Mayur Pakhi | ZUBEEN GARG | Beauty Talukdar | Deeg Diganta | Akash Nibir

Поделиться
HTML-код

Комментарии • 1 тыс.

  • @অসমUjjal
    @অসমUjjal 10 месяцев назад +59

    সচা কথা কও ভালকৈ গানটো অঁকলে বহি কিছুমান স্মৃতিক স্মৰণ কৰি শুনিব চোন তেতিয়া এনেকুৱা ভাৱ আহিব যে সচাই জুবিন দা ভগবানৰ আন এটা ৰুপ❤❤

    • @susildasassamesvideos2470
      @susildasassamesvideos2470 8 месяцев назад +5

      ১০০%সচা
      জুবিন দা প্ৰতিটো গীতেই মোৰ ভাল লাগে
      Heart touching song love u Zubin da

    • @ConfusedBeach-gg7kj
      @ConfusedBeach-gg7kj 3 месяца назад +1

      😊

  • @rajkabirlog246
    @rajkabirlog246 10 месяцев назад +28

    দুই বছৰ ধৰি ৰাতি এই গীতৰ কণ্ঠত অমৃত পান কৰি আহিছোঁ । 💝😍🎉🎉

  • @ajayrayray8142
    @ajayrayray8142 Год назад +26

    শিতানেই একমাত্ৰ প্ৰকৃত বন্ধু, যিয়েই আয়ুস থকালৈ তাক এৰিবলৈ পৰা নাযায়

  • @marulidharrabha8339
    @marulidharrabha8339 2 года назад +44

    মনটো খুউব বেয়া লাগি আছিল, চাৰ্জ কৰি গানটো শুনিলো। এইটোৱেই একমাত্ৰ গান, যিটো শুনিলে নিজৰ ভুলবোৰ উপলব্ধি কৰিব পাৰো। গানৰ প্ৰতিটো লাইন মোৰ জীৱনৰ ঘটি যোৱা এটা ঘটনা। জয় জুবিন দা।❤️❤️

    • @mukutsarania7513
      @mukutsarania7513 2 года назад +4

      Right

    • @marulidharrabha8339
      @marulidharrabha8339 2 года назад +2

      @@mukutsarania7513 ধন্যবাদ থাকিল বন্ধু।❤️

    • @tikensarania4862
      @tikensarania4862 7 месяцев назад +2

      Xosaikoi Montu a kiba vll lagi Jai gan tu xunile . Logote puroni kotha bor monot porile dukh o lage 😢

    • @marulidharrabha8339
      @marulidharrabha8339 7 месяцев назад

      @@tikensarania4862 ধন্যবাদ। হৰ হৰ মহাদেৱ।🥰

  • @Rupam_ZG_Kakati1845
    @Rupam_ZG_Kakati1845 Год назад +20

    জুবিন দা আপোনাৰ কণ্ঠত আছে অসীম যাদু আৰু এই যাদুত আমি সকলো মুগ্ধ 😇❤️ আপোনি সদায় ভালে থাকক কুশলে থাকক 🙏 আৰু আমাক এনেকুৱা ৰোমান্তিক গান সমূহ উপহাৰ দি থাকক 🤗 জয় গুৰু জুবিন ককাইদেউ 🥀♥️

  • @ruhigogoi94
    @ruhigogoi94 4 года назад +43

    বাৰে বাৰে প্ৰেমত পৰো এই মাতটোৰ,love you zubeen da😘

  • @deepjyotiibailungg8456
    @deepjyotiibailungg8456 4 года назад +24

    জুবিন দাৰ অনুৰাগীসকলে সকলে👍 এটা দি দিব।।।জয় আই অসম।।।জয় জুবিন দা।।।

  • @timetolittletreval9084
    @timetolittletreval9084 4 года назад +152

    হৃদয় চুই যোৱা গান । জুবিন দাৰ গান শুনি মনটোৱে শান্তি পায় । এনেদৰেই গাই যাওক আগলৈ ☺☺☺অসমীয়া গান মানেই জুবিন দা । 🙌🙌🙌🙌🙌🙌🙌🙌🙌

