikasarmah5709
    @kanikasarmah5709 2 часа назад

    Right