  • @mainalahon9799
    @mainalahon9799 2 года назад +11

    তোমাৰ সমান আন কোনো হব নোৱাৰে । জয় জুবিন দা । আপোনাৰ সকলো গীতত অথ আছে । ভগৱানে আপোনাক বহুবছৰলৈ জীয়াই ৰাখে যেন

  • @rahulkalita193
    @rahulkalita193 4 года назад +104

    শব্দবোৰ খুবেই সুন্দৰ ।হৃদয় স্পৰ্শ কৰি যোৱা গীত এটি ।

  • @paporigogoi6989
    @paporigogoi6989 3 года назад +40

    সদায় এনেকুৱা মধুৰ গান শুনি থাকিব পাৰোঁ যেন জুবিনৰ পৰা ।

    • @AjayDas-nf8ci
      @AjayDas-nf8ci Год назад +2

      Zubeen r pora nhoi zubeen dar pora respack kora .

  • @PapuMoniVlogs
    @PapuMoniVlogs 4 года назад +75

    সুন্দৰ গীত ।
    জুবিন দা সদায় জিলিকি থাকক এনেদৰে ।
    ওপজা দিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ

  • @technicalchintunew7223
    @technicalchintunew7223 2 года назад +47

    জুবিন দা এই এজন যাৰ গান শুনিলে মন প্ৰাণ জুৰ পৰি যায়।।।। ভগৱানে যাতে কুশলে ৰাশে দাদাক।।

  • @dhan951
    @dhan951 4 года назад +489

    এই গানটো সকলোৰে মন জয় কৰিব পাৰিব। love you zubeen da..
    আৰু কোনে কোনে গান শুনি শুনি কমেণ্ট পঢ়ি ভাল পাই like কৰক।

  • @মইঅসমীয়া-ম৪স
    @মইঅসমীয়া-ম৪স 2 года назад +204

    (কবিতাৰ শিৰোনামা)
    "তুমি মহান জুবিন দা"
    ✍🏻কবি: সমুজ্জ্বল ডেকা, ৰঙিয়া
    'জু' আখৰেৰে হৃদয়ত যতি পেলাই যোৱা,
    'বি' আখৰেৰে বিশাল মনৰ মানৱ হোৱা।
    'ন' আখৰেৰে নতুন আশা জগাই তোলা,
    তুমি অসমৰ,মৰমৰ জুবিন দা হোৱা।
    তোমাৰ কণ্ঠত আছে অসীম যাদু,
    ৰাইজৰ বাবে তুমি আমাৰ বিশ্বাসৰ সাধু।
    গায়ক,সুৰকাৰ,গীতিকাৰৰ লগতে
    তুমি এজন সমাজসেৱক,
    হেজাৰ-হেজাৰ সুৰেৰে
    তুমি হোৱা মহান গায়ক ।
    টোপনি নাহিলেও আহি যায় টোপনি,
    কেৱল তোমাৰ গীত শুনি-শুনি।
    জ্ঞানৰ জেউতিৰে তুমি মহান জুবিন দা,
    চিনেমা,গান আদিৰে তুমি প্ৰখৰ জুবিন দা।

    • @gupaldas3584
      @gupaldas3584 Год назад +1

      I love zubeen

    • @BalenDas-lq8he
      @BalenDas-lq8he 10 месяцев назад

      ​পজবিগ r

    • @অসমUjjal
      @অসমUjjal 10 месяцев назад

      Val lagil moi o rangia r pora. A diyok Batakuchi side r moi novoday school r kaxor. Zubben da bhogoban t koi kom.nohoi ❤❤❤❤

  • @zubeenontapanentertainment9192
    @zubeenontapanentertainment9192 4 года назад +107

    প্ৰথমে জন্মদিনৰ শুভেচ্ছাজনালোঁ।আপুনি সুখী আৰু দীৰ্ঘায়ু হওঁক।
    ভগৱানক প্ৰাৰ্থনা জনাইছো।
    গানটো সুন্দৰ হৈছে,আপুনি গোৱা কোনো গানেই আজিলৈকে বেয়া পোৱা নাই মই।❤❤❤

  • @pallpabanvlog8471
    @pallpabanvlog8471 4 года назад +16

    guli....................
    জুবিন দা বাবে লাইক এটা মাৰি দিব ৰাইজ.

  • @gyandeeppayengvlogs6775
    @gyandeeppayengvlogs6775 Год назад +6

    সচাঁই হৃদয় চুই যায় আপোনাৰ গানবোৰ জুবিন দা আপোকযে এনেকৈয়ে সদায় ভগৱানে কোকলে ৰাখে তাৰে কামনা কৰিলো।

  • @dollybhuyandoiya1527
    @dollybhuyandoiya1527 4 года назад +14

    Bhut dhunia gantu .Digonta da emn dhunia koi likhise apuni agoloi anekua gan hunibo pam buli akha thakile.....beauty ba n jubin da thank u

  • @priyambikaborah1256
    @priyambikaborah1256 4 года назад +165

    গীতটিৰ কথাবোৰে চুই গৈছে ❤বিউটি বা বহুত ভাল লাগিছে আৰু আগুৱাই যোৱা তুমি❤❤জুবিন দাৰ গীতৰ মাজত নিজে হেৰাই যাওঁ ❤❤❤❤❤❤❤❤❤

  • @anshumanbarman3088
    @anshumanbarman3088 4 года назад +60

    এনেকুৱা লাগে যেন এই কণ্ঠত বিলীন হৈ যাম..... what a voice yaar💖....Love you 3000 Zubeen Daa❤️

  • @NDNPainting
    @NDNPainting 4 года назад +484

    জুবিন মানেই প্ৰেম
    জুবিন মানেই শক্তি
    জুবিন মানেই সাহস
    *দীৰ্ঘায়ু হওঁক ভগৱান*
    ৪৮ সংখ‍্যাক ওপজা দিনৰ পৱিত্ৰ প্ৰাক্ ক্ষণত প্ৰাণৰ শিল্পী *জুবিন দা* লৈ হিয়া ভৰা ওলগ জনাইছো
    ন ন সৃষ্টি ৰাজীৰে অনাগত দিনত সফলভাৱে অগ্ৰসৰ হওঁক দৰদী শিল্পী গৰাকী
    ❣ Zubeen Daa Fans Like Here👍👍👍👍

  • @AnkitaDas-pc7jy
    @AnkitaDas-pc7jy 4 года назад +71

    অসমীয়াৰ ভগৱান জুবিন দা আপুনি অদ্ভু ত 😍😍😍

  • @tomorrowcome
    @tomorrowcome 4 года назад +101

    প্ৰিয় শিল্পী গৰাকীক জন্মদিনৰ ওলগ জনালো !! ভাইটি দিগ দিগন্ত, তোমাৰ কথা সুৰে অন্তৰ চুলে !! সুন্দৰ !! ♥️

  • @dibyaallsongs4701
    @dibyaallsongs4701 Год назад +3

    ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
    Jubeen da jinda bad , joy gindabad, jibon gindabad

  • @udaybhaskarkalita7282
    @udaybhaskarkalita7282 4 года назад +117

    Love u zubeen daa..
    Happy birthday zubeen da..
    Like for zubeen da

  • @parthajitsarma4803
    @parthajitsarma4803 Год назад +2

    😒উৰি যাব দিয়া মোক তুমি
    মিলি যাব দিয়া মোক নদীত 😢
    💔These lines💔

  • @nibideka3890
    @nibideka3890 4 года назад +18

    জন্মদিনৰ বহু বহু শুভেচ্ছা জনালো দাদা..অসমৰ এক আচুতীয়া অনুভৱ,সম্পদ...ভগৱানে কুশলে ৰাখক..তাৰেই কামনা...জুবিন দা

  • @SimantaSaikiaFlute
    @SimantaSaikiaFlute 4 года назад +25

    দিনটো ভাল লাগি থাকিব অাজি এইটো শুনাৰ বাবে ❤️❤️ বাঁহী anjan daa ki kom ru❤️❤️❤️❤️ Female Voice tu tamam❤️❤️

  • @kalyanbordoloi8718
    @kalyanbordoloi8718 4 года назад +76

    Happy birthday heartthrob🎂 🎉❤ মোৰ জীৱনৰ ‌প্ৰতিটো সুখৰ আৰম্ভণি হওক তোমাৰ সুৰতেই আৰু মোৰ জীৱনৰ প্ৰতিটো দুখৰ সমাপ্তি হওক তোমাৰ সুৰতেই ....

  • @dhrubakr.bhattacharyya6747
    @dhrubakr.bhattacharyya6747 3 года назад +13

    What an excellent singing......thanks for precious lyrics....

  • @parthaboarh8295
    @parthaboarh8295 4 года назад +19

    এই গান তোৰ অতিশীঘ্ৰে video লাগে (joi zubeen da)

  • @dhurbagogoi3445
    @dhurbagogoi3445 4 года назад +3

    Moja zubeen da.hokolu raije enekuab gan bisari thake apunar.

  • @mintuneogentertainment7563
    @mintuneogentertainment7563 4 года назад +45

    Happy birthday Zubeenda darr babe Spicial val din atat dile song tuu ..❤❤❤😍😍😍😍😍😍

  • @Simanta8707
    @Simanta8707 4 года назад +19

    *waow! so beautiful song 💕💞❤ Happy Birthday Zubeen da* 🎂💐

  • @bhaskormusic
    @bhaskormusic 4 года назад +75

    তুমি মোক পাগল কৰিহে যাবা দাদা❤

    • @bhaikonborah2107
      @bhaikonborah2107 4 года назад +3

      আমি জুবিন দা নহলে অকল শৰিয়া হম

  • @m.kmajuli1503
    @m.kmajuli1503 4 года назад +481

    Happy Birthday Zubeenda love you 😍😍😍😍.🎂 কমেন্ট পঢ়িবলে আহোতে জুবিন দা বাবে লাইক এটা মাৰি দিব ৰাইজ.

  • @hemantahazarika3844
    @hemantahazarika3844 4 года назад +36

    গীতটোৰ শব্দবোৰে তেজত টোলপাৰ লগাইছে ,, শিলৰ দৰে স্তবিৰ শব্দ; প্ৰাণৰ গীত,,
    তাতে জুবিন গাৰ্গৰ কন্ঠ, বছৰৰ শ্ৰেষ্ঠ গীত হিচাপে স্বীকৃতি দিব এইটো গীত ,,

  • @srimantadeka831
    @srimantadeka831 4 года назад +35

    Fantastic song Zubeen daah 🙏❤️💙💛💓💚

  • @manashsarma4385
    @manashsarma4385 4 года назад +77

    ধুনীয়া হৈছে দাদা গানটো। জন্ম দিনৰ বহুত বহুত শুভেচ্ছা থাকিল দাদা নেদেখা জনৰ আগত সদায় কামনা কৰো কুশলে থাকক আপুনি🙏🙏 ❤❤❤

    • @utpalkalita118
      @utpalkalita118 2 года назад

      ))

    • @pranjaldutta877
      @pranjaldutta877 2 года назад

      E কৰে এই সাহস চেতনা লাভ কৰিব পাr অসমীয়া লোকেৰি এই ক শৰাইৰ আগবঢ়াইৰে

    • @pranjaldutta877
      @pranjaldutta877 2 года назад

      Rre এৰwe can

    • @arupjyotiborah790
      @arupjyotiborah790 2 года назад

      @@pranjaldutta877 lwhewhwdl
      Do sBaabbb
      Olol
      Adl
      Od.
      Q l aoo so

    • @arupjyotiborah790
      @arupjyotiborah790 2 года назад

      @@pranjaldutta877 lwhewhwdl
      Do sBaabbb
      OlsalBls.ooslbodasoa c badvsodaab
      Ga db of s dl slblbadao.ol
      Adl
      Od.
      Q l aoo so bso is ob saasS al Q

  • @urmilagogoi5737
    @urmilagogoi5737 4 года назад +11

    বৰ ধুনীয়া হৈছে ,হৃদয় চুই যোৱা😍

  • @geetamonisonowal3836
    @geetamonisonowal3836 4 года назад +16

    wow🔥🔥😍😍happy birthday zubeen da🎂🎂🎂🎂

  • @Dikhitasarma123
    @Dikhitasarma123 Год назад +10

    মোৰ দৰে কোনে কোনে কমেনট পঢ়ি পঢ়ি জুবিন দাৰ গান শুনি আছা লাইক এটা মাৰি দিয়া

  • @monujkhanikar2486
    @monujkhanikar2486 4 года назад +26

    Happy birthday Zubeen da.... Legend of North East....❤️

  • @Prasantachetia9434
    @Prasantachetia9434 4 года назад +9

    Nice song... love you zubeen Da..... Wish you many many happy return to the day 🎂🎂

  • @manshumousumentertainmenta4833
    @manshumousumentertainmenta4833 4 года назад +54

    Happy birthday zubeen daa 💞💞💞

  • @sagarbhai8971
    @sagarbhai8971 4 года назад +47

    RUclips ত জুবিন দাৰ নতুন গান কেতিয়া আহে তাৰ অপেক্ষা সদায় মই থাকো ৷

  • @PapuPriyam
    @PapuPriyam 4 года назад +15

    One of my favourite song❤️❤️❤️Tate akao Zubeen da😘 & Beauty ba r gaan❤️❤️❤️🙏🙏🙏😍😍😍

    • @pallabisharma197
      @pallabisharma197 3 года назад

      Nice song....May God bless you both....

    • @lipichangmai8696
      @lipichangmai8696 3 года назад

      Gitti huni hsai bhut bhal lagile love u jubeen da🥰😍😍

  • @heartofgames4948
    @heartofgames4948 4 года назад +1

    Brhya zubeen da ♥️♥️♥️♥️ n happy birthday zubeen da🎂🎂🎂🎈🎈🎈🎈🎈

  • @birajdeepgogoi4750
    @birajdeepgogoi4750 4 года назад +8

    Wow😍...what a lyrics.......
    Zubeen rocks...........and Beuty mem nice👌👌

  • @kaustavboiragi163
    @kaustavboiragi163 4 года назад +13

    জুবিন ভগৱান আমাৰ বাবে ♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️

  • @bhupendeka651
    @bhupendeka651 4 года назад +35

    আপোনাৰ প্ৰতিটো গানেই আমাৰ বাবে বিশেষ ❤️
    জন্ম দিনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ দাদা 💓💓
    প্ৰিয়জন❣️❣️

  • @deepjyotidangoria8117
    @deepjyotidangoria8117 4 года назад +8

    huniy thkibo mn jai sun ....long live zubeen da...❤❤❤❤

  • @chiranjeebsonowal1377
    @chiranjeebsonowal1377 4 года назад +27

    জুবিন দাৰ বাবে Like 😍😍

  • @tumansaikia1915
    @tumansaikia1915 4 года назад +17

    এই বিলাক গান শুনিথাকিলে শুনিথাকিব মন যায় love you zubeen da

  • @rajumalakar7643
    @rajumalakar7643 4 года назад +24

    Birthday spical zubeen daa ....happy birthday amr ultra legend 😍😍

  • @pujadeka3509
    @pujadeka3509 4 года назад +1

    Luv u jubeen da.....xdai anekoie dhunia dhunia gan gai jbo😍😍😘😘😘

  • @jogeshdeka2133
    @jogeshdeka2133 4 года назад +16

    Happy birthday zubeen daa........

  • @abhinavrawatofficial3937
    @abhinavrawatofficial3937 4 года назад +21

    Awesome Beauty & Jubeen daa

  • @durlavmshry1312
    @durlavmshry1312 3 года назад +3

    Are bhai zubeen nhoi zubeen da hoi zubeen da.......
    My heart 😘😘😘

  • @hopunray4610
    @hopunray4610 4 года назад +1

    Bohut dhuniya hoise gantu.....happy birthday day zubeen da 💞💞

  • @simple_boy_bikash199
    @simple_boy_bikash199 Год назад +4

    Zubeen দা আপোনাৰ গান বোৰ শুনিবলৈ পালে পঢ়া শুনাত মন নবহা হৈ পৰে, Love you zubeen da

  • @DipenDas-s2u
    @DipenDas-s2u 3 месяца назад +2

    Ba bahut val lagile tomar xor ❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @jutikadas4810
    @jutikadas4810 4 года назад +7

    Happy birthday zg😍♥️

  • @iloveyouzuzuzubeendada4039
    @iloveyouzuzuzubeendada4039 4 года назад +2

    Bohot boriah mojaa aa gaya

  • @dipankardeka6888
    @dipankardeka6888 4 года назад +5

    জবিন দা মোৰ ভগৱান ।,😍😍

  • @sriganesh8526
    @sriganesh8526 4 года назад +2

    Wow what a lovely songs heart khon sesa pori gol apunar gan tu xuni! Mon tu beya lagi asile hothat gan tu pai xuni lu so mine tu fresh hoi gol.....🙏🙏🙏🙏👌👌👌👍👍🌳🌳🐰🐰🍻🎑☀️🤗🤘? Zuben da you're my best singer..... Thank you so much brother!

  • @bhenkot19
    @bhenkot19 Год назад +5

    Every good morning starts with ZG's song💖💖💖

  • @bitupanborah9919
    @bitupanborah9919 3 года назад +3

    Bohut dhunia song

  • @Tinakalita384
    @Tinakalita384 4 года назад +11

    Beauty baa😍😍n zubeen daa😍rocks.. Anywys beauty baa zubeen da r upoja dinot bhal gift dila teuk❤

  • @nipankakati2418
    @nipankakati2418 2 года назад +1

    জুবিন দাৰ গাণৰ প্ৰত্যেকটো শব্দ কলিজাৰ কোঁহে কোঁহে সোমাই যাই। ভাল লাগে তেখেতৰ যাদুকাৰী কন্ঠই খুবেই মোক শাস্তি দিয়ে , দুখ-ভাগৰ নাইকীয়া কৰে।

  • @umeshhazarika855
    @umeshhazarika855 4 года назад +5

    I love you Zubeen Da.. দিনতো কামৰ পৰা আহি আবেলি সময়ত আপোনাৰ গান শুনি মনটো‌ বহুত ভাল লাগে ।

  • @পাৰ্থৰাজবংশী
    @পাৰ্থৰাজবংশী 4 года назад +191

    কব নোৱাৰো কিয় দাদাৰ গান শুনিলে মনতো বিয়াকুল হৈ পৰে,,,,,,,

  • @sutpalk1999
    @sutpalk1999 4 года назад +7

    i am speechless..zg rock

  • @parthabharali16
    @parthabharali16 4 года назад +18

    ভাল লাগিল শুনি..clear music.. awesome
    Zubeen da & nice lyrics

  • @krishnarock4098
    @krishnarock4098 4 года назад +65

    Zubeen dar gan bhal puwa ❤❤❤ like thoko Love you zd

  • @prabhatbhuyan5171
    @prabhatbhuyan5171 2 года назад +2

    Zubeen dar gan xunilehe montu jur pore 😍😊

  • @rituponrtp9980
    @rituponrtp9980 2 года назад +4

    প্ৰিয় গীতটি 🌹
    Joi zubeen da ❤️❤️❤️

  • @samimakhter6679
    @samimakhter6679 4 года назад +2

    Mojja lagisa dada

  • @richang_As04
    @richang_As04 4 года назад +12

    Happy Birthday Legend.. Love you Zubeen da..
    & heart touching song.. keep going on Deeg Diganta da 💐

  • @anamikadeka1994
    @anamikadeka1994 4 года назад +2

    Mr heart aapuni zubeen da..hiyar moni mr aapuni dada..pagol mi aapunar karane bht bht

  • @Mridu_paban
    @Mridu_paban 3 года назад +10

    jai zubeen da...The voice king of ASSAM

  • @dulalbhuyan3708
    @dulalbhuyan3708 3 года назад +1

    bohut vl lagil gantu huni 😍😍😍😍😍😍

  • @nituhazarika8197
    @nituhazarika8197 4 года назад +3

    অতি সুন্দৰ

  • @kmgakadohia3157
    @kmgakadohia3157 3 года назад +1

    বিউটী ধুনিয়া গাইছা দেই।লগত জুবিন দা। কি ক'ম আৰু ক'বলে ভাষা নাই।শুনিয়েই থাকো আৰু।

  • @beautytalukdar7834
    @beautytalukdar7834 4 года назад +242

    Thankyou so much everyone for your love and support..hodai enedorei jaate hohojug kore...agoloi enedore jaate kaam kori juar utkhah diye...try korim val val kaam upohaar diar babe...keep supporting and keep your blessings..
    Actually this was a small gift to Zubeen da from our team on his birthday...aru jaate kori jabo paru..lastly HAPPY BIRTHDAY GOLDIE DA🍰🍰....😊😊🤗🤗

    • @naninath233
      @naninath233 4 года назад +3

      Beauty baa tumr no2 dya sn..mi Nani...polohar

    • @staraxom2937
      @staraxom2937 4 года назад +2

      Beauty congratulations ....God bless you

    • @ritumech7679
      @ritumech7679 4 года назад +1

      Best of luck

    • @manojmon8937
      @manojmon8937 4 года назад +2

      Suprb song

    • @apurvasvlog9542
      @apurvasvlog9542 4 года назад +1

      সুন্দৰ গীত বেউতি বাইদেউ

  • @birajkumarborah9507
    @birajkumarborah9507 4 года назад +6

    😍😍😍Happy birthday dada...

  • @rupjyotigondhia5146
    @rupjyotigondhia5146 4 года назад +7

    Love you zubeen da ❤️.
    Happy birthday 🎂..
    Moi tu zubeen dar pagol fan hoi ❣️

  • @rikeshboro2011
    @rikeshboro2011 4 года назад +17

    Moja lagese gantu❤❤❤

  • @mjsaikiaentertainment9975
    @mjsaikiaentertainment9975 4 года назад +7

    Legend তুমি আমাৰ মাজত সদায় ৰৈ যোৱা.....🎂🎂🎂

  • @dikshitabarman7604
    @dikshitabarman7604 3 года назад +1

    Bhut vl loga song zubeen daa tumi mohan tumr xoman kunu hbo nuare zubeen dada love you so much dada...😘😘😘😘

  • @nijaradeka250
    @nijaradeka250 4 года назад +10

    অসমীয়াৰ হিয়াৰ আ মঠু...😍

  • @rubulkalita5531
    @rubulkalita5531 4 года назад +1

    ধুনীয়া লাগিছে দেই গীতটো

  • @dipuboruah7300
    @dipuboruah7300 4 года назад +232

    জুবিন দাৰ জন্মদিনত মোৰ দাদা Deeg Diganta Boruah দাৰ Lyrics'ত এটি সুন্দৰ গীত ৰাইজৰ মাজত 💕❤️

  • @deeply4464
    @deeply4464 Год назад +2

    বুজাব নোৱাৰা অনুভূতি ❤️❤️❤️

  • @SDshorts556
    @SDshorts556 4 года назад +36

    Dhuniya hoise gaan tuu ❤❤❤👌👌👌👌

  • @prakashborah3288
    @prakashborah3288 4 года назад +9

    গানটো শুনি বহুত ভাল লাগিল...

  • @princhdhonjit6373
    @princhdhonjit6373 2 года назад +3

    Sweetest voice of our Dada.... Khub vl lgise.. Lovely song ❤❤❤❤❤❤❤❤❤❤❤❤❤love you dada 😘😘😘😘😘

  • @Dimpisaikia-bd8pf
    @Dimpisaikia-bd8pf 2 года назад +3

    আমনি লগা সময় চোৱাত আপোনাৰ গান শুনিলে মনটোৱে শান্তি পোৱা যেন লাগে 🥰

  • @lilu23ful
    @lilu23ful 4 года назад +3

    জুবিন দা… ♥️